ডাঙৰ খবৰ।নাকটো কাটি পেলাওঁক মুখ্যমন্ত্ৰীয়ে।ক'ত লুকুৱাই ৰাখিছে।এইয়ানেকী আধুনিক পুলিচ।/virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ต.ค. 2024

ความคิดเห็น • 21

  • @AfrinZannat
    @AfrinZannat 2 หลายเดือนก่อน +2

    Absolutely correct

  • @DilipGogoi-x2h
    @DilipGogoi-x2h 2 หลายเดือนก่อน +3

    অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী অখিল গগৈ হোৱা উচিত

  • @MonuramMonuramtaid
    @MonuramMonuramtaid 2 หลายเดือนก่อน

    মাতিব কোনে?সকলোকে ধন আৰু ক্ষমতাৰ টুপ আৰু হিতাধিকাৰী বনাই ৰাখিছে।

  • @taradoi7957
    @taradoi7957 2 หลายเดือนก่อน +2

    মাননীয় অখিল গগৈয়ে যুক্তি কথা কৈছে ।

  • @DimbanathDoley
    @DimbanathDoley 2 หลายเดือนก่อน

    মুখ্যমন্ত্ৰী আৰু ৰিনিকি ৰ সম্পতিৰ ৰাজহুৱা কৰাৰ কথা তল পেলাবৰ হেতু
    আলফাৰ লগত ভাল বুজা বুজি আৰুভাল আলোচনা যোগেদি এই কাম কৰা হৈছে ।লগতে অসম বাসীক মূৰ্খ সজাইছে

  • @digantagogoi1868
    @digantagogoi1868 2 หลายเดือนก่อน +1

    মুখ্যমন্ত্ৰীয়ে কবিতা লিখিলেহে জেললৈ পঠাই। বোমা ফুটালে একো। নকৰে নহয় অখিল ভাইটী।

  • @user-xm9np5iop34
    @user-xm9np5iop34 2 หลายเดือนก่อน

    হিমন্তু বিশ্চক অসমৰ ৰাইজে ফলিয়া বাহেৰে কোবাই কোৱাই অসমৰ পৰা খেদি দিব লাগে

  • @binoykalita7597
    @binoykalita7597 2 หลายเดือนก่อน +1

    অসমৰ গ্ৰীহ বিভাগৰ অষ্টিত্ত জিয়াই ৰাখিছে বিশেষ সকলৰ বাবে নিৰাপত্তা দি।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 หลายเดือนก่อน +2

    আটাইতকৈ ডাঙৰ কথা আলফাই কেইবা দিনৰ আগতে বন্ধ ঘোষণা কৰিছিল । তাৰ পিচতো কিয় গৃহ বিভাগ আৰু আৰক্ষী বিভাগ তৎপৰ হোৱা নাই সেইটোহে ৰহস্য জনক।

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 2 หลายเดือนก่อน +1

    Zindabad...

  • @kamakhyasaikia5217
    @kamakhyasaikia5217 2 หลายเดือนก่อน

    Asomat aibur ki haise .lutiputi khuawr sarkar haise neki

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 2 หลายเดือนก่อน

    Right..

  • @tayyeburrahman7362
    @tayyeburrahman7362 2 หลายเดือนก่อน

    আজিকালি কবিতা লিখিলে, arrest হয় | বাকী বোৰে মহিনা নাপাব গাতকে নামাতে এতিয়া Channel বোৰে Meghalaya ৰ USTM ৰ লগত ব্যস্ত, বাংলাদেশৰ হিন্দু নিয্যাতনৰ অধীক চচ্চাত ভাল লাভ পাব

  • @DilipGogoi-x2h
    @DilipGogoi-x2h 2 หลายเดือนก่อน +1

    Bjp ulfa bhai bhai

  • @manusaikia368
    @manusaikia368 2 หลายเดือนก่อน

    ভাওনা 😆😆😆😆😆

  • @abulbasarmohiuddin6993
    @abulbasarmohiuddin6993 2 หลายเดือนก่อน

    Strange

  • @zamba313
    @zamba313 2 หลายเดือนก่อน

    Hain de futile ki hal hain? 😂

  • @Real12976
    @Real12976 2 หลายเดือนก่อน

    Aijone okl vukibo jane😂😂😂😂😂