আপুনি ৰাজীৱ শদিয়াক চিনি পাইছিলে নে? Zubeen Garg trolled not to recognize Rajib Sadiya ll Assam ll

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ม.ค. 2025

ความคิดเห็น • 607

  • @PranabHazarika-ev6mx
    @PranabHazarika-ev6mx 11 วันที่ผ่านมา +34

    বহুত ধন্যবাদ। আপুনি ১০০% স্পষ্টবাদী,১০০% সাহসী। আপুনি ১০০% বিশুদ্ধভাৱে আৰু ১০০% নিঃস্বাৰ্থভাৱে কথাবোৰ কয়।

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา +2

      ধন্যবাদ দা, আশীৰ্বাদ কৰিব অসমিয়া ৰাইজক যাতে সদায় ভাল ভাল উপদেশ দি যাব পাৰো।

    • @Nabapallabbordoloi-ng3ez
      @Nabapallabbordoloi-ng3ez 11 วันที่ผ่านมา +1

      ময় চিনি নাপাওঁ right

    • @BhubanBoro-r6b
      @BhubanBoro-r6b 11 วันที่ผ่านมา

      Right 👍

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 11 วันที่ผ่านมา +26

    ২৫০০০ গান গোৱাৰ পিছত জুবিন দাক কোনে চিনি নাপাব !! বিহু আহিলে জুবিন দাৰ album ৰ প্রতিটো গান box ত বাজি থাকে..... যিকোনো ভক্তিমূলক অনুস্থানবোৰত নানান ধৰনৰ ভক্তিমূলক জুবিন দাৰ গান বাজি থাকে 😊 so ভূপেন হাজৰিকা দেৱ নোহোৱা হৈ যোৱাৰ পিছত অসমীয়া সাংস্কৃতিক জগতখন জুবিন দাৰ বাহিৰে কোনোবাই লৈ যাব পাৰিলে হেতেন নে ? পুৱাই পুৱাই ফুল তুলিবা ইত্যাদি অৰ্থ নোহোৱা গীতবোৰে অসমীয়া সাংস্কৃতিক জগতখন জীয়াই ৰাখিব পাৰিলে হৈ নেকি 😊
    গতিকে জুবিন গাৰ্গে অসমীয়া সংস্কৃতিক জগতখনত একো অৱদান নাই বুলি মহামুৰ্খ কেইটাই হে কয় ..... জনা বুজা মানুহবোৰে কেতিয়াও নকয় 😊

    • @deepjyotisarma3974
      @deepjyotisarma3974 10 วันที่ผ่านมา

      Apuni ondha bahktta zubeen garg r.... Vool xadai vool a apuni xaya sikar korib lagib

    • @deepjyotisarma3974
      @deepjyotisarma3974 10 วันที่ผ่านมา

      25 hajar gaan gaise bor dangar kam kara nai teo Tu xadai basi nathakr

  • @dibakarkalita1138
    @dibakarkalita1138 12 วันที่ผ่านมา +48

    "অসমৰ নিছিনা নিকৃষ্ট সাংবাদিকটা মই ক'তো দেখা নাই " - ভূপেন হাজৰিকা ।

    • @souravpaul2179
      @souravpaul2179 11 วันที่ผ่านมา

      Ketiya kole bhupen hazarika ye

    • @pareshdas900
      @pareshdas900 11 วันที่ผ่านมา

      অন্ধ হয় আপুনি সেই বাৱে গম নাপাই​@@souravpaul2179

    • @dibakarkalita1138
      @dibakarkalita1138 11 วันที่ผ่านมา

      @@souravpaul2179 jiyai thakute koisil

  • @Jubin_roy_zg_editz
    @Jubin_roy_zg_editz 11 วันที่ผ่านมา +8

    জুবিন দা মনত আহিলে কৈ দিয়ে কথা বোৰ খোলা মনৰ মানুহ ❤

  • @BhabeshRabha1
    @BhabeshRabha1 12 วันที่ผ่านมา +75

    মই মৃত্যু হোৱাৰ পিছত হে চিনি পাইছোঁ❤❤❤

  • @dhrubafilms5576
    @dhrubafilms5576 12 วันที่ผ่านมา +19

    Right dada. Joi Zubeen da ❤❤❤❤❤

  • @Abhi-eo3ru
    @Abhi-eo3ru 12 วันที่ผ่านมา +64

    Rajib Sadia mrityur pasot he teu k media bilake viral korise ... jibito abosthat nokoril kio..😢❤

