ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Moi bhada mahat janma hoisilo. Aponar kathabur promanit hoise. Tarbabe aponaloi bohut dhannaybat thakil
Akdom hosa kotha mur lgt mili goise thank you
মোৰ গোটে বিলাক কথা মিলিছে আপোনাক ধইনবাদ জনাইলো
Dhonyobad ...ataikhini milise 🙏
অশেষ ধন্যবাদ আপোনাক চাৰ! মোৰ মা একেবাৰে অশিক্ষিত আছিল বাবে মোৰ মা দেউতাই মোৰ জন্মৰ তাৰিখটো ভালকৈ নাজানে! কেৱল মাই মোক কৈছিল যে, মোৰ জন্ম ভাদ মাহৰ বৃহস্পতি বাৰ! কিন্তু মোৰ নাম মা দেউতাই 'গ' আখৰেৰে ৰাখিলে! আপুনি কোৱা বহুখিনি কথাই মোৰ লগত মিলিছে! তথাপি ভবিষ্যতে কোনো বাধা বিঘিনি নোহোৱাকৈ আগবাঢ়ি যোৱাৰ বাবে অথবা মোৰ কিছুমান আশা পূৰণৰ বাবে মই কি কৰিলে সফলতা লাভ কৰিব পাৰিম জনাবচোন চাৰ!
মোৰ লগতো মিলিছে ৷
Saklao ktha milise mor lgt ❤❤ thank you
সকলো কথা মিলিছেআপোনালৈ ধন্যবাদ
সুন্দৰ,কথা,মোৰ,একেই,হৈছে
ধন্যবাদ থাকিল। বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।
মোৰ ভাদত জন্ম মোৰ একেবাৰে মিলছে❤
You are right 👍🙏🙏🙏
Right..mili goise kotha bur
ভাল লাগিল ১০০ % সঁচা ❤
Thank you sir.mor aru mor lorator lagot guteikhini katha milise.
সচা কথা।মোৰ লগত মিলি গৈছে
Mur kumva rashi vado mahot jonma
Mor Pratham pream becup hise aoti sonkalei 💯👍aponr ktha milise sakalu 💯
সঁচা কথা।মোৰ ছোৱালী জনী বৰ সহজ সৰল।মানুহে ঠগিব বুলি ভয় লাগে
চাৰ আপোনাৰ কথা 101% মিলিছে মোৰ লগতমই শুনি হতাশ হৈ গৈছো ।চাৰ আপোনাক কত লগ পাম!
100% Right.mur lagat mili goise.
আপোনাৰ কথা খিনি মোৰ লৰা লগত মিলিছে
ছাৰ মোৰ জন্ম হৈছিল ভাদ মাহৰ কৃষ্ণা জন্ম উচ্চপৰ দিনা মোৰ বয়স হৈছে ৩০
🙏ভাল লাগিল🙏
ধন্যবাদ বৰতা🙏
মোৰ লগত সকলো কথা মিলেছে আপোনাৰ ঠিকনাটো অনুগ্রহ কৰি দিবেন।
মোৰো লগত মিলি গৈছে
ভাল লাগিল
Kothatu 100% Right 🙏
Bhal lagil Thank you
হয় সচা কথা আপোনালৈ বহুত বহুত ধন্যবাদ
ধন্যবাদ দিছো।
Xosa kotha ❤
Bhal lagil
Sir bar hisapot dib kun Bart jonmile ki hoi
সঁচা কথা মোৰ লগত হৈছে
100℅
100%❤
মিলিছে
সচাঁ কথা কৈছে
Xosa kotha Mur lagot milise
Right Sir ❤❤❤❤
Mor logot ekdom milise
ভাদ মাহত মোৰ ছোৱালী জেনীৰ জন্ম কিন্তু বৃশ্চিক ৰাশি।
কথাতো হয়। সেয়ে মানুহৰ চৰিত্ৰত বিচিত্ৰতা দেখা যায়। সেয়ে প্ৰাচীন জ্যোতিষী খনাৱতীয়ে কৈ গৈছে "-কিহৰ বাৰ,কিহৰ তিথি জন্ম নক্ষত্ৰক কৰা সাৰ।"
Mak deutak aru jiyek tinijon ami vadot gotike please kobosun Knkua
Yes sir
১০০% শুদ্ধ।
Mur karkot rakhi mur ki hbo hofol hbo ne nai janibo bisarisu❤❤❤❤❤❤
Mur vad mahit janmo kar rakhi
Right 🙏
Bhadra mahat jonma swalir babe kuntu mahat jonma lora lifepatner val hobo pare sir please kouk
সিংহৰাশি,মেষৰাশি আৰু ধনুৰাশিৰ জাতকৰ লগত বিবাহ হ'লে শুভ হয়।
Right 100% 🙏
সঁচা কথা কৈছে মোৰ লগত মিলিছে
Thanks
Right
5-2 - 2007 chonot jotmo huwa jatokar ki ki hob pare Jonabone ?
