|| BARGEET || SRIMANTA SANKARDEVA || PAWE PARI HARI ||
ฝัง
- เผยแพร่เมื่อ 23 ก.ย. 2024
- ৰমনী চিত্ৰম স্মৃতি ন্যাসৰ নিবেদনত , সত্ৰীয়া সংস্কৃতি সাধক স্বৰ্গীয় ডালিম পাঠকদেৱৰ দ্বাৰা পৰিকল্পিত আৰু পৰিচালিত "মহাপুৰুষ মাধৱদেৱ " শীর্ষক অসমীয়া এনিমেচন চলচ্চিত্র খনত গোৱা " পাৱে পৰি হৰি" শীর্ষক বৰগীতটো আপোনালোকৰ আগত আগবঢ়ালো। ( ৰাগ - কেদাৰ, তাল- জ্যোতি )
❤❤ জয় কৃষ্ণ ❤❤
আপোনাৰ কণ্ঠ অপূৰ্ব। বহুতো বৰগীত শুনিছোঁ কিন্তু আপোনাৰ দৰে উৎসৰ্গিত কণ্ঠ পোৱা নাই। you're really a dedicated person towards these 'Noble Numbers'. Hats off to you. কৃষ্ণ ।
Thanks
বৰগীতটি নতুন ৰূপত শুনি বাৰুকৈয়ে আপ্লুত হলোঁ।
🙏🙏ৰাম
এইটো বৰপেটাৰ অতি পুৰণি সুৰ।
#কৃষ্ণ_হৰি_ৰাম_নাৰায়ণ🙏🙏🙏🙏
বাপজনাৰ চৰণত শতসহস্ৰ প্ৰণিপাত জনালোঁ🙏🙏🙏🙏
ধন্যবাদ বাপ
Very nice voice God bless you
Thanks
অতি উত্তম প্ৰভু 🙏
Thanks
So beautiful song 😊😊😊
ধন্যবাদ
অমৃত নিগৰালে প্ৰভু !! কৃষ্ণ
Krishna
Krishna
God bless you sir
Thanks
Welcome sir
আপোনাৰ শ্ৰী মুখে ঈশ্বৰৰ গুননাম শুনি থকিব পাই কৃতাৰ্থ হৈছো ।
বহুত বহুত ধন্যবাদ
When ever I lesen your spiritual voice I got a extra power. Long live dear Gunin daa.
Thanks Paban
এইয়াহে আচল সুৰ । কেদাৰ ৰাগ ।
Thanks
কৃষ্ণ কৃষ্ণ। সেৱা জনালোঁ গ্ৰহণ কৰিব ।
কৃষ্ণ কৃষ্ণ ধন্যবাদ
ভাল লাগিল শুনি.......🙏🙏🙏🙏🙏
ধন্যবাদ ভাইটি
Xundar kantha...🙏🙏🙏🙏
Thanks
কৃষ্ণ বাপ সুন্দৰ হৈছে
কৃষ্ণ কৃষ্ণ
@@guninojah7483 হৰি এ কৰুণা সিন্ধু জীৱন বন্ধু
এই পটল যুগল ৰেডিও ত শুনিছো । আৰু কত শুনিব পাম জনাব বাপ । কৃষ্ণ কৃষ্ণ
🙏🙏🙏
Thanks
Bap bar bhal palo krishna
শুনি বৰ ভাল লাগিল
ধন্যবাদ
🙏
Namaskar
Hb
🙏🙏🙏🙏 xundor
Thanks
Krishna😭
Thanks
আপোনাৰ বৰগীত মই ৰাতিপুৱা সদায়ে শুনো
ধন্যবাদ
বাপজনা-আপোনাৰ মোবাইল নংটো জনাব নে ?
9854960591
Aponar notun upload paboloi hodai byakul hoi thako…🙏
Thanks
🙏🙏🙏
Thanks
🙏🙏🙏
Thanks