    • @dekavideos6404
      @dekavideos6404 12 วันที่ผ่านมา +5

      Media burok toka lge trp lge so heibbe

    • @BirenRai-xr2xk
      @BirenRai-xr2xk 12 วันที่ผ่านมา +1

      BahutBhalKathakoiSe❤

    • @TANMOY-DEORI-OFFICIAL
      @TANMOY-DEORI-OFFICIAL 12 วันที่ผ่านมา +2

      Hoi tike koise paltu hoi news bur 😅😅

  • @anowara.begum23
    @anowara.begum23 12 วันที่ผ่านมา +7

    হয় দেই একেবাৰে ঠিক কথা কৈছে🎉🎉সুব সুন্দৰ 🎉🎉🎉 ভাল লাগিল 🙏🏻🙏🏻

  • @DharitriSonowal-t4t
    @DharitriSonowal-t4t 12 วันที่ผ่านมา +11

    যাদৱ পায়েং ❤

  • @ChandanDas-hf9tg
    @ChandanDas-hf9tg 12 วันที่ผ่านมา +17

    একদম সচাঁ কথা বোৰ ক'লে দাদা ❤!

  • @kumarajay3396
    @kumarajay3396 12 วันที่ผ่านมา +15

    একেবাৰে সচাঁ কথা কৈছে দাদা।
    আমাৰ অসমত popular হবলৈ আৰু LIC policy ত লাভবান হবলৈ মৰিব লাগিবই।
    অসমত মানুহজন মৰাৰ পাছতহে সকলোৱে চিনি পাই।
    80% মানুহে তেওঁ মৰাৰ পাছতহে চিনি পাইচে বা search কৰি চাইছে।
    তেখেত মৰাৰ পাছত যেনেকৈ news বজাই আছে বা তেখেতৰ জাতি প্ৰেমৰ গানবোৰ বজাই আছে, তেনেকৈ যদি জীয়াই থাকোঁতে কৰিলে হৈ তেওঁ বহুত শান্তি পালে হৈ।।।
    Social media তথা ৰাইজক অনুৰোধ কৰিছো যে কাৰোবাক সন্মান দিব লগা থাকিলে মৃত্যুৰ আগতে দিয়ক🙏🙏🙏

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      তেতিয়া কোনেও ৰাজীৱ শদিয়া পাত্তাই দিয়া নাছিল। Who is Rajib Sadiya বুলি কৈছিল।

  • @AkanNath-p7c
    @AkanNath-p7c 12 วันที่ผ่านมา +15

    Welcome জনাইছোঁ আপোনাক দাদা। from Goalpara

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      Thanks bro।

  • @lab9poiiuy
    @lab9poiiuy 12 วันที่ผ่านมา +10

    100percnt.Zubeen da❤❤❤❤❤

  • @dhanjitdasdhanjitdas8070
    @dhanjitdasdhanjitdas8070 12 วันที่ผ่านมา +5

    Ati hundor dada, I love Zubeen garg and rajib sadiya

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj 12 วันที่ผ่านมา +11

    অসমত শদিয়া উপাধিৰে কোনোবা গায়ক আছিল বুলি আগতে জনা বা শুনা নাছিলো । ভিডিঅ'টোৰ বাবে ধন্যবাদ।

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      ধন্যবাদ চোৱাৰ বাবে।

  • @northeastnewsky-919
    @northeastnewsky-919 12 วันที่ผ่านมา +4

    অতি সুন্দৰ গুৰুত্বপূৰ্ণ ভিডিঅ'। ❤❤❤❤❤

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      ধন্যবাদ

  • @Sameer2023-h3n
    @Sameer2023-h3n 12 วันที่ผ่านมา +16

    Zubeen da i nissartho bhabe kaam kori ase,, zubeen da r logot axomiya r morom ase.. Zubeen da apuni omor hoi rouk❤