Thanks 🙏
মোৰ ভাদ মাহত জন্ম ১৯৭৩ চনত কৃষ্ণ জন্মাষ্টমী ৩ দিনৰ পাছত সোম বাৰে ভাদ মাহৰ ৩ দিন পোৱা বুলি কয কিন্তু জন্ম কুন্দ্লী নাই ।মোৰ কি ৰাশি হয় বাৰু জনাব অনুগ্ৰহ কৰি !
মোৰ ল'ৰা টো ভাদ মাহত জন্ম হয় ।ৰাশি কিন্তু তাৰ দেখোন বৃশ্চিক ৰাশি হে পৰিছে ।
ৰাশিটো হয় জন্ম সময়ত চন্দ্ৰ যি ৰাশিত থাকে। সেই ৰাশিটোৱে জাতকৰ জন্ম ৰাশি।
সঁচা কথা হয়
Thank you ❤
Thankyou, ❤
Mur lgt sb milise agloi jen aru xunib pao
Sir apunak phonot ketiya pam jonabosun
কিবা সুধিবলগীয়া থাকিলে whats app number ত আহিব।
ভাল লাগিছে কিন্তু মোৰ ভাদত জন্ম যদিও তুলা ৰাশিহে
ৰাশি সদায় চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। এইটো অসমীয়া মাহফল।এমাহত চন্দ্ৰই বাৰটা ৰাশি অতিক্ৰম কৰে। বাৰটা ৰাশিৰ যিকোনো এটা হব পাৰে।
Mor vad mahot brihaspatibar jonma deuta. Thank-you so much
চাৰ ক ৰ্কট ৰাশি বিযয়ে কব চোন।
Moiu vado mahot jonmastomi tithi t jonmo
Mur logt milise
Apunar ghr kun that kobo sun
মই কাকো ব্যক্তিগত ভাৱে লগ নকৰো। মোৰ কোনো চেম্বাৰ নাই।অকল অনলাইনত পাব।
Moi bhada mahat hoisilu
মোৰ লগত সকলো মিলিছে, কিন্তু মোৰ ৰাশি কৰ্কট ৰাশি
মই চৈত মাহতে জন্ম মোৰ বিষয়ে জনাব
নিশ্চয় জনাম।
Mur karkat rakhi buli janu kintu janmor tarikh mah aru sone najanu
সঁচা কথা দেই
Hoy dagria ktha khini mor lgt bhut milise
Ktha khini hosa kin2 kumbho rakhi hoi
Mur logot milise bohut khini
Sob milisa Sir.
Mor logot milise
Sir apunak kenekoi contact koribo pora jai
মোৰ ফোন নম্বৰ কিছুমান ভিডিওত দিয়া আছে।তাত whats app আছে। তাতে পাব।
Hosa kotha koise
Mur milise
service reading marriage future aeko nakale sn.
Amar ghoror usorot thka manuh joni vado mahot janma,bina karonot amak xinga kori thake.nije xingkhakhuriya babe amiu xihotak xingkha koru buli vabe.Amar bikhoye gutei xamajot bodnam,misa kotha koi fure.kunu manuhe amak val puwatu nibisare.xihotor ami jimanei val koru ximanei amar beya kore.aibur sab misa,atai xasa,tai ketiyau kaku nijor kotha nokoi.
Xosa kotha borta sob melise
Moi mur Swami ru suwali Joni tiniujon vadot jonmo .Valna beya.
