" ৰমকে জমকে আছিল মোৰ অসমী" (ROMOKE JOMOKE )কথা,সুৰ আৰু কন্ঠ ভূপেন হাজৰিকা ,সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ก.ย. 2024

ความคิดเห็น • 27

  • @harendradas-fe8ry
    @harendradas-fe8ry 2 หลายเดือนก่อน +2

    Service to motherland of Dr. Bhupen Hazarika is ever green

  • @prahladsharma1506
    @prahladsharma1506 2 ปีที่แล้ว +1

    অসমৰ ঐতিহাসিক ক্ষেত্ৰত অতিকে প্ৰাসংগিক এই গীতটি। ভূপেনদাৰ এয়া নিশ্চয়কৈ আনএক অমৰ সৃষ্টি।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +1

    অসমী আইৰ সুযোগ্য সন্তান আছিল তেখেত।অসমী আইৰ দুৰ্দিনত কেনেকৈ বাৰু চাই থাকিব পাৰে। সেয়ে কথাৰ মাজেৰে,সুৰৰ মাজেৰে,কন্ঠৰ মাজেৰে মনৰ দুখ ব্যক্ত কৰিছে। অসমক ভালপোৱা,অসমী আইৰ শুভ চিন্তক এই গৰাকী মহান দৰদী শিল্পীলৈ জনালোঁ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি।

  • @dhirendeka5745
    @dhirendeka5745 4 ปีที่แล้ว +6

    দেশৰ এই পৰিস্থিত ভূপেন দাৰ এটা সুন্দৰ গীত

  • @bhesojbaruah6265
    @bhesojbaruah6265 3 ปีที่แล้ว +2

    ভূপেনদা যুগস্ৰষ্টা আৰু যুগদ্ৰষ্টা ....
    .........গীতটিৰ প্ৰাসংগিকতা এই সময়ৰ সতে ...... অতি গুৰুত্বপূৰ্ণ দিশ ...... !!

  • @madhusmritabaruahbarbora7493
    @madhusmritabaruahbarbora7493 4 ปีที่แล้ว +1

    ধ্ৰুৱ জ্যোতি ডেকালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।

    • @h34852
      @h34852  4 ปีที่แล้ว

      ধন্যবাদ্

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 ปีที่แล้ว +1

    ডেকা দেউ আপোনাৰ বাবে ভূপেনদাৰ গীতসমূহ শুনিবলৈ পাইছো thanks

    • @h34852
      @h34852  3 ปีที่แล้ว +1

      স্বাগতম্

  • @kusumsarma4484
    @kusumsarma4484 ปีที่แล้ว +1

    Sweet song ď sir love you❤❤❤❤

  • @sanatankalita9086
    @sanatankalita9086 4 ปีที่แล้ว +3

    মোৰ বৰ প্ৰিয় গান।আধুনিক বদনহতে মন দি শুনক

    • @sanatankalita9086
      @sanatankalita9086 4 ปีที่แล้ว

      ধ্ৰুৱ ডেকাদেৱক ধন্যৱাদ

  • @lankeacharjya8936
    @lankeacharjya8936 3 ปีที่แล้ว +1

    ধ্রুৱ দা..Bhupen দাৰ এই কালজয়ী অমৰ গীতবোৰ সংগ্রহ আৰু প্রচাৰ কৰাৰ বাবে মোৰ আন্তৰিক ধন্যবাদ..Bhupen মন-মগজুৰ অমৰ সৃষ্টিৰ মইও এজন গভীৰ প্রেমীক.."মন ঘনে ঘনে বিনায় কিয়"..আৰু এবাৰ দিব..আশাৰে...!

    • @h34852
      @h34852  3 ปีที่แล้ว

      দিম

  • @cbhag
    @cbhag ปีที่แล้ว +1

    Excellent performance,_many many thanks for the video

    • @h34852
      @h34852  ปีที่แล้ว

      Welcome

  • @ajaypatowary7153
    @ajaypatowary7153 4 ปีที่แล้ว +1

    Asomr ajir pribekhr loget
    Dhuniyakoi khap khowa
    Dr bhupen hazarika debr
    Dhanyabaad dhruba deka dada

  • @bhupenbaruah9802
    @bhupenbaruah9802 10 หลายเดือนก่อน +1

    🙏💜🕊

  • @gunanidhimahanta147
    @gunanidhimahanta147 4 ปีที่แล้ว +1

    সুধাকণ্ঠৰ কালজয়ী গীত।

  • @bijunathsarma830
    @bijunathsarma830 ปีที่แล้ว +1

    আমি গৌৰৱ কৰোঁ, আমাৰ জীৱনত এনেকুৱা লোকক লগ পোৱাৰ সৌভাগ্য হৈছিল, একেলগে ব্ৰেড, অমলেট খাইছিলোঁ

  • @kk-bf6ol
    @kk-bf6ol 4 ปีที่แล้ว +2

    সকলোৱে গীতটি শুনা উচিত

  • @binaborah5866
    @binaborah5866 4 ปีที่แล้ว +2

    Samayar geet

  • @bijunathsarma830
    @bijunathsarma830 ปีที่แล้ว

    অনুপম

  • @nazmabegum899
    @nazmabegum899 4 ปีที่แล้ว +1

    Please give me the radio version of snehe aamar

    • @h34852
      @h34852  4 ปีที่แล้ว

      ৰেডিঅ' ভাৰ্চনটো মোৰ তাত নাই