Northeast India's First Automated Layer Farm | কণী উৎপাদন কিদৰে কৰিব ?Assamese New Vlog
ฝัง
- เผยแพร่เมื่อ 10 ส.ค. 2022
- ফাৰ্ম খনৰ মালিক ববিতা দুৱাৰাৰ সৈতে এই নম্বৰত যোগাযোগ কৰক --9096935123 ৷
Assamese New Vlog
New Assamese Vlog
Assamese vlog
Assamese Vlogger
Northeast first automated layer farm
Layer poultry farm in India
How to start layer poultry farming in assam
assamese businesser
layer farming business plan
Prince Bharali's Vlog
#Prince_Bharali
Prince Vlog
অসমীয়া ছোৱালীৰ আদৰ্শনীয় প্ৰচেষ্টা । আপোনাক অশেষ ধন্যবাদ । উচ্ছ শিক্ষা লৈ চাকৰি নকৰি ব্যতিক্ৰমি হৈ অসমীয়া মানুহক সাহস ও আত্মবল দি পথ প্ৰদৰ্শন কৰাৰ বাবে। 🙏🙏🙏
🙏
অসমীয়া গিৰি
এইবোৰেই আচল দিশ, অসমীয়া আত্মনিৰ্ভৰশীল হোৱাৰ,ভিডিঅ'টোৰ বাবে অশেষ ধন্যবাদ ।
Bhul
ববিতা দুৱৰাৰ দৰে সকলোৱে উদ্যমী হোৱা উচিত ।
Hatot malto lagibo bhai...
@@koushikhazarika204 😂😂😂🤣🤣💯💯akdom 109%
বহুত ভাল লাগিল আমাৰ অসমৰ নিবনুৱাৰ লৰাৰ ছোৱালীৰ এনেদৰে আগ বাঢ়ি আহক ।
বহুত সুন্দৰ লাগিলে নিজকে আৰু এখোজ আগুৱাই যাৱলৈ সাহস পালো । ভৱিষ্যতে মইয়ো এনেকুৱা এখন ফাৰ্ম খুলিব বিচাৰো
আচল অসমীয়া গিৰি ইয়াকেই কয়। we are proud💪
😅😅😅😆
Realy bohut val lagil
অসমীয়া জিয়ৰীৰ সাহসী আৰু প্ৰশংসনীয় প্ৰচেষ্টা । উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ ।
হয় ঠিকেই কৈছে আপুনি।
#YogaTherapyAssam
হিয়া, ভৰা ওলগ জনালোঁ। ভগবাণে,মঙ্গল কৰক।
Very impressive. আগুৱাই যাওক বহু দূৰলৈ৷ সঁচাকৈ প্ৰভাৱান্বিত হ’লোঁ৷
ভাল লাগিল, উৎসাহ জনক post
P
আপোনাক নমস্কাৰ বাইদেউ।
Badiya. System is very good and highTechnology .🙏🏻
অদ্ভুত বস্তু দেখাৰ দৰে কৰিব নালাগে, এনে ৰাইজৰ আগত দাঙি ধৰাটো ভালেই হৈছে
বহুত ভাল লাগিল
তোমাৰ মহৎ কামৰ বাবে আশীৰ্বাদ থাকিল।God bless you.
