ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

"হিমন্ত বিশ্বৰ ভয়ানক বিপদ" নিতুমনিৰ জৰিয়তে চাওঁক🤔

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 มิ.ย. 2024
  • "হিমন্ত বিশ্বৰ ভয়ানক বিপদ" নিতুমনিৰ জৰিয়তে চাওঁক🤔#time8news #news18assamnortheast

ความคิดเห็น • 104

  • @sibanathburagohain7573
    @sibanathburagohain7573 หลายเดือนก่อน +41

    এওলোকে অতি মিছা কয় মুখেৰে কয় এটা আৰু কৰে এটা অসমীয়া ৰাইজ অতি সচেতন হওক ধন্যবাদ

  • @mandirabordoloi5708
    @mandirabordoloi5708 หลายเดือนก่อน +2

    সুবত তালুকদাৰ কথাখিনি শুনি ভাল লাগিল নিতুমনিলৈ ধন্যবাদ

  • @ranjitbora734
    @ranjitbora734 หลายเดือนก่อน +11

    যেতিয়া বিচাৰ প্ৰক্ৰিয়া গৈ কোনো চৰকাৰে ব্যক্তিৰ ওচৰ পাবগৈ তেতিয়া সকলো ফুতুকাৰ ফেন হবগৈ।

  • @ArifaKhatun-mn2gw
    @ArifaKhatun-mn2gw หลายเดือนก่อน +7

    দোষী ব্যক্তি জন BJP ৰ মানুহ হয় তেতিয়া কি কৰিব?

  • @user-er9se1md5x
    @user-er9se1md5x หลายเดือนก่อน +14

    জয়ন্ত গোস্বামিৰ কথা সিনি ভাল লাগিচিল। কিন্তুু বিজেপিৰ এতা বহুত বেয়া গুন আচে সেইতো হল আগৰ চৰকাৰে কি কৰিচিল আগৰ বিলাকে জি কৰিচিল তেওলোকৰ অনুসৰন কৰিচা নেকি তেওলোক বেয়া কাৰনে তোমালোকক আনিচিল নেকি। এয়াই তোমালোকৰ চৰিত্ৰ

  • @tazulislam4745
    @tazulislam4745 หลายเดือนก่อน +18

    So PM should be well educated.

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n หลายเดือนก่อน +3

    বিজেপি ৰ মূৰব্বী জনেই শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত সন্দেহ ৰ আবতত আছে গতিকে নীটৰ নিচিনা গুৰুত্ব পূৰ্ণ পৰীক্ষা ৰ কথা কি বুজিব

  • @sibanathburagohain7573
    @sibanathburagohain7573 หลายเดือนก่อน +3

    এখেতৰ কথা শুনিছেনে অসমৰ ৰাইজ সজাগ সচেতন হওক এখেতে কিমান সছা কিমান মিছা কৈছে সময়ত সকলো গম পাব। ধন্যবাদ

  • @sibanathburagohain7573
    @sibanathburagohain7573 หลายเดือนก่อน +2

    শইকিয়া দেৱ ধন্যবাদ

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p หลายเดือนก่อน +12

    গোস্বামী শুনকচোন ডাঙৰীয়া... কংগ্ৰেছে বেয়া কাম কৰিছিল বাবেই দেখোন ১৫ লাখৰ লোভত পৰি মোডীক আনিলো.. ... কংগ্ৰেছ বেয়া বাবেই তৰুণ গগৈক আঁতৰাই সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আনিলো... তেন্তে কংগ্ৰেছে কৰি যোৱা বেয়া কাম বোৰ দেখোন বিজেপিয়ে দুগুণ বৃদ্ধি কৰি দেখুৱাইছে.. সেইটো দেখা নাই নেকি...
    নিজৰ দোষ জাপিবলৈ আনক গালি পাৰি লাভ নাই ডাঙৰীয়া...
    নিজে কি কৰিছে তাৰ উত্তৰ দিয়ক.. সমাজত অন্ধ ভক্ত আছেই বুলিয়েই সকলো অন্ধ নহয়

  • @RomaBora-pj6pu
    @RomaBora-pj6pu หลายเดือนก่อน +3

    বিজেপিৰ আইন দেখা পাইছো, ফোটুকাৰ ফেন।

  • @abdulhekim5770
    @abdulhekim5770 หลายเดือนก่อน +2

    সুব্ৰত তালুকদাৰ তোমাক ধন্যবাদ।
    সঁচা কথা কৈছে । সুব্ৰত ৰ সন্মুখত জয়ন্ত গোস্বামী শূন্য হৈ গৈছে। জয়ন্ত গোস্বামী এইয়া প্ৰথম বাৰৰ বাবে শুনিবলৈ পালোঁ যে কোনো পৰীক্ষাত গেছ মাৰ্ক দি topar কৰা ।এয়া কোনটো নিয়মত পৰে ।

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 หลายเดือนก่อน

      বি জে পি চৰকাৰখনক গো বেক দিব লাগে নহলে দেশখন দেশ হৈ নাথাকিব আৰু মানুহ বোৰ মানুহ হৈ নাথাকিব।আমাৰ মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ চাওক কেলেংকাৰিৰে পাহাৰ বনাইছে।গতিকে সকলো লগ হৈ ইহতক উচিত শাক্ষা দিব লাগিব।

  • @anjalighoshdastider3258
    @anjalighoshdastider3258 หลายเดือนก่อน +2

    It has been proved that PM should be well educated..

