শংকৰদেৱে বৰপেটা সত্ৰ স্থাপন হোৱা ঠাইত কেনেদৰে প্ৰৱেশ কৰিছিল? কৈছে হেমেন বুঢ়া ভকতে।

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • বৰপেটা সত্ৰৰ একেবাৰে আৰম্ভণিৰ সকলো কথা ll হৰিজান নৈৰে ভটিয়াই কোনটো প্ৰৱেশ পথেৰে আহিছিল মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ ছয়কুৰি ভক্ত? কিয় স্থাপন কৰিলে সত্ৰ? সকলো বিৱৰি কৈছে বৰপেটা সত্ৰৰ হেমেন বুঢ়া ভকতে
    (হেমেন বুঢ়া ভকত ওৰফে হেমেন দাস এগৰাকী উদাসীন ভকত। নিয়ম-নীতিয়েই তেওঁৰ জীৱনৰ শেষ কথা। ১৪ বছৰ বয়সতে জীৱনৰ মায়া-মোহ ত্যাগ কৰি হেমেন দাসে সত্ৰৰ সেৱাত উৎসৰ্গিত কৰিছে জীৱনৰ অমূল্য সময়। সদা হাস্যময়ী এনে ব্যক্তিত্ব আজিৰ সমাজত সঁচাকৈয়ে বিৰল)

ความคิดเห็น • 13