অৱশেষত মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ বাধ্য হ’ল এন বীৰেন সিং...

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.พ. 2025
  • অৱশেষত মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ বাধ্য হ’ল এন বীৰেন সিং। আজিৰে পৰা আৰম্ভ হ’বলগীয়া আছিল বিধানসভা অধিৱেশন। এই অধিৱেশনতে উত্থাপন হোৱাৰ কথা আছিল অনাস্থা প্ৰস্তাৱ। কিন্তু অনাস্থা প্ৰস্তাৱৰ পূর্বে পদত্যাগ কৰিলে এন বীৰেন সিঙে। এন বীৰেন সিঙৰ পদত্যাগৰ পিছতে সৰৱ কংগ্ৰেছ। ৰাজ্যখনত নতুন নেতাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ বাবে চলিছে আলোচনা। যদিহে সর্বসন্মত সিদ্ধান্তত কেন্দ্ৰীয় নেতৃত্ব উপনীত নহয়, তেন্তে মণিপুৰত হ’ব পাৰে ৰাষ্ট্ৰপতিৰ শাসন।
    #PratidinTime #Manipur #NBirenSingh

ความคิดเห็น •