ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সুন্দৰ বহুত ভাল লাগিল বিহু জোৰা চাই
দৰ্শকৰ ফালৰপৰা বাওঁহাতৰ টকালোৱাজনক শ্ৰেষ্ঠ নামতীৰ সন্মান দিব লাগে বিহু সমিতি বোৰে। ইমান সুন্দৰকৈ কোনেও গোৱা নাই এইবছৰ। বহুত বহুত শুভেচ্ছা দলটিলৈ
অসমৰ বাবে গৌৰৱ❤❤❤ লাইক কৰা ❤❤যদি বিহু ভাল পায়🎉🎉🎉
বন্ধু সত্যজিৎ আৰু বাপুজী দাৰ কণ্ঠই মন মোহী পেলাই।
বিহু মানেই আমাৰ মৰমৰ বাপুজি দা, আৰু একো নকওঁ , 👌👌👌👌💗💗💗♥️♥️
গোলাঘাটৰ পৰা মৰম দিলোঁ দাদা বাইদেউ সকলক ❤❤❤❤
হাতত টকা লৈ নাচি থকা জনৰ কিন্তু আচল বিহু লাগিছে দেই ৷ কিছু enjoy কৰিছে তেওঁ ৷ বিহুনাচ দৰাচলতে এনেকুৱাই হ'ব লাগে ৷✌👍👌৷ সামগ্ৰীকভাৱে গোটেই বিহুখন বৰ সুন্দৰ হৈছে ৷
👍👍👍সুন্দৰ ।অসমৰ গৌৰৱ বিহু আৰু সচাকৈয়ে এইখন অসমৰে জীয়ৰী হৈ মই নিজকে গৌৰৱ অনুভৱ কৰোঁ ।সকলো লৈ আন্তৰিক শুভেচ্ছা থাকিল ।জয আই অসম ।জয় হৰি 🙏🙏🙏
Bohut val lagile cheu huchri doltiloi aakha korisu aaguwai juwa
চেও হুচৰি দলক আন্তুৰিক শোভেচা জনালো
Jaron porise,❤️
Namtiporia semonia husori dolo r torofor pora aantorik hubhessa jnalu❤
Waoo Hosai Bahut Val lagile Dei Start To End Hosai lovely 😍😍😍❤❤❤❤
Ati Sundar 👍👍👍namoti bapuji& saitra,logote hamuh doltiloi hubha kamona gyapon karilu , anedore hadai jui hoi jiliki thakok ,,,,,,,,👍👍👍💖💕💕💖💖👌👌👌
ভাল লাগিল তোমালোকৰ প্ৰতিভা দেখি সকলোৰে ইমান ধুনীয়াকৈ নাচিছে আৰু বহুত ধুনীয়াকৈ গাইছে, আন্তৰিক শুভেচ্ছা থাকিল 👍
ডিব্ৰুগড়ৰ ছেও ❣️🔥
আন্তৰিক সুভেচ্ছা জনালো তোমালোকেহে পাৰিবা অসমীয়া জাতিটোক বচাই ৰাখিব জয় আইঅসম 🍏🍏🍏🍏🍏🍏🍊🍊🍊🍊🍊🍊🍊🍊
Bapuji da..jui🙏🙏
🙏
বিহু মেইন্ ♥️♥️♥️
Bapuji dar❤❤❤matto hunile huni thakibo mon jaii..hepahe nopolaiii❤❤❤
বহুত বহুত ভাল লাগিলতোমাৰ লোকৰ পতিভা দেসি আৰু আগুৱাই জোৰা শুভেচ্ছা থাকিল 💖💞🥀
Hundor otikoi hundor .abhinandan jonalu hokoluke dai
Ami bihu boliya axomiya lora❤️❤️❤️
Hundor 😍😍😍
সুন্দৰ।অতি সুন্দৰ।বৰ ভাল লাগিল। এইবাৰ বিহুৰ বতৰত প্ৰথম হুঁচৰি চালোঁ/শুনিলোঁ। প্ৰায় ২০মিনিট সময় একেৰাহে বহি , আমনি নালাগিল।পুৰুষ কণ্ঠদুটা অতি সুন্দৰ। অতিকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো। তাতোকৈ চেনেহৰ ছেও বিহু হুচৰি দল নোচোৱাকৈ কেনেকৈ থাকো।
Bhallàgíl
😊?z Tt😅tu😮😅😊
❤❤
@@kshamakantaboruah2731❤*❤71
বহুত ভাল লাগিল🧡🧡সদায় এনেকৈ অসমীয়াৰ হিয়াৰ আমঠু বিহুটিক আমি সকলোৱে ঐক্য শান্তি বজাই ৰাখি জাকত জিলিকাই ৰাখিব লাগিব🤍🤍জয় আই অসম🙏🙏🙏
অভিভুত হ’লো,অনন্য সুন্দৰ৷
Bapuji da lgote hosori doll tolloi Moranor pora morom jasilo 👍
