ক’ত হেৰাই থাকিল ৰমেন বৰুৱা?

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ต.ค. 2024
  • ▶️ঘূৰি আহক দেউতা...নাই বুলিয়েই মানুহজন নাইকিয়া হৈ গ’ল! ক’ত হেৰাই থাকিল ৰমেন বৰুৱা? ঘটনাৰ দিনা পুৱা কি হৈছিল? কন্যাৰ সৈতে কি কথা পাতিছিল ৰমেন বৰুৱাই?

ความคิดเห็น • 152

  • @binabina-kn8rh
    @binabina-kn8rh 2 หลายเดือนก่อน +31

    তোমাৰ দেউতা নিৰুদ্দেশ। অথচ তোমাৰ আবেগ বোলা একো নাই।কি আচৰিত।কি মজা অভিনয়।।

  • @ASarmy748
    @ASarmy748 2 หลายเดือนก่อน +15

    মদাহি বাই , মজা একটিং অলপো অনুশোচনা নাই চকুত ।

  • @mintudutta8074
    @mintudutta8074 2 หลายเดือนก่อน +17

    পুলিচৰ দুই কোপ পোৱা লগে লগে সচা কথা ওলাব... মদাহি বাইদেউ...

  • @pranatidutta-sb3oj
    @pranatidutta-sb3oj 2 หลายเดือนก่อน +13

    এনে পৰিয়াল মানুহৰ সন্তানৰ কথা শুনি এনেকুৱা অনুভৱ হয় ওপৰে ৰ্ংচং ভিতৰি কোৱা ভাটৌৰ ।

  • @S.K.dutta.2024
    @S.K.dutta.2024 2 หลายเดือนก่อน +29

    আপোনাৰ পিতৃৰ প্ৰতি ইমানেই ভক্তি থকা হলে আজি এই পৰিস্থিতি নহল হয় ।

  • @sashibhatta5198
    @sashibhatta5198 2 หลายเดือนก่อน +8

    সুস্থ মানসিকতাৰ জীয়ৰী এগৰাকীয়ে পিতৃ দুই-তিনি ধৰি সন্ধানহীন হোৱা, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদৰ পানীৰ নিচেই কাষত নোহোৱা হোৱাৰ পিছত এটোপাল চকুলো নিগৰোৱাকৈ ইমান সহজভাৱে, সাৱলীলভাৱে বৰ্ণনা দিব পাৰেনে ? সুদীৰ্ঘ সময়ৰ অন্ততহে বতাহত মিলি যোৱা পিতৃৰ কন্যাৰ সাক্ষাৎকাৰ লব পৰা যোৱা কথাটো ভাবি আচৰিত হৈছোঁ ৷ দীঘলীয়া সময়খিনিত সেই পৰিস্থিতিত আৰক্ষী অথবা সাংবাদিকৰ সন্মুখত কি কব লাগে তাৰে ৰিহাৰ্চেলত কন্যা ব্যস্ত আছিল নেকি?

  • @GiridharThakuria
    @GiridharThakuria 2 หลายเดือนก่อน +38

    কথাবোৰ শুনিএইজনী ধুৰন্ধৰ বুলি নিশ্চিত হলো, এইজনীক জেললৈ পঠাব লাগে

  • @bhimrajkaman
    @bhimrajkaman 2 หลายเดือนก่อน +3

    এই জনীৰ ওপৰত ১০০%সন্দেহ আছে

  • @babulsaikia462
    @babulsaikia462 2 หลายเดือนก่อน +8

    ইম্মান ধুনীয়াকৈ সজাই পৰাই কথা খিনি কৈছে,,,, বিশ্বাস নকৰি নোৱাৰিলোঁ। কিন্তু মনত যে অকণো দুখ ভাব নেদেখিলো।

