ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ডিব্ৰুগড় বুলিলে মনটো ভৰি যায়…হুচৰি দলটিলৈ অভিনন্দন জ্ঞাপন কৰিলো…আৰু সুনাম কঢ়িয়াই আনা…ডিব্ৰুগড়ীয়া সকলে লাইক এটি দি উৎসাহিত কৰক হুচৰি দলটিক…
Bohut dhonyabad jonaisu husori doltiloi ... Dibrugarh loi hunaam korhiai onar babee 🙏
বৰ ধুনীয়া হৈছে, অপূৰ্ব
@@alihazarikaborah6957 . M Ntg much unni6kxm4mhhvkmh
Thanks
@@minotichetia4827 o00
"চেওঁ" সদায় একক অন্যন্য পৃথক লগতে বাপুজী দা আৱেগ আমাৰ বাবে ❤
জয় ছেওঁ হুঁচৰি দল।ধন্যবাদ ককাইদেউ
Hundor lgise....hundor hundor from to karbi anglong.
অসমৰ বাহিৰত থাকি মনটো যিমান বেয়া লাগিছে তাটোত কৈ বেছি ভাল লাগিছে ইমান ধুনীয়া বিহু এজুৰা চাবলৈ পাইছোঁ। শেহতীয়াকৈ হলেও ৰঙালী বিহুৰ ওলগ জাচিলো সকলোকে।বাপুজি দাৰ বিহু অনেও ভাল লাগে ।
Gar hirioni uthi gal bihu kham sai bhut dhunia hoise kin2💓
Xosake Bihu ahile robo noaru. kintu eibar Bihu eman mon injoy koribo nidile, karon corona virusor karne amar monok bohut aghat dile. Thanks a lot.
হুচৰি দলটিলৈ অভিনন্দন জ্ঞাপন কৰিলো , ভগৱানে আৰ্শীবাদ কৰক যাতে বিহুদলটি সদায় এনেদৰে আগুৱাই যাব পাৰে ।
বাপুজি দাৰ মাতটো ভাঙিছে অলপ ।। ভাল লাগিলে আপোনাক গ্রুপত দেখা পাই ।। বহুত ভালপাওঁ বাপুজি দাক ।। love u bapuji da... Love from darrang(sipajhar)... aguwai jaok dal2 take kamana karilo...আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ ।। ধন্যবাদ ।। আৰু অনুপম,বিতোপন দা আমাক ঘৰত বহি ইমান ধুনীয়া প্ৰগ্ৰেম বোৰ চোৱাৰ সুযোগ দিয়া বাবে আপোনাকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ লগতে আপোনাৰো সুস্বাস্থ্য কামনা কৰিলোঁ ।।
Bohut bohut val lagise husakoi eman val lagise jj ki nu sale sai thaku Jen lagi thaku ... Very very nice 🥰🥰🥰
বহুত ভাল লাগিছে বিহু দলতিক ৷ শুভেচ্ছা থাকিল ৷
বাপুজি দা আৰু দলটিলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
বাপুজী ককাইদেউক এইবাৰ চেওঁ বিহু হুচৰিত দেখা পাই ভাল পালোঁ ৷
ধন্যবাদ ডিব্ৰুগড়ৰ দলটিলৈ।
Akdm mjja ..bhabisst aru aguai jak..hvkmna thkil...👍👍👍👍
বৰ ভাল লাগিল হুচৰি জোৰা । বিহু বিহু লাগিছে গাত ।আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ ।
সুন্দৰ হৈছে। দলটিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।।
ভাল লাগিল ককাই। ❤❤❤❤❤❤❤। বিহু আমাক লাগিবই ।
চেওঁ হুঁচৰি দলটিলৈ বহুত বহুত শুভকামনা,, 2018 চনৰ বিহুখনৰ লগত বহুত মিল পালোঁ। ভাল লগিছে।
অতি সুন্দৰ পৰিবেশন। আপ্লুত হলোঁ ।
চেও হুঁচৰি দল সদাই আগুৱাই যাওক তাৰেই কামনা🙏🙏
অভিনন্দন উজনিৰ বিহু দলটিলৈ
Bhal hoist ❤❤❤❤❤
ভাল হৈছে ককাইদেউ 🥰🥰 আৰু ভাল লাগিল চাই 🥰🥰
Husori 2 sai Bohut val lagil 👍👌❤️❤️❤️
সুন্দৰ পৰিৱেশন চেওঁ হুঁচৰি দল ❤❤
Bohot borhiya...papu (dhuliya) bohut dinr murot log palu sai Val lagil..
