Who told whom in the House as STUPID? What did Gaurav Gogoi ask from the Speaker? Watch

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • Who told whom in the House as STUPID? What did Gaurav Gogoi ask from the Speaker? Watch
    Watch the full clip to know more about this story.
    #pragnews #gauravgogoi #parliament #assam ##pragfocus #parliament #abhijitgangopadhyay #indianpolitics
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 108

  • @PhilosopherAssam
    @PhilosopherAssam หลายเดือนก่อน +10

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
    জয় আই অসম ❤️

  • @shamimahmedofficial5450
    @shamimahmedofficial5450 หลายเดือนก่อน +11

    Well done by Gaurav Gogoi. Very civilized person. 🙏

  • @Grbora94953
    @Grbora94953 หลายเดือนก่อน +42

    সুন্দৰ মন্তব্য অসমৰ গৌৰৱ গৌৰৱ গগৈৰ ।মুৰ্খৰ লগত মুৰ্খহৈ লাভ নাই।

  • @user-xo2ly7cu7t
    @user-xo2ly7cu7t หลายเดือนก่อน +10

    অসম গৌৰৱ। আপুনি আনৰ কথাত মাত নিদিব ।নিজৰ কাম কৰি যাওক

  • @MakhaniBuragohain
    @MakhaniBuragohain หลายเดือนก่อน +3

    আমাৰ সমাজৰ পৰা ইমান কষ্ট কৰি বাচনি কৰি পঠোৱা হয় সমাজৰ হকে মাত মাতি সমাজ খন উন্নতি পঠেৰে আগুৱাই নিয়াৰ আশাত,সদনৰ মজিয়াত তেখেত সকলৰ কথা বতৰা আৰু আচাৰ ব্যৱহাৰৰ পৰা এটা কথা উপলব্ধ হৈছে যে প্ৰথম তেখেত সকলক মানসিক পৰীক্ষা কৰি বাচনি কৰা ভাল হ'ব বুলি ধাৰণা কৰো। উঠি অহা ল'ৰা ছোৱালী য়ে এনে পৱিত্ৰ সদনৰ পৰা এনে বাক্য কামনা নকৰে।

  • @dipulchetry2100
    @dipulchetry2100 หลายเดือนก่อน +33

    Gourav Gogai Lion of parliament 🔥

    • @kumudbaruah2001
      @kumudbaruah2001 หลายเดือนก่อน +1

      Another lion enters into the parliament and immediately jump over the so called weak roaring lion and stops his roaring. 😂😂😂😂😂😂

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      kumud Baruah tahote khilonjiak Bamun Hotya mohapaap buli 1000 Basor murkha bonali. kintu tahote khilonjiak bahoot Boli disili. Samay thakutei Alien r pora manuh haboloi anukhilon kr, karan samay bor nisthur.

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Kumud Baruah mon t rakhibi kunu Musalmaan Christan Obc,St,Sc samajr satru nahoy, Musalmaan Chdistan a NEET,NET,IIT,IIM,U0SC, NTA, Collegium system kari Obc,St,Sc samajr sakori chur kora nai. Kebol tahot weat uressian bidekhi monubadi brahmonbadi, jatibadi jehadi bilake luti khaisa. khonjiar ataitkoi dangor satru kebol tahot sayambhu eswar bilak.

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      kumud Baruah mrityur pisat tahot sayambhu eswar Mondirar 100%resurvesion lua bilake loi lw tat Obc,St,Sc samajr kunu apatti nai, Mrityur pisat Obc,St,Sc k narok t pothai de tat ami kunu apatti nakoru. kintu ai jiban t amaak agadh Dhon/sampatti, mati/Bari somjai de jatey amaar lora/sualik Axomr bahirat Bharatr bahirat pohai Doctor,Enginear,Ips,Ias,Irs,Ifs,Judge,Chief justice, Vi Chencelar pod tadhisthit kariba paru. Ratipua 2 ta Ghanta Bajey 1 ta Mondirat aru aantu School t. Amaar lora/sualik ratipua school potham aru tahot monubadi,brahmonbadi, jatibadi jehadir lora suali bilakak Mondirat dukan khuliboloi pothabi. Tahotr paap over hol, prayasitta kariboloi khaju ha.

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      kumud Baruah khontrukhbadir din tenei takor. Tahote jiba/jantu boli diar upari khubidha pale manuh u Boli dia.