  • @BasantaTamuly-ht9bz
    @BasantaTamuly-ht9bz 2 หลายเดือนก่อน +26

    মানুহৰ ওচৰত ফাকি মাৰিব পাৰিবি, ওপৰৱালাৰ ওচৰত নোৱাৰিবি ।

  • @saddikurrahman7617
    @saddikurrahman7617 2 หลายเดือนก่อน +39

    নিশ্চয় ছোৱালীজনীয়ে কিবা মানসিক অশান্তি সৃষ্টি কৰিছে, বিনা কাৰণত ঘৰৰ পৰা উলাই যোৱা নাই নহয় 😮😮😮

  • @satyadas1230
    @satyadas1230 2 หลายเดือนก่อน +30

    বিনা কথাত ওলাই যোৱা নাই কিবা এটা হৈছে

  • @debojitdutta4999
    @debojitdutta4999 2 หลายเดือนก่อน +30

    অকণো অনুতপ্ত হোৱা নেদেখিলো ঔ, কি পদাৰ্থৰে গঠিত এইজনীৰ দেহ

  • @mamonisaikia39
    @mamonisaikia39 2 หลายเดือนก่อน +8

    আয়ৈ ইমান সচাঁ কথা বোৰ কলি।

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr 2 หลายเดือนก่อน +2

    এওঁৰ কথাবোৰ Self defence ত কোৱা যেন অনুভৱ হয়। সেই কাৰণে সদায় বৃদ্ধ জনক এটা শিশুৰ দৰে মৰম কৰিব লাগে। তেওঁলোকে এই সময়ত ঘৰখনৰ পৰা এটি আনন্দৰ পৰিবেশ বিচাৰে ঘৃণাৰ পৰিবেশ নহয়।

  • @RupakKalita-r9h
    @RupakKalita-r9h 2 หลายเดือนก่อน +5

    এইবিলাক মানুহে দেখাত বহুত শিক্ষিত দেখাই, কিন্তু আচল ধুৰন্ধৰ ইহঁত

  • @chaokishan544
    @chaokishan544 2 หลายเดือนก่อน +4

    দেউতা হতৰ জেদ থাকে,, ঔ আই । এই জনীৰ কথা শুনা ।। পিতৃ হেৰাইছে তেওঁৰ কথা চাওক

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 2 หลายเดือนก่อน +10

    কাহিনী টো সঁচা যদি, ওচৰ চুবুৰীয়াই কোৱা কথা বোৰ অথ কি ? কোন সঁচা?

  • @AbiCricketNews
    @AbiCricketNews 2 หลายเดือนก่อน +13

    বাপেক নাইকীয়া হৈছে কিন্তু এইজনি ইমান normal হৈ আছে

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 2 หลายเดือนก่อน +3

    এই দেউতাক ক মাৰি পেলাইছে ঘৰ টু বিলডাৰক দিব বিচাৰিছে তাই অন্তপ্ত নহয় এইজনীয়ে স্কুলত কি শিক্ষা দিয়ে ৰাতি দেউতাকক গালি শাপনি পাৰি থাকে বুলি ওচৰ চুবুৰীয়া ই কোৱা মতে বেয়া গালি পাৰে

