O MURE JAAN || RAKESH REEYAN || GANESH GOGOI || MEGHALI BOROKHA || PRANOY DUTTA

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • #O_MURE_JAAN is an assamese romantic song with a very romantic video story of a newly married couple featuring RAKESH REEYAN & KAJOL SHARMA.
    VIDEO CREDITS:
    Video Direction- Rintu Choudhury
    Asst.- Prince Rahman
    Cinematography- Parag Jyoti Das
    MakeUp- Jaan Saikia
    Cast- Rakesh Reeyan, Kajol Sharma & Pratiksha Choudhury
    Editor- Manas Kashyap
    AUDIO CREDITS:
    Vocals- Rakesh Reeyan & Meghali Borokha
    Lyrics/Tune- Ganesh Gogoi
    Music/Mix & Master- Pranoy Dutta
    Flute- Nabajit Saikia
    Backing Vocals- Pranoy Dutta
    Watch my latest song MOROMERE SUWANA
    • MOROMERE SUWANA || RAK...
    Listen to O MURE JAAN:
    *JioSaavn: www.saavn.com/...
    *Gaana: gaana.com/albu...
    *Wynk Music: wynk.in/u/ZdC6...
    *Spotify: spoti.fi/3mViDoG
    *Amazon Prime Music: amzn.to/3mRracb
    *Apple Music: apple.co/3ct0JEF
    follow RAKESH REEYAN:
    instagram- / rakesh_reeyan_
    facebook page- / rakeshreeyanmusical
    DISCLAIMER: Don't make cover videos of this song without permission or don't upload illegally.
    #RakeshReeyan #AssameseRomanticSong2020

ความคิดเห็น • 10K

  • @rakeshreeyan
    @rakeshreeyan  4 ปีที่แล้ว +8605

    মৰম আৰু শ্ৰদ্ধাৰে গীতটি আগবঢ়ালো। ভাল পালে SHARE কৰি আমাক উৎসাহ জগাব বুলি আশা থাকিল।
    LUV U ALL😍😘

    • @bonzobibek3863
      @bonzobibek3863 4 ปีที่แล้ว +171

      Mjh broo..

    • @pujachetiachetia3719
      @pujachetiachetia3719 4 ปีที่แล้ว +85

      Bht val lagise gaan2

    • @adityakachari9220
      @adityakachari9220 4 ปีที่แล้ว +104

      Love you ৰাকেশ দা ।।।।।। আগবাঢ়ি যোৱা কাকপথাৰ নাম উজ্বলাই তোলা🥰🥰🥰🥰🥰❤️❤️❤️🙂।।।।।

    • @jayedkayshp9606
      @jayedkayshp9606 4 ปีที่แล้ว +33

      Bhut dhuniya lagise Rakesh da

    • @pradiphatibrouah2111
      @pradiphatibrouah2111 4 ปีที่แล้ว +25

      Khob VL lagisa dada ...👍👍👍🎻🎻🎼🎼❤️❤️❤️❤️

  • @ilovetravelandfoodNextlevel
    @ilovetravelandfoodNextlevel 4 ปีที่แล้ว +2939

    Ultimate 😭😭

    • @nitupobonsenchowa3319
      @nitupobonsenchowa3319 4 ปีที่แล้ว +25

      Next level 🤟🤘

    • @1টকীয়াজীৱন
      @1টকীয়াজীৱন 4 ปีที่แล้ว +28

      Next level songs

    • @1টকীয়াজীৱন
      @1টকীয়াজীৱন 4 ปีที่แล้ว +18

      th-cam.com/video/RMD1ymNTPTM/w-d-xo.html
      ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
      ৰাকেশ দাদাৰ এইটো গানত
      নতুন status th-cam.com/video/RMD1ymNTPTM/w-d-xo.html

    • @gouravsahavlogs8542
      @gouravsahavlogs8542 4 ปีที่แล้ว +20

      Next label

    • @g.hazarika8914
      @g.hazarika8914 4 ปีที่แล้ว +14

      Ultimate ন

  • @gayatreeduttakakoty8125
    @gayatreeduttakakoty8125 4 ปีที่แล้ว +406

    অতি সুন্দৰ।। সুখী হবলৈ বেছি বস্তুৰ প্ৰয়োজন নাই,এজন মৰমিয়াল আৰু সৎ জীৱন সংগী এ যথেষ্ট।।

  • @thejomoniman6149
    @thejomoniman6149 ปีที่แล้ว +47

    সকলোৱে যদি নিজৰ ভাল পোৱা জনক জীৱণসজ্ঞী হিচাপে পালে হয়।পৃথিৱীখন কিমান ধুনীয়া হ'ল হয়।😢❤️

  • @dibakarvlog3058
    @dibakarvlog3058 4 ปีที่แล้ว +175

    উফ্.…... হৃদয় চুই গৈছে হাজাৰ বাৰ শুনিলেও আমনি নালাগে thank you so much rakesh daa ইমান ধুনীয়া গীত এটা উপহাৰ দিয়া বাবে

    • @1টকীয়াজীৱন
      @1টকীয়াজীৱন 4 ปีที่แล้ว +3

      th-cam.com/video/RMD1ymNTPTM/w-d-xo.html
      ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
      ৰাকেশ দাদাৰ এইটো গানত
      নতুন status th-cam.com/video/RMD1ymNTPTM/w-d-xo.html

    • @dibyajyotigogoi6423
      @dibyajyotigogoi6423 3 ปีที่แล้ว +2

      Hii

    • @dibyajyotigogoi6423
      @dibyajyotigogoi6423 3 ปีที่แล้ว +1

      Hii

    • @dibyajyotigogoi6423
      @dibyajyotigogoi6423 3 ปีที่แล้ว +1

      Hii 💖💖💖

  • @pranjitporakhmusical1400
    @pranjitporakhmusical1400 4 ปีที่แล้ว +61

    😍😍 নকৈছো আৰু ইমান ধুনীয়া গীত হৃদয় চুই গৈছে ❤️❤️ আৰু কাৰ কাৰ ভাল লাগিছে লাইক কৰি যোৱা ।

  • @nabanurahned8197
    @nabanurahned8197 4 ปีที่แล้ว +193

    মধ্যবিত্ত পৰিয়ালৰ দৃশ্য এটা গানটোত সম্পূৰ্ণভাৱে প্ৰকাশ পাইছে ৷ ভাল লাগিল গানটো ❤️

  • @jesminabegum6581
    @jesminabegum6581 2 ปีที่แล้ว +78

    মোৰ সপোন আছিলে এনেকুৱা মানুহ মোৰ জীৱনত আহক , মোৰ মানুহজন এনেকুৱা ❤❤❤,তোমালে মৰম আকাশৰ সমান, তোমালে মৰম সাগৰৰ সমান ,আশা কৰোঁ গানটোৰ নিচিনা মোৰ গোটেই জীৱন হওক।