    • @alokboro1651
      @alokboro1651 12 วันที่ผ่านมา +1

      @@Sameer2023-h3n mor morom nai zubeen dar babe

    • @Kaishabdas
      @Kaishabdas 12 วันที่ผ่านมา

      ​@@alokboro1651 apunar mrm nhleu hb diok😅

    • @Sameer2023-h3n
      @Sameer2023-h3n 12 วันที่ผ่านมา +3

      @alokboro1651 hat maari xui thak

    • @mrpllb6630
      @mrpllb6630 12 วันที่ผ่านมา +2

      Hui thak jaw 😂

    • @alokboro1651
      @alokboro1651 12 วันที่ผ่านมา +1

      @@Sameer2023-h3n toi zubeen bari suhibi jaa

  • @ranjandasvarious....7424
    @ranjandasvarious....7424 12 วันที่ผ่านมา +8

    আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লাগে নিৰপেক্ষ যে ❤

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา +1

      ধন্যবাদ দা।

  • @bhashyajyoti7894
    @bhashyajyoti7894 11 วันที่ผ่านมา +2

    জুবিন গাৰ্গে যদি চৰকাৰক গালি দিয়ে তেন্তে জুবিন বিৰাট ভাল , মহান ব্যক্তি ৷ জুবিন গাৰ্গে যদি একাংশৰ কথাত হয়ভৰ নিদিয়ে তেন্তে জুবিন বেয়া ন ৰাইজ ৷ ❤️জয় জুবিন দা ❤️

  • @Himangshukalita17
    @Himangshukalita17 12 วันที่ผ่านมา +5

    Apuni je iman dhuniakoi kotha bor explain korise, bohut val lagise❤❤

  • @projshdbdhsb
    @projshdbdhsb 12 วันที่ผ่านมา +4

    ককাইদেউ, আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। ধন্যবাদ

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      ধন্যবাদ।

  • @AshiniSonowal-vr7mt
    @AshiniSonowal-vr7mt 12 วันที่ผ่านมา +4

    Hosa kotha kose apuni❤ joi zubeen da❤

  • @AbhishekMili-w1b
    @AbhishekMili-w1b 9 วันที่ผ่านมา

    Dada,, আমিও ৰাজীৱ শদিয়াক আগতে চিনি পোৱা নাছিলোঁ। কিন্তু তেখেতে মৃত্যু হোৱাৰ পিছতে মই গম পাইছোঁ। এতিয়া আমিও বেয়া লাগিছে তেখেতে সেই পৃথিৱীৰ পৰা হেৰাই যোৱাৰ কাৰনে

  • @Timebindaas
    @Timebindaas 10 วันที่ผ่านมา

    ৰাজীৱ শদিয়া এজন শিল্পী বুলি 2025 ত গম পালোঁ । ইয়াৰ আগতে শুনাই নাছিলোঁ।নে দেখা নাছিলোঁ।। কিন্তু আমাৰ অসমৰে শিল্পী এই কথা শুনি বৰ দোষ লাগিছে। আৰু জুবিন দা সাংবাদিক আগত কৈছে যে মইও জাতি মাটিৰ গান গাইছোঁ বুলি। মই ভাবো সাংবাদিক প্ৰশ্ন কৰা ভুল আছিল। কিয়নো জুবিন দা চিদা ব্যক্তি। সাংবাদিকে কৈছে যে ৰাজীৱ শদিয়া জাতি মাটিৰ বাবে গান গাইছিল। সি কাৰণে জুবিন দা কলে মইও জাতি মাটিৰ বাবে গান গাইছোঁ । আমাৰ অসমৰ মানুহে ৯৯% নাজানিছিল যে ৰাজীৱ শদিয়া এজন শিল্পী বুলি।
    🙏🏼 কোনেও জাতে বেয়া নাপাই 🙏🏼

  • @RajeshPayeng-og7xq
    @RajeshPayeng-og7xq 11 วันที่ผ่านมา

    বহুত ধন্যবাদ দা।

  • @manoj-k5o
    @manoj-k5o 12 วันที่ผ่านมา +2

    Sundar video xosa kotha koise 100 % xosa bohot bhal video agbohale bohot bohot dhanyawad 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      Dhonyobad.