  • @KiranPhukon-f4z
    @KiranPhukon-f4z 2 หลายเดือนก่อน +9

    কিবা কথাবোৰ সাজি কোৱা যেন অনুভৱ হৈছে। নৰমেলি তিলমানো যেন ফিল হোৱা নাই।

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 2 หลายเดือนก่อน +21

    তেওঁৰ সোনকালে উঠে 8 আঠবজাত তেওঁ বলে শিক্ষক

    • @majaninathnath3955
      @majaninathnath3955 2 หลายเดือนก่อน

      Xeitu moio vabisu xunkale uthe 8 bojat ru tekete sakori kore 😂😂

    • @Army_Girl-x2b
      @Army_Girl-x2b 2 หลายเดือนก่อน

      Xonkale uthe 8 bojat ...😂

  • @RatanRava-mz9hc
    @RatanRava-mz9hc 2 หลายเดือนก่อน +14

    গৰমৰ দিন সোনকলে শাৰী পাই তাকো ৮বজাত😮😮

  • @KabitaGoswami-y1u
    @KabitaGoswami-y1u 2 หลายเดือนก่อน +14

    এইবোৰ মনেৰে সজোৱা কথা

  • @orh2649
    @orh2649 2 หลายเดือนก่อน +4

    ইহঁতি চব লগ লাগি কাম টো কৰিছে,,,, সম্পত্তি আশা

  • @VishnuRavii-vt7ql
    @VishnuRavii-vt7ql 2 หลายเดือนก่อน +28

    মানুহ হবলৈ শিক

  • @biplovloying8346
    @biplovloying8346 2 หลายเดือนก่อน +4

    ইমান বয়জেষ্ঠ মানুহ জনে ভাত ৰান্ধি খুৱাই ইতিমধ্যে গম পাইছো। এইৰ চৰিত্ৰ ভাল নহয় নেকি যাৰ বাবে গিৰিয়েকো এৰিলে এইবাৰ দেউতাকেও অত্যাচাৰ সহ্য কৰিব নোৱাৰি এৰি থয় গুছি গল নেকি ! আৰু এটা কথা ইমান বয়জেষ্ঠ মানুহ জনে তাইক হেনো ভাত ৰান্ধি খুৱাই ছি:।

  • @tulumonigogoi8385
    @tulumonigogoi8385 2 หลายเดือนก่อน

    প্ৰথমে ভাবিছিলোঁ যে দেউতাকক কেনেকৈ গালি দিব পাৰে। কিন্তু এতিয়া বুজি পাইছোঁ আচল কথাটো। কোনো ছোৱালীয়ে নিজৰ দেউতাকৰ বেয়া হোৱাটো বিচাৰিব নোৱাৰেই। দেউতাকৰ লগত এনেকুৱা মতানৈক্য হয়েই। কিন্তু এইবোৰ judge কৰি critical situation creat কৰাটোহে বেয়া। মানসিক অৱস্থটো উপলব্ধি কৰা দৰকাৰ। মোৰ মা দেউতাও বহুত তামোল খায়। কেতিয়াবা খঙো কৰোঁ। সেইবুলি বেলেগে এইটো এনেকৈ judge কৰিলে নহ'ব যে misbehave কৰিছে। তাৰ অন্তৰালত বহুত চিন্তা বহুত care জড়িত হৈ থাকে। আচলতে চিধাচিধি মানুহৰ লগত এনেকুৱা হয়। বহুতে আনৰ আগত মাক দেউতাকক মৰম দেখুৱাই কিন্তু কোনো আদৰ যত্নই নকৰে। সন্তান আৰু পিতৃ মাতৃৰ সম্পৰ্ক যেতিয়া আৱেগিক আৰু সংবেদনশীলতাৰে পূৰ্ণ হয় তেতিয়া বাহিৰৰ মানুহে কি শুনিব সেয়া ভবা নাযায়। খং উঠিলে খং কৰা যায় আদৰ যত্নও লোৱা যায়। আন মানুহে তাৰে সুযোগ লৈ যি টি কৈ দিয়াটোহে বেয়া। মই ভাবোঁ। ৰমেন বৰুৱা ❤ সোনকালে সুস্থ শৰীৰে ঘৰলৈ উভটি আহক ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। পিতৃক হেৰুৱাই কোনো ছোৱালী কিমান মানসিক যন্ত্ৰণাত থাকিবলগা হয় সেয়া বুজি পোৱা দৰকাৰ।

  • @Dulali-qf6kj
    @Dulali-qf6kj 2 หลายเดือนก่อน

    আপোনাৰ দেউতা নিৰুদ্দেশ হৈছে কিন্তু আপোনাৰ আবেগ নাই নেকি ??

