হুৰাই ৰাঙলী ॥ বিহু ২০২৪ ॥ পংকজ বৰা ॥ গীতালি দেবী ॥Hurai Rangoli, Chutia Bihu, Pankaj Bora, Bihu 2024

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ธ.ค. 2023
  • হুৰাই ৰাঙলী ॥ বিহু ২০২৪ ॥ পংকজ বৰা ॥ গীতালি দেবী ॥ চুতীয়া জনগোষ্ঠীৰ বিহু ॥Pankaj Bora, Bihu 2024
    “হুৰাই ৰাঙলি”
    (চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত বিহু)
    কণ্ঠ- পংকজ বৰা, গীতালি দেবী
    সংগীত পংকজ বৰা
    কথা/ সুৰ- পৰম্পৰাগত
    গীত সংগ্ৰহ- দেবেন বৰুৱা, পলাশ হাজৰিকা ।
    পৰিকল্পনা- অংশুমান শইকীয়া, গংগাধৰ শইকীয়া
    ঢোল- পংকজ বৰা
    তাল/গগণা- পিতি বৰা
    পেঁপা- উজ্বল চুতীয়া
    বাঁহী - কৈলাশ ৰাভা
    বীণ- গৌতম শইকীয়া
    সহ: কণ্ঠ - ৰিপুঞ্জয় শৰ্মা, প্ৰণামী কোঁৱৰ
    শব্দ গ্ৰহন - ৰিপুঞ্জয় শৰ্মা
    শব্দ সংমিশ্ৰণ-জিন্তু বৰদলৈ
    ষ্টুডিঅ - ড্ৰীমচ্
    বিশেষ কৃতজ্ঞতা- চুতীয়া যুৱ সন্মিলন অসম, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, চুতীয়া উন্নয়ন পৰিষদ,অসম, সৰুজানী চাউৰক,হোমেশ্বৰ চুতীয়া ।
    #bihu
    #bihu2024
    #new_bihu
    #Chutia_bihu
    #Latest_bihu_song
    #assamesesong
    #hitSong
    #newAssameseSong
    #bihugeet
    #pankajboramusical
    #pankaj_bora
    #assamese_song_new
    #assamese
    #bihudhol
    #rawnihu
    #band_of_kishalay
    #assamestradisionalsong
    #dreams
    #dreamsaudiovisual
    #jintubordoi
    #musicvideo
    #musicalbum
    #musicalbumsongs
    #acousticmusic
    #livemusic
    #chutiatraditional
    #musicvideo
    #audio
    #audiolibrary
    #audiovisual
    #lyricalvideo
    #lyricalsongs
    • বিহু॥ HITS OF PANKAJ B...
    HITS OF PANKAJ BORA
    • সোৱণশিৰি বিননী” বিহু ২...
    SUWANSIRIR BINONI
    HURAI RANGOLI (CHUTIA BIHU)
    • হুৰাই ৰাঙলী ॥ বিহু ২০২...
    GHUNUSA (BIHU)
    • ঘুনুচা ॥ বিহু ॥ পংকজ ব...
    BHOORTAAL NRITYA
    • ভোৰতাল নৃত্য ॥ পংকজ বৰ...
    • আকৌ ফিৰিঙতি | Akou Fir...
    AKOU FIRINGOTI
    MAJOR MISTAKES IN WORLD RECORD
    • #dhol Lesson. MAJOR M...
    DHOLE KI KOI
    • ঢোলে কি কয় ? ঢোল শিকো ...
    ROGOR TIPS
    • ৰগৰ ভাল কৰাৰ কৌশল ॥ ঢো...
    10 TA HOHOJ BHANGONI
    • ১০ টা সহজ ভাঙনি ॥ ঢোল ...
    SUSONI THOKA SEU
    • চুচনি থকা নতুন ছেও ॥ গ...
    GUR GHULUKA HAT
    • গুৰ ঘোলোকা হাত ॥ ওজা ঢ...
    BIGYAN BULONI (OJA)
    • বিজ্ঞান বুলনি ॥ পংকজ ব...
    NEGERAR BHANGONI GHAT
    • নেগেৰাৰ ভাঙনি ঘাত ॥ নে...
    GETA BHAGAWAT
    • টোকাৰী গীত ॥ জ্যোতি হা...
    SHANKAR GURU
    • টোকাৰী গীত ॥কৃষ্ণমণি ন...
    KU KU KULI
    • টোকাৰী গীত ॥ প্ৰশান্ত ...
    AAYUKH BELI
    • আয়ুস বেলি ভটিয়াই ॥ দেহ...