  • @debanandabharali9490
    @debanandabharali9490 4 ปีที่แล้ว +171

    অ মোৰে জান,
    তাতে আপুনি গাইছে এইটো গান।
    সকলোৰে জীৱনত থাকে এজনী জান,
    আৰু ভাল নালাগিব নে এইটো গান।।
    সুন্দৰ ককাইদেউ ৰাকেশ ৰিয়ান।।

    • @girinborbhuyan7342
      @girinborbhuyan7342 4 ปีที่แล้ว +5

      Wao Cmmnt❤

    • @1টকীয়াজীৱন
      @1টকীয়াজীৱন 4 ปีที่แล้ว +3

      th-cam.com/video/RMD1ymNTPTM/w-d-xo.html
      ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
      ৰাকেশ দাদাৰ এইটো গানত
      নতুন status th-cam.com/video/RMD1ymNTPTM/w-d-xo.html

    • @bkadventures66
      @bkadventures66 4 ปีที่แล้ว +2

      🙄 oti xundor

    • @debanandabharali9490
      @debanandabharali9490 4 ปีที่แล้ว

      @@girinborbhuyan7342 ধন্যবাদ

    • @debanandabharali9490
      @debanandabharali9490 4 ปีที่แล้ว +1

      @@bkadventures66 ধন্যবাদ

  • @Lakhya_Prajil
    @Lakhya_Prajil 4 ปีที่แล้ว +34

    উফফ ককাইদেউ 🔥🔥🔥
    শব্দবোৰ❤️
    কি দিলে অ' এইটো, চাই চাই হেঁপাহ নপলাব এতিয়া, কিমান চাম এতিয়া ঠিক নাই।
    ❣️শুভকামনা❣️

  • @DIPSHIE25
    @DIPSHIE25 4 ปีที่แล้ว +84

    ইমান ধুনীয়াকৈ কেনেকৈ বনাইছে? উফ্!
    মৰম-অভিমানবোৰে কন্দুৱাই দিলে অ😰❤️
    Video হ’লে এনেকুৱা হ’ব লাগে!👌❤️
    বহুত দিনৰ মূৰত এটা val video sabole palu😘
    একদম বাস্তৱিক লাগিলে video2.❤️

  • @GreenAssamNews24
    @GreenAssamNews24 7 หลายเดือนก่อน +43

    Meghali baa krone ETA like 👍 ❤❤❤❤lv from Lakhimpur

  • @helen9850
    @helen9850 4 ปีที่แล้ว +75

    জীৱনত এনেকুৱা ব্যক্তি আৰু সৰু পৃথিৱী এটা থাকিলে আৰু নো কি লাগে, এই সুখ কোনো যশ বা ধনে কেতিয়াও দিব নোৱাৰে।
    গানটো আৰু ভিদীওটো বহুত ভাল লাগিছে।

  • @tezpuriyavlogs3920
    @tezpuriyavlogs3920 4 ปีที่แล้ว +42

    গান টো ইমান মৰম লগা কৈ গাইছে নহয় ৰাকেশ দা মনটোক চুই গল আৰু video টো ইমান মৰম লগা কই সজোৱা হৈছে ন চুকৰ পানি নিগৰি পৰিব যেন খচা love you ৰাকেশ দা ❤️❤️❤️❤️❤️ 👍👍👍👍👍👍

  • @lavitabarman5170
    @lavitabarman5170 4 ปีที่แล้ว +21

    Kajal bar ovinoi... waoo ...Mind blowing , amazing , expression to koboi nlge ekdm mojja...ru Rakesh dar lgt duioke dhunia k milise... Rakesh dai gaan r lgt e ovinoi o hundor vabe kre...Overall both are awsm ... cute couple lgise..Middle class family r ata hudor protisobi dekha pua goise video tut jituwe sokolore ontort thai loise., soru sura khut khat , oviman everything is perfect ...Gaan tu hunile hridoy sporso kre👌👌👌👌

  • @cryptowithdipu5657
    @cryptowithdipu5657 ปีที่แล้ว +67

    I am from odisha but i can't understand this language but i can feel every word ♥️

    • @maynal__xyz
      @maynal__xyz 10 หลายเดือนก่อน +4

      Love from Assam ❤❤

  • @rajibgohain3074
    @rajibgohain3074 4 ปีที่แล้ว +61

    ৱাহ কি মৰম ঐ ♥♥
    মই বিয়া পাতিলে কিমান যে মৰম কৰিম ভাৱি এ নাপাওঁ অ 😍😍😍😘😘
    সুন্দৰ 👌👍

    • @raginidevi1986
      @raginidevi1986 4 ปีที่แล้ว +2

      Apnr mnr vab bhut dhuniya vl lgil jani.. Apunjnk xdai moromere he bandhi raxib pari.

    • @rajibgohain3074
      @rajibgohain3074 4 ปีที่แล้ว +2

      প্ৰথমে আপোনাক অশেষ ধন্যবাদ!
      উম সচাকৈয়ে মৰমেৰে সকলো বুলি ভাবো মই 😍

    • @raginidevi1986
      @raginidevi1986 4 ปีที่แล้ว +1

      @@rajibgohain3074 Hoi.. jot morom ase tat ador xonman aru bissaxu ase. Morom senehr majthe jibn.

    • @rajibgohain3074
      @rajibgohain3074 4 ปีที่แล้ว

      হয় 👍 মৰমৰ অবিহনে সকলো মিছা

    • @tapanhazarika4660
      @tapanhazarika4660 4 ปีที่แล้ว +1

      Apunar anubhav jani buhut vl lagil.

  • @aerodynamicstatus5344
    @aerodynamicstatus5344 3 ปีที่แล้ว +427

    এবাৰ দুবাৰ দিনটোত বিছ বাৰ মান হুনু
    ইমান ভাল লাগে ৰাকেশ দাৰ কাৰণে এটা like

  • @লক্ষ্যজ্যোতিশইকীয়া

    ধুনীয়া লাগিল।।।।ৰাকেশ দাদাক জুনে ভাল পোৱা লাইক এটা কৰি যোৱা

  • @Kripal_Das
    @Kripal_Das 3 ปีที่แล้ว +10

    অন্তৰ চুই যোৱা এটি গীত উপহাৰ দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনালোঁ।

  • @jonkeybora8382
    @jonkeybora8382 4 ปีที่แล้ว +71

    কি কম ভাষা নাই । হৃদয়ত মানে চুই গৈছে । অ মোৰ জান 😭😭

  • @barshashivam220
    @barshashivam220 4 ปีที่แล้ว +61

    ৰাকেশ দাৰ প্রথমতো গান যিতো গানে মোৰ হৃদয় চুইছে।😍
    বাকী বাদ এনেকুৱা গানৰ কাহিনী দেখিলে বিয়াহে হব মন যায়।
    আয়ো কি মৰম।❤