শুভ বুলি গণ্য কৰা হয়।জাতকৰ হাতলৈ অনেক সূযোগ সুবিধা আহে।ভাগ্যই সহায়ক হৈ থাকে।
Dhanybad sir kis kis a akou tiniuta vodiya babe burha kalot he sukh hb koi. Juwa bar suwalijoni a matrik t stand korile baru
🙏🙏
Sokolu milise but mur lorar rashi mokor buli ase dekhun
এইটো অসমীয়া মাহফল। ৰাশি হ'ল জাতক এজনৰ জন্ম সময়ত চন্দ্ৰ যি ৰাশিত অৱস্থান কৰে। সেইটোৱেই জাতকৰ ৰাশি হয়।
ভাদ মাহত জন্ম মোৰ কিন্তু বৃশিক ৰাখি
ৰাশি সদায় চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। এইটো মাহফল হয়। মাহটোত প্ৰত্যেক ৰাশিত চন্দ্ৰ আঢ়ৈ দিনকৈ থাকে আৰু বাৰটা ৰাশি অতিক্ৰম কৰে। তোমাৰ জন্ম সময়ত চন্দ্ৰ বৃশ্চিক ৰাশিত আছিল।
ধন্যবাদ
Mur suwali joni Konya rasi
Tikai koisa apuni🙏
Mur vada mahor hoi,kathabur milise
Bhadot twin jonmo hole val ne bea jonabo sun
বৃশ্চিক ৰাশিৰ হয় মোৰ কিন্তুভাদ মাহত জন্ম কি হব চাই দিব চুন
ৰাশি সদায় চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। এইটো অসমীয়া মাহফল।ভাদ মাহত চন্দ্ৰই তেতিয়া বৃশ্চিক ৰাশিত আছিল।
চৈত মাহত জন্ম হ'লে কি হয়
aamar lagat bahut kathai milise.
Xasa kotha
Bhado mahot jonmo kintu rashi Capricorn
এইটো অসমীয়া মাহ বিশেষ ফল।ৰাশি হ'ল জন্ম সময়ত চন্দ্ৰ অৱস্থানগত ফল। অৰ্থাৎ জন্ম সময়ত চন্দ্ৰ যিটো ৰাশিত থাকে সেইটোৱেই আপোনাৰ ৰাশি।
Vada dhanu rashi
Mili goise
একেবারে সচা কথা
Apunak kot log pam
মোক অনলাইনত পাব। ফোন নম্বৰ এটা দিয়া আছে।
সিংহ ৰাশিৰ মানুহৰ নামৰ প্ৰথম আখৰ কি কি হয়, অনুগ্ৰহ কৰি জনাবচোন চাৰ!
আদ্যক্ষৰ ম আৰু ট হয়।
@@nkumarastrologer9287 অশেষ ধন্যবাদ আপোনাক !
Ahar mahat janma hole?
অসমীয়া বহাগ মাহৰ পৰা একাদিক্ৰমে অসমীয়া মাহফল দিয়া আছে।
মোৰ ল'ৰাটো ভাদ মাহত তাৰ ৰাশি বৃষ ৰাশি হে
ৰাশি হয় জন্ম সময়ত চন্দ্ৰ যি ৰাশিত অৱস্থান কৰে। এইটো অসমীয়া মাহফল।
ঠিকে আছে ছাৰ
Kati mahot janamile kenekuwa hoi
ইতিমধ্যে দিয়া আছে।চাই লব।
Mur suwali dekhon vad mahot jonm aru rakhi hol brisik rakhi
এইটো অসমীয়া মাহফল। জন্ম ৰাশি সদায় চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। মাহটোৰ ভিতৰত চন্দ্ৰই বাৰ ৰাশিৰ যিকোনো এটা ৰাশিত আঢ়ৈ দিন থাকে।
Moi bhada mahat janma hoisilo. Aponar kathabur promanit hoise. Tarbabe aponaloi bohut dhannaybat thakil
Akdom hosa kotha mur lgt mili goise thank you
মোৰ গোটে বিলাক কথা মিলিছে আপোনাক ধইনবাদ জনাইলো
Dhonyobad ...ataikhini milise 🙏
অশেষ ধন্যবাদ আপোনাক চাৰ! মোৰ মা একেবাৰে অশিক্ষিত আছিল বাবে মোৰ মা দেউতাই মোৰ জন্মৰ তাৰিখটো ভালকৈ নাজানে! কেৱল মাই মোক কৈছিল যে, মোৰ জন্ম ভাদ মাহৰ বৃহস্পতি বাৰ! কিন্তু মোৰ নাম মা দেউতাই 'গ' আখৰেৰে ৰাখিলে! আপুনি কোৱা বহুখিনি কথাই মোৰ লগত মিলিছে! তথাপি ভবিষ্যতে কোনো বাধা বিঘিনি নোহোৱাকৈ আগবাঢ়ি যোৱাৰ বাবে অথবা মোৰ কিছুমান আশা পূৰণৰ বাবে মই কি কৰিলে সফলতা লাভ কৰিব পাৰিম জনাবচোন চাৰ!