Bohut bhal lagil bihu jura sai.. Aru aguai jua dada hokol 😊😊.. Love from sivasagar 😘😘Sivasagar kun asa like eta mari thoi jaba👇👇👇👇👇👇
সচাকৈ বহুত ভাল লাগিল
ধুনীয়া লাগিছে। ❤️বিহু আমাৰ আপুৰুগীয়া সম্পদ। বিহু আমাৰ অসমীয়া সমাজৰ পৰিচয়। গতিকে ইয়াক জীয়াই ৰখাৰ প্ৰচেষ্টা কৰা প্ৰত্যেকজন অসমীয়াৰ সলাগ লৈছো।💕
Bihu buli kle bhut vl lage tate akoi anekuwa husori 😘🥰
বিহু বলিয়া মন।অতি সুন্দৰ হুঁচৰি দল।❤️🔥🎉
বৰ ভাল লাগিল হুচৰি দলতো । আৰু আগবাঢ়ি যোৱা ।
Aaijjou.. Bor xundor hoise Husori .. Prothom puroskar paale bhaal laagil hoi..👍👌
বৰ সুন্দৰ। বহু বাৰ চাইছো এতিয়া লৈ
সুন্দৰ অতি সুন্দৰ হৈছে ।ধন্যবাদ !!!
Mojjjaah ..dhonyabat nidi nuwarilu ..bohut hundor hoise ..ruu agbarhi juwa. Kokai hot ..amr hosnkriti jiyai rakibo lgibo anekoi e .. bihi nam keikhar u emn dhuniya gaisa ..huni le huni thakibor mn jai ...love u ceu husari dall ..binita ..❤❤❤
Oh moza moza bhut dhunia
Dibrugarh ki jey hoo...🥳🥳💃🏻💃🏻
ধুনীয়া বহুত ভাল লাগিছে
সচাকৈ বহুত ভাল লাগিল চায় আগলৈ এনেকৈ আগুৱাই গলে ভাল লাগিব॥
Cheu Husori Zindabad... Dibrughar Jiori Hoi gaurab kru
Bohut bohut bhal lagil.
Bhut bhut dhuniya lagise🙏❤️
ডিব্ৰুগড় বুলিলে ঘৰৰ হুচৰি । বহুত বহুত শুভকামনা দলটিলৈ।
সত্য ই যে high scale ত অকনমান গাইছিল,,উফ,, জুই জুই,,বাপুজি,,মানস,,সকলো মজা
Bihu sabo goisilu..Bohut val lagil sai😍🥰❤️
Weldone performance keep it up guys 😍❣💓
পৰিও নপৰা মৰিও নমৰা বীৰ ভগদত্ত চুকাফা জাতৰ আমি অসমীয়া শৰাইঘটীয়া .... জাতিটোৰ মান এনেদৰেই ৰাখি যোৱা ৷
অসম সদায় জয় জয় ময় ময় হবই লাগিব ... জয় আই অসম
Amar dibrughar gourob .. Dibrughar buli kola mon2 vori jai.. Vl lagil husori ..
ধন্যবাদ
Love From Dibrugarh...❤️❤️শুভেচ্ছা থাকিল আমাৰ ডিব্ৰুগড় ৰ গৌৰৱ চেওঁ হুচৰি দলটিলৈ ❤️❤️
Love from Dibrugarh Assam ❤️🔥🔥🔥
Dibrugarh jindabad 👍👍👍🔥
congo 300k
Oi mojja bihu mareso
ডিব্ৰুগড়ৰ কোন কোন আছা ,লাইক এটা মাৰি যোৱা 👍
আমি ও আছো 👍
@@nirusaikia7631 r.
