বুকুত হাত দিব..চেঙাতকৈ উঠবো 😂😂 Prank Call to Mridul Bhuyan.. হাঁহিত পেট বিষাই যাব, চাওঁক শেষলৈ.. MMA
ฝัง
- เผยแพร่เมื่อ 3 ต.ค. 2024
- এটি সুন্দৰ Prank Call ৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ আশাকৰোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু ভাল পালে আনজনলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব 😍😍🙏
A Prank Call to popular actor Mridul Bhuyan by actor Arun Borah
Follow me on Instagram
⬇️⬇️
www.instagram....
Follow me on Facebook
⬇️⬇️
www.facebook.c...
📸 Anuraag
Thanks ❤️😊
#prankcall #mridulbhuyan #interview - บันเทิง
অতি সুন্দৰ,মন খুলি হাঁহিলো, ধন্যবাদ ইমান নিৰ্ভেজাল ৰসাল পৰিৱেশ সৃষ্টি কৰাৰ বাবে 👏👏👏
মৃদুলদা কিমান খোলা হৃদয়ৰ মানুহ! Salute! মই ব্যক্তিগতভাৱেও পাইছোঁ তেখেতক। অসমীয়া নাট্য জগতৰ বাবে সম্পদ তেখেত।
মৃদুল ছাৰ সচাঁকৈয়ে অমায়িক ❤❤❤ ইমান নম্ৰ 🥰🥰🥰 আৰু হাঁহিটো ❤❤❤
মৃদুল দাদা সদায় প্ৰিয় ।
আজি মই বহুত সুখী মোৰ দেউতাই আপোনাৰ Video টো 2 বাৰ চালে।আৰু এনেকুৱা হাঁহিছে যে মই এই লিখনিৰ মাধ্যমেৰে কব নোৱাৰিম দাদা।
বহুতে ভাল লাগিল।
Mayur দা Thanks এই Video টো বনোৱাৰ কাৰণে।❤️❤️
७
@@gunaramkalita3256 bohut hailu dai
Eman hahilo a mojja lagshi dk
মৃদুল দাৰ হাঁহিটো ইমান ধুনীয়া 😍❤
Xosai
মৃদুল দাৰ হাঁহি টো ও God
Boom🔥🔥🎉
লাগিলে________________________🙏🏻
ময়ূৰ মই ভিদিঅটো আজি হে চালো ।বহুত ভাল লাগিল পাৰিলে অৰুণদাক next Prank call 2 প্ৰস্তোতি পৰাশৰ বাইদেউৰ সৈতে কৰিব কবাচোন ।
হাঁহিবোৰ সদায় জিলিকি থাকক আপোনালোকৰ এনেকৈ।ভাল লাগিল বহুতো ময়ূৰ দা।
নলবাৰীৰ পৰা মৰম যাচিলো🎉🎉
মানে কি কম ভাষা বিচাৰি পোৱা নাই ।বহুত বেছি কে প্ৰাণ খুলি হাহিলোঁ 😂
বুকুত চেঙাতকে লাগিল টো best line আছিল 😂 ।আৰু এটা লাগে প্ৰেংক কল অৰুণ দাৰ লগত।
বহুত ভাল লাগিল। অৰুন বৰা সচাঁকৈ ভাল অভিনেতা।
Thank u
মৃদুল দা সঁচাকৈ বহুত ভাল লাগিল..... হাহিটো মানিব লাগিব....
নাম তাৰ হৰেন গাওঁত তাক ডাঙাৰ আপা বুলি মাতে।ডাঙাৰ আঁপা বুলি কলি গোটাই নলবাৰী জানে।😂😂😂
Best Line_____________🎉
ময়ুৰ দা _____
এটাই Reply লাগে দাদা_______🔥🎉
Yah
মৃদুল দা সঁচাকৈ বহুত অমায়িক ৷আৰু হাঁহিটো কি ক'ম সঁচাকৈ...
He is so humble..personally log paisu moi tekhetok ekdam genuine hoy manuhjon.