মোৰ লগতো মিলিছে ৷
Saklao ktha milise mor lgt ❤❤ thank you
সকলো কথা মিলিছে
আপোনালৈ ধন্যবাদ
সুন্দৰ,কথা,মোৰ,একেই,হৈছে
ধন্যবাদ থাকিল। বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।
মোৰ ভাদত জন্ম মোৰ একেবাৰে মিলছে❤
You are right 👍🙏🙏🙏
Right..mili goise kotha bur
ভাল লাগিল ১০০ % সঁচা ❤
Thank you sir.mor aru mor lorator lagot guteikhini katha milise.
সচা কথা।মোৰ লগত মিলি গৈছে
Mur kumva rashi vado mahot jonma
Mor Pratham pream becup hise aoti sonkalei 💯👍aponr ktha milise sakalu 💯
সঁচা কথা।মোৰ ছোৱালী জনী বৰ সহজ সৰল।মানুহে ঠগিব বুলি ভয় লাগে
চাৰ আপোনাৰ কথা 101% মিলিছে মোৰ লগত
মই শুনি হতাশ হৈ গৈছো ।
চাৰ আপোনাক কত লগ পাম!
100% Right.mur lagat mili goise.
আপোনাৰ কথা খিনি মোৰ লৰা লগত মিলিছে
ছাৰ মোৰ জন্ম হৈছিল ভাদ মাহৰ কৃষ্ণা জন্ম উচ্চপৰ দিনা মোৰ বয়স হৈছে ৩০
🙏ভাল লাগিল🙏
ধন্যবাদ বৰতা🙏
মোৰ লগত সকলো কথা মিলেছে আপোনাৰ ঠিকনাটো অনুগ্রহ কৰি দিবেন।
মোৰো লগত মিলি গৈছে
ভাল লাগিল
Kothatu 100% Right 🙏
Bhal lagil Thank you
হয় সচা কথা আপোনালৈ বহুত বহুত ধন্যবাদ
ধন্যবাদ দিছো।
Xosa kotha ❤
Bhal lagil
Sir bar hisapot dib kun Bart jonmile ki hoi
সঁচা কথা মোৰ লগত হৈছে
100℅
100%❤
মিলিছে
সচাঁ কথা কৈছে
Xosa kotha Mur lagot milise
Right Sir ❤❤❤❤
Mor logot ekdom milise
ভাদ মাহত মোৰ ছোৱালী জেনীৰ জন্ম কিন্তু বৃশ্চিক ৰাশি।
কথাতো হয়। সেয়ে মানুহৰ চৰিত্ৰত বিচিত্ৰতা দেখা যায়। সেয়ে প্ৰাচীন জ্যোতিষী খনাৱতীয়ে কৈ গৈছে "-কিহৰ বাৰ,কিহৰ তিথি জন্ম নক্ষত্ৰক কৰা সাৰ।"
Mak deutak aru jiyek tinijon ami vadot gotike please kobosun Knkua
Yes sir
১০০% শুদ্ধ।
Mur karkot rakhi mur ki hbo hofol hbo ne nai janibo bisarisu❤❤❤❤❤❤
Mur vad mahit janmo kar rakhi
Right 🙏
Bhadra mahat jonma swalir babe kuntu mahat jonma lora lifepatner val hobo pare sir please kouk
সিংহৰাশি,মেষৰাশি আৰু ধনুৰাশিৰ জাতকৰ লগত বিবাহ হ'লে শুভ হয়।
Right 100% 🙏
সঁচা কথা কৈছে মোৰ লগত মিলিছে
Thanks
Right
5-2 - 2007 chonot jotmo huwa jatokar ki ki hob pare Jonabone ?
Thanks 🙏
মোৰ ভাদ মাহত জন্ম ১৯৭৩ চনত কৃষ্ণ জন্মাষ্টমী ৩ দিনৰ পাছত সোম বাৰে ভাদ মাহৰ ৩ দিন পোৱা বুলি কয কিন্তু জন্ম কুন্দ্লী নাই ।মোৰ কি ৰাশি হয় বাৰু জনাব অনুগ্ৰহ কৰি !