    • @anirbanbhagawati3980
      @anirbanbhagawati3980 4 ปีที่แล้ว +1

      phn number tu dibosun contact korim 😂

    • @anirbanbhagawati3980
      @anirbanbhagawati3980 4 ปีที่แล้ว

      @@sangitabora829 apuniu dibo numbertu 😂

    • @debojaniraydebojaniray5785
      @debojaniraydebojaniray5785 4 ปีที่แล้ว +1

      bht vl lgl thnk u

    • @dhunmanideka2174
      @dhunmanideka2174 4 ปีที่แล้ว +2

      ✍✍ শিক্ষক :- ঐ ডেকা ,,,? কোৱাচোন
      টেনচন কি ,,,? উদাহৰণ সহকাৰে বুজাই
      দিয়া ।
      ,
      ডেকা :- চাৰ ,, ধৰি লওক আপুনি
      খানাপাৰাৰ পৰা নিজৰ ব্যক্তিগত
      গাড়ীৰে অকলশৰে পল্টন বজাৰ অভিমুখে
      গৈ আছে ,,,! এনেতে এগৰাকী গাভৰু
      ছোৱালীয়ে আপোনাক সংকেত দি
      গাড়ী ৰখাই লিফ্ট বিচাৰিলে ।
      মানৱতাৰ খাতিৰত আপুনি তাইক
      গাড়ীত উঠাই ল'লে ।
      ,
      কিন্তু আপুনি এবিচি পোৱাৰ লগে লগে
      ছোৱালী জনীয়ে অজ্ঞান হৈ পৰিল
      ,,,!
      আহি গ'ল টেনচন । আকৌ মানৱতাৰ
      ফালে লক্ষ্য ৰাখি আপুনি সেই
      ছোৱালী জনীক ভঙাগড়ৰ মেডিকেল
      কলেজত লৈ গ'ল । চিকিৎসকে পৰীক্ষা
      কৰি বাহিৰত ওলাই আহি আপোনাৰ
      হাতত হাত মিলাই অভিনন্দন জনালে ,,,
      মোবাৰক হো । আপুনি দেউতা হ'বলৈ
      ওলাইছে । বাঢ়ি গ'ল টেনচন । আপুনি
      যদিও চিকিৎসকক ক'লে যে আপুনি তাইৰ
      গিৰিয়েক নহয় তথাপি চিকিৎসকে
      মিচিকিয়া হাঁহিৰে ক'লে - তেন্তে
      আপুনি চাগে নিশ্চয় ছোৱালীজনীৰ
      প্ৰেমিক হ'ব ।
      ,
      অলপ পিছত ছোৱালীজনী যেতিয়া
      সুস্থ হৈ উঠিল তেতিয়া ছোৱালী
      জনীয়ে আকৌ আপোনাক সাৱটি ধৰি
      চিঞৰি চিঞৰি ক'লে - তুমিয়েই মোৰ
      গৰ্ভত থকা অবৈধ সন্তানৰ বাপেক ।
      এতিয়া ক ,,,? তই মোক বিয়া কৰিবিনে
      নাই ,,,? হুৱা দুৱা লাগিল । বাঢ়ি গ'ল
      টেনচন ।
      ,
      কাষতে থকা আৰক্ষী চকীৰ পৰা পুলিচ
      আহিল । তদন্ত হিচাপে আপোনাৰ ডি
      এন এ টেষ্ট কৰি ধৰা পৰিল যে
      ছোৱালীজনীয়ে মিছা অভিযোগ
      দিছে । কাৰণ চিকিৎসকে পোৱা তথ্য
      অনুসৰি আপুনি জীৱনতো সন্তানৰ
      বাপেক হ'ব নোৱাৰে । আকৌ বাঢ়িল
      টেনচন ।
      ,
      এতিয়া আপোনাৰ সবাতোকৈ ডাঙৰ
      টেনচন কি জানে ,,,? সেয়া হ'ল -
      এতিয়া আপুনি ভাবিবলৈ ধৰিলে যে
      মই যদি জীবনতো সন্তানৰ বাপেক হ'ব
      নোৱাৰোঁ তেন্তে মোৰ ঘৰত থকা
      সন্তান দুটা আকৌ কাৰ ,,,??? শেষত
      আপোনাৰ হাৰ্ট এটাক ,,,
      ,
      শিক্ষক বেহুচ !!!
      *আমাৰ ভিডিঅ'বোৰ চাওক আৰু হাঁহি থাকক আৰু আনকো হাঁহি থাকিবলৈ ভিডিঅ'টো অলপ চেয়াৰ কৰি দিবি*
      👇👇👇👇👇
      th-cam.com/video/mWoxDHLLoYk/w-d-xo.html

    • @dhunmanideka2174
      @dhunmanideka2174 4 ปีที่แล้ว +1

      ✍✍ শিক্ষক :- ঐ ডেকা ,,,? কোৱাচোন
      টেনচন কি ,,,? উদাহৰণ সহকাৰে বুজাই
      দিয়া ।
      ,
      ডেকা :- চাৰ ,, ধৰি লওক আপুনি
      খানাপাৰাৰ পৰা নিজৰ ব্যক্তিগত
      গাড়ীৰে অকলশৰে পল্টন বজাৰ অভিমুখে
      গৈ আছে ,,,! এনেতে এগৰাকী গাভৰু
      ছোৱালীয়ে আপোনাক সংকেত দি
      গাড়ী ৰখাই লিফ্ট বিচাৰিলে ।
      মানৱতাৰ খাতিৰত আপুনি তাইক
      গাড়ীত উঠাই ল'লে ।
      ,
      কিন্তু আপুনি এবিচি পোৱাৰ লগে লগে
      ছোৱালী জনীয়ে অজ্ঞান হৈ পৰিল
      ,,,!
      আহি গ'ল টেনচন । আকৌ মানৱতাৰ
      ফালে লক্ষ্য ৰাখি আপুনি সেই
      ছোৱালী জনীক ভঙাগড়ৰ মেডিকেল
      কলেজত লৈ গ'ল । চিকিৎসকে পৰীক্ষা
      কৰি বাহিৰত ওলাই আহি আপোনাৰ
      হাতত হাত মিলাই অভিনন্দন জনালে ,,,
      মোবাৰক হো । আপুনি দেউতা হ'বলৈ
      ওলাইছে । বাঢ়ি গ'ল টেনচন । আপুনি
      যদিও চিকিৎসকক ক'লে যে আপুনি তাইৰ
      গিৰিয়েক নহয় তথাপি চিকিৎসকে
      মিচিকিয়া হাঁহিৰে ক'লে - তেন্তে
      আপুনি চাগে নিশ্চয় ছোৱালীজনীৰ
      প্ৰেমিক হ'ব ।
      ,
      অলপ পিছত ছোৱালীজনী যেতিয়া
      সুস্থ হৈ উঠিল তেতিয়া ছোৱালী
      জনীয়ে আকৌ আপোনাক সাৱটি ধৰি
      চিঞৰি চিঞৰি ক'লে - তুমিয়েই মোৰ
      গৰ্ভত থকা অবৈধ সন্তানৰ বাপেক ।
      এতিয়া ক ,,,? তই মোক বিয়া কৰিবিনে
      নাই ,,,? হুৱা দুৱা লাগিল । বাঢ়ি গ'ল
      টেনচন ।
      ,
      কাষতে থকা আৰক্ষী চকীৰ পৰা পুলিচ
      আহিল । তদন্ত হিচাপে আপোনাৰ ডি
      এন এ টেষ্ট কৰি ধৰা পৰিল যে
      ছোৱালীজনীয়ে মিছা অভিযোগ
      দিছে । কাৰণ চিকিৎসকে পোৱা তথ্য
      অনুসৰি আপুনি জীৱনতো সন্তানৰ
      বাপেক হ'ব নোৱাৰে । আকৌ বাঢ়িল
      টেনচন ।
      ,
      এতিয়া আপোনাৰ সবাতোকৈ ডাঙৰ
      টেনচন কি জানে ,,,? সেয়া হ'ল -
      এতিয়া আপুনি ভাবিবলৈ ধৰিলে যে
      মই যদি জীবনতো সন্তানৰ বাপেক হ'ব
      নোৱাৰোঁ তেন্তে মোৰ ঘৰত থকা
      সন্তান দুটা আকৌ কাৰ ,,,??? শেষত
      আপোনাৰ হাৰ্ট এটাক ,,,
      ,
      শিক্ষক বেহুচ !!!
      *আমাৰ ভিডিঅ'বোৰ চাওক আৰু হাঁহি থাকক আৰু আনকো হাঁহি থাকিবলৈ ভিডিঅ'টো অলপ চেয়াৰ কৰি দিবি*
      👇👇👇👇👇
      th-cam.com/video/mWoxDHLLoYk/w-d-xo.html