    HORI NAAM
    • হৰি নাম ॥ জুবিন গাৰ্গ ...
    AAI GORVOT
    • আইৰ গৰ্ভত ॥ দেহবিচাৰ গ...
    MAYAR SANGSHAR
    • মায়াৰ সংসাৰ ॥পংকজ বৰা ...
    BOR DIHA
    • #বৰদিহা ॥ খগেনগগৈ ॥ পং...
    • কলিয়া কৃষ্ণ | Koliya K...
    KRISHNA KOLIYA
    BIPRO DAMUDOR
    • বিপ্ৰ দামোদৰ | টোকাৰী ...
    NAAMOR KOTHIYA
    • নামৰ কঠিয়া ॥ টোকাৰী গী...
    Antaryami Nrayan (RAKH)
    • ৰাসৰ গীত ॥ ৰাধা-কৃষ্ণ ...
    PASHUPATI mahadev
    • পশুপতি | টোকাৰী গীত | ...
    KOLI JUGE TUKARI GEET
    • Video
    Online negera class
    • ঢোলৰ সম্পূৰ্ণ গুৰুঘাত ...
    Best size DHOL LESSON by Pankaj Bora, Fingering Tips, Buloni, Rogor, How to Develop Rogor, Rogor
    exercise, • DHOL LESSON by Pankaj ...
    ঢোলৰ মুখ্য আৰু আনুসংগীক স্বৰ বা ধ্বনি সমূহ জানিবলৈ এই ভডিঅ’টো চাওক
    • Dhol Lesson by Pankaj ...
    ঢোলৰ অ আ ক খ
    • Dhol Lesson by Pankaj ...
    ঢোলৰ আকাৰ আৰু গঠন কেনে হোৱা উচিত
    • Best size of dhol , Ho...
    এখন নতুন খৰচনা শিকক
    • Oja Dhol Lesson #KHORS...
    হস্ত সাধনা
    • হস্ত সাধনা ॥Hand Pract...
    অনলাইন ঢোল শিকিবলৈ যোগাযোগ কৰক
    • Online Dhol class From...
    ঢোসৰ ৫ ৰত্ন
    • PANCHA RATNA OF DHOL ,...
    ঢোলৰ মাৰি আৰু টেমেকা
    • Dhol Lesson By Pankaj ...
    চাৰি যুগে চাৰি ঢোল
    • Dhol Lesson . চাৰি যুগ...
    দীঘলিয়া ছেও
    • Online Bihu Dhol Class...
    ঢোলৰ ভাঙনি
    • Dhol Lesson by Pankaj ...
    ছেও আৰু চাপৰ কি
    • Dhol Lesson by Pankaj ...
    ৫১ টা সহজ বোল শিকক
    • Dhol Lesson by Pankaj ...
    ঢোলৰ অলংকাৰ
    • Dhol Lesson by Pankaj ...
    তালিত বজোৱা বোল
    • Dhol Lesson by Pankaj ...
    জানিলওক এই ৬ টা কথা
    • Bihu Dhol Lesson by Pa...
    কম শব্দত কেনেকৈ ঢোল অনুশীলন কৰিব
    • Dhol Lesson by Pankaj ...
    ঢোলৰ উৰুলি আৰু কুৰুলি
    • Dhol Lesson by Pankaj ...
    দিগিৰিখি তাখিৰিখি বজাবলৈ শিকক
    • Bihu Dhol Lesson by Pa...
    ঢোলৰ অংশ সমূহ আৰু তাৰ কাম
    • Bihu Dhol Lesson by Pa...
    ঘৰতে কেনেকৈ নেগেৰা শিকিব
    • Negera Lessons by Pank...
    নেগেৰাৰ ২৫ টা সহজ বোল
    • Negera Lesson by Panka...
    নেগেৰাৰ ভাঙনি আৰু অলংকাৰ
    • Negera Lesson (3), Bha...
    দিহানামত নকৰিব এই ভুল
    • Online Negera Class (4...
    নেগেৰাৰ ৰগৰ বজাবলৈ শিকক
    • Negera Lesson by Panka...
    খোল পাঠ- পৰিতাল
    • Khol lesson (3) পৰিতাল...
    খোল পাঠ- ৰূপক তাল
    • Khol Lesson 2, ৰূপক তা...
    facebook - / pankajboraofficial
    Instagram- pankajbora204
    Our Musical Band
    #BAND_OF_KISHALAY
    / band-of-kishalay-55990...
  • เพลง

