“অমিত শ্বাহক বহুত টকা দি বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ।”

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.พ. 2025
  • 📌“অমিত শ্বাহক বহুত টকা দি বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ।”
    📌“২০২৬ত বিজেপিৰ চৰকাৰ হলেও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ।”
    📌“বিশ্বগুৰুৰ দেশৰ মানুহক আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে হাতে-ভৰিয়ে বান্ধি পেলাই থৈ গ’লহি ।”
    📌বহু বিস্ফোৰক মন্তব্য প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীৰ ।
    Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com...

ความคิดเห็น • 50

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 13 ชั่วโมงที่ผ่านมา +14

    এতিয়া EVM থকা লৈকে বিজেপি পৰাস্ত নহয় শেষ ভৰষা EVM

    • @ManoranjanPegu-ss3dh
      @ManoranjanPegu-ss3dh 7 ชั่วโมงที่ผ่านมา +1

      Harile EVM beya jikile val . Congress jot jikise tat EVM heck kori jiki ase neki tar ans abar holeu div sun baba

  • @amritborah4276
    @amritborah4276 7 ชั่วโมงที่ผ่านมา +3

    Good news. Mamar ইতিহাস কোন অসমীয়াই নাজানে. মামা sur, syndicate, ভূমি kelengkarir nayak. চুৰ কৰি নিজকে বচাব babe BJP ত join কৰিছে. Mamak এক্স cm মহন্ত দৰে নিঃশেষ কৰ অসমীয়া নহলে অসমীয়া জাতি নিঃশেষ হৈ যাব

  • @ArupBordoloi-kz9mi
    @ArupBordoloi-kz9mi 13 ชั่วโมงที่ผ่านมา +7

    মানুহ জনৰ কথা কেইটা মন দি শুনিলো তাৰ পৰা এটা কথা ভালকৈ বুজিলো যে হিমন্ত বিশ্ব শৰ্মা এজন বেয়া মানুহ। আৰু তেওঁ কংগ্ৰেছ দলত দালালি কৰিছিল বুলি ক'লে তাৰ মানে তেওঁৰ কথা কোৱা মতে যদি হয় কংগ্ৰেছ দলত দালাল বনোৱা কাৰখানা হয়। এইষাৰ মোৰ কথা নহয়, তেখেতৰ বক্তব্যৰ পৰা বুজিব পাৰি।

  • @utpaldas10
    @utpaldas10 12 ชั่วโมงที่ผ่านมา +7

    আগৰ পৰা কি ছিঙি আছিলি এতিয়া B J Pৰ বদনাম কৰি আচা কংগ্ৰেছ ৰ দিনত দুইনমবৰি কৰি মাল কামাইছিলিটৌ

  • @jitukumarjitukumar7174
    @jitukumarjitukumar7174 7 ชั่วโมงที่ผ่านมา +1

    👍👍👍

  • @MukutChudhary
    @MukutChudhary 10 ชั่วโมงที่ผ่านมา +2

    সঁচা কথা ক'লে ভাল লাগে

  • @anuborgohain9955
    @anuborgohain9955 13 ชั่วโมงที่ผ่านมา +4

    EVM. Thokaloike. BJP. Thakibo ........ 100. Bosoroloike. Jodi. EVM. Thake. BJP. u. 100. Bosor. Thakibo ......... EVM. Zindabad..........

  • @abhilashamainavlogs3241
    @abhilashamainavlogs3241 8 ชั่วโมงที่ผ่านมา +2

    Hosa kotha

  • @HasanurZaman-t7e
    @HasanurZaman-t7e 9 ชั่วโมงที่ผ่านมา +2

    Good

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 ชั่วโมงที่ผ่านมา

    সত্য হলেও অপ্ৰিয় সত্য কব নালাগে ।

  • @ashutdutta2698
    @ashutdutta2698 6 ชั่วโมงที่ผ่านมา

    আমেৰিকাই অবৈধ বিদেশীক কি তামোল পান দি পঠিয়াব লাগিছিল নেকি । আপোনালোক শিক্ষিত মানুহ বাবেই গান্ধী পৰিয়ালৰ ভৰি চেলেকি থাকে নেকি ।

  • @samudranathdeka4879
    @samudranathdeka4879 6 ชั่วโมงที่ผ่านมา

    বুজিলো যে কংগ্ৰেছ দালালৰ চৰকাৰ আছিল সেয়ে দালালী কৰে ! কংগ্ৰেছত টকা দি মুখ্যমন্ত্ৰী হব পাৰে ! ভিচা নোলোৱাকৈ কাক সুধি আমেৰিকাত গৈছিল ! এতিয়া অবৈধ বুলি যে .... ! এটা ভাল লাগিল যে 26 BJP আহিলেও HBS মুখ্য মন্ত্ৰী হব নোৱাৰে, মানে BJP আহিব বুলি স্বীকাৰ কৰিছই ! পিছে ককাও HBS Sir প্ৰধান মন্ত্ৰী হ'বলৈ গৈ আছে ! ইফালৰ এজন আৰু সিফালৰ এজন ৰাজকুমাৰে 40/50 বছৰ সপোন দেখি থাকক !