  • @bipulborah2193
    @bipulborah2193 2 หลายเดือนก่อน +3

    আচলতে তুমি ৰাতি কেইপেগ লোৱা? ওচৰ চুবুৰীয়াই কোৱা কঠা বিলাক সত্য নহয় মানে। কাজিয়া কৰা কথাবিলাক মানে মিচা। তুমি মালৰ নাচাত খূৰাকো গালি পাৰা সেই টোও মিচা।

  • @Sumivlogs74
    @Sumivlogs74 2 หลายเดือนก่อน +3

    Rob raiz xokol, bortoman kar dush bisar nokori sir xukolome ghuri ohatu prathona korok,kijani bhal kisu hoiei🙏

  • @jagannathdas484
    @jagannathdas484 2 หลายเดือนก่อน

    মানুহৰ কঠা শুনি আপ্লুত হোও কিন্তু দায়িনিৰ কথা শুনি তেজ উতলি আহে। কাৰণ দেশৰ সম্পদ দঙ্খন কৰা বোৰ দেশোদ্ৰোহী।

  • @joligoswami3870
    @joligoswami3870 2 หลายเดือนก่อน +7

    Tair kronei oligoise ....aku nohole ajon mnuh ghoror pra oli najai..tai ateia khub bhadr bhabe ktha koise..

  • @popibaruah3204
    @popibaruah3204 2 หลายเดือนก่อน

    তোমাৰ কাৰনে বহোত মৰম ।কিন্ত তূমিয়ে বাধ্য কৰিলা

  • @DipikaKonwar-p5b
    @DipikaKonwar-p5b 2 หลายเดือนก่อน

    তোমাৰ কথাখিনি শুনি তোমাৰ মনতো অকনো দুখত কোৱা যেন লগানাই কাৰণ দেউতাকক বিচাৰি পোৱা নাই কান্দি কবপৰা হব লাগিছিল

  • @RimaSarma241
    @RimaSarma241 2 หลายเดือนก่อน +7

    Aapunar ktha koa dhrn manisu sokut kno dukh nai ... Dujon manuhe thaka knto xukht rakhib nuarila.... Deuta ki hy najanila... Anei ata manuh anekoi nohoa nhy.... Atia xadhu hoi kam nai baideu

  • @muned6442
    @muned6442 2 หลายเดือนก่อน +3

    এই মুখখন দেখিলেই গম পায় মদাহী বুলি তেজ খালি বাপেৰৰ

  • @banashreegogoi
    @banashreegogoi 2 หลายเดือนก่อน +6

    Garam din ratipua putuk ke haar pua jaai 8 taat🤔🤔🤔🤔

  • @Dinfo24x7
    @Dinfo24x7 2 หลายเดือนก่อน +1

    মদাহী শিক্ষয়িত্ৰী থাকে যে আমাৰ এইখন অসমত?
    মদাহী শিক্ষয়িত্ৰী কি শিক্ষা দিয়ে ছাত্ৰ ছাত্ৰী সকলক???

  • @nayanjyoti8940
    @nayanjyoti8940 2 หลายเดือนก่อน

    তাইৰ কথাত এ গম পাই তাইৰ দেউতাক নিৰুদেশ হৈছে তাইৰ অলপো মনত দুঃখ নাই

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx 2 หลายเดือนก่อน +1

    Notorious

  • @AmiKhatiAxomiya
    @AmiKhatiAxomiya 2 หลายเดือนก่อน +1

    এইজনিয়ে গম পোৱা নাই নেকি যে আজি দুদিন ধৰি বৰুৱা চাৰ নাই।কিবা নাটকৰ সংলাপ কোৱা যেন লাগিছে।অকনো অনুতপ্ত নাই।যি বুজিলো তেও ভিতৰি ভিতৰি ভালে পাইচে চাগে।বৰুৱা চাৰৰ ঘৰ মাটি কাৰ নামত আছে বা এবাৰ কোনোবাই অকমান তদন্ত কৰকচুন

  • @anupambaruah3745
    @anupambaruah3745 2 หลายเดือนก่อน +2

    ঘৰ খনত কি আছে কি নাই এজন মতা পুৰুষে ভালকৈ জানে দিয়া !! উদাহৰণ দিছে চোৱা না?? ধেত 🤬

