নামেই সংসাৰ তৰে // Namei Hongkhar Tore // ন পুৰণি হৰিনাম সমাজ 🙏

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 มิ.ย. 2024

ความคิดเห็น • 13

  • @HomenCreations
    @HomenCreations 29 วันที่ผ่านมา

    Yoo jui😍❤️

  • @nishankuchetia9453
    @nishankuchetia9453 29 วันที่ผ่านมา

  • @menaka2006
    @menaka2006 29 วันที่ผ่านมา

    🔥❤️🔥

  • @dinkuborgohain1104
    @dinkuborgohain1104 21 วันที่ผ่านมา

    ❤❤

  • @manojdas8592
    @manojdas8592 27 วันที่ผ่านมา +1

    কণ্ঠ ধূনীয়া । কিন্তু গোৱাৰ আগত এবাৰ শব্দ বা ইংৰাজীততlyrics খিনি মনত ৰাখিব লাগে । অলপ চালেও বূজি অলপ মোবাইল চালেই শব্দবোৰ বোৰ ধৰিব পাৰিলে হেতেন ।

    • @allculturalheritage07
      @allculturalheritage07  26 วันที่ผ่านมา +1

      হয় দাদা গোৱা জনে lyrics টো ভুল কৰিছে আমি গম পোৱা নাছিলো । আপোনালোকে কোৱাত হে ধৰিব পাৰিছো । শুধৰাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ দাদা, আচলতে আমি এইবাৰ প্ৰথম ওলাইচো ভুল বোৰ এনেকৈ শুধৰাই দিব 🙏

    • @manojdas8592
      @manojdas8592 26 วันที่ผ่านมา

      @@allculturalheritage07 বহুত ধূনীয়া আমাৰ সংষ্কৃতি ধৰি ৰাখিবলৈ তোমালোকৰ চেষ্টা সচাই সলাগ লৈছো লগতে ভূল আঙুলিয়াই দিলে কিছুয়ে খং কৰে তোমালোকে তেনে নহয় ! তোমালোকে ধনাত্মক শাৰীৰে লৈছা ! তাৰ বাবে ধন্যবাদ । আগলৈও তোমালোকক এনেদৰে আমাৰ আপুৰুগীয়া সম্পদটি বজাই ৰাখিবলৈ নেদেখা জনে শক্তি প্ৰদান কৰক ।
      গুৱাহাটী লৈ আহিব পাৰিলে জনাবা
      তোমালোকৰ যোগাযোগ নম্বৰটি দিবা ।

    • @manojdas8592
      @manojdas8592 25 วันที่ผ่านมา +1

      @@allculturalheritage07 অসমীয়া সংষ্কৃতি আগবঢ়োৱাৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্ম প্ৰসক্ষণীয় । লগতে আপোনালোকৰ উত্তৰোত্তৰ কামনা কৰিলো ।

    • @manojdas8592
      @manojdas8592 25 วันที่ผ่านมา

      @@allculturalheritage07 মোৰ Comment টো ধনাত্মক শাৰীৰে গণ্য কৰাৰ বাবে ধন্যৱাদ ।
      আপোনালোকৰ যোগাযোগ নম্বৰ টি দিৱ ।
      গুৱাহাটীলৈ আমন্ত্ৰণ জনাম আপোনালোকক ।