ভিডিঅ'টো চাই বহুত বহুত ভাল লাগিল দাদা।
ভাল লাগিল । লগতে বাইদেউ গৰাকীক নমস্কাৰ । বহুতে চাকৰি বিচাৰি হাবাথুৰি খাই । এইক্ষেত্ৰত তেওঁ ভাল আদৰ্শ দেখুৱাইছে । কাৰণ চাকৰি সদাই আনৰ তল কিন্তু, ব্যৱসায় নিজস্বাধীন । অৱশ্যে হেঁপাহ থাকিলেও টকাৰ অভাৱৰ বাবে বহুতে এই কাম কৰিব নোৱাৰে । ধন্যবাদ
ভি ডি অ তো চাই বহুত ভাল পালো আমাৰ অঞ্চলতে ইমান সুন্দৰ কৈ এখন কুকুৰাৰ ফ্ৰাম এগৰাকী ছোৱালীয়েচলাই আছে অথচ জনাই নাছিলো জানি বহুত ভাল লাগি গল ছোৱালী জনী এনেদৰেই আগুৱাই গৈ থাকক তাকেই মনে প্ৰাণে কামনা কৰিলোঁ
বহুত বহুত ধুনীয়া লাগিল ভিনটি গৰাকীলৈ অভিনন্দন জনালোঁ।আৰু আগুৱাই যাওক।
বহুত ভাল লাগিছে আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছো
Alp Kom poisa t khulibo pora hbo nki??? Teu lgt katha patebo prim nki..
মামুলি নহয়, বৃহৎ প্ৰতিষ্ঠান,বৃহৎ আন্তঃগাথঁনি , স্হায়ী আন্তঃগাথঁনি ,automatic ,large scal production, concept is unbelievable poulty farm.
Xundor starting...aguai jua...eiburhe vlog..
Bohut bohut bhal lagise apunar business dekhi...apuni akhomor babe ajoni adorkho hok....
ছোৱালী গৰাকী অসমীয়া বুলি জানিবলৈ পাই গৌৰৱান্বিত হৈছোঁ। 🌹🌹
মোৰ আছিল,ভল লাগে,মানুহ ভাল নহয়।
তুমি সবধান।
Ki sat boki asa@@nibagaro6976
Hi Iam Nirmal B Indian Army.Proud of my Sister, Queen of Assam.
Thanks
Congratulation to Duwara mam🎉❤
Val lagil bhut
ববিতা দুৱৰা, তুমি অসমৰ গৌৰৱ। বহুত ভাল লাগিছে দেখি।❤❤
আশা কৰোঁ আপুনি সদায় আগবাঢ়ি যাওক 🪔🌷🪔🙏
সচাই এনে কামৰ বাবে অসমৰ গৌৰৱ ।গতিকে নাং ববিতা দুৱৰা লৈ মোৰ ফালৰ পৰা অলেখ অভিনন্দন জনালোঁ ।
Good see a girl can do such a thing hope to be more success in future,may The Almighty God be always with you.
U r so funny brother 😂😂
Good👍
Amazing work apresiable carry on
আপোনাৰ programবোৰ ভাল লাগে।
Great. Job with confidence.
Very very information video I really love like this I really really love this
Bhal Lagil❤❤❤❤❤❤
প্ৰসংশনীয় ।কিন্ত কথা এটা আছে ইচ্ছা থাকিলেও সাধাৰণ নিজাকৈ কিবা এটা কৰাৰ হেপাহ যিবোৰৰ থাকে নোৱাৰে কৰিব। কাৰণ ইয়াত অৰ্থ বহুত লাগিব। সকলোকে বেংকত লোণ নিদিয়ে। যিটো বৰ্তমান হৈ আছে। মই কব বিছাৰিছো ধনী ব্যক্তিৰ লোকেহে এইবোৰ ৰিব পাৰে।
শুভ সংবাদ, অশেষ ধন্যবাদ।
Definitely ata hahohi podokhyep congratulations from heart. Apuni hobo pare ata chaneki.
Bohut vaal lagil
Val lagil Apunar vedio.....
Bahut bahut vl kam karise ami o vabi asu alop idiya lagile dibo
*Bahut Val lagil dei sai.*
Mojja baido...bohut bhal kam korise
Bohut Val lagile Sai..
Bahut bhala lagice thank you
Mem, Thanks for your hoby. Long life mem. Your mind very very very good.
