দক্ষিণ-পশ্চিমৰ বাস্তুদোষে আপোনাৰ জীৱনলৈ কি কঢ়িয়াই আনিব পাৰে আৰু আপোনাৰ জীৱনৰ পৰা কি লৈ যাব পাৰে ,

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ก.ย. 2024

ความคิดเห็น • 18

  • @jibonjyotidutta622
    @jibonjyotidutta622 ปีที่แล้ว +4

    কথা খিনি জানি বহুত ভাল লাগিল

  • @NamitaBaruah-b2c
    @NamitaBaruah-b2c 3 หลายเดือนก่อน

    Sir amr housagar tu pub dikhot ase..
    Vangibo u nuare..
    Blg kiba solution ase nki..jonabo sn sir

  • @pronamikadolakashoria2425
    @pronamikadolakashoria2425 4 หลายเดือนก่อน

    আমাৰ toilet টো পশ্চিমত আছে , কিবা অসুবিধা হব নেকি ? আৰু ভাঙিব লাগিব নে , প্রতিকাৰ কৰিলেই সমস্যা সমাধান হব অনুগ্ৰহ কৰি জনাবছোন ।

  • @nayanbora2625
    @nayanbora2625 ปีที่แล้ว +2

    Wash besin thakile val hob ne

  • @monjumonibordoloi2608
    @monjumonibordoloi2608 ปีที่แล้ว +1

    দক্ষিণ পশ্চিমত মূল দুৱাৰ নহয় কিন্ত বাহিৰলৈ যাব পৰা দুৱাৰ এখন আছে ৷ কিবা অসুবিধা হব নেকি ?

    • @subhaastrooovastu4255
      @subhaastrooovastu4255  ปีที่แล้ว

      Hoi

    • @binita2452
      @binita2452 2 หลายเดือนก่อน

      Dakhin pachim t belconi t jab pora dorja ekhon ase first floor t grill ase bahirot Mane tolot jab noware kiba asubidha hob neki dorja khon thakile

  • @gautamdeka9627
    @gautamdeka9627 ปีที่แล้ว +1

    Crystal bracelet ৰ ওপৰত এটা video বনাবসুন দাদা ।

  • @user-hr2py3xl8p
    @user-hr2py3xl8p 6 หลายเดือนก่อน

    Amar dakhin pashim konot kitchen r pani pore .... xeikarne money save koribo nuwaru.

  • @Sarala24
    @Sarala24 ปีที่แล้ว +1

    আমাৰ ঘৰৰ দখিন পশ্চিম কোনত বাথৰুম আছে কি কৰিব লাগিব কবচোন

  • @preetyaxom7833
    @preetyaxom7833 ปีที่แล้ว +1

    দাদা আমি ভাৰা ঘৰত থাকো দক্ষিণ দিশত মুখ্য দুৱাৰ আছে কিবা প্ৰতিকা আছে নেকি অনুগ্ৰহ কৰি জনাবচোন

  • @biswabrahmanda3164
    @biswabrahmanda3164 ปีที่แล้ว +1

    আৱাস গৃহৰ বাবে পশ্চিম সিংহ মুখি মাতিৰ পতিকাৰ আছেনে।

  • @prajyanath9117
    @prajyanath9117 ปีที่แล้ว +1

    পশ্চিম মুখি ঘৰৰ শৌশাগাৰ কত হব লাগে