  • @konvlogs2886
    @konvlogs2886 2 หลายเดือนก่อน +1

    এইজনীৰ কাৰনে ৰমেনদাৰ নিৰুদ্দেশ হৈছে। এই কাৰনে বিবাহ বিচ্ছেদ হল ।মিছা কথা কৈছে।নিলাজী কেলা।

  • @সোৱাদ-TheTaste
    @সোৱাদ-TheTaste 2 หลายเดือนก่อน

    জীয়েক ৮ টাত উঠিচে কাৰনে নিজে বজাৰ যাব খুজিচে। ৯ টালৈ১৫ মিনিট থাকোতে বজাৰৰ পৰা আহি পোৱা বুলি কৈচে, কথাবোৰ বুজি নাপালো

  • @navabora9489
    @navabora9489 2 หลายเดือนก่อน +2

    তাই কমেন্টবোৰ পঢ়িছে নে বাৰু!
    পঢ়িলে নিজৰ কুত্চিত মুখ খন দেখা পাব।

  • @PinkuBora-z9l
    @PinkuBora-z9l 2 หลายเดือนก่อน +3

    Misai kotha koi ase😢

  • @niazulvlogsentertainment1387
    @niazulvlogsentertainment1387 2 หลายเดือนก่อน +1

    Danger suwali de tai

  • @rajatgogoi1241
    @rajatgogoi1241 2 หลายเดือนก่อน

    তুমি থকা বাবে

  • @bontisarmah7541
    @bontisarmah7541 2 หลายเดือนก่อน

    ভগৱানে দেখিব পিশাচিনি উচিত বিচাৰ চলিব তোৰ ওচৰত এনেকুৱা মানুহক বেয়া বৱহাৰ কৰিব নেপাই চব মিছা কথা কৈছ

  • @bhadreswardeka1695
    @bhadreswardeka1695 2 หลายเดือนก่อน

    সভ্যতা সমাজতো এনেকুৱা চলি থাকে। গতিকে ______,,

  • @lipikassweetworld3869
    @lipikassweetworld3869 2 หลายเดือนก่อน +1

    8 ta Baja.. bhut morning nhy ma'am

  • @digantaborah2152
    @digantaborah2152 2 หลายเดือนก่อน +1

    বাইদেউ আপোনি কিমান ভাল ন আপোনাৰ দৰে ছোৱালী হলে কি লাগে আৰু ন

  • @MrinmoyKalita-ul6js
    @MrinmoyKalita-ul6js หลายเดือนก่อน

    মোৰ এটা কোৱা টাৰ আছে খাবা নেকি😂😂😂

  • @mamonisaikia39
    @mamonisaikia39 2 หลายเดือนก่อน +3

    সচাঁ কথা কব নেকি

  • @সোৱাদ-TheTaste
    @সোৱাদ-TheTaste 2 หลายเดือนก่อน

    ৮ বজাতে সাৰ পাইচে😂😂সোনকালে উঠিচে বোলে, আমি ৪ টা বজাত উঠা টো সোনকাল বুলি ভাবো।।।

  • @Bhargav-xt2ui
    @Bhargav-xt2ui 2 หลายเดือนก่อน

    তাইক মাল একপেগ খোৱাই দিলে সছা কথাখিনি ওলাই গল হেতেন 😅

  • @jayantachoudhury1024
    @jayantachoudhury1024 2 หลายเดือนก่อน

    Need security for Dipen barua

  • @InspirationalPegasus-hb1wv
    @InspirationalPegasus-hb1wv 2 หลายเดือนก่อน

    Manoha nejor moromor ghorkhonor pora atore jaboloi mon kra ba atmohoitar nesena poth tateaha base loi jatea Tao monot bhout base ohante pi 😢

  • @tapanrahang4089
    @tapanrahang4089 2 หลายเดือนก่อน +8

    Johori joni kotha saa taar

  • @crazynhk5030
    @crazynhk5030 2 หลายเดือนก่อน +2

    Gutai joni mod khai fulisa. Apuni rehabilitation senter jawok baidew.