ความคิดเห็น • 250

  • @pritomgogoi7655
    @pritomgogoi7655 7 หลายเดือนก่อน +13

    ককাইদেউ সুন্দৰ হৈছে দেই আমাৰ ঐতিহ্যমণ্ডিত বিহু যেন ৰক্ষা কৰিছে আপোনাসৱে ককাইদেউ ❤🙏🙏

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน +1

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

    • @dipankarhazarika499
      @dipankarhazarika499 7 หลายเดือนก่อน

      ❤❤

  • @indronilsaikia8611
    @indronilsaikia8611 7 หลายเดือนก่อน +2

    সুন্দৰ হৈছে মহা পভূ গোপালে কৃপা কৰক। আগুৱাই যাওঁক।।

  • @palashhazarika4059
    @palashhazarika4059 7 หลายเดือนก่อน +12

    বহুত ভাল লাগিল....চুতীয়া জনগোষ্ঠীৰ "হুৰাই-ৰাঙলী" পৰম্পৰাগত গীত সমূহত জনগোষ্ঠীটোৰ ঐতিহ্য বিৰাজমান হৈ থকা যেন অনুভৱ হৈছে....এই মিঠা অনুভৱটো অন্তৰ-আত্মাত হেন্দুলনি জগোৱাৰ বাৱে আপোনালোকৰ সমগ্ৰ দলটোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আগেমবাই

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน +1

      ধন্যবাদ দাদা🙏🙏 । আপোনাৰ অৱদান অবিহনে এইয়া অসম্ভৱ । আপোনাৰ পৰা আৰু বহুত আশা কৰো আমি🙏🙏

    • @bolinsaikia3109
      @bolinsaikia3109 4 หลายเดือนก่อน

      Ati sundar hoisa,aru aguai jaok take kamanakrilu

  • @gimeabhi46
    @gimeabhi46 7 หลายเดือนก่อน +3

    Joi Aai Sadhani ❤

  • @souravlakhimpuriya
    @souravlakhimpuriya 7 หลายเดือนก่อน +7

    বহুত বহুত শুভেচ্ছা থাকিল ককাই ,চুতীয়া জনগোষ্ঠীৰ হেৰাই যাব ধৰা পৰম্পৰাগত গীত সমূহ ধৰি ৰাখি ৰাইজৰ মাজলৈ নসাঁজেৰে উলিয়াই অনাৰ বাৱে ধন্যবাদ থাকিল ❤
    জয়তু চুতীয়া জাতি ✊
    জয় আই সাধনী 🙏

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      অশেষ ধন্যবাদ 🙏🙏। আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে ।

  • @nilashboraassameseentertai1175
    @nilashboraassameseentertai1175 7 หลายเดือนก่อน +5

    সুন্দৰ পংকজ ককাইদেউ

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিবা দেই!

  • @saratsaikia6461
    @saratsaikia6461 7 หลายเดือนก่อน +5

    বহুত সুন্দৰ । বহুত ভাল হৈছে । আশা কৰো আগলৈ আৰু পাম । গীতৰ লগত জৰিত সকলোলৈকে মোৰ ধন্যবাদ থাকিল । চুতীয়া ভাষাতো গীত পাওঁ যেন ।

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      অশেষ ধন্যবাদ 🙏🙏। আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে ।

  • @Preetyrekha_24
    @Preetyrekha_24 7 หลายเดือนก่อน +5

    বহুত ভাল লাগিল চুতীয়া জনগোষ্ঠী বিহুবোৰ এনেদৰেই চিৰসেউজ হয় থাকক 😊

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @bijit7420
    @bijit7420 7 หลายเดือนก่อน +4

    বৰ সুন্দৰ হৈছে। জয় আই সাধনী

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @user-zi6sb3xo8r
    @user-zi6sb3xo8r 7 หลายเดือนก่อน +4

    বাও লাগিল দেই❤....আমি লফাই চুতীয়া....