Mridul sir or hahi tu bohut bohut moja lage😍
Mridul bhuyan kimn humble & down to earth aytuay gom pua jai
খোলা অন্তৰৰ মানুহ বহুত ভাল লাগে আপোনাক মৃদুল দা
Dangar apa love from Mukalmua 😍❤️🙏🏻😊👍
চেঙাতকে উঠচি,,,,, অ মা ইমান মজা লাগিল,,,, কেবাবাৰো চালো,,, ময়ূৰ দাদা তুমিয়ো কম অভিনেতা নহয় দেই।।। ৰাতিলে ভাত নাখাও দেউতা😆😆😆😆
আকৌ চাব আহিছো prank call2😂😂😂😂 হাঁহি হাঁহি পাগল হম মই 😂😂😂😂😂😂😁😁😁😁😁 ইমান ভাল লাগিছে এইটো prank call চাই 😁😁😂😂😂😂😂😃😃😃
Bahut val lagil Arun Da Bahut hahilu iman jamani .Mridul da apunak bahut val lage.Arun Dar lagat aru lage priyank call.
মৃদুল দা সচাঁই বৰ অমায়িক।❤️
Moza lagise aji ... 😀😀চেঙাতকে মাৰবু😂😂
বহুত বহুত বহুত বহুত বেছি ভাল লাগিল দাদা 😘😘😘😘
অতি সুন্দৰ prank,,, Mayur,, Tumar video regular sauu dei,,, 👍👍
অতি সুন্দৰ ,,,,,,চেঙাত কিয় উঠিব,,😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
বহুত ধুনীয়া লাগিল হাঁহি হাঁহি পেট বিষায় গল চেঙেত কে গৈছে😂😂🤣🤣
Best prank call till today.. Arun daar logot aru prank call lage
Hahahah best prank call hoisey eitu bohut hahilu dei😅🤣
সচাঁকৈ হাঁহি হাঁহি পাগল মই 😁😁😂😂
দুখৰ মাজতো অলপ হাঁহিলো,ঐতিহাসিক শিৱসাগৰৰ পৰা মৰম যাচিলো
Happy kali puja ....... kali pujar apunak bohut bohut hubesha thakil 🙏🙏🙏
Mridul daa xdaii priyo bht besi vl pao tekhetok🥰
প্ৰথমে ময়ুৰ দালৈ ধন্যবাদ.... ইমান ৰসালভোৱ প্ৰেংকলটো কৰিলে বহুত হাঁহিলো..... মৃদুল দাৰ ইমান মন খোলা হাঁহিটো শুনি ময়ো কেতিয়া হাঁহিলো গমেই নাপালো.... চেঙাতকে গল
বহুত হাহিলোঁ। বৰ অমায়িক মৃদুল দাটো।
Bht vl lagil mridul dar ktha kheni xuni bht vl lge mridul dak..hahi to tmn mare favourite actor mr
মৃদুল দাৰ হাহিটো সচাই বহুত ভাল লাগে !
Mridul da....ajon bohut val actor aru moromiyal....
Prank call sai xasakoi bhout val lage 👍❤❤❤❤
Mridul daar haahi bpre mjaa mjaaa..all tym fvrt
Best prank call. All the very best Mayur.
মযুৰ দা আপোনাৰ ভিদিয় চেঙাত কৈ ওত ছে শব্দতো ভাল লাগিল ।
Mridul Bhuyan da fvrt 💕💕💕
মৃদুল দা হাহিটো ইমান ধুনীয়া লাগিল
😂 Bohut besi enjoy korilu..tamam hahilu..Mridul hahi ssake bohut besi khula hoi..Mridul dar hahi re ontor sui gol..Arundar logot aru vdo😂
Trejedi king mridul da, hahi to bhut vl lagil
Hahah tamam lagse
18:00 hahi main 😂😂 Love from Nalbari ❤❤
Another prank once again...It was magical..👍😂
Uffff.... Mon khuli hahilo Bahut Val lagil ❤️❤️❤️
আটাইতকৈ ভাল লগা prank call হল এইটো 🤣🤣🤣 aru লাগে দাদা prank cll 🤣সচাকৈ দৈই বহুত হাহিলু 🤣🤣🤣🤣🤣চেঙাতকে উঠপো 🤣🤣আটাইতকৈ ভাল লাগিল মৃদুল দাই ইমান ধৈর্য dhori ইমান ভাল লগাকৈ ktha খিনি পাতিছে ... Xosai bhut vl lagil .. ☺☺☺☺☺aru dbo prank call চেঙাতকে🤣🤣
need more prank call of Arun borah