  • @PuharPanging-f9b
    @PuharPanging-f9b 12 วันที่ผ่านมา

    ৰাজীৱ দা মোৰ কলিজাৰ এফাল, মই আগৰ পৰাই তাইক ভালদৰে চিনি পাওঁ আৰু তাৰ গান শুনি থাকো,জয় আই অসম ❤

  • @mr_dhruba_1m
    @mr_dhruba_1m 10 วันที่ผ่านมา +3

    মই ৰাজীৱ শদিয়াক এতিয়াহে চিনি পাইছোঁ 😢 😢

    • @BikashGogoi-u1t
      @BikashGogoi-u1t 9 วันที่ผ่านมา

      Hosa kinto jubin dak botnam dile nohob

  • @rakashdas9087
    @rakashdas9087 12 วันที่ผ่านมา +6

    দাদা অসমৰ পৌৰসভাৰ চাফাই কৰ্মচাৰী হও আমি অসমৰ চহৰ সমুহ দিনে নিশাই চাফা ফৰি থাকো কিন্তু দূখৰ বিষয় আমি বছৰ বছৰ দৰমহা নাপাই পৰিয়াল সমুহ চলিব পৰা নাই চৰকাৰৰ পৰা পৰা একো সহাৰি নাই পাৰি লে এটা ভি ডি ও বনাব ভগবানে আপোনাক ভাল কৰিব

  • @prafulladas7224
    @prafulladas7224 11 วันที่ผ่านมา +2

    তাকেই মই বুজি নাপালোঁ যি সকলে বিতৰ্ক কৰি আছে তেওঁলোকে ইমান দিনে কি কৰি আছিল ৰাজীৱ শদিয়াক কিয় চৰ্চা নকৰিলে কাৰণ ভয় কৰিছিল তেখেতে যে সস্তীয়া গীত গোৱা নাছিল প্ৰায়ভাগ গীত প্ৰতিবাদী আছিল । জনতাৰ বাবে গীত গাইছিল এতিয়া সেইবোৰত লাগি থাকি লাভ নাই যদি ইমান ভাল পাইছিল তেখেতৰ গীত সমূহ সংগ্ৰহ কৰি নতুনকৈ বাণীবদ্ধ কৰিব লাগে। যিমান খিনি গীত শুনিলোঁ অৰ্থ আছে ।

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา +1

      @@prafulladas7224 এইটো আপুনি ভাল কথা কৈছে। ৰাজীৱ শদিয়াৰ গানবোৰ নতুনকৈ কোনোবায়ে বাণীবদ্ধ কৰিব লাগে।

    • @prafulladas7224
      @prafulladas7224 11 วันที่ผ่านมา

      @@YoYoAdviser বহুত গীত আমি কেতিয়াও চিন্তা কৰি উলিয়াব নোৱাৰা শব্দ ব্যৱহাৰ কৰিছে উচ্চ খাপৰ হয় গীতবোৰ।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 10 วันที่ผ่านมา

    সুন্দৰ উপস্থাপন।

  • @DebajitDas-nd3ox
    @DebajitDas-nd3ox 11 วันที่ผ่านมา

    Val lagil kothakhini ❤

  • @mulimbar
    @mulimbar 12 วันที่ผ่านมา +2

    Zubeen Garg ❤

  • @RahulBaro-p6k
    @RahulBaro-p6k 11 วันที่ผ่านมา

    Kotha khini ekdm a bhal lagil Dada ❤....jiyai thakute mnuh ajone pbo loga xukh ba xonman khini jodi npai khei munh jone jiyai thoka moja to ketyau npai...mori juar pisot sbb asarthok ❤

  • @Himangshukalita17
    @Himangshukalita17 12 วันที่ผ่านมา +2

    Val lagil dada❤❤❤❤❤

  • @pborah562
    @pborah562 12 วันที่ผ่านมา +1

    সুন্দৰ ❤

  • @harigogoi5454
    @harigogoi5454 11 วันที่ผ่านมา

    সুন্দৰ দাদা

  • @MinotiChetia
    @MinotiChetia 57 นาทีที่ผ่านมา

    Bohut val kotha koise .Zubeen tumar mongol houk

  • @bishalsarma5306
    @bishalsarma5306 12 วันที่ผ่านมา +3

    যাদৱ payeng ❤

  • @kishurdeka8579
    @kishurdeka8579 10 วันที่ผ่านมา

    Val lagel dada zubeen da xodai priyo 😊

  • @Nabochotubai
    @Nabochotubai 11 วันที่ผ่านมา

    Please দাদা আপুনি এই বোৰ অলপ video কৰি বনাই দিব যাতে আৰু এবাৰ ৰাজীৱ শদিয়া ৰ দা নিচিনা next নহয় চেষ্টা কৰা আৰু আগবাঢ়ি যোৱা 🙏♥️