  • @bitupanphukan9139
    @bitupanphukan9139 2 หลายเดือนก่อน

    Hilpi hokolk aawkan koribo kuneu napai...eman ajon bikhisto hilpik hodai honman jonai hohai korib lage...teu bohut okolxoria hoi gol...teu kenekua obosthat thkb lagisil knkua obosthat ba asl khobor loine teur manuhe....ajir projonmo bohute hoi2 sinie napai jiai thoka obosthate teu alagi dore hoi porisil sage...

  • @Anilbora-d8e
    @Anilbora-d8e 2 หลายเดือนก่อน +1

    Pulice ki Bai Kori ase aijoni greptar kora nai kio .

  • @MakibarRahman-ty2wi
    @MakibarRahman-ty2wi 2 หลายเดือนก่อน +1

    কথা বোৰ বনাই বনাই কৈ আছে

  • @anupbhattacharjee4518
    @anupbhattacharjee4518 2 หลายเดือนก่อน

    তোমাৰ নিচিনা জিয়েকক জেলত ভৰাই থৱ লাগে|

  • @satyanathsutradhar9770
    @satyanathsutradhar9770 2 หลายเดือนก่อน

    Bonori Ne Bornali ?

  • @Alakabordoloi-s3w
    @Alakabordoloi-s3w 2 หลายเดือนก่อน +2

    হব মদ নহয আৰু কি কারণে তোৰ ওঠ কেইটাই কয স্কুল ত কি শিক্ষা দিযা ও আই

  • @dipanjalidas7360
    @dipanjalidas7360 2 หลายเดือนก่อน +1

    Misa koise

  • @dipumonidas7020
    @dipumonidas7020 2 หลายเดือนก่อน

    Si si teacher. A hori .tair mukh khn sai sai aponi taik j katha xudhi ase 🙏

  • @jamunadeori7352
    @jamunadeori7352 2 หลายเดือนก่อน

    দুখ তাই হোৱা ও নাই কৰা ও নাই

  • @lipikassweetworld3869
    @lipikassweetworld3869 2 หลายเดือนก่อน +1

    Tai e nje kiba trick kori marise. I doubt she can do that

  • @KrishnaMandal-cl8xk
    @KrishnaMandal-cl8xk 2 หลายเดือนก่อน +2

    কাৰ চাকৰি আছিল

  • @taazhazarika1564
    @taazhazarika1564 2 หลายเดือนก่อน +1

    Aik dui saat logaaai diaaa hosa kotha koi dibo

  • @SilpiBorah-h1n
    @SilpiBorah-h1n 2 หลายเดือนก่อน +3

    Dang kati Bai, bare pasi bonori

  • @orh2649
    @orh2649 2 หลายเดือนก่อน +1

    ফাকী দিছে,, টোৰ proujonio বস্তু আনিবলৈ দেউতাই বজাৰলৈ কেতিয়াও নাযায়,,ইমান মূৰ্খ কাক bonaiso toi

  • @BhriguRay-t6f
    @BhriguRay-t6f 2 หลายเดือนก่อน +4

    Mod khai vur pni lagise

  • @Dr.p-wy3dy
    @Dr.p-wy3dy 2 หลายเดือนก่อน

    .. really she talked like enemy...

  • @kalpanadutta295
    @kalpanadutta295 2 หลายเดือนก่อน

    Danduri aijani

  • @Diyascreation726
    @Diyascreation726 2 หลายเดือนก่อน +1

    Tai imanai val mne girike ari dile😂😂😂

  • @deboborah5858
    @deboborah5858 2 หลายเดือนก่อน

    তুমি তোমাৰ পিতৃক চিনি নাপালা ।তেখেত আমাৰ সম্পদ আছিল । এতিয়া দ্বিপেন দালৈও চিন্তা হৈছে।