  • @niranjanphukan4034
    @niranjanphukan4034 4 ปีที่แล้ว +40

    সছাই বহুত ধুনীয়া হৈছে ♥️♥️
    ৰাকেশ দা (JNV)Love সাগৰৰ সমান। 😍😍😍🤟🤟👍👍

  • @ajaybawri5992
    @ajaybawri5992 3 ปีที่แล้ว +2

    Moja lagile video to

  • @RidewithAb28
    @RidewithAb28 4 ปีที่แล้ว +88

    Dislike kora bur pagol nki🙄
    Eman dhunia gaan tu.. buji napai eisobe...
    Love this song..❤❤❤

    • @badboybbgaming7990
      @badboybbgaming7990 4 ปีที่แล้ว +1

      Dislike kora Luk Assamese nahai sage

    • @debajeetdjkonwar1033
      @debajeetdjkonwar1033 4 ปีที่แล้ว +1

      Acting durbl...Gaan2 emn bea nhoi...by d wy Sankuraj da song...💓💓💓💓

    • @sonadekasonadeka2990
      @sonadekasonadeka2990 4 ปีที่แล้ว +1

      Absolutely right kotha kose June june dislike korise 😠😠😠 but I love this song 😘😘😘😘😘

    • @proshiftersumu7169
      @proshiftersumu7169 4 ปีที่แล้ว

      Lukor Choice r kotha kbola toi Kun Ab Wasim17? .... Mkl ne toi.. Sobora nijor Nijor choice thaka gom pao nai.. Tur ji khon bike vl nalaga hei khon bike mur vl lgibou para... Kiba kuwar agt vbi kbi..Direct pgl buli koi dixo ru kla

  • @user-ibankumarnath
    @user-ibankumarnath 4 ปีที่แล้ว +50

    Uff❤❤ৰোমান্টিক ❤❤সৈনিকৰ হৃদয় খন জুৰাই গৈছে_🥰🥰মই বহুত ৰোমান্টিক_❤❤অপেক্ষা কৰি আছোঁ, জীৱনলৈ এজনী অহালৈ_🥰❤❤🤗🤗

    • @bonitabarman5784
      @bonitabarman5784 4 ปีที่แล้ว +2

      Ahibo de

    • @B_BhaiVlogs2431
      @B_BhaiVlogs2431 4 ปีที่แล้ว +4

      Apnr jibonoloi ajoni jldi ahejen tare kamona krisu n tq so much apnlgke mathu amr babe njr fmly pra durat thki duty diya babe aji aami shurukkhit asu heihe apnk bhut bhut Dhanyabaad🙏.

    • @jungogoi5255
      @jungogoi5255 4 ปีที่แล้ว +1

      Ahibo diya3

  • @chitralekhasaikia3947
    @chitralekhasaikia3947 4 ปีที่แล้ว +105

    কি কম ভাষা নাই কবলে ৰাকেশ দা ইমান ধুনীয়া গান উপহাৰ দিছে আমাক সঁচাই মৰম লগা গানটো , অ মো ৰে জান ন কৰিবা অভিমান তুমালে মৰম সাগৰ ৰ সমান ,💓💓💓💓💓💓💓💕

    • @chayanikagogoi702
      @chayanikagogoi702 4 ปีที่แล้ว +4

      কি যে কম ইমান ধুনীয়া গান একো কব ভাষা নাই

    • @bhaswatideka9697
      @bhaswatideka9697 4 ปีที่แล้ว

      ❤️😘

  • @bintishdvrma8852
    @bintishdvrma8852 2 ปีที่แล้ว +91

    Lot's of love from Tripura to our Assamese brothers and sisters love ur song

  • @bastabborborah8552
    @bastabborborah8552 4 ปีที่แล้ว +57

    Kar val lagisa gantu ata like rakesh daa r babe😍

  • @manashikalita1554
    @manashikalita1554 4 ปีที่แล้ว +147

    O more jan kio kora oviman 😍moja rakesh daak kone kone val pai ata like kori jonabo👍👍👍👍🌺

    • @nikitadeka9677
      @nikitadeka9677 4 ปีที่แล้ว

      th-cam.com/video/l3KvzKFHlkUt/w-d-xo.htmlfhi

    • @bbbrosmusicofficial
      @bbbrosmusicofficial 4 ปีที่แล้ว

      Lots of love from twins, BB Bros 😍 😍 ❤️... ❤️ ❤️ ❤️ ❤️

    • @bhupalichoudhurymusical_2228
      @bhupalichoudhurymusical_2228 4 ปีที่แล้ว

      মোৰ গীত বোৰ চাব পাৰে যদি বিচাৰে দাদা 🙏

  • @kristinakalita8966
    @kristinakalita8966 4 ปีที่แล้ว +26

    *জুবিন দাৰ পিছতেই ৰাকেশ দাৰ কন্ঠটো প্রিয়*
    বৰ ভাল লাগিল ৰাকেশ দা💚এনেকুৱা ধুনীয়া গান বোৰ আমাক উপহাৰ দি থাকিব ❤️🌼

    • @localboys3787
      @localboys3787 4 ปีที่แล้ว +2

      Tomi muk subscribe kori dea moiu tomak subscribe back korim 100%.

