Rameshwar Pathak & Dhananda Pathak Hits | Kamrupiya Lokgeet Hit Song - Jukebox | Bhakti Songs

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ธ.ค. 2024

ความคิดเห็น • 11

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 4 หลายเดือนก่อน +13

    আপোনালোকৰ নিৰ্ভীক লোক গীত পৰিৱেশনে আমাৰ কলা কৃষ্টিৰ বিকাশত এক সুকীয়া বৈশিষ্ট্য সোনালী ৰেখা জাতীক উপহাৰ দি স্পষ্ট ভাষাৰে আমাক চহকী ভাষাৰ জ্ঞান দি গ'ল বৃহৎ অসমীয়া জাতিয়ে সদায়ে আপোনালোকৰ মনত ৰাখিব লাগিব ।। প্ৰণাম গ্ৰহণ কৰিব।। ওম শান্তি ওম শান্তি।।❤❤

  • @PrbinChutia
    @PrbinChutia 3 วันที่ผ่านมา

    পূৰ্ব জন্মৰ মহা পূণ্যৰ সুবাদতে পৰম পিতা পৰমেশ্বৰে লোক শিল্পীদ্বয়ক ইমান সুন্দৰ ভাৱে, ভক্তি ভাৱে তেৰাৰ শ্ৰীচৰণত ভক্তি অৰ্পণ কৰিবলৈ শক্তি যোগাইছে।পৰম কৰুণাময় শ্ৰীহৰিৰ কৃপা আৰু কৰুণা নহলে ইমান খিনি কেতিয়াও সম্ভৱ নহয়। ধন্যবাদ। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ।

  • @tikendraborah2901
    @tikendraborah2901 หลายเดือนก่อน +3

    Kamrupi Lokagit & Tukari git are fine religious geet. Pathak's soul may rest in peace.

  • @UmeshDas-j3g
    @UmeshDas-j3g 2 หลายเดือนก่อน +3

    মোৰ অতি প্ৰিয় তথা শ্ৰদ্ধাৰ শিল্পী

  • @gitanjalipathak1375
    @gitanjalipathak1375 หลายเดือนก่อน

    অতি সুন্দৰ পৰিবেশন 🙏

  • @binudbharali4286
    @binudbharali4286 2 หลายเดือนก่อน

    😊😊😊

  • @khiraprasadsarmah955
    @khiraprasadsarmah955 3 หลายเดือนก่อน +1

    Bhal Lagil. Krishna Prabhu

  • @Rezaulrjvlogs
    @Rezaulrjvlogs 4 หลายเดือนก่อน

    Nice song

  • @LanyRevy
    @LanyRevy 4 หลายเดือนก่อน +3

    Old is gold

  • @PrasantaKrDas-ts4bu
    @PrasantaKrDas-ts4bu 9 วันที่ผ่านมา

    Youtub t upload kora gorakiloi kun baru

  • @NipuNath-r4x
    @NipuNath-r4x 13 วันที่ผ่านมา

    Nice ❤❤❤song