Thank you sir for this video খুউব ভাল লাগিল ভিডিঅ টো চাই । সদায় আগবাঢ়ি যাওক আৰু আমাৰ নিচিনা নৱপ্ৰজন্মক আহোম সাম্ৰাজ্যৰ ৰ বিষয়ে বিভিন্ন ধৰণৰ জনা নজনা কথা শিকাই যাওঁক ।
যোৰহাটৰ এখন নামি কলেজৰ অধ্যাপক শৰ্মা উপাধি ধাৰিয়ে আজি কিছু দিনৰ আগত লাচিত বৰফুকক কাল্পনিক চৰিত্ৰ বুলি ছাত্ৰ-ছাত্ৰীক বোজায়ছে।তাতকৈ দুখৰ কথা কি হ'ব পাৰে।😭😭😭
বাস্তৱ ধৰ্মী কথা জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ ।
Bohut bhal lagil apunar vedio sai,,bujibo pora kotha bohut gom palu..keep going long live axom...long live ahom
Hundre lagil
ভিডীওটো চাই অত্যণ্ট ভাল লাগিল। এনে ধৰনৰ বুৰঞ্জী মুলক কাহিনি চাই বৰ ভাল পাও৺ । ই অসমীয়া জাতিৰ গৌৰৱ ।
Val lagil dada bhut kotha janib parilu
Dhonyobad dada
Bohut dhunia lgise
Thank you so much ❤️I love ahom history
Welcome.
@@nobinburagohainhistorycult5958 Pehi Pukhuri History kobo sun
@@godapani Mur ghor Pehipukhuri t
Imn dhuniakoi Kotha bur jonai dia r babe dhonyobad thakil
Informative video
দাদা বুঢ়াগোহাঁই বংশৰ বিষয়ে অলপ জানিব মন গৈছে 😊
Ahom ❤❤❤❤
সুন্দৰ বহুত বহুত ভাল লাগিল.
ভাল লাগিল 🙏🙏
বহু অভিজ্ঞ লোক বহু কষ্ট কৰি অতীত বুৰঞ্জী চৰ্চা কৰাৰ বাবে ধন্যবাদ ৰ
আপোনালৈ অনুৰোধ নুমলীগড়ৰ গড়টো কোন ৰজাই বান্ধি ছিল আৰূ নুমলী কোঁৱৰ ই কোন আছিল
ভাল লাগিল 👌
👌👍
Bahut Val lagil apunar video tu.bahut kothai hikibo parilu aji apunar pora.bht keita video salu aji apunar.aru bahut hikibo Pam buli akha thakil
Nice
👍👍👍
আপোনাৰ ভিডিও বিলাক বৰ সুন্দৰ....
বহুতো নজনা কথা আমি জানিব পাৰো | এনেকৈয়ে ভিডিও বিলাক দি যাব |
ধন্যবাদ আপোনাক 🙏
আপোনালৈও ধন্যবাদ থাকিল।
আপোনাৰ ভিডিঅ' বিলাক নিয়মীয়াকৈ দিব , নৱ প্ৰজন্মৰ বাবে উপযুক্ত জ্ঞান লাভৰ চেনেল ।
Thank you Sir
Onugraha kori ai channel tu subcribe korok hokoluwe...
Vl lagel Jane👍
ধন্যবাদ।
ইমান এটা ভাল ভিডিঅ ১৯৫ টা লাইক । ইয়াতকে বেদনাদায়ক কথা আৰু থাকিব নোৱাৰে
Rudra Singha r Rani r Bansoly thoka manu ami Guwahati t asu, but Rani r nam Bansoly t mention ny,
আপোনাৰ যোগাযোগ নম্বৰটো মোলৈ প্ৰেৰণ কৰিবচোন। মেইল : nobinburagohain19 @gmail.com
স্বৰ্গদেউ গদাধৰ সিংহৰ দৈহিক অৱয়বটো কেনে আছিল ?
Laai-Lesa r bikhoye eta video bonabo.
নিশ্চয়।
Thank you sir for this video খুউব ভাল লাগিল ভিডিঅ টো চাই । সদায় আগবাঢ়ি যাওক আৰু আমাৰ নিচিনা নৱপ্ৰজন্মক আহোম সাম্ৰাজ্যৰ ৰ বিষয়ে বিভিন্ন ধৰণৰ জনা নজনা কথা শিকাই যাওঁক ।
Welcome.
