There can be no other states where such things might happen. It is because of the greed of money for which the proud property Ahom days with important historical monuments so carefully preserved till other day can be be a substitute for the greedy people How possibile in a place like Sibsagar, Matter to be ashamed. Who is the persons to satisfy their greed of money. Strange indeed
আহক আমি আমাৰ সম্পদক ৰক্ষা কৰিব লৈ সকলো এক হৈ আহক। আপোনালোকক কৰজোৰ কৰি শিৱসাগৰৰ সকলো ৰাইজক জনালো এইবিলাক দেখি ৰৈ নেথাকিব । সময় বৰ মুল্যবান ।
Hosa kotha koise baidew.
আমি হলো সাধাৰণ নাগৰিক ; আমি নিৰ্বাচন কৰিলো এজন নেতাক , কিন্ত যদিও আমি শিৱসাগৰ ৰ ৰাইজ সচেতন নহওঁ ; তেন্তে আমিও এদিন বৃকি হবলাগিব । আহোম হেৰাই যাব। 600 বছৰ ৰ ৰাজত্ব নিহেখ হব ,বুৰঞ্জীৰ দৰে।
শমাই খাই দিলে আমাৰ সোণৰ অসম খন
ছাত্ৰ সন্থা কত লুকাল । অসমৰ কীৰ্তি চিন্হ বোৰ বিক্ৰী হৈ গল । এদিন শংকৰ দেৱ কলা ক্ষেত্ৰ, নুমনিগড় ৰেফাইনেৰী, হাইৱেৰ স্কুলবোৰ, কলেজবোৰো গম নোপোৱাকৈ বিক্ৰী হৈ যাব । অসম চৰকাৰ পুজিপতিৰ হাতৰ পুতুলা । এই চৰকাৰ পদত্যতাগ কৰা উচিত । অসম বচাবলৈ দলে দলে ওলাই আহক । গাৱে গাৱে বিজেপিক ভোট নিদিবলৈ জনমত সৃষ্টি কৰক । যদি তুমি অসমৰ হৈ মাত মাতক ।
Amar.manhbure.bujibali.bahut.baki.ase.jetia.rajbatar.vikhayari.nahay
অসমৰ মানুহক কেৱল অৰুনোদই ,লাখ পতি বাইদেউ লাগে ।এফালে কিন্তু অসম বিক্ৰী গল ।কেৱল আঁচনিৰ লোভ ।
লাজ নাইকীয়া ভোটাধিকার মানে অসমীয়াই সময়ত সব
অসমীয়াৰ লাজ নাই আকৌ এই দলকে জিকা বলৈ দিন ৰাতি একাকাৰ কৰি ফুৰিছে।
এতিয়া তাত ঠকা বস্তু বিলাক লৈ যাব । তাত বহুত সুন আছে ।
আচৰিত
ঘৰতে আছে বিভিষন , ঘৰতে আছে বদন , হবই এনেখন !
Sob sesei
মনে মনে মামাই মামী নামত নামজাৰি কৰি বহিৰাগত মানুহ অনা নাই টো...............
আকৌ এবাৰ মোদী চৰকাৰ। অসমীয়া সকল বিক্ৰী গল।
Manuhok asoni he lage aibur ji hoi hoi thakok kharkhuwa oxomiya
জাতি মাটি ভেটি আৰু পাটী পাঠি বিলাকৰ লগত চিঞৰ বাখৰ কৰি সময় নষ্ট কৰি লাভ নাই অসমী আইৰ ভাগি চিঙি শেষ সব ধৰা উৰুষা পজা আমি নিমাণ কৰো আমি সবে একে লগ হৈ জয়আই অমস
আমাৰ ভাতৰ চৰু ও বিক্ৰী কৰিব
Good news
সম্পতয়ে নহয়। মানুহো বিক্ৰী হৈ আছে
মনুহে পৰিবৰ্তন বিচাৰিছিল ,,পৰিবৰ্তন আহিল,, পাশা খেলত টকাৰে জিকিছে,,নিজৰ জাতিকো পন লগাব বেছি দি নাই
খেতিৰ মাটি ডৰাও বিক্ৰী যাব
কোন বহিৰাগতই ৰংঘৰত থিতাপি লৈছে এতিয়াই ঘুচিয়াই দিয়ক ৰৈ থকাৰ সময় নাই ।জয় আই অসম
Asamat ajan badan barphukan ase seibabe bikrihawatdii asam.
Amar mukhyomantri dangoriyai hui ase. Aru nijor poriyalor property borhaise.
Right kihor babe Bihari ahi chance pale
Aponitalatalghorloigolbuli,kok.
মিছা কথা কৈ নিজৰ বিপদ নামাতিব
Jani bar baya lagil assamar manuh bur Mari gal naki Anya chiyar bakhar Kari lav nai
Bese diya proof dhekabo pribo
Nohoy
Assamat asamia vagania. ., haboi., neki?
😭😭🔥🤛
তলাতল ঘৰ বিক্ৰীৰ কি প্ৰমাণ আপোনাৰ ওচৰত আছে তাক আপুনি ৰাজহুৱা কৰক । নহলে এনেকুৱা বিভ্ৰান্তি কথা কৈ ভিভিও নবনাব ।
Asomia dekabur kenigol
Aitu ami assambashiye ketiyo kunupadhye Manila nahaha,
Hokolu bjp r khel
Dukh lagisa huni
There can be no other states where
such things might happen. It is because of the greed of money for
which the proud property Ahom days with important historical monuments so carefully preserved till other day can be be a substitute for the greedy people How possibile
in a place like Sibsagar, Matter to be
ashamed. Who is the persons to satisfy their greed of money. Strange
indeed
.aibur.sadharan.nagarike.valdare.buji.nupuar.phal.karan.b.j.p.k.ni.rbasan.karile.
Misa kotha kiya kobo lage Akhil gogoi.
Kam nai sarkar chance nahla
Asamar akata nai
Khosake amar akhom atiya dhonkho pothot
,নেপালীয়ে বিকীকৰি লেনিকি
Kot lukal ???? Jati.mati.bhati.borak.bhoiyam..gotaikhini hakh hoigol.thakil ki?.ahumor portik bikri korar pisot thakil ki?jodi ha kothatu hompurna hoityo hoi
😂😂😂😂😂😂
Aji.nagarike.pagalarde.valpua.rparinam.dise
Bjp Bjp buli chiori thoka Axomiya keitai ba atiya ki koy
Bikar proman diok
Ati sonkale Assamia manuhk kam diba lage.
Tarpisotu manuhe b.j.pik vut.dibone.tak tat kunedise .aapunar lukor.logot aasu
Bjp r karane s9b ses
Ahaksakolomarbndeteadeuonoholaassmbasajiborijsabodhan
Jadi ako najane mane mane thakak
ফালটো কথা নকোৱা ভাল কাৰণ আমি অসমীয়া আমি অসমীয়া বুলি চিঞৰি বাট, পথত চান্দা টোলত পাকৈত ইজী মানি লাগে কষ্ট নকৰে।
Bjp r khel akwo abar modi Sarkar.....
Hui thak Ahom bjp varit dhar
He is a Mahmad Bin Tuclog.
Tar wifeok ketiya besib
Fake news
BJP zindabad
Fake news