মোৰ ল'ৰা টো ভাদ মাহত জন্ম হয় ।ৰাশি কিন্তু তাৰ দেখোন বৃশ্চিক ৰাশি হে পৰিছে ।
ৰাশিটো হয় জন্ম সময়ত চন্দ্ৰ যি ৰাশিত থাকে। সেই ৰাশিটোৱে জাতকৰ জন্ম ৰাশি।
সঁচা কথা হয়
Thank you ❤
Thankyou, ❤
Mur lgt sb milise agloi jen aru xunib pao
Sir apunak phonot ketiya pam jonabosun
কিবা সুধিবলগীয়া থাকিলে whats app number ত আহিব।
ভাল লাগিছে কিন্তু মোৰ ভাদত জন্ম যদিও তুলা ৰাশিহে
ৰাশি সদায় চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। এইটো অসমীয়া মাহফল।এমাহত চন্দ্ৰই বাৰটা ৰাশি অতিক্ৰম কৰে। বাৰটা ৰাশিৰ যিকোনো এটা হব পাৰে।
Mor vad mahot brihaspatibar jonma deuta. Thank-you so much
চাৰ ক ৰ্কট ৰাশি বিযয়ে কব চোন।
Moiu vado mahot jonmastomi tithi t jonmo
Mur logt milise
Apunar ghr kun that kobo sun
মই কাকো ব্যক্তিগত ভাৱে লগ নকৰো। মোৰ কোনো চেম্বাৰ নাই।অকল অনলাইনত পাব।
Moi bhada mahat hoisilu
মোৰ লগত সকলো মিলিছে, কিন্তু মোৰ ৰাশি কৰ্কট ৰাশি
মই চৈত মাহতে জন্ম মোৰ বিষয়ে জনাব
নিশ্চয় জনাম।
Mur karkat rakhi buli janu kintu janmor tarikh mah aru sone najanu
সঁচা কথা দেই
Hoy dagria ktha khini mor lgt bhut milise
Ktha khini hosa kin2 kumbho rakhi hoi
Mur logot milise bohut khini
Sob milisa Sir.
Mor logot milise
Sir apunak kenekoi contact koribo pora jai
মোৰ ফোন নম্বৰ কিছুমান ভিডিওত দিয়া আছে।তাত whats app আছে। তাতে পাব।
Hosa kotha koise
Mur milise
service reading marriage future aeko nakale sn.
Amar ghoror usorot thka manuh joni vado mahot janma,bina karonot amak xinga kori thake.nije xingkhakhuriya babe amiu xihotak xingkha koru buli vabe.Amar bikhoye gutei xamajot bodnam,misa kotha koi fure.kunu manuhe amak val puwatu nibisare.xihotor ami jimanei val koru ximanei amar beya kore.aibur sab misa,atai xasa,tai ketiyau kaku nijor kotha nokoi.
Xosa kotha borta sob melise
Moi mur Swami ru suwali Joni tiniujon vadot jonmo .Valna beya.
শুভ বুলি গণ্য কৰা হয়।জাতকৰ হাতলৈ অনেক সূযোগ সুবিধা আহে।ভাগ্যই সহায়ক হৈ থাকে।
Dhanybad sir kis kis a akou tiniuta vodiya babe burha kalot he sukh hb koi. Juwa bar suwalijoni a matrik t stand korile baru
🙏🙏
Sokolu milise but mur lorar rashi mokor buli ase dekhun
এইটো অসমীয়া মাহফল। ৰাশি হ'ল জাতক এজনৰ জন্ম সময়ত চন্দ্ৰ যি ৰাশিত অৱস্থান কৰে। সেইটোৱেই জাতকৰ ৰাশি হয়।
ভাদ মাহত জন্ম মোৰ কিন্তু বৃশিক ৰাখি
ৰাশি সদায় চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। এইটো মাহফল হয়। মাহটোত প্ৰত্যেক ৰাশিত চন্দ্ৰ আঢ়ৈ দিনকৈ থাকে আৰু বাৰটা ৰাশি অতিক্ৰম কৰে। তোমাৰ জন্ম সময়ত চন্দ্ৰ বৃশ্চিক ৰাশিত আছিল।
ধন্যবাদ
Mur suwali joni Konya rasi
Tikai koisa apuni🙏
Mur vada mahor hoi,kathabur milise
Bhadot twin jonmo hole val ne bea jonabo sun
বৃশ্চিক ৰাশিৰ হয় মোৰ কিন্তুভাদ মাহত জন্ম কি হব
চাই দিব চুন