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 หลายเดือนก่อน +31

    এওক বংগত সকলোৱে চেৰা-বলিয়া বুলি কয়।

    • @kumudbaruah2001
      @kumudbaruah2001 หลายเดือนก่อน +2

      হয়নে? হবও পাৰে।

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 หลายเดือนก่อน

      ​@@kumudbaruah2001এও এতিয়াও উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈ থকা বুলি ভাবি আছে নেকি? কলিকতাৰ টিভি চেনেল বোৰ চালে গম পাব এওৰ বিষয়ে ৰাইজৰ ধাৰণা কি? এজন বিচাৰ পতিয়ে এটা সাম্প্ৰদায়িক দলত চাকৰি বাদ দি যোগদান কৰোতে এওৰ ওজন মাপ হৈ গৈছে। পিচলৈ বাটৰ কুকুৰেও বাট এৰি নিদিয়া অবস্থা হবগৈ।

  • @pompipatgiri
    @pompipatgiri หลายเดือนก่อน +16

    অসমৰ।।সাঙসদ।।সকলে।একোতা।কাম।।আদায়।নকৰি।।মোদীয়ে।নিদিয়াতোকেই। সমৰ্থনত।হাত।চাপৰি।মাৰি।ভাল।পাই।।। মুখ্য। মন্ত্ৰী য়ে।অসমৰ। বাবে।।ধাৰ।কৰি।কৰি।।ঘুৰি।ফুৰে।।তথাপি।। বিত্তমন্ত্ৰী ৰ।কাপোৰ।ধুৱ।নেৰে

  • @gautamnarayangoswami4812
    @gautamnarayangoswami4812 หลายเดือนก่อน +37

    Salute to Gaurab Gogoi.

  • @sanjaysubba9876
    @sanjaysubba9876 หลายเดือนก่อน +4

    GAURAV GOGOI IS SO LOGICAL...WE ARE PROUD OF GAURAV GOGOI SIR ❤

  • @user-iz4sr6co7r
    @user-iz4sr6co7r หลายเดือนก่อน +18

    আমাৰ অসমৰ ভৱিষ্যতৰ গৌৰৱ ❤❤

    • @pranjitnath3659
      @pranjitnath3659 หลายเดือนก่อน +1

      Balor gourav

    • @monu-kt9ui
      @monu-kt9ui หลายเดือนก่อน

      😂😂😂😂😂

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i หลายเดือนก่อน +6

    Congress🎉

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m หลายเดือนก่อน +6

    gourav gogoi zindabaad..

  • @dipakgogoi5084
    @dipakgogoi5084 หลายเดือนก่อน +51

    গৌৰৱ গগৈ অসমৰ ভৱিষ্যত।

    • @pranjitnath3659
      @pranjitnath3659 หลายเดือนก่อน

      Asom destroyed gogoi

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      ​@@pranjitnath3659আপুনি হিন্দু বাংলাদেশী নে
      কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়া। আপোনাৰ মাথাত কিমান ঘিঁ আছে মই জানো। কাৰণ মই যিমান লিখিছোঁ তাৰ উত্তৰ দিব পৰা ক্ষমতা নাই । আপুনি বাৰে বাৰে মই যি লিখিছোঁ বাৰে বাৰে ডিলিট কৰি দিয়ে। আজিকালি মাথাত আপোনাৰ নিচিনা কিছুমানে বিজেপি কৰি আছে।