মৃদুল দা..., 😗🔥🔥🔥🔥
Real hero Mridul da n Arun da.....kahini hitt
Mridul da emn vl manuh...osakoi asorit,,,Osinaki manuhor lgt emn dhunia koi katha patise...vl lagil..vogobane tekhetok vale rakhok❤️❤️🙏🙏🙏
Bapree ,blgg prank call 🤣🤣😄😄....thank you for giving this amazing video 🤣🥰
Mojjjjjja lagise🥰
Mridul Bhuyan bohutt vl lge actinggg🥰🥰🥰🥰🥰🥰🥰🥰
Mridul sir or interview lage ata 😍
অৰুণ দাক এবাৰ প্ৰস্তুতি বাক prank call কৰিব দিব ❤️
চেঙেত্কৈ শব্দটো বৰ মজা লাগিছে।
Dada bohut jomoni hol moja lagel
অতিকৈ ভাল লগা এই খণ্ডটি প্ৰায়েই চাওঁ মই । মৃদুল দা মোৰ সদায়েই প্ৰিয় ।
Mojja lagil চেঙাতকে মাৰবু
আইয়ৈ চেঙেতকে উৎসি অই 😂😂
Bhut হাঁহি লো ।আৰু মীদুল দাদা হাঁহি টো বহুত ধুনীয়া
খুব ভাল লাগিল।আৰু দিবা এনেকুৱা ভিডিঅ
চেঙেত কে বহুত মজা লাগিলে হাহিঁ হাহিঁ পেতৰ বিষ আকৌ হহুৱাব আৰু এতা পেংকল দি
Arun dar prank call lage.bohut val lagil sai. Aru mridul dar hahi to bohut val lage. Keep it up
Allah bless you and your TH-cam family.
সঁচাই সুন্দৰ ,হাঁহি লো কিন্তু।আকৌ এবাৰ অৰুণ দাৰ লগত ।ভাল লাগিল।
চেঙাতকৈ 😂😂😂😁😁😁 হাঁহি ৰখাব পৰা নাই মই শুই আছো হাঁহি হাঁহি 😁😁😂
#Manalisha Das🤣🤣🤣🤣🤣🤣
Hahai hahai 😀😀 pagol hoi galo o myur daa😁😁😁😁
Xosake mridul dar hahetu bohut val lage❤️❤️❤️❤️❤️❤️❤️❤️❤️
আটাইতকৈ ভাল লগা prank call এইটো
বহুত হাঁহিলো দেই ময়ূৰ দা❤️
Prank call lage aru ata dadar lgt . Emn dhuniya lgise ajir prank call2 sai😁
Mojja Hahi Diye 😍😍😍😂😂
Hahitu bor dhuniya Oh Mridul daar
মৃদুল দাদা আপোনী সচাই অতী মৰমৰ।।।।
Bahut val lagil sai mayur vai love from nalbari arun dar logot aru ata prank call lage
Xosake bohut hahilo 👌👌👌🔥🔥🔥❤️❤️ aru Lage dada prank coll
Mridul dar behave bhut dhunia de
Prank call এইটো খুবেই ভাল হৈছে
তামোল বেপাৰী কা প্ৰেম থব লাগে নাটক খনৰ নাম।
বা
চেঙাত কে উত্সি
সঁচাকৈ বহুত ভাল লাগিল
ময়ুৰ দা আপোনাৰ সকলো ভিদিওত কৈ এইটো বেছি ভাল লাগিল moja 👌👌
ভাল লাগিছে সুন্দৰ হৈছে ❤❤❤
Mayur bhal lagil........aguai jua a dore
এএএএএ মজা দিছা হে , তামামন মজা ।
Waw dhuniya lagise hahi tu Mridul da😇❤️
মোৰ প্ৰিয় অভিনেতা, মৃদুল দাৰ হাঁহিটো মেইন ৷
Val lagil Mayur da 👍ata rqst -anjali dharibahikar Kunal dar ata video banabsun
মিদুল দা আপোনাৰ হাহিটোৱে সকলোৱে পিয় ধন্যবাদ জনাইছো।
Khub bhal lagil anekua Aru prank call lagibo dei Arun da logot
মৃদুলৰ হাঁহিটোৰ বাবেই prank call 2 ভাল লাগিল। পুনৰ হাঁহিবলৈ পাম বুলি আশা কৰিলো।
Aaiiiiooo khub hundor lagile deii tamam hahilu😃😃😃😃
Mayur mix ati hundor .....nd mridul da abhinoy bohut besi hundor ..😍😍val lagil huni kothabur mon khuli hahilu 😆😆😆
Mojja. Both r good actor. Sengekoi jai. Mojja dsa arun da
Oi suda
Moja dada👍❤️❤️
O mridul da apuna hahitu moja lage