"তুমি আছা মানে মই আছো" গীতৰ আঁৰৰ কথাৰে চক্ৰপাণি পৰাশৰ সৈতে ঋতৃষা শৰ্মাৰ বাৰ্তালাপ

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • জুবিন গাৰ্গ আৰু ঋতৃষা শৰ্মাই কণ্ঠদান কৰা "তুমি আছা মানে মই আছো" গীতৰ আঁৰৰ কথাৰে চক্ৰপাণি পৰাশৰ সৈতে বাৰ্তালাপৰ শ্ৰেণীকোঠাত বিশেষ বাৰ্তালাপ। জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সৈতে গানটোৰ কি সম্পৰ্ক আছে? বাৰ্তালাপৰ অনুষ্ঠানত কি কথাত প্ৰানখুলি হাঁহিলে ঋতৃষা শৰ্মাই ? এই গানটোৰ সৈতে কোন কোন লোক জড়িত আছে? সকলোবোৰ কথা ক'লে বাৰ্তালাপৰ এই বিশেষ অনুষ্ঠানত।
    #ZubeenGarg
    #RITRISHASARMAH
    #TUMIASAMANEMOIASU
    #AssameseSong
    #ChakrapaniParashar
    #Baartalaap
    @Ritrisha Sarmah Official
    @Zubeen Garg
    @BAARTALAAP
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

ความคิดเห็น • 15