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      ​@@pranjitnath3659 আপুনি নিশ্চিত ভাৱে অসমীয়া নহয়। হিন্দু বাংলাদেশী। কাৰণ আহোম বুৰঞ্জীৰ বিষয়ে নাজানে। আহোম জাতি যদিও বাহিৰৰ পৰা আহিছিল নিজৰ টাই ভাষা জনসাধাৰণৰ ওপৰত টাই জাপি নিদিলে । বৰঞ্চ অসমৰ মানুহে কৈ অহা ভাষাৰ সংমিশ্ৰণত অসমীয়া ভাষাৰ সৃষ্টি কৰিলে আহোম সকল উদাৰ কাৰণ তেওঁলোকে অসমলৈ আহোঁতে লগত ছোৱালী লৈ অহা নাছিল। গতিকে অসমত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠী ছোৱালী বিয়া পাতিছিল। আহোম জাতি সৃষ্টি হৈছিল। আহোমৰ তেজত ইয়াৰ বসতি কৰি থকা সকলো জাতি জনজাতিৰ তেজ আছে। গতিকে আহোম জাতিয়ে সকলো অসমত বসবাস কৰা জাতি জনজাতিৰ প্ৰতি মৰম আৰু সন্মান আছে। ঠিক তেনেদৰে আহোম জাতিকো সকলো জাতি জনজাতিযে মৰম আৰু সন্মান কৰে। আজি তৰুণ গগৈযযে ১৫ বছৰ শাসন কৰিলে । নিজকে এটুকুৰা মাটি বা ঘৰ এটা নাসাজিলে। ১৯৭২ চনতে সজোৱা ঘৰটোৰ বাদে একো নাই। এতিয়া গৌৰৱ গগৈ লৈ সেই ঘৰটোকে এৰি গৈছে তৰুণ গগৈয়ে। সেই ঘৰটিতে তৰুণ গগৈ পদ্মী ডলী গগৈ থাকে। তাকে নিৰীক্ষণ কৰিলেই গম পাব। হিমন্ত বিশ্বই কৰা নাই tv channel খোলিলে, বাগান কিনিলে, ৰিচত সাজিলে, ইন্টাৰনেছেলৰ স্কুল সাজিলে, হস্পিটেল খুলিলে, 27 ত কম্পেনী পৰিয়ালৰ নামত আছে........ আৰু কি কৰা নাই। এই পাঁচবছৰ চৰকাৰ চলাবলৈ পালে আদনী, আডমানি কৈ ডাঙৰ পুঁজিপতি হব। ঠিক তেনেদৰে অমৃত শ্বাহৰ পৰিয়াল এতিয়া পুঁজিপতিলৈ ৰূপান্তৰিত হল। কিন্তু ৰাহুল গান্ধীযে কি কৰিলে নিজৰ নামত এটুকুৰা মাটি নাই। নিজকে এটা ঘৰ নাই। কৰোঁ বুলি কলে যোৱা 70 বছৰত পৃথিবীৰ আটাইতকৈ চহকী পুঁজিপতি হল গৈ হলে। কংগ্ৰেছত এনে এজন নেতা নাই যি পুঁজিপতিলৈ ৰূপান্তৰিত হৈছে। তেনে নিদৰ্শন বিজেপি দলত হে আছে।

  • @sailenbaruah6065
    @sailenbaruah6065 หลายเดือนก่อน +9

    Time will say that who Stupid .............

  • @SatymevaJayate007
    @SatymevaJayate007 หลายเดือนก่อน +12

    Good Gogoi

  • @fidhargaming
    @fidhargaming หลายเดือนก่อน +19

    Salute Gogoi

  • @nayan.pushpavlog
    @nayan.pushpavlog หลายเดือนก่อน

    Right Answer Gourav Gogoi 🎉🎉🎉

  • @gobindastidar2082
    @gobindastidar2082 หลายเดือนก่อน +1

    গৌৰৱ গগৈ এগৰাকী জ্ঞানী, শালীণতাবোধ বুজা ব্যক্তি অৰ্থাৎ সাঙসদ্ । সেয়ে সদনৰ গৰিমা, পবিত্ৰতা ৰক্ষাৰ স্বাৰ্থত তেওঁ অধ্যক্ষক সোৱৰাই দিব লগা হ'ল । ভাল লাগিছে ।

  • @user-is5ic2ee9q
    @user-is5ic2ee9q หลายเดือนก่อน +7

    কুকুৰে কামোৰালে কুকুৰক কামোৰ দিব নালাগে।

    • @jyotiprasadsarma8257
      @jyotiprasadsarma8257 หลายเดือนก่อน

      হয়তো ককা আইতাৰ দিনত সত্য আছিল, বৰ্তমান একামোৰ দিলে ওলোটাই দুকামোৰ দিয়াৰ যুগ ।

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr หลายเดือนก่อน

    Salute gaurav Gogoi dhaguriya ahpuna🖐️

  • @alomhoque5176
    @alomhoque5176 หลายเดือนก่อน +11

    Gourab axom r gourab

    • @Real12976
      @Real12976 หลายเดือนก่อน +1

      Toi je axom or nhoi😂😂😂😂😂

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      ​@@Real12976আপোনাৰ দৰে কথা হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই এনেকৈ কয়।

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      ​@@Real12976আপোনালোকৰ নিচিনা ১৫০০ টকীয়া দুজন মান হে আছে যি উত্তৰ দিবলৈ মথাত মাল নাই। কেয়ল ডিলিহে কৰিব জনে।বাকী সকলোৱে বিজেপিক বিৰোধ কৰে।