Axomiya atio ashe hey. Nirasar majat asha. 👏👏👏👏👏👏👏👏👏💐👏👏👏👏💐👏👏👏👏👏
উৎসাহবৰ্ধক ভিডিও, এনেধৰণৰ উদগণিমূলক হব লাগে। এনেয়ে হকে-বিহকে ভিডিও বনাই কোনো লাভ জনতাৰ নহয় অকল সিহতৰ হয়। কিন্ত্ত এনে কৰ্মমুখী নবপ্ৰজন্মৰ মাজত উন্নয়ণৰ ভাব আনিব।
Mojaa ...👍👍
Vl lgl God bless you
Mojja bondhu...ajir video tu kintu extraordinary hoise
Bohut dhunia
ভাল লাগিল।
Great mamm .bohut val lagil
Val lagil.God bless u
বহুত ভাল লাগিল.
Bohut vall kam korise. Suwali ajoni hoi.
ভন্টি জনীলৈ সুভকামনা জাচিলো, আৰু উন্নতি হওঁক
Really inspirational..
M.kandulana.
Good job bhal lagil.
Vl lagile dai hunor posesta
Mojja...
Bohut bohut Val lagil baidau , apune aru aguai jouk
Encouraging video, waste management is very essential
val lagil vidio tu sai. Bhantijoni aguwai jauok takei kamona korilu
Tumar video bilak sai bhal lage.agbari jwa bhai.. (Nijut da)👍👍👍👍
Moja hoise👍
সদাই Improve কৰাৰ চেষ্টা তোমাৰ☺️👌
Val lagil sir
TH-camr jonor manner to Improve koribo lagibo ... Enei thike ase kintu okoman communication tu xiki lole bohut bhal hobo..... Baideur kotha bilak bohut bhal lagil.... Issa ase enekuway kiba eta korar
ZvvvvvvvvvvvVVVvv
Tika fota rod henu
Ji
Communication
Communication mane ki jana nai
bohut bhut val lagile
Val lagil jani
#JS_Studio_fkg
সুন্দৰ। পদক্ষেপ
Val Lagise , ajoni Axomiya Suwali Nijor Beboxai kori nijoke Sabholombi kori anoku uparjonr Bad Dekhuwar Baba , Vogobane Vale Rakhok
GOD BLESS YOU.
WISH U EVERY SUCCESS IN UR BUSINESS.
ভাল লাগিছে কৰিবলৈ মন যায়
Bobita mor bor moromor student asil,very proud of you Bobita.Definitely like to see your farm.Bless you.
Contact number pam neki
বঢ়িয়া হৈছে
Farm khon dekhi vl lagil
Thikai koise Eake koy Assamia giri Baido uthi aha jubak jubatir udhaharan swarup.khub bhal lagise
Mojja
বহুত ভাল লাগিল বাইদেউ
Nice video,make more in this type of farming
bohut bhal
Baideo val lagil
Bohut val lagil baideu apunar kormo raji dekhi aru aguai jauk parile muku olop hohai koribosun moiu kiba aeta koribo bisaru
She is my relatives happy to she her progress...❤️
Congratulations Bibota great work God bless you ❤️ moi ai bixyoye janibo ichhuk aru nije koribo mon apuni jodi guide kore
Aru aag bahu jauk akhomiya suwsli hoi Jan eman dangor bisnish korisa silut baidau ❤️❤️❤️❤️🙏🙏🙏
Good job.thank you baidew.
Congratulations to Miss Babita Dowarah for such an ideal farming which will encourage the unemployed youth of this region. Thank you very much.
এৰা চাকৰিৰ পিছত দৌৰি ফুৰাতকৈ চৰকাৰে অলপ সহায় কৰিলে এনে কোৱা ফাৰ্ম কৰিলে বহু লাভ হয় ।
অতি সুন্দৰ কথা 👍
#YogaTherapyAssam
সুন্দৰ বাইদেউ 🙏🙏🙏
Aguwai jauk🙏🙏🙏🙏🙏
Bhut bhut. .
.....
Thanks
ভাল লাগিল অসমিয়া ছোৱালি সাহস দেখি ।
Praisable.all the best,go forward, God will help you in all aspects.God bless you.
Nisoribo dada