  • @amritdhanwar6000
    @amritdhanwar6000 ปีที่แล้ว +13

    What n excellent composition n both the actors did commendable works....we feel so connected...it's so soothing.....❤❤❤

  • @kakalib366
    @kakalib366 4 ปีที่แล้ว +36

    ইমান দিনৰ অপেক্ষা আজি অন্ত পৰিল ... বহুত ধুনীয়া concept 😍 5:34 মিনিটত বহুত কিবাকিবি দেখাইছে যাৰ বাবে বহুত বেছিয়ে ভাল লাগিছে টকা -পইছাই মানুহৰ আচল সুখ নহয় লগতে কণ্ঠ ৰ কথাটো ক'বই নালাগে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤আপোনালোকৰ শুভাকাংক্ষী💕💕💕💕💕💕

    • @murshidaahmed165
      @murshidaahmed165 4 ปีที่แล้ว +1

      Kin2 ai2 kotha ma deuta hte buji napai kio

  • @princejaduofficial4489
    @princejaduofficial4489 4 ปีที่แล้ว +71

    ৰাকেশ দাৰ বাবে এটা হিট লাইক মাৰি দিয়া👇👇👇👇👇❤️❤️❤️❤️❤️💔💔💔💔💔💔💔🔥🔥🔥🔥🔥🔥🔥🔥🔥👇👇👇👇👇👇👇👇👇👇👇👇

  • @মেঘালী
    @মেঘালী 4 ปีที่แล้ว +31

    শব্দবোৰে হৃদয়ৰ একোণ চুই গ'ল।ৰাকেশ দা 👍🏻👍🏻👍🏻👌🏻👌🏻👌🏻👌🏻

    • @binathasug3780
      @binathasug3780 4 ปีที่แล้ว

      Hi ba ki khr apunar

    • @binathasug3780
      @binathasug3780 4 ปีที่แล้ว

      th-cam.com/video/1YsyN7RlUaQ/w-d-xo.html

  • @amemvlogs5457
    @amemvlogs5457 3 ปีที่แล้ว +17

    @Rakesh Reeyan❤
    Lyrics
    Music
    Everything is just perfect
    Really just awesome ❤

  • @alluringcorner
    @alluringcorner 4 ปีที่แล้ว +551

    Kar kar ai gantuye hridoi sui goise like kori jbo👍❤

  • @priyankagogoi2632
    @priyankagogoi2632 4 ปีที่แล้ว +20

    নুশুনাৰ আগত‌ লাইক কৰিছো আৰু লগালগ তিনি বাৰ চাইছো। হৃদয় চুই গ'ল ৰাকেশ দা। Love from Sadiya 😘😘😘

  • @বিতোপননাথ
    @বিতোপননাথ 4 ปีที่แล้ว +32

    গানতো আমাক উপহাৰ দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।সুন্দৰ গীত।

  • @mormjaan6464
    @mormjaan6464 2 ปีที่แล้ว +1

    Morom aru bhal pua 2tai lge . heartot lgise dei ❤️ ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @rajashreesenclave1846
    @rajashreesenclave1846 4 ปีที่แล้ว +84

    গীতটিৰ যোগেদি মানুহৰ জীৱনৰ আশা আকাংক্ষা সুন্দৰ ভাৱে প্ৰতিফলিত হৈছে।।

  • @nharry5313
    @nharry5313 4 ปีที่แล้ว +49

    I have been waiting for this song...since Rakesh da release the promo...finally full gaan huni bohut besi Val lagil...love from dhubri....guys Rakesh da r krone ata like Di jaok😊😊😊

  • @nituslife1810
    @nituslife1810 4 ปีที่แล้ว +50

    ❤️❤️❤️ গানটো শুনি বহুত ভাল লাগিল।❤️❤️❤️
    আৰু কাৰ কাৰ গানটো শুনি ভাল লাগিল like here👍👍👍👍

    • @localboys3787
      @localboys3787 4 ปีที่แล้ว +1

      Tomi muk subscribe kori dea moiu tomak subscribe back korim 100%.

    • @nituslife1810
      @nituslife1810 4 ปีที่แล้ว +1

      @@localboys3787 Sure tumi o kora Subscribe...

    • @samirboro7622
      @samirboro7622 4 ปีที่แล้ว +1

      Mr nijor life 2 Jen Anka hbo.. hnka jeñ lgise

  • @bubu123-t1o
    @bubu123-t1o 2 ปีที่แล้ว +1

    Bohut bhal lage oo😍😍😘

  • @alokeshbarman
    @alokeshbarman 4 ปีที่แล้ว +23

    Hit Like For Rakesh Da.....👍🏼🙂❤️
    ৰাকেশ দা হসাকে বহুত ভাল লাগিল video খন চাই ময় আগতে ভাবিছিলো এইবাৰো আপোনাৰ video খন আগৰ বিলাকত কৈ বহুত ভাল হব আৰু সচাকে এইবাৰৰ video টো বহুত ভাল হৈছে গান খন শুনিলে একদম মৰম লগীজয়। Love U Rakesh Da ❤️❤️👍🏼🙂

  • @rohitdutta4281
    @rohitdutta4281 4 ปีที่แล้ว +184

    ৰাতি পুয়া টোপনি পৰা উটি এবাৰ হলেও সুনো মোৰ কলিজাত চুই দিলে এই গানটো 🔥🔥🔥❤️❤️❤️

    • @abinashborah885
      @abinashborah885 4 ปีที่แล้ว +3

      Tysm🙂

    • @rumisarma9412
      @rumisarma9412 2 ปีที่แล้ว

      @@abinashborah885 hi

    • @Axomrihabh_-.
      @Axomrihabh_-. 2 ปีที่แล้ว

      @@rumisarma9412 Ooo hlo

    • @arungogoi9318
      @arungogoi9318 2 ปีที่แล้ว

      পুয়া নহয় ককাই ৰাতিপুৱা 😂

  • @pritidevi3358
    @pritidevi3358 3 ปีที่แล้ว +484

    মোৰ খং-অভিমান তুমিয়েই টো জান - এইশাৰীয়ে অন্তৰ চুই যায় ❣😌

    • @HG_GAMING_LIVE
      @HG_GAMING_LIVE 3 ปีที่แล้ว +5

      Ki kowa oo aiboor hobo Diya tendon nopobi

    • @i.m.___pranju___
      @i.m.___pranju___ 3 ปีที่แล้ว +9

      Hosakoy oo..mur soku Pani ulai jay aei haritu hunile..

    • @digantabharali1078
      @digantabharali1078 3 ปีที่แล้ว

      @@i.m.___pranju___ oi

    • @satywatidoley7863
      @satywatidoley7863 3 ปีที่แล้ว +1

      Hosakoi ei haritu hunile soku pani ulai jai

    • @Bankim00
      @Bankim00 3 ปีที่แล้ว

      @@HG_GAMING_LIVE to edr

  • @indianarmyrockneela6981
    @indianarmyrockneela6981 2 ปีที่แล้ว +29

    Iam from tamilnadu (kanyakumari district)My all time favorite song

  • @dharitri5263
    @dharitri5263 4 ปีที่แล้ว +18

    অকনমান কাহিনী এটা,কিন্তু ইমান সুন্দৰ বৰ্ণনা। মৰম লাগি গ'ল বহুত।
    Everything is perfect in this song .