  • @babatubhaskar6683
    @babatubhaskar6683 หลายเดือนก่อน +5

    Aru bjpt vut dibi bidurbhai hot

  • @rajibpegu5313
    @rajibpegu5313 หลายเดือนก่อน +3

    Ye neta ko sadan se bahar nikal dena saie

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go หลายเดือนก่อน +1

    ভদ্ৰ আৰু ভদ্ৰতা জনা মানুহে মুখত যি কোনো শব্দ নকয় যিটো শোভা নেপায়, সন্মানীয় সদনৰ মাজত যি মন্তব্য ৰাখে প্ৰতিনিধি সকলে ৰাইজে নিৰিক্ষন কৰে, বৰ্ত্তমান শিক্ষিত লোক আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰ সকলোৱে জানে, গৌৰৱ গগৈও কৱ পাৰিলে হয় ইমান কেঁচা নহয়,অশোভনীয় শব্দ নচলে তেওঁ জ্ঞাত, পশ্চিম বংগত আৰু ভদ্ৰ মানুহ নাই, সাৰদাৰ নায়ক সকলক ৰক্ষা কৰাৰ বাবে টিকট পাইছে,বা্,বা

  • @utpalgoswami1990
    @utpalgoswami1990 หลายเดือนก่อน

    বি জে পিতহে ইমান মূৰ্খ সাংসদ থাকিব পাৰে। বি জে পিৰ বেছি ভাগ বগৰা বা লোকে খেদি দিয়া লিদাৰহে । বৰ্তমানৰ বি জে পিৰ মালিক জনেয় মিছলিয়া আৰু তিৰুতাৰ খেদাখোৱা লোক নহয়নে ?

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k หลายเดือนก่อน

    Gourob gogoi isa lion in assam.

  • @rohanphukon5322
    @rohanphukon5322 หลายเดือนก่อน +1

    Great

  • @bakulboruah2026
    @bakulboruah2026 หลายเดือนก่อน +5

    গৌৰৱ গগৈ ২০২৬ ত অসমৰ মূখ‍্যমন্ত্ৰী।

    • @kumudbaruah2001
      @kumudbaruah2001 หลายเดือนก่อน +1

      ২০২৬ ত হয়নে? সপোনত হব পাৰে দিঠকত নহব। অসমৰ জনতাক পাপু সজাবলৈ যোৱাতোক কিবুলি কব। মূৰ্খামি বুলি কব নহয়নে? কথাবোৰ ভাবি চিন্তি। কব লাগে। তেহে ভাল লাগে। ২০৪৭ চনলৈকে বিজেপিৰ। তাৰ পিছত কি হব দেখা যাব। 😂😂😂😂😂😂

    • @Khadawangine
      @Khadawangine หลายเดือนก่อน

      Gaurav Gogoi is a shame. Has no knowledge, no studies. The way he disrupted the parliament at the order of his equally dumb master is shameful and thoroughly condemnable. His father was such a gentle man, but his son is simply spoiling the reputation of his late father. People are not realising that Rahul Gandhi is destroying the country, and supporting him blindly Gaurav Gogoi is doing a grave sin.

    • @debangahazarika4653
      @debangahazarika4653 หลายเดือนก่อน

      ​@@kumudbaruah2001 Kune dbo vote BJP k 2048 lke... Modi re last time ahil.. Assamar mnuh emn murkho nhi je 20-25 year ata partyk vote di thkbo

  • @julhaz3336
    @julhaz3336 หลายเดือนก่อน

    The Parliamentary Chairman, Om Birla is asked Mr. Gaurav Gogoi intellectually to repeat the unparliamentary words in the house and he wanted to do the foul to Mr. Gaurav Gogoi. Then it will be equal foul both of them. But Mr. Gaurav Gogoi is not saying the unparliamentary words repeatedly. Mr. Gaurav Gogoi is introduced a great personality in the house and good answered to the Chairman of house. Mr. Gaurav Gogoi is great.

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s หลายเดือนก่อน

    মুৰ্খটো বোলে ন্যায়াধিশো আছিল।ন্যায়ৰমুৰ্তি এয়াইনেকি?

  • @GssGarogaon
    @GssGarogaon หลายเดือนก่อน

    Gaurav's dignity vs Gango's arrogance.Nation needs to choose.which personality they want to represent them in the near future.