  • @chiranjibdutta565
    @chiranjibdutta565 2 หลายเดือนก่อน

    Thakibo pare bhitorua kondal,jenekoi xakolu manuhr gharotei thake,kintu esam aase rong saboloi, shradhar romen borua dar poriyalborgoloi xomobedona gyapon kori tekhet (romen da)jotei aase xukolme jate ghoroloi ghuri aahe,xeye upojonar us'rt parthona korilu

  • @ramenbaruah6302
    @ramenbaruah6302 2 หลายเดือนก่อน +4

    বাজে বকিচে

  • @dipaksarma8588
    @dipaksarma8588 2 หลายเดือนก่อน +2

    তই বোলে তামাম মদাহি । কথাটো সচানে। দেউতাক এটা নোহোৱা হৈছে। মুখমণ্ডলত দুখৰ চাপ অকনো নাই । যিমান পাৰা এতিয়া কাহিনী বনা। এজনে সকলো দেখি আছে। হিচাপ নিকাচ ইয়াতেই হব।।

  • @LatikaHandloom
    @LatikaHandloom 2 หลายเดือนก่อน

    Atiah ata kotha jikini manhu asa aru lora sowali jonmo dedi enjoy kora val karon j bor news sai aso ki j hobo pisot😂😂😂😂

  • @LakhimoniGogoi-cp2km
    @LakhimoniGogoi-cp2km 2 หลายเดือนก่อน +1

    Mur alap handeh ase jiari uparat tate mota Ari ghrat asehi

  • @MridulaGogoiborah
    @MridulaGogoiborah 2 หลายเดือนก่อน

    njor deutakok behave koribo njona ajoni okhyobho suwali.toy schoolr lora suwalik ki porhabi.ki hikhya pabo turpora,

  • @aminrahul1977
    @aminrahul1977 2 หลายเดือนก่อน

    Iie Detector Investigation Please

  • @Army_Girl-x2b
    @Army_Girl-x2b 2 หลายเดือนก่อน

    Baek jonio bohi ase tai kiba bhul k kole diffence dibor karone.

  • @mdomarali7686
    @mdomarali7686 2 หลายเดือนก่อน

    Doubtful

  • @PriyaRabha-gf4vo
    @PriyaRabha-gf4vo 2 หลายเดือนก่อน

    Suwali jni ye Misa ktha koise duta thappor ple thik hb

  • @ditu_edits2012
    @ditu_edits2012 2 หลายเดือนก่อน

    মুঠতে মাটি মেইন।

  • @MunmiKakatimedhi
    @MunmiKakatimedhi 2 หลายเดือนก่อน +3

    Nitishikshya nohowa joni student k ki hikabi toi ...mastarni

  • @SadhanaGogoi-x9y
    @SadhanaGogoi-x9y 2 หลายเดือนก่อน

    এই কোৱা কথাবোৰ সঁচা নে?

  • @rajatdihingia9932
    @rajatdihingia9932 2 หลายเดือนก่อน +1

    Ki anile nkole j..

  • @abhilashbarman989
    @abhilashbarman989 2 หลายเดือนก่อน +1

    Aito...emna...vl na..2mi..

  • @bipulrabha9147
    @bipulrabha9147 2 หลายเดือนก่อน +1

    Tai mesha koi se toi drink kori papak deya babahar kora tur Agote divorce hoise Raman papa Aur Assamt sabai jane tuk kun Jane papa bishari powa nai toi pok pok koi kotha bur koi ase

  • @Diyascreation726
    @Diyascreation726 2 หลายเดือนก่อน

    Good actress 😂😂

  • @dipanjalidutta2454
    @dipanjalidutta2454 2 หลายเดือนก่อน

    Aijoni kotha hun

  • @GAMING_SZ
    @GAMING_SZ 2 หลายเดือนก่อน

    Kiba ata karon ase nohole anei kothabur nulai 2mi misa kotha koisa

  • @ProdipBorahProdip
    @ProdipBorahProdip 2 หลายเดือนก่อน

    Aei gorakik ji bujilu dhurandor,duskiti kari,parial kendik hontrah badi, chur chala oti vokti churor loikhyon.