  • @anjalirabha1568
    @anjalirabha1568 4 ปีที่แล้ว +405

    আপোন বুলিবলে
    মাথো তুমি এ
    ভয় লাগে জান ঐ
    গ'লে দূৰলে
    আশা ভৰষা
    জানা তুমি এ
    জীয়াই আছো জান ঐ
    মাথো তোমালে
    মোৰ খং অভিমান
    তুমিয়েই তো জান
    তোমাৰ মৰমবোৰ
    মোৰ স্বাভিমান
    দূৰ নকৰিবা অ মোৰে জান
    অ মোৰে জান .... 😍😍🤩🤩🥰🥰🥰🌼🌼🌼🌼🌼🌼❣❣❣❣❣❣❣♥♥♥❤❤❤❤💞💞💞💞💞💞💞

    • @rohitdutta4281
      @rohitdutta4281 4 ปีที่แล้ว +9

      গানৰ এই জা গাটো বহুত ভাল লাগে এক দম কলিজা ত চুই দিয়ে❤️❤️❤️❤️

    • @subhashrva9878
      @subhashrva9878 4 ปีที่แล้ว +8

      ওয়াও, সেইখিনিতেই বেছিকৈ বুকু চুই যায়,, 😘❤❤

    • @gdmixtures3546
      @gdmixtures3546 4 ปีที่แล้ว +5

      Muru ei line kitai hridoy sui gol❤❤❤❤

    • @merinabegum7969
      @merinabegum7969 4 ปีที่แล้ว +2

      Apun boli boli mathu Tumi

    • @sneha9063
      @sneha9063 4 ปีที่แล้ว +1

      Mojja 😘😘

  • @knightqueen4494
    @knightqueen4494 4 ปีที่แล้ว +70

    ইমান ধুনীয়া গান এটিত dislike কেনেকৈ দিব পাৰে 😕😕

  • @amritdhanwar6000
    @amritdhanwar6000 2 ปีที่แล้ว +14

    Very emotional and heart❤💕 touching song... Adding to that this video displays our rural life..... Congratulations

  • @mrislam99kviews.1hourago3
    @mrislam99kviews.1hourago3 4 ปีที่แล้ว +274

    কোনে নিবিছাৰে এনেকুৱা মৰম ভালপোৱা ! ভগৱানে দিলে নিজৰ জনিক ইয়াতকৈ বেছি মৰম, সন্মান কৰিম !!

    • @Shahanaj_world19
      @Shahanaj_world19 4 ปีที่แล้ว +7

      Vai tmr kotha khini montuk xnti dile.. Tmr nicina jdi xokoluye vbe kunu sualiye jibonot kndibo nalagibo. 😇🤗may god bless you bro. 😖

    • @mrislam99kviews.1hourago3
      @mrislam99kviews.1hourago3 4 ปีที่แล้ว +2

      @@Shahanaj_world19 Thank you dear sister

    • @Shahanaj_world19
      @Shahanaj_world19 4 ปีที่แล้ว +1

      @@mrislam99kviews.1hourago3 wlcm 🙂

    • @dikshitanath5850
      @dikshitanath5850 4 ปีที่แล้ว +5

      Hoi ne.. Dibo kio nidibo o..

    • @mrislam99kviews.1hourago3
      @mrislam99kviews.1hourago3 4 ปีที่แล้ว +2

      @@dikshitanath5850 হম,,,,পালে হৃদয় উজাৰী মৰম দিবলৈ মই সাজু আছো ! অকল মৰম নহয় সন্মানো কৰিম !!

  • @alimuliassam6405
    @alimuliassam6405 4 ปีที่แล้ว +121

    কলিজাত সাঁচ বহুৱাই গ'ল❤❤❤
    তোমালে মৰম আকাশৰ সমান❤❤

    • @padumnaydewri4908
      @padumnaydewri4908 3 ปีที่แล้ว +2

      ❤️❤️❤️❤️😊😊😊😊😊

    • @alimuliassam6405
      @alimuliassam6405 3 ปีที่แล้ว +1

      @@padumnaydewri4908 😍😍

  • @sweetyborah8098
    @sweetyborah8098 4 ปีที่แล้ว +28

    ❤️❤️""O mure Jaan..."" VERY NYC..❤️❤️ RAKESH DA really so sweet Song. Nd ur voice Awsm..❤️❤️...!!

  • @smitabaishya8122
    @smitabaishya8122 2 หลายเดือนก่อน +1

    Fvrt Song 💗 Masterpiece 💜🌸

  • @payelgogoi4958
    @payelgogoi4958 4 ปีที่แล้ว +18

    ""অ মোৰে জান"" গীত তোৰ লগত জড়িত সকলোলৈ শুভ কামনা থাকিল।♥️
    গীতটি সকলোৱে অকোৱালি লওক।♥️
    MOJA হৈছে গান টো RAKESH DA♥️🌼🌼

    • @1টকীয়াজীৱন
      @1টকীয়াজীৱন 4 ปีที่แล้ว

      th-cam.com/video/RMD1ymNTPTM/w-d-xo.html
      ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
      ৰাকেশ দাদাৰ এইটো গানত
      নতুন status th-cam.com/video/RMD1ymNTPTM/w-d-xo.html

  • @chirantanneog2421
    @chirantanneog2421 4 ปีที่แล้ว +25

    এটা সুন্দৰ গীত আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জনালো ৰাকেশ দা ।শুনিলে শুনি থাকিব মন যায় । মন পৰশা গীত........

    • @binathasug3780
      @binathasug3780 4 ปีที่แล้ว

      th-cam.com/video/1YsyN7RlUaQ/w-d-xo.html

    • @1টকীয়াজীৱন
      @1টকীয়াজীৱন 4 ปีที่แล้ว +1

      th-cam.com/video/RMD1ymNTPTM/w-d-xo.html
      ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
      ৰাকেশ দাদাৰ এইটো গানত
      নতুন status th-cam.com/video/RMD1ymNTPTM/w-d-xo.html

  • @shankhadeeproy8529
    @shankhadeeproy8529 3 ปีที่แล้ว +60

    খুব ভালো গান। মন ছুঁয়ে গেলো। একজন বাঙালি ভাই এর থেকে সকল Assamese ভাই বোন কে ভালোবাসা❤️❤️.......Bengali❤️Assamese

    • @pranjaldeka1527
      @pranjaldeka1527 7 หลายเดือนก่อน

      ধন্যবাদ ভাই তোমাৰ জন্য অসমীয়া ভাই ভনিৰ হৈ মৰম যাছিলো❤️❤️❤️

  • @tapanuzir5713
    @tapanuzir5713 6 หลายเดือนก่อน

    Bhut dhuniya song borokha ba

  • @banashreedutta6348
    @banashreedutta6348 4 ปีที่แล้ว +11

    উফ্ !! সাং সৰিক জীৱনৰ হৃদয় চুই জুৱা এটি সুন্দৰ গীত😍😍😍miss u jaan😍😍

    • @G_S_G980
      @G_S_G980 4 ปีที่แล้ว

      th-cam.com/video/pxfNFSrrB60/w-d-xo.html
      ....