আছোঁ আছোঁ
Ami u asu
Asu
Moza❤️❤️
Bohut dhunia hoixe .............Bihu main
সুন্দৰ হৈছে ❤️❤️❤️❤️
Bhal lagil❤️❤️
Moja🥰😍😍😍 bapuji da main ❤❤❤❤❤
Happy rongali bihu 💕yeah that's amazing
Dhuniya lagisa 👌👌👌
বৰ ধুনীয়া লাগিল দেই.... ❤❤❤
নিজৰ বিহুখন চাই চাই থাকিলে আমনীয়েই নালাগে ❤️❤️❤️ miss u সকলোকে
🔥🔥🔥
34
@@jugalkishorbordoloi8691 is
Nor bhal
বহুত ধুনীয়া লাগিল দেই চাই , ৰঙালী বিহুৰ শুভেচ্ছা জাচিলো সকলোকে❤️❤️❤️❤️
বিহু মানেই উজনি 😍
A mjaaaa🙏😘😘❤️✨✨
bhut bhut bhut Val lagise deii dibrughar
ভাল লাগিল হুচূৰী দলটী ছায় ।
Love from Dibrugarh khowang
গাৰ নোম হিয়ৰি উঠে এনেকুৱা বিহু দেখিলে🥰 ....নাচো নাচো লাগি যায় অ'..... তাতে আকৌ ডিব্ৰুগড় ৰ❤️🔥
Hi
Bohut vall lgel dae 👍❤️😘 agoloi ag bahi jbo dae
বহুত বহুত সুন্দৰ হৈছে বিহু খন 👌👌👌👌
Uff ..ki hundar Amar bihu
ভাল লাগিল,, সুন্দৰ হৈছে,,আমাৰ ডিব্ৰুগড়ৰ গৌৰৱ,, বিহু দল টি লৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।জয় আই অসম।।
7
ভাল লাগিল. . . খুব সুন্দৰ
বহুত ধুনীয়া
Woo moja mur naseb mon jai
Mazaaa 😅😅🎉
Moja lagesa dada
বহুত বহুত ভাল লাগিছে.
Starting.🔥🔥🔥
Bapuji daak bhut vl lage..aru ganbur bohut mjaa lge xuni
Bohut val lagil 2nd ba 1 st pabo lagisil kintu
Bohut dhuniya hoise val lagil dekhi🥰
4/5 din Continue Xuni asu Bahut Val lagise 😘
Bhut hundor hoise
Bohut vl lagil.
negor bihu khon hune amone nalaga😊😊
Bihu main tate akow bapuji mojahhh
বহুত ভাল লাগিল
সচাকৈ অতি সুন্দৰ উপস্থাপন😍😍😍
Ç
বহুত ভাল লাগিল হুঁচৰিটি চাই
Bohut ❤dhuniya lagise 💙sai sai hepa💜 poluwa nai bohut 🖤bar salu bohut vl 💚lagise 🤗 _____ 💞____ ❤ ____ 😘
সঁচাই অতি সুন্দৰ হৈছে ,বহুত শুভ কামনা থাকিল👌👌👌👍❤️
সুন্দৰ👍
Bohut val lagile dei sai
অভিনন্দন জনালো ।ডিব্ৰুগড়ৰ গৌৰৱ
মন ভৰি গল❣️
ডিব্ৰুগড় বুলিলে মনটো ভৰি যায়…হুচৰি দলটিলৈ অভিনন্দন জ্ঞাপন কৰিলো…আৰু সুনাম কঢ়িয়াই আনা…
ডিব্ৰুগড়ীয়া সকলে লাইক এটি দি উৎসাহিত কৰক হুচৰি দলটিক…
Bohut dhonyabad jonaisu husori doltiloi ... Dibrugarh loi hunaam korhiai onar babee 🙏
বৰ ধুনীয়া হৈছে, অপূৰ্ব
@@alihazarikaborah6957 . M Ntg much unni6kxm4mhhv
kmh
Thanks
@@minotichetia4827 o00
"চেওঁ" সদায় একক অন্যন্য পৃথক লগতে বাপুজী দা আৱেগ আমাৰ বাবে ❤
জয় ছেওঁ হুঁচৰি দল।
ধন্যবাদ ককাইদেউ
Hundor lgise....hundor hundor from to karbi anglong.
অসমৰ বাহিৰত থাকি মনটো যিমান বেয়া লাগিছে তাটোত কৈ বেছি ভাল লাগিছে ইমান ধুনীয়া বিহু এজুৰা চাবলৈ পাইছোঁ। শেহতীয়াকৈ হলেও ৰঙালী বিহুৰ ওলগ জাচিলো সকলোকে।বাপুজি দাৰ বিহু অনেও ভাল লাগে ।
Gar hirioni uthi gal bihu kham sai bhut dhunia hoise kin2💓
Xosake Bihu ahile robo noaru. kintu eibar Bihu eman mon injoy koribo nidile, karon corona virusor karne amar monok bohut aghat dile. Thanks a lot.