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @digantabharali6382
    @digantabharali6382 7 หลายเดือนก่อน +1

    সুন্দৰ ককাইদেউ ❤

  • @sgogoi459
    @sgogoi459 7 หลายเดือนก่อน +3

    সুন্দৰ❤❤ বৰ ভাল হৈছে... বিহু বিহু লাগি গৈছে গাত...আইয'.. নেৰিবা । শুভেচ্ছা থাকিল.....

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน +1

      অশেষ ধন্যবাদ🙏🙏

  • @dipikaphukanofficialxopuna7961
    @dipikaphukanofficialxopuna7961 7 หลายเดือนก่อน +3

    বৰ ভাল লাগিল ❤️❤️

  • @bhrigukalita6479
    @bhrigukalita6479 7 หลายเดือนก่อน +2

    সুন্দৰ

  • @gobingogoi3986
    @gobingogoi3986 7 หลายเดือนก่อน +3

    পৰম্পৰাগত এফাকি বিহু নাম বৰ ভাল লাগিল পংকজ দা।❤❤❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিবা দেই!

  • @amarborah1684
    @amarborah1684 7 หลายเดือนก่อน +3

    বহুত ধুনীয়া হৈছে ❤❤❤❤

  • @porashmonichutia7444
    @porashmonichutia7444 7 หลายเดือนก่อน +8

    Frist time nijor jatir geet hunib paisu Val lagise💗💤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน +1

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @kushalmech2722
    @kushalmech2722 7 หลายเดือนก่อน +1

    বাকি সুন্দৰ হৈছে

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏🙏

  • @hiranmoyeekalita3479
    @hiranmoyeekalita3479 7 หลายเดือนก่อน +4

    Khub dhunia lagil dei ♥️😊

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      অশেষ ধন্যবাদ 🙏🙏।

  • @SunilDas-du7hf
    @SunilDas-du7hf 7 หลายเดือนก่อน +3

    শুনিলে শুনি থাকিব মন যোৱা হৈছে।

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @gautamdas9929
    @gautamdas9929 7 หลายเดือนก่อน +1

    বহুত ভাল লাগিছে পংকজ

  • @debojitsaikia8276
    @debojitsaikia8276 7 หลายเดือนก่อน +4

    অতি সুন্দৰ। স্বকীয়তাৰ গোন্ধ থকা এষাৰ বিহুগীত।👍👍

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @tustinborah657
    @tustinborah657 7 หลายเดือนก่อน +4

    অতি সুন্দৰ ❤❤ বিহু বলিয়া চুতীয়া আমি....,যাৰ বিহু এই সকলোঁ। জয় সধয়াপুৰ ❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @debojitphotography
    @debojitphotography 7 หลายเดือนก่อน +4

    Khubei Val lagil Kokaidew ❤️
    Love From Golaghat 😍❤️

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน +1

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @nirajphukan.123
    @nirajphukan.123 7 หลายเดือนก่อน +3

    Dhunia hoise sir ❤

  • @lxgogoi3341
    @lxgogoi3341 7 หลายเดือนก่อน +7

    সুন্দৰ পেঁপা বাদক❤

  • @ladinphunin2164
    @ladinphunin2164 7 หลายเดือนก่อน +3

    Ekdam mojaa hoise,, love from Bangalore

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน +1

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @bknbgamer1488
    @bknbgamer1488 5 หลายเดือนก่อน

    Hundor

  • @user-yq4wb3cd2k
    @user-yq4wb3cd2k 7 หลายเดือนก่อน +4

    কেচা মাটিৰ সুৱাস।🙏

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน +1

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @dhrubaspoetryassamese3917
    @dhrubaspoetryassamese3917 7 หลายเดือนก่อน +2