  • @bhaskarborah4254
    @bhaskarborah4254 10 วันที่ผ่านมา

    ❤❤❤❤❤ thank you sir

  • @koushiksarania1193
    @koushiksarania1193 11 วันที่ผ่านมา

    Xosakoiii ekdom right kotha koise apuni,,, moii agi he xunisu namtu ,, zubeen daar kotha tu ako vul nhoiii ,,, Zubeen daa Axomor gowrb ,,, 😊❤

  • @MKD644
    @MKD644 11 วันที่ผ่านมา

    Zubeen da ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @dipabora8037
    @dipabora8037 9 วันที่ผ่านมา

    ১০০শতাংই সঁচা কথা। আমাৰ এটা কথা আছে জীয়াই থাকোঁতে গুৰুত্ব নিদি , মৰাৰ পাছত শ্ৰাদ্ধ আদিত মালভোগ কল দি লাভ নাই। জীয়াই থাকোঁতে গুৰুত্ব দিব লাগে মানুহ ক, তেওঁ আমাৰ যিয়েই ন্হওক কিয়।

  • @rakeshborah3467
    @rakeshborah3467 11 วันที่ผ่านมา +1

    Right dada ❤❤❤❤❤❤ jai zubeen da

  • @gandhidas7500
    @gandhidas7500 12 วันที่ผ่านมา

    Mur monor kotha bur kua karone vall lagil aapunak, aapuni bohut vall kotha koise, ❤❤

  • @SantonuSantonuGohain
    @SantonuSantonuGohain 10 วันที่ผ่านมา

    Anubhav Kora karone dhnyabad. Vhall lagil.dada .

  • @P.Kvologger
    @P.Kvologger 10 วันที่ผ่านมา

    only assam king zubeen daa ❤️

  • @gknmitdepartment5442
    @gknmitdepartment5442 10 วันที่ผ่านมา

    my love Zubeen da ❤❤❤❤
    my love from Tamil Nadu ❤❤

  • @laxmitwowheeler3586
    @laxmitwowheeler3586 11 วันที่ผ่านมา +1

    Moja video... I love Zubeen Garg

  • @robishort0
    @robishort0 12 วันที่ผ่านมา +2

    Right kotha de kintu❤❤❤

  • @PhulsonDoley-j9q
    @PhulsonDoley-j9q 12 วันที่ผ่านมา +3

    You are always speak the true dada.... ❤

  • @mondakinigogoi9661
    @mondakinigogoi9661 11 วันที่ผ่านมา

    Khub bhal lagil apunar kothakhini xuni.....ekebare hosa kotha koise

  • @tigerbarhai2454
    @tigerbarhai2454 12 วันที่ผ่านมา +2

    Apunar ai video tu sai hosake vl lagil❤❤❤
    bohut dinor murot

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา +1

      Thanks bro.

  • @gouravdas4589
    @gouravdas4589 12 วันที่ผ่านมา +3

    Dadar video sai moi bohut val pau, thanks Dada, apuni aru bhal bhal video di thakibo buli akha korisu, bohu polomkoi holeu apunak nobo borxor xubhesha disu aru Bhugali Bihur ulog jonalu

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      ধন্যবাদ দা। আপোনাকো ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।