  • @AmjadAligh
    @AmjadAligh 10 ชั่วโมงที่ผ่านมา +1

    Good👍👍👍

  • @kamallochandeka420
    @kamallochandeka420 6 ชั่วโมงที่ผ่านมา

    হয় দে কেলা ককা
    আপুনি কোন শতিকাৰ কংগ্ৰেছৰ মানুহ 😂😂😂

  • @rajibbora1813
    @rajibbora1813 7 ชั่วโมงที่ผ่านมา +1

    এইবোৰ কৈ লাভ নাই চৰকাৰ Bjp হব❤😂🎉

  • @saddakahmed6481
    @saddakahmed6481 13 ชั่วโมงที่ผ่านมา +3

    Congress Zindabad Congress Zindabad

  • @PrabirGoswami-o9d
    @PrabirGoswami-o9d 11 ชั่วโมงที่ผ่านมา +1

    Evm. Thakila. Bjp. Horuyabonnnuyara

  • @sandeepkoiri8175
    @sandeepkoiri8175 10 ชั่วโมงที่ผ่านมา +1

    অ বুঢ়া মৰিবলৈ আৰু বেছি দিন নাই ৰাজনীতি এৰি হৰি নাম লবলৈ য‌ওক

  • @hiteshdeka5444
    @hiteshdeka5444 6 ชั่วโมงที่ผ่านมา

    কৰ পনদিত অ

  • @HiteshsarmahSarmah
    @HiteshsarmahSarmah 6 ชั่วโมงที่ผ่านมา

    Fal2 kotha koi lav nai.mama jindabad

  • @UpenSaikia-o5t
    @UpenSaikia-o5t 8 ชั่วโมงที่ผ่านมา

    Birudi 0 hoi jaabo no tenson mama

  • @sumidas7381
    @sumidas7381 7 ชั่วโมงที่ผ่านมา

    B j p zindabad

  • @PalashHazarika-dm4qg
    @PalashHazarika-dm4qg 6 ชั่วโมงที่ผ่านมา

    Bisho goru modi😮😮😮

  • @RanaSaikia-p1e
    @RanaSaikia-p1e 14 ชั่วโมงที่ผ่านมา

    🎉🎉

  • @ArupjyotiHemrom-nk3fw
    @ArupjyotiHemrom-nk3fw 11 ชั่วโมงที่ผ่านมา

    Ki koribo atiya nu hei babe mama k jiti koise beserar tuponi ni mama r porti poti dekhi

  • @tapanjitdeka800
    @tapanjitdeka800 6 ชั่วโมงที่ผ่านมา

    Ghenta kongres ahib😂😂😂

  • @JibeswarBorah-x8d
    @JibeswarBorah-x8d 13 ชั่วโมงที่ผ่านมา +1

    বুৰ্বক কথা কব আহিস।

  • @dilipgoswami7547
    @dilipgoswami7547 14 ชั่วโมงที่ผ่านมา +1

    দিল্লীৰ লাড়ু😅😅😅

  • @tapanjitdeka800
    @tapanjitdeka800 6 ชั่วโมงที่ผ่านมา

    Kam nai iaar😂😂😂

  • @ditulhazarika3769
    @ditulhazarika3769 13 ชั่วโมงที่ผ่านมา

    Delhi ladu asomotu bht baiya absta hbo snta kribo nlage .misa ktha raije bsass nkore

  • @pratapborthakur8015
    @pratapborthakur8015 13 ชั่วโมงที่ผ่านมา

    Apuni next PM 😢

  • @GCbhuyan
    @GCbhuyan 13 ชั่วโมงที่ผ่านมา

    এই বোৰ বাদ দিযক হেই হৰি নাম আপুনি 😂😂😂

  • @dimbekalita3697
    @dimbekalita3697 14 ชั่วโมงที่ผ่านมา

    Xopon dekhi thak

  • @technicalaxom424
    @technicalaxom424 13 ชั่วโมงที่ผ่านมา

    Bura tur মুখত ৰাজনীতি ভাল নাইলগা আৰু হৰি নাম ল মৰিবৈ হল😂😂😂😂

    • @NilaSarmah
      @NilaSarmah 13 ชั่วโมงที่ผ่านมา +1

      অন্বভক্ত। প্ৰধান মন্ত্ৰী জন ডেকা।

  • @dipakhasam3402
    @dipakhasam3402 8 ชั่วโมงที่ผ่านมา

    Kaam nai phaltu

  • @bipulsarania-ki4yb
    @bipulsarania-ki4yb 13 ชั่วโมงที่ผ่านมา

    Nex time apuni pm

    • @Jr_dipu_bhai_yt
      @Jr_dipu_bhai_yt 11 ชั่วโมงที่ผ่านมา

      😂😂😂😂😂😂

  • @DobKutum
    @DobKutum 11 ชั่วโมงที่ผ่านมา

    Kam nai cores

  • @agniban5102
    @agniban5102 5 ชั่วโมงที่ผ่านมา

    E hobo diok

  • @AshrabAli-pb5lm
    @AshrabAli-pb5lm 7 ชั่วโมงที่ผ่านมา +2

    Good