মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ |part 3

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ก.ย. 2024
  • ছেমি কণ্ডাক্টৰৰ যুগত পৃথিৱী
    অসম এতিয়া আবদ্ধ ছুমি কণ্ডাক্টৰৰ যুগত
    আগবেলা ছুমি কাণ্ডৰ বিৰোধীৰ যৌথ সংবাদমেল
    নিশালৈ ছুমি কাণ্ডৰ কাৰণে অসম চৰকাৰৰ কেবিনেট
    ধন্য অসম, ধন্য অসমবাসী, ধন্য অসম চৰকাৰ
    কোনেও নাজানে বিনিয়োগৰ ধন ক’ত আছে?
    সকলো ব্যস্ত ছুমিক নিশা কেইটা মহে কামুৰিলে
    সংবাদজগত, বিৰোধী, চৰকাৰ ব্যস্ত ছুমি কাণ্ডকলৈ
    অসমৰ মূল ইছ্যু ছুমি বৰাৰ কাৰাজীৱন
    সকলোৰে বিজুলী বিল কমি গ’ল, স্মাৰ্ট মিটাৰ শুদ্ধ হৈ গ’ল !
    মাজুলীৰ বিক্রী হোৱা মাটি ঘূৰাই দিয়া হ’ল !
    বজাৰত সকলো বস্তুৰ দাম হোৰাহোৰে কমি গ’ল !
    গুৱাহাটীত গাঁতত নোসোমোৱাকৈ গাড়ী চলাব পৰা হ’ল !
    সোণাপুৰৰ কচুতলীত শান্তি ঘূৰি আহিল !
    আচল কাৰোবাৰ, কিন্তু পকেট গৰম হ’ল !
    মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ |part 3 #PratidinTimeLIVE

ความคิดเห็น • 4