হুচৰি দলটিলৈ অভিনন্দন জ্ঞাপন কৰিলো , ভগৱানে আৰ্শীবাদ কৰক যাতে বিহুদলটি সদায় এনেদৰে আগুৱাই যাব পাৰে ।
বাপুজি দাৰ মাতটো ভাঙিছে অলপ ।। ভাল লাগিলে আপোনাক গ্রুপত দেখা পাই ।। বহুত ভালপাওঁ বাপুজি দাক ।। love u bapuji da... Love from darrang(sipajhar)... aguwai jaok dal2 take kamana karilo...আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ ।। ধন্যবাদ ।। আৰু অনুপম,বিতোপন দা আমাক ঘৰত বহি ইমান ধুনীয়া প্ৰগ্ৰেম বোৰ চোৱাৰ সুযোগ দিয়া বাবে আপোনাকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ লগতে আপোনাৰো সুস্বাস্থ্য কামনা কৰিলোঁ ।।
Bohut bohut val lagise husakoi eman val lagise jj ki nu sale sai thaku Jen lagi thaku ... Very very nice 🥰🥰🥰
বহুত ভাল লাগিছে বিহু দলতিক ৷ শুভেচ্ছা থাকিল ৷
বাপুজি দা আৰু দলটিলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
বাপুজী ককাইদেউক এইবাৰ চেওঁ বিহু হুচৰিত দেখা পাই ভাল পালোঁ ৷
ধন্যবাদ ডিব্ৰুগড়ৰ দলটিলৈ।
Akdm mjja ..bhabisst aru aguai jak..hvkmna thkil...👍👍👍👍
বৰ ভাল লাগিল হুচৰি জোৰা । বিহু বিহু লাগিছে গাত ।
আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ ।
সুন্দৰ হৈছে। দলটিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।।
ভাল লাগিল ককাই। ❤❤❤❤❤❤❤। বিহু আমাক লাগিবই ।
চেওঁ হুঁচৰি দলটিলৈ বহুত বহুত শুভকামনা,, 2018 চনৰ বিহুখনৰ লগত বহুত মিল পালোঁ। ভাল লগিছে।
অতি সুন্দৰ পৰিবেশন। আপ্লুত হলোঁ ।
চেও হুঁচৰি দল সদাই আগুৱাই যাওক তাৰেই কামনা🙏🙏
অভিনন্দন উজনিৰ বিহু দলটিলৈ
Bhal hoist ❤❤❤❤❤
ভাল হৈছে ককাইদেউ 🥰🥰 আৰু ভাল লাগিল চাই 🥰🥰
Husori 2 sai Bohut val lagil 👍👌❤️❤️❤️
সুন্দৰ পৰিৱেশন চেওঁ হুঁচৰি দল ❤❤
Bohot borhiya...papu (dhuliya) bohut dinr murot log palu sai Val lagil..
Bohut bhal lagil bihu jura sai.. Aru aguai jua dada hokol 😊😊.. Love from sivasagar 😘😘
Sivasagar kun asa like eta mari thoi jaba
👇👇👇👇👇👇
সচাকৈ বহুত ভাল লাগিল
ধুনীয়া লাগিছে। ❤️বিহু আমাৰ আপুৰুগীয়া সম্পদ। বিহু আমাৰ অসমীয়া সমাজৰ পৰিচয়। গতিকে ইয়াক জীয়াই ৰখাৰ প্ৰচেষ্টা কৰা প্ৰত্যেকজন অসমীয়াৰ সলাগ লৈছো।💕
Bihu buli kle bhut vl lage tate akoi anekuwa husori 😘🥰
বিহু বলিয়া মন।অতি সুন্দৰ হুঁচৰি দল।❤️🔥🎉
বৰ ভাল লাগিল হুচৰি দলতো । আৰু আগবাঢ়ি যোৱা ।
Aaijjou.. Bor xundor hoise Husori .. Prothom puroskar paale bhaal laagil hoi..👍👌
বৰ সুন্দৰ। বহু বাৰ চাইছো এতিয়া লৈ
সুন্দৰ অতি সুন্দৰ হৈছে ।ধন্যবাদ !!!