Sosit dhunia gaisa duijone bohut dhunia lageli
Oti xundor poribesh 🙏 bohutei vl lagl bihu sai 👍👌❤️🤗🔥🔥
Vall lagi bihu dltiloi hatot thaka loi bihu guwa dada jn best hoise
Excellent Bapuji Konwar..... Congratulations🎉🥳👏
Birat dhunia hoise
সকলো নাচনী ইমান সুন্দৰ কৈ নাচিছে, এজনী ও কম নহয়। বিহু বলিয়া মন টোৱে কিমান বাৰ ভিডেও টো চালো ঠিকনা নাই।
Hundar Hoisa
Satya vai mojjja gaisa ❤️❤️❤️
Amar Nimaijan ❤️
Punr agotiyake bihur huvesha thkil dei❣️
Xundor agouai jua
মা লাগিলে🥰🥰🥰
আপোনালৈ ধন্যবাদ দাদা। অসমৰ বাহিৰত কাম কৰিব অহা প্ৰায় এবছৰ মান হল সেইবাবে এইবাৰ বিহু চোৱা নহল । আপোনাৰ বাবে আজি TH-cam r জৰিয়তে এখন ভাল বিহু হুঁচৰি চাই একেবাৰে ঘৰৰ ওচৰৰ বিহু মঞ্চখনলৈ মনত পৰি গল 😘😭
Vl lagil bihu jura Sai...Josh ase hakalure ......moja
Bohut dhunia hoise
Bhut val lagile sai
টকা বজোৱাজনে কিন্তু গেহেৰা, গুলি জেং বজাইছে আৰু নাচিছে❤️
এবাৰ হ'লেও দলটোৰ সদস্য হোৱাৰ হেপাহ ❤️😊
Muru
Cfcedgf🎉❤🎉❤
Lkgvmr🎉❤
Dhuniya LagiSe de 👌
অসমৰ গৌৰৱ বিহু , 💖
বহুত বেছি ভাল লাগিল হুঁচৰি টো প্রদর্শন কৰি ♥️♥️
Moi asu Amr bihu Khonut ❤️☺️
সুন্দৰ বিহু
Love my favourite Bihu husoree soo good
So good
আন্তৰিক অভিনন্দন জনালোঁ ❤️
জুই♥️♥️♥️🔥🔥🔥🔥
👍 nice👍👍
Ati hundor ❤
Love from ponka
Bahut bahut Val lagil ati monoram pradarsan vabisyat Mangal kamana korilu
Hundar bihu👍👌
Mor dore 2024 ot kune kune sai asa like koreba ❤🎉
Voice op❤️
আমাৰ গৌৰৱ❣️😚😊
Bohut bhal. Lagil
Damn that was so perfect ♥️😭
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤bapuji konwar aru satya da gaan hunibole ke bi hu khon sau
Moja moja bihu .
Satyajit tumi jui🔥🔥🔥
Jeng xaliya 😍🔥🔥😍
Bapuji daa main 🔥
outstanding.
Bohut val val lagil 😘😘
বহুত.ভাললাগিল.পাহৰিব. নোৱাৰো.আৰু 😊😊
Dhunia lagil
Epic dile beh ❤
🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥⚡
Love❤ you first comment❤💬
Beutiful
Umm moja nas de bahotor
Bihu Bihu lgi gol.....😂🥳
অসমলৈ বৰকৈ মনত পৰে
Mur u mn ase chaw husori t jabole
ধুনীয়া লাগিল
Mojja bihu😍😍😍
Mojaa
অতি সুন্দৰ।
Moy bengali but Assamese mor pran bihu dekhanai 40years
Nice...amazing bihu dunce
Thanks a lot
❤😊🎉
❤❤❤❤😊
Dibrughar💖
অতি সুন্দৰ
সুন্দৰ
Moja moja
Cheo 💕💕💕
Nice very nice ❤️
A baar moja de neriba
অসমৰ গৌৰৱ সঁচাই
Bapuji 🔥
Joy ai assam
এইবাৰ চাব পাম বুলি আশা থাকিল দাদা
❤️✨

বহুত বহুত ভাল লাগিল
তোমাৰ লোকৰ পতিভা দেসি আৰু আগুৱাই জোৰা শুভেচ্ছা থাকিল 💖💞🥀