।।MALITA।।RAAG :- RAMGIRI।।

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.พ. 2025
  • মই আজি আপোনালোকৰ ওচৰত ৰামগিৰি ৰাগৰ মালিতা এটি আগবঢ়ালো । সংস্কৃতিপ্ৰাণ ৰাইজে যাতে গ্ৰহণ কৰি মোক উৎসাহিত কৰে। মালিতা:- শুনি ৰমানন্দে মহাশোকে কান্দে
    পিতৃৰ চৰণে পৰি।
    কৰি স্তুতিনতি অনেক মিনতি
    হস্তে কৃতাঞ্জলী কৰি।৷ উক্ত মালিতাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন মহোৎসৱৰ শেষৰ দিনা বৰপেটা সত্ৰৰ
    বুঢ়া সত্ৰীয়া বাপজনাৰ আগত গোৱা হয়।

ความคิดเห็น • 42