Mojjjaah ..dhonyabat nidi nuwarilu ..bohut hundor hoise ..ruu agbarhi juwa. Kokai hot ..amr hosnkriti jiyai rakibo lgibo anekoi e .. bihi nam keikhar u emn dhuniya gaisa ..huni le huni thakibor mn jai ...love u ceu husari dall ..binita ..❤❤❤
Oh moza moza bhut dhunia
Dibrugarh ki jey hoo...🥳🥳💃🏻💃🏻
ধুনীয়া বহুত ভাল লাগিছে
সচাকৈ বহুত ভাল লাগিল চায় আগলৈ এনেকৈ আগুৱাই গলে ভাল লাগিব॥
Cheu Husori Zindabad... Dibrughar Jiori Hoi gaurab kru
Bohut bohut bhal lagil.
Bhut bhut dhuniya lagise🙏❤️
ডিব্ৰুগড় বুলিলে ঘৰৰ হুচৰি । বহুত বহুত শুভকামনা দলটিলৈ।
সত্য ই যে high scale ত অকনমান গাইছিল,,উফ,, জুই জুই,,বাপুজি,,মানস,,সকলো মজা
Bihu sabo goisilu..Bohut val lagil sai😍🥰❤️
Weldone performance keep it up guys 😍❣💓
পৰিও নপৰা মৰিও নমৰা বীৰ ভগদত্ত চুকাফা জাতৰ আমি অসমীয়া শৰাইঘটীয়া .... জাতিটোৰ মান এনেদৰেই ৰাখি যোৱা ৷
অসম সদায় জয় জয় ময় ময় হবই লাগিব ... জয় আই অসম
Amar dibrughar gourob .. Dibrughar buli kola mon2 vori jai.. Vl lagil husori ..
ধন্যবাদ
Love From Dibrugarh...❤️❤️
শুভেচ্ছা থাকিল আমাৰ ডিব্ৰুগড় ৰ গৌৰৱ চেওঁ হুচৰি দলটিলৈ ❤️❤️
Love from Dibrugarh Assam ❤️🔥🔥🔥
Dibrugarh jindabad 👍👍👍🔥
congo 300k
Oi mojja bihu mareso
ডিব্ৰুগড়ৰ কোন কোন আছা ,লাইক এটা মাৰি যোৱা 👍
আমি ও আছো 👍
@@nirusaikia7631 r.
আছোঁ আছোঁ
Ami u asu
Asu
Moza❤️❤️
Bohut dhunia hoixe .............Bihu main
সুন্দৰ হৈছে ❤️❤️❤️❤️
Bhal lagil❤️❤️
Moja🥰😍😍😍 bapuji da main ❤❤❤❤❤
Happy rongali bihu 💕yeah that's amazing
Dhuniya lagisa 👌👌👌
বৰ ধুনীয়া লাগিল দেই.... ❤❤❤
নিজৰ বিহুখন চাই চাই থাকিলে আমনীয়েই নালাগে ❤️❤️❤️ miss u সকলোকে
🔥🔥🔥
34
@@jugalkishorbordoloi8691 is
Nor bhal
Nor bhal
বহুত ধুনীয়া লাগিল দেই চাই , ৰঙালী বিহুৰ শুভেচ্ছা জাচিলো সকলোকে❤️❤️❤️❤️
বিহু মানেই উজনি 😍
A mjaaaa🙏😘😘❤️✨✨
bhut bhut bhut Val lagise deii dibrughar
ভাল লাগিল হুচূৰী দলটী ছায় ।
Love from Dibrugarh khowang
গাৰ নোম হিয়ৰি উঠে এনেকুৱা বিহু দেখিলে🥰 ....নাচো নাচো লাগি যায় অ'..... তাতে আকৌ ডিব্ৰুগড় ৰ❤️🔥
Hi
Bohut vall lgel dae 👍❤️😘 agoloi ag bahi jbo dae
বহুত বহুত সুন্দৰ হৈছে বিহু খন 👌👌👌👌
Uff ..ki hundar Amar bihu
ভাল লাগিল,, সুন্দৰ হৈছে,,
আমাৰ ডিব্ৰুগড়ৰ গৌৰৱ,, বিহু দল টি লৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।জয় আই অসম।।