  • @user-gv9mc9vt7f
    @user-gv9mc9vt7f หลายเดือนก่อน +2

    What happen BJP MP
    Do not say you
    MP Gourav Gogoi
    The best MP in our Assam .the Parliament of Indian.

    • @Khadawangine
      @Khadawangine หลายเดือนก่อน

      Gaurav Gogoi is a shame. Has no knowledge, no studies. The way he disrupted the parliament at the order of his equally dumb master is shameful and thoroughly condemnable. His father was such a gentle man, but his son is simply spoiling the reputation of his late father. People are not realising that Rahul Gandhi is destroying the country, and supporting him blindly Gaurav Gogoi is doing a grave sin.

  • @rajivmacaire9011
    @rajivmacaire9011 หลายเดือนก่อน +2

    Music hunim ne news hunim

  • @PARVEZENTERPRISES
    @PARVEZENTERPRISES หลายเดือนก่อน +2

    Gourav Gogoi Zindabad

  • @binoddutta4714
    @binoddutta4714 หลายเดือนก่อน +1

    Fuly Failure Finance Minister.

  • @onlymedicine6748
    @onlymedicine6748 หลายเดือนก่อน +2

    Joy ho gogoi ❤❤

  • @mumtazali2453
    @mumtazali2453 25 วันที่ผ่านมา

    Stupid that very easy to utter without knowing the place,time and person what the easy formula to be highlighted.

  • @janmejoysaha4488
    @janmejoysaha4488 หลายเดือนก่อน +6

    Speaker BJP ka Agent hai...
    Om Birla same same

    • @Khadawangine
      @Khadawangine หลายเดือนก่อน

      Gaurav Gogoi is a shame. Has no knowledge, no studies. The way he disrupted the parliament at the order of his equally dumb master is shameful and thoroughly condemnable. His father was such a gentle man, but his son is simply spoiling the reputation of his late father. People are not realising that Rahul Gandhi is destroying the country, and supporting him blindly Gaurav Gogoi is doing a grave sin.

    • @ashishdas9636
      @ashishdas9636 หลายเดือนก่อน

      Everybody knows Om Birla is a BJP Ghulam and works on behest of BJP.

    • @bhaviks5213
      @bhaviks5213 หลายเดือนก่อน

      Om Birla ❌️ Bom Billa ✅️

    • @vandyavlogs
      @vandyavlogs หลายเดือนก่อน

      Hundred percent.

  • @SatyaNarayanDas-bt9ml
    @SatyaNarayanDas-bt9ml หลายเดือนก่อน

    সংসদত এনে ভাষা?

  • @technewsthatyoushouldlove8332
    @technewsthatyoushouldlove8332 หลายเดือนก่อน +2

    Gaurav Gogoi 👑

  • @user-of4yf2pu7w
    @user-of4yf2pu7w หลายเดือนก่อน

    Iyak aresh koribo lage

  • @user-sv3ir8fd2z
    @user-sv3ir8fd2z หลายเดือนก่อน

    Assam next c.m.

  • @mofijali4108
    @mofijali4108 หลายเดือนก่อน +5

    আমাৰ গৌৰব ক গালি নিদিব দে

    • @user-is5ic2ee9q
      @user-is5ic2ee9q หลายเดือนก่อน

      @@mofijali4108 Gaurav আমাৰ অসমৰ গৌৰৱ।

  • @JOHN_T123
    @JOHN_T123 หลายเดือนก่อน

    Gourav Gogoi ejon educated MP hoi tew murkhami ketiyow nokore tew kolei nohobo

  • @siraqram8388
    @siraqram8388 หลายเดือนก่อน +1

    Gaurav Gogoi The Lion....

  • @hafizurrahmank7799
    @hafizurrahmank7799 หลายเดือนก่อน

    Gourav gugui jindabad

  • @monuranjansaikia3085
    @monuranjansaikia3085 หลายเดือนก่อน +1

    Jour edin Pradhan montri hb 🎉🎉🎉gourb jindabad 🎉

  • @dipalichetia7944
    @dipalichetia7944 หลายเดือนก่อน

    Salut gouve gogoi

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru หลายเดือนก่อน

    MP Abhijit nonsense hopeless dull menlal

  • @user-ls9vc9hi8k
    @user-ls9vc9hi8k หลายเดือนก่อน +1

    Jhumla gorom hoise

  • @pahishorts569
    @pahishorts569 หลายเดือนก่อน

    O vodra sansod

  • @mohand9935
    @mohand9935 หลายเดือนก่อน

    নিজে চেৰা বলিয়া চুৱাচেলেকা

  • @bhadragogoi7257
    @bhadragogoi7257 หลายเดือนก่อน

    Oi kla music bandha kor

  • @pranjaldinhingia4431
    @pranjaldinhingia4431 หลายเดือนก่อน

    অসমত সৰ্বানন্দ সোণোৱালৰ দিনত বঙালৰ দপদপনি চলিছিল আকৌ এই বাৰ খুদ সদনৰ মজিয়াত বঙালৰ দপদপনি এইয়া কি?