  • @AnkurMahanta-gq7gc
    @AnkurMahanta-gq7gc 12 วันที่ผ่านมา +1

    আপোনাৰ কথাখিনিয়ে মোৰ মন ছুইগল ✅🥰

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา +1

      ধন্যবাদ।

  • @midumoran8051
    @midumoran8051 12 วันที่ผ่านมา +2

    ৰাজিপ দাই লিখা গান গাই কেনেকৈ চিনি নাপাব পাৰে ও আপুনি ভাল কথা কৈছে

  • @Kauchikassam3646
    @Kauchikassam3646 12 วันที่ผ่านมา +1

    Apunar suali joni dhunia ase ❤

  • @PrasantaRajbonshi-de3qk
    @PrasantaRajbonshi-de3qk 12 วันที่ผ่านมา +7

    দাদা মই আপোনাৰ সকলো ভিডিও চাওঁ বৰ ভাল লাগে আজি নিভিক সাহসী utube ৰ আছে যদি আপুনি

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      ধন্যবাদ দা।

  • @BorshaTungkhingya-rn6ly
    @BorshaTungkhingya-rn6ly 12 วันที่ผ่านมา +1

    হয়, সুন্দৰ উপস্থাপন কৰিলে দা দা।

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      ধন্যবাদ।

  • @AjitGogoi-q5u
    @AjitGogoi-q5u 10 วันที่ผ่านมา

    জুবিন গাৰ্গে ৰাজীৱ শদিয়াক চিনি নোপোৱাৰ কাৰণে আমি মুৰ ঘমোৱা নাই ৷ কিন্তু “ জাতিৰ কাৰণে মইওতু গান গাইছো ” এইটো কথাইহে আমাৰ মুৰ গৰম কৰি অন্তৰত আঘাত দিছে ৷ যিহেতু জবিনৰ নিচিনা এজন গায়ক ইমান পেটকুলী - অহংকাৰী হলে আনবোৰৰ কি হব ? আমি জানো জুবিন এটা সুবিধাবাদী ৰজাঘৰীয়া গায়ক ৷

  • @nixachor2726
    @nixachor2726 12 วันที่ผ่านมา +1

    scroll kori thakote video tu palu.vhal lagil video tu apunar kotha khini

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา +2

      Dhonyabad. Aru bohut bhal bhal video ase channel tut sabo.

  • @Kabyagunja
    @Kabyagunja 12 วันที่ผ่านมา +1

    আপুনি ভাল কথা কৈছে।কাম নাইকিয়া লোক সকলেহে আনৰ সমালোচনা কৰে।আনক সমালোচনা কৰা আগতে নিজকে চাবলাগে।।

  • @bhabeshdeka6206
    @bhabeshdeka6206 12 วันที่ผ่านมา +8

    আচলতে দাদা আমাৰ সাংবাদিক বিলাক বহুত অসভ্য, স্বাৰ্থপৰ সেইকাৰণে ভূপেন হাজৰিকা দেৱে কৈছিল অসমৰ নিচিনা নিকৃষ্ট সাংবাদিক বেলেক কতো নাই।।

    • @manoj-k5o
      @manoj-k5o 12 วันที่ผ่านมา +2

      Xosa kotha koise

  • @MrTaicheng
    @MrTaicheng 10 วันที่ผ่านมา

    TH-cam ত আমি কি বিচাৰো?
    গণ শিল্পীৰ গীত বিলাক কিমানজনে শুনি ভাল পায়?
    ভূপেনদা, মহেন্দ্ৰদা, ৰাজীৱদা এই সকল গণ শিল্পীৰ গীত শুনি ভাল পাবলৈ নিজ দেশ মাতৃ, জাতি, ভাষা প্ৰতি মৰম থাকিব লাগিব।
    ৰাজীৱদাক মই ২০১৫ চনৰ পৰা চিনি পাওঁ, আমাৰ ওচৰত বিহু সন্মিলনত আহিছিল।

  • @NilamDas-iy3cy
    @NilamDas-iy3cy 12 วันที่ผ่านมา +7

    Tumi ki rajib sodiar manhuhor prodcust kora,, dada please ❤❤love from pathsala

  • @chuklabt8114
    @chuklabt8114 11 วันที่ผ่านมา +1

    Joi Ai Axom ❤
    Jai Shri Ram ❤

  • @DeepDeka-mj5bz
    @DeepDeka-mj5bz 10 วันที่ผ่านมา

    Zubeen dar ako vul ni joy Zubeen da Love you ❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @Luhitpegu-ik6ki
    @Luhitpegu-ik6ki 10 วันที่ผ่านมา +1

    Really ❤

  • @RinkiKumari-j8b
    @RinkiKumari-j8b 11 วันที่ผ่านมา

    Good❤bahut val lagel aapunar ktha bur huni 👍

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 11 วันที่ผ่านมา

    মই কিন্ত শুনিছো আপুনি যিমানকেইজন ব্যক্তিৰ নাম শুধিছে।।।আপুনি তেনেকে শুধিলে নহব।।।বজাৰৰ মাজত নাইবা অন্য সমাগম অঞ্চলত গৈ সুধিব লাগিছিল কিমানজনে জানে কিমানজনে নাজানে তেতিয়া গম পাব।অৱশ্যে বহুতেই ভাল ব্যক্তিক চিনি নাপায় সেইটো সচা।মিচা নকও আমিও হয়টো চিনি নাপালোহেতেন কিন্ত আমি যিহেতু এ.ডি.আৰ.ই পৰীক্ষা দিয়া বাবে সেইবোৰ পঢ়িব পাও সেইদৰে চিনি পাও নাইবা তেওলোকৰ বিষয়ে পঢ়িব পাইছো।।জুবিনৰ যে দোষ আছে সেইটো আপুনিও স্পষ্ট দিব ভয় খাইছে কিজানি জুবিনৰ অন্ধভক্তবোৰে আপোনাকো ধুই দিয়ে বুলি নাইবা চাবচক্ৰাইবাৰ কমি যায় বুলি।।।আপুনিও ইয়াৰ ফায়দা লৈছে।কথাটো হয়নে নহয় ৰিপ্লাই পাম বুলি আশা কৰিলোঁ।