    বৰহোলাৰ গৌৰৱ অংশুমান, উজ্জ্বলক লৈ...আগুৱাই যোৱা...গান সুন্দৰ

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏🙏

  • @akashdeka7549
    @akashdeka7549 7 หลายเดือนก่อน +3

    Apunalukr bihu gaan bur bhut vl lage khuni moi 6 bar hol khuna ai2 gaan thnku agoloi aneke amar babe new new song bonai jbo ❤❤❤❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @tabbu07.
    @tabbu07. 7 หลายเดือนก่อน +2

    Dhuniya hoise😊

  • @PodumGogoi-pn2ke
    @PodumGogoi-pn2ke 7 หลายเดือนก่อน +3

    খুবেই সুন্দৰ হৈছে গীতটো ❤❤❤ ভাল লাগিল শুণি।

  • @manjitman2384
    @manjitman2384 7 หลายเดือนก่อน +2

    দেহ মন খাত পৰি গল ❤❤❤❤

  • @nobinhazarika9410
    @nobinhazarika9410 7 หลายเดือนก่อน +3

    চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত হুৰাই-ৰাঙলী গীতটো শুনি অভিভূত হলো।

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏🙏

  • @madhupatowary7778
    @madhupatowary7778 7 หลายเดือนก่อน +2

    বৰ সুন্দৰ হৈছে ❤ আন্তৰিক শুভেচ্ছা জনালোঁ

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @pabitrachutiapabitrachutia8258
    @pabitrachutiapabitrachutia8258 7 หลายเดือนก่อน +2

    বহুত 🎉🎉🎉❤ ❤

  • @assamesepoemratansadiyal8978
    @assamesepoemratansadiyal8978 7 หลายเดือนก่อน +2

    ভাল হৈছে।

  • @theoptimusprimegaming8116
    @theoptimusprimegaming8116 7 หลายเดือนก่อน +2

    বৰ ধুনীয়া হৈছে ককাইদেউ

  • @anuprajbonshi4173
    @anuprajbonshi4173 7 หลายเดือนก่อน +2

    ভাল হৈছে

  • @adminbrnalbari7339
    @adminbrnalbari7339 7 หลายเดือนก่อน +2

    বৰ সুন্দৰ হৈছে ❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      অশেষ ধন্যবাদ 🙏🙏। আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে ।

  • @axomorbuwarimonika9712
    @axomorbuwarimonika9712 7 หลายเดือนก่อน

    Khub hundor lagise deiiii 👌👌😍😍❤bor val lagil.

  • @LakhyajyotiNath-kb2xf
    @LakhyajyotiNath-kb2xf 7 หลายเดือนก่อน +1

    Dhuniya hoise dada ❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      অশেষ ধন্যবাদ 🙏🙏। আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে ।

  • @tutumonichutia518
    @tutumonichutia518 7 หลายเดือนก่อน +3

    ❤❤❤❤❤

  • @user-cb8qt6sy5k
    @user-cb8qt6sy5k 7 หลายเดือนก่อน +2

    অতি সুন্দৰ বিহু গীত দাদা

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @bad_boygaming1150
    @bad_boygaming1150 7 หลายเดือนก่อน +2

    Like desu dai. Bohut vl lagel

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @ratulsaikia6
    @ratulsaikia6 7 หลายเดือนก่อน +2

  • @user-dp6uv6ls1c
    @user-dp6uv6ls1c 7 หลายเดือนก่อน +3

    সুন্দৰ ককাইদেউ❤❤❤❤❤❤❤❤

  • @tirthakakati1160
    @tirthakakati1160 7 หลายเดือนก่อน +2

    Dhuniya hoise dada 🙏🙏🙏❤️❤️❤️❤️❤️

  • @RubulJodumoni
    @RubulJodumoni 7 หลายเดือนก่อน +2

    Hundor kokai❤❤❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @Bidyadeepta__boruah
    @Bidyadeepta__boruah 7 หลายเดือนก่อน +2

    অতি সুন্দৰ ভাইটি...