  • @triptidutta2288
    @triptidutta2288 4 ปีที่แล้ว +224

    সকলোৰে ভালপোৱাৰ সংসাৰ বোৰ এনেদৰেই সুখৰ হওঁক তাকেই কামনা কৰিলো।❤️😇

  • @intrvrt5
    @intrvrt5 4 ปีที่แล้ว +228

    ৰাকেশ দা, বিহু গাবলৈ অসমীয়া বহুত গায়ক আছে❗ কিন্তু এনেধৰণৰ গান কৰাৰ ক্ষমতা সকলোৰে নাথাকে ❗ আপোনাৰ কণ্ঠ এনেধৰণৰ গীতবোৰৰ বাবে একেবাৰেই উপযুক্ত ❤️ আপোনাৰ পৰা ভবিষ্যতে এনেধৰণৰ গীত বহু আশা কৰোঁ ❗
    🔻যদি একমত , লাইক কৰা সকলোৱে❗

  • @hrrahman2939
    @hrrahman2939 3 ปีที่แล้ว +2

    Ay gantu bohut boht Val lage.. Thanks anekuwa gaan guwar karone..

  • @Assam24x7
    @Assam24x7 4 ปีที่แล้ว +17

    আপোন বুলিবলে মাথো তুমিয়েই😍😍
    ভয় লাগে জানৈ_ __
    গলে দূৰলে__
    আই ও ____ইমান মৰম লগা💕💕💕💕💕

  • @debojitthengakachari8390
    @debojitthengakachari8390 4 ปีที่แล้ว +36

    অ মোৰে জান নকৰিবা অভিমান... অপেক্ষা অন্ত ককাইদেউৰ বাবে এটা এটাকৈ লাইক

  • @aerodynamicstatus5344
    @aerodynamicstatus5344 3 ปีที่แล้ว +137

    আপুন বুলিবলে মাথো তুমি এ
    VOI লাগে জানৈ গ'লে দুৰলে
    ছুই গইছে♥️♥️♥️♥️♥️

  • @KanakPanika-n2g
    @KanakPanika-n2g 2 หลายเดือนก่อน +1

    🌺🌺👌👌🤗🤗 ধুনীয়া ❤❤

  • @anuradhadas9252
    @anuradhadas9252 4 ปีที่แล้ว +19

    Wahh... Meghali ba your voice bappreee..... Eman mitha.. God bless u ba

  • @pragatigogoi2740
    @pragatigogoi2740 4 ปีที่แล้ว +26

    Apun bulibole mathu tumiye.oh my god heart touching 😍😍😍😍

  • @gitasonar3818
    @gitasonar3818 4 ปีที่แล้ว +29

    সঁচাই মৰমৰ সংসাৰ খন ইমানেই সুন্দৰ সদায় যদি সকলো লোকেই সুখত থাকে❤️❤️❤️❤️

  • @RDXRakibAlex
    @RDXRakibAlex 3 หลายเดือนก่อน +1

    Duniya hoise ❤❤❤❤❤❤❤

  • @nayonjyotig3350
    @nayonjyotig3350 4 ปีที่แล้ว +2977

    কোনে কোনে ভাবিছা নিজৰ মনৰ মানহু জনক এনেকুৱাই মৰম দিম মৰম কৰি ৰাখিম বুলি এটা লাইক কৰি যাবা👍👍👍👍👍❤️❤️❤️❤️😘😘😘

    • @korishmadas2675
      @korishmadas2675 4 ปีที่แล้ว +18

      Nice

    • @mxaxom
      @mxaxom 4 ปีที่แล้ว +25

      😊😊😊 Tenakua xomoy oha nai ahile gom pamei

    • @buildtips3954
      @buildtips3954 4 ปีที่แล้ว +15

      Moiii😍😍

    • @bijayxarmaa3862
      @bijayxarmaa3862 4 ปีที่แล้ว +10

      @@mxaxom q1

    • @joydeka3369
      @joydeka3369 4 ปีที่แล้ว +22

      Moi o bohut morom dim...pagol Kori dim mur manuhjonik morom di ❤️❤️❤️

  • @niharikagogoi8906
    @niharikagogoi8906 4 ปีที่แล้ว +21

    গীতটিয়ে সচাকৈ মন চুই গ'ল,বৰ ভাল লাগিল ৰাকেশ দা আগুৱাই যোৱা সদায় ।

    • @G_S_G980
      @G_S_G980 4 ปีที่แล้ว

      th-cam.com/video/pxfNFSrrB60/w-d-xo.html
      .....

  • @singerkhalensonowal3310
    @singerkhalensonowal3310 4 ปีที่แล้ว +11

    অ মোৰে জান নকৰিবা অভিমান 😍
    বহুত ভাল লাগিল ৰাকেশ দা 😘😘♥️♥️

  • @rajdeeproy4460
    @rajdeeproy4460 ปีที่แล้ว +3

    Mujhe sirf ye sab 😘 gana traveling karne ke same sun ne main bohot acha lagta hai 😘😘😘

  • @krishnakalita4131
    @krishnakalita4131 4 ปีที่แล้ว +37

    ভালপোৱাবোৰ এনেকুৱায়ে হব লাগে,ভালপোৱাক বিবাহৰ নাম দি সুখে দুখে কাষত থাকি প্ৰতিটো পল হাতে হাত ধৰি আগুৱাই যাব লাগে🥀❤️
    এনেকুৱা নহয় যে পৰিস্থিতিৰ দোহাই দি আঁতৰি যাব,ওহোঁ এয়া কেতিয়াও হব নোৱাৰে...তেওঁক যেতিয়া ভালপাইছোঁ নিজৰ কৰি লব পাৰিম বুলি নিজৰ ওপৰত সম্পূৰ্ণ আত্মবিশ্বাস থাকিব লাগিব।
    বহুত ভাল লাগিল গানটিৰ সৈতে ভিডিঅ'টি☺️🥀❤️🌺

  • @monikagghatowar9824
    @monikagghatowar9824 4 ปีที่แล้ว +224

    মৰম ভালপোৱা হলে এনেকুৱা হব লাগে তেতিয়া হে জীৱনৰ আচল সুস বোৰ পোৱা জাই 👍👍👍👍👍👍❤️❤️ ❤️❤️

    • @1টকীয়াজীৱন
      @1টকীয়াজীৱন 4 ปีที่แล้ว +3

      th-cam.com/video/RMD1ymNTPTM/w-d-xo.html
      ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
      ৰাকেশ দাদাৰ এইটো গানত
      নতুন status th-cam.com/video/RMD1ymNTPTM/w-d-xo.html

    • @antonovgaming4860
      @antonovgaming4860 4 ปีที่แล้ว +1

      সূখ

    • @impoldas5036
      @impoldas5036 4 ปีที่แล้ว

      যায়

    • @ripuzg654
      @ripuzg654 4 ปีที่แล้ว

      Right

    • @bhaswatideka9697
      @bhaswatideka9697 4 ปีที่แล้ว +1

      😘😘❤️❤️❤️

  • @Bhaskarjyoti_Ray
    @Bhaskarjyoti_Ray 4 ปีที่แล้ว +24

    ৰাকেশ দা🔥🔥🔥🔥
    নবৌ ৰ বাবে like এটা 🙏❤️❤️❤️

    • @localboys3787
      @localboys3787 4 ปีที่แล้ว +1

      Tomi muk subscribe kori dea moiu tomak subscribe back korim 100%.