  • @dipduttathakuria8147
    @dipduttathakuria8147 12 วันที่ผ่านมา +2

    👍👍👍 Very good

  • @mokiturrahman3468
    @mokiturrahman3468 12 วันที่ผ่านมา +3

    First view dada
    Apunar sob video saw ... bohut bohut motivat how apunar video sai

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      Thanks bro, sai thakibo।

  • @Dstdoley
    @Dstdoley 12 วันที่ผ่านมา +1

    100/ right দাদা❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @KRavi-cw3sn
    @KRavi-cw3sn 12 วันที่ผ่านมา +6

    sorry moiu sini pua nasilu rajib sodiak

  • @coversongsmazikmaniadipank9952
    @coversongsmazikmaniadipank9952 11 วันที่ผ่านมา +1

    Ekdam right kotha kole Dada, 100% sambaad madhyamorei bhul. Moiyu teuk mrityur pisothe sini paisu.

  • @atikurthoga9059
    @atikurthoga9059 11 วันที่ผ่านมา +1

    Dada apunar kotha bor xuni val lage karn apuni ji koi xokolo xosa kotha a koi ❤

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา

      Thanks bro

  • @GitimoniGogoi-n4h
    @GitimoniGogoi-n4h 12 วันที่ผ่านมา +1

    Right.love from naharkatiya ❤❤❤

  • @terimeri3487
    @terimeri3487 11 วันที่ผ่านมา

    শিল্পী এজনে শিল্পী এজনক চিনি নোপোৱাটো দূৰ্ভাগ্যজনক😢
    ৰাইজে চিনি নোপোৱাটো সাধাৰণ কথা

  • @RamenDas-on9zx
    @RamenDas-on9zx 4 วันที่ผ่านมา

    Xosa khota joy zubeen da❤❤❤

  • @RinkiKumari-j8b
    @RinkiKumari-j8b 11 วันที่ผ่านมา

    Good👍👍hosah ktha koi say

  • @DulalPatar-p5f
    @DulalPatar-p5f 12 วันที่ผ่านมา +3

    Val lagil dada video Tu sai

  • @DilipDas-ed9bf
    @DilipDas-ed9bf 11 วันที่ผ่านมา

    Moja dise dada love you zubeen da

  • @ManiramKoch
    @ManiramKoch 12 วันที่ผ่านมา +2

    Very good👍 dada❤

  • @DASARATH-f7t
    @DASARATH-f7t 12 วันที่ผ่านมา

    Nice ❤❤

  • @NitulHazarika-d1j
    @NitulHazarika-d1j 11 วันที่ผ่านมา

    Moja dise de dada kotha keta

  • @jitugogoi6098
    @jitugogoi6098 12 วันที่ผ่านมา +1

    Apuni thike koise ❤

  • @NiyarDas-xh6jx
    @NiyarDas-xh6jx 12 วันที่ผ่านมา +4

    Zubeen da 😘😘😘😘

  • @Jintu-j6q
    @Jintu-j6q 12 วันที่ผ่านมา +4

    ভাই মোক ক্ষমা কৰি দীবি অজানিতে কিছুমান অন্ধ ভক্ত ইউটিউবাৰৰ প্ৰেমত পৰি টোৰ দৰে এজন সঁচা কথা কোৱা মানুহক গালি পাৰিলো এতিয়া বুজিলো মোৰ দৰে বহুতে বুজি পাব টোক লাগি থাক, কেতিয়াও কিন্তু বিক্ৰী নাজাবি দেই আজিৰ পৰা টোক ভালকৈ ফলোঁ কৰিম❤❤