  • @rameshpayang7871
    @rameshpayang7871 หลายเดือนก่อน

    Assam r pappu 😂😂😂, sukur Ali to

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v หลายเดือนก่อน

    He bloody nonchance

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 หลายเดือนก่อน

    Dzandabad.. Gohoik..

  • @pobontamuli4168
    @pobontamuli4168 หลายเดือนก่อน

    মুৰ্খ বুলি সছাকৈয়ে কৈছে নে ? Don't talk like a stupid ইয়াৰ অৰ্থ কি ?

    • @user-is5ic2ee9q
      @user-is5ic2ee9q หลายเดือนก่อน

      @@pobontamuli4168 বুৰ্বকৰ দৰে কথা নকব।

  • @rameshpayang7871
    @rameshpayang7871 หลายเดือนก่อน

    Bekup

  • @indiamylove4833
    @indiamylove4833 หลายเดือนก่อน

    Rss r pukar seleka judge
    BJP r sideot verdict di MP hoise
    Yar pora ki axa koribo pari

  • @mrinmoykalita3811
    @mrinmoykalita3811 หลายเดือนก่อน

    বিজেপিৰ ময়মতালি ২০২৬ ত অসমৰ ৰাইজে বিদায় দিব।।
    মামা তালি টোপোলা বান্ধি ৰেডি হ'বলৈ হ'ল।।

  • @kumudbaruah2001
    @kumudbaruah2001 หลายเดือนก่อน +1

    Stupid ক stupid বুলি নকৈ কি বুলি কব? অযুক্তি কৰ মন্তব্য ৰে অযুক্তি কৰ তৰ্ক বিতৰ্কই গৌৰৱ গগৈৰ গৌৰৱ লাহে লাহে ম্লান পৰিব। এই সকলো কৰ্ম কান্ড কেৱল এটা পৰিয়ালক তোষামোদৰ বাবেই কৰি থকা হৈছে।

    • @satyamevajayate1274
      @satyamevajayate1274 หลายเดือนก่อน +9

      আৰু আপোনাক কয় বিজেপিৰ চুৱা খোৱা দালাল। সকলো স্পষ্ট হৈ আছে এই বাজেট চকী বচোৱা বাজেট বুলি তাকেই কলে গৌৰৱ গগৈ বেয়া । অসমে বাজেটত ঘটিটো পালে দেখোন কিয় গাত নালাগে এনেকুৱা কথা? অন্ততঃ আপোনাৰ আৰু মোতকৈ বহুত বেছি জ্ঞান আছে বাবে আজি গৌৰৱ গগৈ তাত আছে আৰু কৰ পৰা গৈছে জানে নহয়। যোৰহাট । মই জনাত যোৰহাটৰ মানুহ ইমান বুৰ্বক নহয়।

    • @user-ij4yt6jk4i
      @user-ij4yt6jk4i หลายเดือนก่อน +2

      Toi hui thak😂

    • @nabajitdas4853
      @nabajitdas4853 หลายเดือนก่อน +1

      1500 tokia tenkoi a kbo ru

    • @Khadawangine
      @Khadawangine หลายเดือนก่อน

      Gaurav Gogoi is a shame. Has no knowledge, no studies. The way he disrupted the parliament at the order of his equally dumb master is shameful and thoroughly condemnable. His father was such a gentle man, but his son is simply spoiling the reputation of his late father. People are not realising that Rahul Gandhi is destroying the country, and supporting him blindly Gaurav Gogoi is doing a grave sin.

    • @namishakalita
      @namishakalita หลายเดือนก่อน

      Sobot comments di ase BJP main manuh Jen pao...​@@satyamevajayate1274

  • @Sksjhdebsbsgs
    @Sksjhdebsbsgs หลายเดือนก่อน +1

    Ovodro neta

  • @user-xr3ty3jr3r
    @user-xr3ty3jr3r หลายเดือนก่อน +1

    Gourav gogoi zindabad.