  • @sanjimasanjima7448
    @sanjimasanjima7448 ปีที่แล้ว +1

    Hosa koi gantu mon sui goise 😘😘

  • @bhupalichoudhurymusical_2228
    @bhupalichoudhurymusical_2228 4 ปีที่แล้ว +421

    *এই গীত টি কাৰ কাৰ লগত মিলিছে কৱকচোন?*
    *বা*
    _কোনে কোনে এনেকুৱা জীৱনৰ সপোন দেখিছে বাৰু?_
    ❤️❤️❤️

  • @Rajonahmed.
    @Rajonahmed. 3 ปีที่แล้ว +15

    What a voice bro🇧🇩❤️
    Jodi assam er Bhasha bujhte partam tahole sotti aro vlo kore gaan tar feel nite partam🥀❤️

  • @alakeshcreationofficial6089
    @alakeshcreationofficial6089 3 ปีที่แล้ว +293

    Rakesh dak june june val pua❤️like koriba❣️

  • @samarjyoti7308
    @samarjyoti7308 3 ปีที่แล้ว +19

    আচলতে কষ্ট কি সেইতো নহয় যদি দুই চকুৰ চিনাকি তেজৰ সম্পর্কলে পৰিনত হয় তেতিয়া তেওঁ অধিক কষ্টত সুখী আপোনজনক কাষত সাবতি ধৰি😔

  • @bhabanahazarika1748
    @bhabanahazarika1748 4 ปีที่แล้ว +25

    গানটো সঁচাকে শুনিলে শুনি থাকিব মন যোৱা ..ভিডিঅটো ভাল লাগিল চায় ..
    বহুত মৰম.

    • @1টকীয়াজীৱন
      @1টকীয়াজীৱন 4 ปีที่แล้ว

      th-cam.com/video/RMD1ymNTPTM/w-d-xo.html
      ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
      ৰাকেশ দাদাৰ এইটো গানত
      নতুন status th-cam.com/video/RMD1ymNTPTM/w-d-xo.html

  • @kapilsokujay6675
    @kapilsokujay6675 4 ปีที่แล้ว +288

    অ মোৰে জান । কাৰ কাৰ জান সব্দটো এই বৰষুণৰ বতৰ প্ৰিয় হৈ আছে

  • @haradhan60030
    @haradhan60030 3 ปีที่แล้ว +15

    হৃদয় চুই গল গানটোয়ে Just wow💖

  • @nipenswargiary4211
    @nipenswargiary4211 2 ปีที่แล้ว +43

    Fabulous song in the entire Assamese industry ...... I recently started listening your song ...it jst gives me relief .. and your voice is so soothing..... ❤️❤️ My god... Keep it up brother .....and female voice is also gooddddd 💖

  • @gitanjalikakati6930
    @gitanjalikakati6930 4 ปีที่แล้ว +82

    গীতটি লিখা জনলৈ শুভেচ্ছা থাকিল এনেদৰে ধুনীয়া গীত লিখি যাওঁক.....

    • @manashjyotigogoi6939
      @manashjyotigogoi6939 4 ปีที่แล้ว +1

      আপুনি মোৰ মনৰ কথা কৈ দিলে

  • @johnsonaboiofficial3968
    @johnsonaboiofficial3968 4 ปีที่แล้ว +37

    Hello to the team of O More Jaan. I m Manipuri. I dont know the language, Watching From Manipur... In Love with this Video.... Outstanding... Keep producing good MVA...

  • @Jimitalukdar453
    @Jimitalukdar453 3 ปีที่แล้ว +72

    💕সয়নে সপোনে তোমাকেই দেখো....উশাহে উশাহে তুমিয়েই বকুত 💕
    হৃদয় চুই যাই গানটোৱে 💘

  • @gopalnath7451
    @gopalnath7451 ปีที่แล้ว +10

    It's a moment where you don't understand the language and still listening the song , repeatdly. ❤️ From West Bengal.

  • @pranabchutia4008
    @pranabchutia4008 4 ปีที่แล้ว +24

    মোৰ প্ৰিয় গায়ক তুমি ৰাকেশ দা 😍 lv u xo much 😘 gd bless u

  • @anauproja3503
    @anauproja3503 3 ปีที่แล้ว +44

    এবাৰ নহয় দিনটোত কিমান শুনু হিচাপ নাই 💜🖤💚💗❤

  • @anjumonilahkardeka5088
    @anjumonilahkardeka5088 4 ปีที่แล้ว +13

    গীতটো সছাকে বহুত ৰোমেণ্টিক হয় ৰাকেশ দা ।আৰু আপোনাৰ গান বোৰ বহুত ভাল লাগে মোৰ। আগলৈ আমাক আৰু ধুনীয়া ধুনীয়া গান দিৱ বুলি আশা থাকিল❤️❤️❤️

  • @konthoujamnirjala
    @konthoujamnirjala 3 ปีที่แล้ว +17

    I can't understand Assamese language ..But I like assamese song very much .... main bhi thora thora Assamese language Sikh rahi hun .... ur voice is so amazing... ..❤💙❤

    • @adityasaikia1330
      @adityasaikia1330 2 ปีที่แล้ว

      Chanu ips ka song mujhe bht mast lgta he..ekai yunghis yenre... Lyrics 🤣

  • @ronrevior4317
    @ronrevior4317 3 ปีที่แล้ว +73

    I understand a little Assamese!! Loved this song❤️ from manipur

  • @binuddeka7799
    @binuddeka7799 4 ปีที่แล้ว +10

    ককাইদেউ তুমি জুই 🔥🔥
    হিট ♥️♥️♥️♥️♥️

  • @manasjyotideka2111
    @manasjyotideka2111 4 ปีที่แล้ว +13

    ইমান ধুনীয়া কৈ সাধাৰণ দিশেৰে বনাইছা video tu সঁচাই অকল মোৰ নহয় সকলোৰে মন চুই গৈছে💕

  • @mukutali924
    @mukutali924 6 วันที่ผ่านมา

    Val lagil khuni❤😊