  • @gautamojah4534
    @gautamojah4534 7 หลายเดือนก่อน +2

    Mojjaaa

  • @ashimbaruah3697
    @ashimbaruah3697 7 หลายเดือนก่อน +2

    Xundor hoise

  • @arjunkalitaofficial4356
    @arjunkalitaofficial4356 7 หลายเดือนก่อน +3

    Waaww Dhuniya lagile kokaidew❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @sumeshwarfangsho2802
    @sumeshwarfangsho2802 7 หลายเดือนก่อน +2

    Dhuniya hoise

  • @totalgamingl6226
    @totalgamingl6226 7 หลายเดือนก่อน +2

    Hundor gan

  • @hemantasaikia1514
    @hemantasaikia1514 7 หลายเดือนก่อน +2

    dhunia❤❤❤

  • @malabika88
    @malabika88 7 หลายเดือนก่อน +2

    Bor bhal lagise👌👌👌

  • @bituponduttavlog7287
    @bituponduttavlog7287 7 หลายเดือนก่อน +2

    অতি সুন্দৰ❤❤❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিবা দেই!

  • @nabajitsaikia4533
    @nabajitsaikia4533 7 หลายเดือนก่อน +1

    ককাইদেও ভাল লাগিল দেই শুনি।

  • @himarani7096
    @himarani7096 7 หลายเดือนก่อน +3

    Dhuniya lagise ❤

  • @nielkamalnkh5792
    @nielkamalnkh5792 7 หลายเดือนก่อน +3

    সুন্দৰ হৈছে দাদা ❤

  • @TulonSonowal-hu4lc
    @TulonSonowal-hu4lc 7 หลายเดือนก่อน +2

    Moja,👌♥️

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @madhujyagogoi4292
    @madhujyagogoi4292 7 หลายเดือนก่อน +2

    ❤❤❤apurbo hoise❤❤❤❤

  • @basudevjnyanjyoti3933
    @basudevjnyanjyoti3933 7 หลายเดือนก่อน +2

    A moja

  • @bikashbikimusical3723
    @bikashbikimusical3723 7 หลายเดือนก่อน +3

    Utjall 🔥🔥

  • @ilovesj2450
    @ilovesj2450 7 หลายเดือนก่อน +2

    val lagil

  • @fluteprasantagogoi6528
    @fluteprasantagogoi6528 7 หลายเดือนก่อน +2

    Dhunia hoise❤

  • @utpalsonowal3979
    @utpalsonowal3979 7 หลายเดือนก่อน +1

    বৰ ধুনীয়া, দেহা ৰাই জাই কৰি গৈছে 2:00

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @AnkurKolita250
    @AnkurKolita250 4 หลายเดือนก่อน +1

    😊🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤😊😊😊 thanks

  • @krishanukausik6800
    @krishanukausik6800 7 หลายเดือนก่อน +2

    😍😍😍

  • @BhabaBihuDAS
    @BhabaBihuDAS 7 หลายเดือนก่อน +2

    Nice

  • @sauravborah-gk6hq
    @sauravborah-gk6hq 7 หลายเดือนก่อน +1

    Bhut dinor murot bhl husori hunibo plu 🙏🙏🥰🥰

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @tapanchutia3017
    @tapanchutia3017 7 หลายเดือนก่อน +2

    Mojja debenda

  • @Val_loga123
    @Val_loga123 7 หลายเดือนก่อน +1

    Bohut val hoise

  • @debanandrabora6662
    @debanandrabora6662 7 หลายเดือนก่อน +4

    Dhuniya lagise huni👌

  • @pobagourab6900
    @pobagourab6900 7 หลายเดือนก่อน +1

    🌸👌🤝

  • @paragchutia7350
    @paragchutia7350 7 หลายเดือนก่อน +2

    ❤❤❤❤❤😊

  • @bidyutbikashborah7855
    @bidyutbikashborah7855 7 หลายเดือนก่อน +1

    Hundar❤

  • @gangadharsaikia337
    @gangadharsaikia337 7 หลายเดือนก่อน +1

    ❤❤❤❤❤ bohut moja hoise pankaj da

  • @xyzdotcom220
    @xyzdotcom220 7 หลายเดือนก่อน +1

    কোনোবা বিহু নামৰ পৰা অনা যেন লাগিছে বিহু ফাঁকি কেইটামান কোনোবা গাঁৱত বুঢ়া মানুহ এজনৰ মুখত শুনিছিলোঁ