Definately great mesg on Jaimoti kuwari
Thank you.
জয়মতী কুৱৰী যদি নাছিল তেন্তে জয়সাগৰ নামটো কেনেকৈ আহিল??
নবীন বুঢ়াগোঁহাইলৈ আন্তৰিক অভিনন্দন যাচিলো l নৱ প্ৰজন্ম নিশ্চিতভাৱে লাভৱান হ'ব l
সুন্দৰ বাৰ্তা
নিশ্চয় জয়মতীৰ বিষয়ে আৰু গৱেষণাৰ প্ৰয়োজন আছে
জয়মতীৰ স্মৃতিত গদাধৰ সিংহই কি কৰিলে তাৰ বিষয়ে জানিব বিচাৰিছোঁ?
Gadadhar e Joymotir smritit bor eku kora nasil...Rudra Singha e nijor maakor babe bohut kiba kibi korisil
*দাদা আপোনাক অশেষ শুভকামনা,আপোনাৰ লগতে সকলোকে আমাৰ নুমলীয়া চেনেলটিলৈ অভিনন্দন জনালোঁ॥💚❤👌🙏🙏
BEZBARUAH উপাধিৰ মানুহক প্ৰায়ে বামুণ বুলি কোৱা হয়। আহোম BEZBARUAHৰ বিষয়ে এটা video please
নিশ্চয় বনাম। বেজবৰুৱাসকল আহোম ৰজাৰ মুখ্য ডাক্তৰ আছিল। তেখেতলোক বৈদ্য, ধনন্তৰি আদিসকলৰ ওজা বা মুখ্য বিষয়া।
যোৰহাটৰ এখন নামি কলেজৰ অধ্যাপক শৰ্মা উপাধি ধাৰিয়ে আজি কিছু দিনৰ আগত লাচিত বৰফুকক কাল্পনিক চৰিত্ৰ বুলি ছাত্ৰ-ছাত্ৰীক বোজায়ছে।তাতকৈ দুখৰ কথা কি হ'ব পাৰে।😭😭😭
Axomia manuhor hatru bulibole eyatkoi dangor udaharon lagene ru.
Kun college r hoinu heigoraki mohan jadhamurkho adhyapok
Kun ...Name tu kuwa.....aru Kun college???? Eibilak Rajohuwa koribo lage....Gatu joli goise
Oti hunkale Name tu kuwa
....aru Proman dia.....Opojukto byobostha lowa hobo....Heijon Dekhodruhi oporot
সুন্দৰ লাগিছে ভিডিটো মোৰ চেনেলটোৰ তৰফৰ ধন্যবাদ থাকিল। আজি পৰা নতুন বন্ধু হলো দেই
Superb blog 👍
Nobin da book khn kot paam
book stall
বহুত নজনা কথা জানিব পাৰিছো আপোনাৰ জৰিয়তে। ছাৰ আপোনালৈ ফোন কৰিব পাৰিম নে?
What was the role of Aton bura Gohai about his daughter at that time?
নমস্কাৰ গ্রহণ কৰিব |
বুঢ়াগোহাঁই ডাঙৰীয়া , আপোনাৰ ফো'ন নম্বৰটো অনুগ্রহ কৰি দিব পাৰিবনেকি ?
8011612535
লাইথেপেনা বৰগোহাঁইৰ বংশৰ লোক যোৰহাট তিতাবৰৰ ৰজাবাহৰটো আছে নেকি ?
থাকিব পাৰে।
👍👏💐
Eneke kunuba narik Kune maribo pare bru.
VERY INFORMATIVE ONE, BUT JUST CONFUSED ABOUT FAKUA DOL, KINDLY CONFIRM THE REAL FACT
I will prepare a new video on your matter.
সমথ´ন কৰিলোঁ॥💚❤👌🙏🙏😍
Dada.. joymoti kuwari mrityu hua pisot ki hoisil hei bixoye kot janibo parim
Amar Manuhbure hoday Kio belegor bostu belegor bhaka bilak akuwali Loi? Eku Karon nuhuwake
Muro.. Haikh kora hil2 sau pahugar
Rudra singha r bhaik lesai bikhoi a ata video parile bonabo plz....