ৰমেন বৰুৱাৰ এটা ডাঙৰ খবৰ/আৰক্ষীয়ে মূখ খুলিল/ঘৰৰ মানুহে দুখ পাব বুলি কোৱা নাছিল

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 5

  • @prasantadas5775
    @prasantadas5775 2 หลายเดือนก่อน

    সকলোৰে শ্ৰদ্ধাৰ ৰমেন বৰুৱাৰ যদি ঘৰৰ হওঁক বা আন কাৰোবাৰ মানসিক অশান্তিৰ বাবে আত্মহত্যা কৰিছে প্ৰশাসনে উচিত তদন্ত কৰি শাস্তি দিৱ লাগে।

  • @pujaborah9993
    @pujaborah9993 2 หลายเดือนก่อน

    এইবোৰ কি ভিদিঅ' দি থাকা?বেলেগ কাম কৰি ধন ঘটাৰ চিন্তা কৰা,এইতো বয়সত কৰিব পৰা ভাল কাম অজস্ৰ আছে।

  • @koushiksankar8490
    @koushiksankar8490 2 หลายเดือนก่อน

    Ai khini kotha keidin man agatei salo kinu eta video ko di thaka,,,,,,r,,,A,,,y

  • @PurnaKanta-1967
    @PurnaKanta-1967 2 หลายเดือนก่อน

    নেঢাও

  • @hndekari8011
    @hndekari8011 2 หลายเดือนก่อน

    যি কাৰণতেই নহ'ক কিয়, মানুহজন যদি পানীত পাৰিলেই তেনহ'লে, দেহটো ক'ৰবাত নহয় ক'ৰবাত অতদিনে ওলাব লাগিছিল । নে এচডিআৰ্ এফৰ অভিযানত গাফিলতি ৰৈ গৈছে নেকি যাৰ পৰ্যালোচনা প্ৰয়োজন আছে !
    আমি অসমৰ সাংস্কৃতিক জগতৰ বিশেষ পৰিয়ালটিৰ স্বাৰ্থৰ খাতিৰতে কথাটো উনুকিযাইছো ।।