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน +1

      শুনিবও পাৰে । কাৰণ এইয়া চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত বিহুনাম ।

    • @xyzdotcom220
      @xyzdotcom220 7 หลายเดือนก่อน +1

      ​@@PankajBora.Official এইযে পুৰণি সুৰৰটোতে বিহুনামবোৰ বাণীবদ্ধ পৰা নাযায় নেকি আজিলৈকে কথাবোৰ যদিও পুৰণি হয় কিন্তু সেই পুৰণি সুৰতে বাণীবদ্ধ কৰা শুনা নাই । এই বিষয়ে অজ্ঞাত সেই বাবে সুধিলোঁ

  • @bhaskaedutta4167
    @bhaskaedutta4167 7 หลายเดือนก่อน +1

    Dhuniya lagile

  • @bharotiboranath4819
    @bharotiboranath4819 7 หลายเดือนก่อน +1

    Jaan ValLagese

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏🙏

  • @borhollayoutuberakashdas
    @borhollayoutuberakashdas 7 หลายเดือนก่อน +1

    ❤❤ সুন্দৰ

  • @rituflutemusic7726
    @rituflutemusic7726 7 หลายเดือนก่อน +1

    juii ❤

  • @abhijitdas3425
    @abhijitdas3425 7 หลายเดือนก่อน +1

    Best wishes 🙏🙏

  • @ProbitraPhukon-fv7qf
    @ProbitraPhukon-fv7qf 7 หลายเดือนก่อน +1

    Moja❤❤

  • @kushalmech2722
    @kushalmech2722 7 หลายเดือนก่อน +2

    বিহু গীতটোৰ সুৰ সোনোৱাল কছাৰী ৰ বিহুৰ লগত কিবা মিল আছে নেকি?

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน +2

      চুতীয়া সকলৰ এইচো পৰম্পৰাগত গীত । মুখ বাগৰি আহি হয়টো মিলিবও পাৰে । কাৰণ লোকগীত হিলাক মুখবাগৰি আহি আহি ইটো সিটোৰ সৈতে সংমিশ্ৰণ হয়হি।

    • @gimeabhi46
      @gimeabhi46 7 หลายเดือนก่อน

      Mil thakibo u pare Chutia,Sonowal ,Bodo,deori-chutia, Etc r majot difference nai Sb ata Bodo kachari mulor clan hoi 🙂

  • @sisterslifestyle1428
    @sisterslifestyle1428 7 หลายเดือนก่อน +1

    Val lagile

  • @J.GVlog6
    @J.GVlog6 7 หลายเดือนก่อน +1

    Vl lagil kitu dei ❤❤

  • @Hongskritipuhor1999
    @Hongskritipuhor1999 7 หลายเดือนก่อน +2

    Ujjal aguwai juwa tumr pepa lohart

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @utpaldutta6031
    @utpaldutta6031 7 หลายเดือนก่อน +1

    moja👌

  • @naruttamsaikia5923
    @naruttamsaikia5923 7 หลายเดือนก่อน +1

    Excellent 👍❤

  • @user-fu8oq1kc4z
    @user-fu8oq1kc4z 7 หลายเดือนก่อน +1

    wow❤

  • @Nayandeepvolog
    @Nayandeepvolog 7 หลายเดือนก่อน +1

    Hundor hoise val lagil huni😊❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @Surajitsunumusiclife
    @Surajitsunumusiclife 7 หลายเดือนก่อน +1

    Main bihu ❤❤

    • @PankajBora.Official
      @PankajBora.Official  7 หลายเดือนก่อน

      ধন্যবাদ🙏🙏 ।সকলোৱে পোৱাকৈ পাৰিলে চেয়াৰ কৰিব দেই!

  • @DipaGogoi-no1ct
    @DipaGogoi-no1ct 7 หลายเดือนก่อน +1

    Very nice 👍

  • @mihirart-om4ez
    @mihirart-om4ez 7 หลายเดือนก่อน +1

    Nice.

  • @borhollayoutuberakashdas
    @borhollayoutuberakashdas 7 หลายเดือนก่อน +3

    পেপা বাদক জন❤

  • @TulonSonowal-hu4lc
    @TulonSonowal-hu4lc 7 หลายเดือนก่อน +1

    👌🌹