    • @YoYoAdviser
      @YoYoAdviser  11 วันที่ผ่านมา +1

      একো নাই দিয়ক। আপোনাৰ দৰে বহুতেই মোক বেয়া পাইছিলে কথাবোৰ পোনপটীয়াকৈ কোৱাৰ বাবে কিন্তু এতিয়া সকলোৱে লাহে লাহে বুজি আছে কোন সঁচা কোন মিছা। ধন্যবাদ আপুনি দেৰিকৈ হলেও বুজি পালে যে। আচলতে মই ৰাইজৰ কাৰণে video বনাও, নিজৰ লাভৰ কাৰণে নৱনাও। আৰু বহুত study কৰি, research কৰি হে video বোৰ বনাওঁ যাতে সঁচা টো ৰাইজে বুজি পায়।
      বেলেগৰ দৰে হঠাৎ যি তি বনাই নিদিওঁ। আৰু বহুত কষ্ট হয়....কেতিয়াবা গোটেই ৰাতি টোপনি নামাৰাকে edit কৰোঁ। এই video টোৱে মই গোটেই ৰাতি টোপনি নামাৰাকে বনাইছোঁ। হব পাৰে ১০ মিনিটৰ Video কিন্তু dialogue কওঁতে আধা ঘন্টা বা এক ঘন্টা লাগে, তাৰ পৰা কাটি কাটি হে মেইন কথা খিনি ৰখা হয়।আজি আপোনাক মনৰ কঠা খুলি কলো।
      কেতিয়াবা মোৰো ভুল হয় কাৰণ মইও এজন মানুহ। ভুল দেখিলে সোধৰাই দিব। Instagram ত inbox কৰিব।

    • @Jintu-j6q
      @Jintu-j6q 11 วันที่ผ่านมา

      @YoYoAdviser ধন্যবাদ

  • @SandibRoy
    @SandibRoy 12 วันที่ผ่านมา +1

    Right kotha vai

  • @MrTanmay-x
    @MrTanmay-x 12 วันที่ผ่านมา +14

    জুবিন দা সদাই জুই 🔥🔥🔥।।।

  • @jagatgogoi3281
    @jagatgogoi3281 11 วันที่ผ่านมา

    ভাল কথা ক'লে, কিন্তু জুবিন দাই ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱাটো সহজভাৱে ল'ব নোৱাৰিলো।

  • @JuriGohain-o6r
    @JuriGohain-o6r 11 วันที่ผ่านมา

    Right apunar kotha hodai Right 😒

  • @RashiBegum-g1v
    @RashiBegum-g1v 12 วันที่ผ่านมา +1

    দাদা মজা কথাতু সত্য 😢

  • @MainiRajbongshi
    @MainiRajbongshi 11 วันที่ผ่านมา

    100% hosha kotha koise apuni ,moiu sininapu ,mora pasot eman sinaki dise jiyai thakute dibo lagisil ,jatitu karone Jan dibo para manuh jonk ketiyabai shinaki dib lagisil ,jubeen dai sininapau buli kole jeniba eman bitrk hob lagene , zubeen dai sininapabo pare ,kiman dinote ata gan gaisil ,pahori gl sage,atiya to zubeen dai kima kamkori ase bibhino Kam tekhetor hatt , zubeen dai khotha jiye nokok kiy bitrk korb nalage ,zubeen da antor khon shapha ,manuhor porti bhut morm ,dhukhiya manuhok dan kore hohai kore , zubeen Dak gali pora kisumane 10tka ata dukhiya manuhok hohai korib Parisene baru ,joy zubeen da apuni bor val kotha bur akon man kheli meli hoi Jay aru ,amrar hokluwe xiya aamotu zubeen da ,❤️❤️❤️

  • @RameshRabha-tp9ly
    @RameshRabha-tp9ly 12 วันที่ผ่านมา

    Bohut bhal lagil

  • @n.musiccompany9670
    @n.musiccompany9670 12 วันที่ผ่านมา +1

    সঁচা কথা কৈছে দাদা, এই বাৰ "অসম ৰত্ন" পোৱা ব্যক্তি চাৰি জনৰ ভিতৰত দুজনৰ কথা জানো তাকো আকৌ অলপ সলপ হে মাথন

  • @ZubeenGrag
    @ZubeenGrag 12 วันที่ผ่านมา +4

    Zubeen da ❤❤❤❤

  • @PonkajG
    @PonkajG 11 วันที่ผ่านมา +1

    Right ❤❤❤❤❤