ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অপূৰ্ব
বৰেণ্য গীতিকবি গৰাকীৰ সুৰীয়া গীত সমূহ শুনি কোনোদিন হেঁপাহ নপলায়। হৃদয় আলোড়িত কৰে তেখেতৰ গীতৰ সুৱদি সুৰে। মোৰ অন্যতম প্রিয় শিল্পী গৰাকীৰ সুমধুৰ কন্ঠৰে সুৰীয়া গীত সদায়ে ভাল লাগে। এই সমূহ গীত আমাৰ ঐতিহ্যময় সুৰীয়া সংগীতৰ ভঁৰালটিৰ সুবৰ্ণ সম্পদ স্বৰূপ...। মন ভৰি উঠিল গীতটি শুনি।💐💐💐
মন শাত পেলোবা এই গীতবোর চিরসেউজীয়া।
All these type of songs has own calmness nature with purity of love of own land through perception which has strong stability in true thought of heart all these are ever lovely for Assamese people
সুন্দৰ collection.আগতে নুশুনা গান এটি শুনিলোঁ।ধন্যবাদ।
👏👏👏Pranam joniso ....maam....
Ane xundor xundor gaan bur aamar agot dangi dhorar babe dhynyabad ... Proborti aakou anekuwa gaan xunibo pam buli axa thakil..🙏🙏
দৰদী শিল্পী মধুস্মিতা ভট্টাচাৰ্য্যৰ কন্ঠত গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতটো শুনি আপ্লুত হলোঁ।
সুন্দৰ ❤️❤️👍👍
ভাল লাগিছে বা
সুন্দৰ
W̊h̊åt̊ å s̊ẘe̊e̊t̊ s̊o̊n̊g̊
Classic
Mooja
মোৰ অতি প্ৰিয় গীত ।গীতটো tract ত গাব পাৰিনে ।বাইদেউ জনাবছোন ।