  • @mansidash78
    @mansidash78 หลายเดือนก่อน

    অতি সুন্দৰ কথোপকথন। আমাৰ অসমীয়া youth যে ইমান সতৰ্ক হব ধৰিছে এইটো এটা শুভ লক্ষণ। আৰু
    শক্তিশালি হোৱা এইয়াই মোৰ আকাংক্ষা। Right thought, right expression, right words, এইকেইটাই development ৰ মুল মন্ত্ৰ।
    নিতুমনি শইকীয়াক ধন্যবাদ জনাইছোঁ প্ৰতিটো কথোপকথন বিশেষ ভাৱে সাঙুৰি লোৱাৰ বাবে। ।
    দুঃখিত যে এইখন চৰকাৰে সকলো agency ক নিজৰ হাতত লৈ মুখৰ মাত বন্ধ কৰি থৈছে। মাননীয় supreme court ও আনকি হাত ভৰি বন্ধা। Very very sad for Indians.

  • @Mr_ninja324
    @Mr_ninja324 หลายเดือนก่อน +2

    ১০বছৰত BJP য়ে দুৰনিতি কমাব নোৱাৰিলে আৰু এইবাৰ কি কৰিব?

  • @sunilbarkataki1657
    @sunilbarkataki1657 หลายเดือนก่อน

    Quality education ৰ সলনি quantity education প্ৰবৰ্তনে voters সৃষ্টি কৰা সকলক বহিষ্কাৰ কৰাৰ লগতে জনজাগৰণৰ প্ৰয়োজন আছে।

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc หลายเดือนก่อน +4

    বিজেপিয়ে ইচ্ছুক ভাৱেই কেলেংকাৰ বোৰ কৰিছে।

  • @sibanathburagohain7573
    @sibanathburagohain7573 หลายเดือนก่อน +4

    আৰু বহুতো আহিব নিশ্চয় ৰাইজে ক্ষিয়াল ৰাখক ধন্যবাদ

  • @hndekari8011
    @hndekari8011 หลายเดือนก่อน

    NTA ব্যৱস্থাটো সম্পূৰ্ণৰূপে উঠাই দেশৰ বিশ্ববিদ্যালয়ৰ ওপৰত পৰীক্ষাসমূহ পাতিবলৈ ভাৰ ন্যস্ত কৰিব লাগে ৷৷

  • @Babulal_23
    @Babulal_23 หลายเดือนก่อน +5

    Bjp hatao desh bachao ✊🏻✊🏻✊🏻

  • @SuheliLaskar-qj2du
    @SuheliLaskar-qj2du หลายเดือนก่อน

    Thanks for organizing the Program... very much Relevant n Informative

  • @khagenkakati6380
    @khagenkakati6380 หลายเดือนก่อน +34

    Bjp এই দেশখন খালে ও দেওতি

  • @tulensonowal695
    @tulensonowal695 หลายเดือนก่อน +2

    B j p , hataw,....

  • @sahedalisahedali5273
    @sahedalisahedali5273 หลายเดือนก่อน +1

    CBI, ED suprem court high court etc য়ে একো ইয়াত কাম্ নাই যদিহে চৰকাৰৰ সদভাব নাথাকে।

  • @wiliumsonmagor
    @wiliumsonmagor หลายเดือนก่อน

    🗽🙏এজন সাইৱালৰ পৰা ইয়াতকৈ বেছি কি আৰু আশা কৰিব পাৰে.....🗽🙏

  • @nripenborgohain201
    @nripenborgohain201 หลายเดือนก่อน +2

    চৰকাৰ খন ৰুগীয়া হৈ গ’ল ৷ treatment কৰিব লাগিব ৷

  • @deepabaishya223
    @deepabaishya223 หลายเดือนก่อน

    গৰুয়ে বাঘৰ ছাল পিন্ধিলে বাঘ নহয়

  • @user-wx4pu7mp7q
    @user-wx4pu7mp7q หลายเดือนก่อน

    তথাপিটো বিজেপিৰ ৰেষ্টোৰেন্তত আহাৰ কৰে অধিকাংশ মানুহে !

  • @saratdeka3948
    @saratdeka3948 หลายเดือนก่อน +2

    গোস্বামীদাই একো নাজানেহে

  • @ashadeoriranideori2864
    @ashadeoriranideori2864 หลายเดือนก่อน +1

    কংগ্ৰেছ বেয়া কাম কৰিছিল। কিন্ত বিজেপি ভাল কৰিব লাগেআকৌ ।

  • @abadullah3503
    @abadullah3503 หลายเดือนก่อน

    COMITIT CONGRESS MANUH THAKIBOLOI DIBO. LAGIBO

  • @tutumonidoley9008
    @tutumonidoley9008 หลายเดือนก่อน

    Verygoodsistemofi

  • @KulenGogoi
    @KulenGogoi หลายเดือนก่อน

    মগজুতো আঠুৰপৰা মোৰলৈ আনা

  • @Lalit-ug3yn
    @Lalit-ug3yn หลายเดือนก่อน

    এই ধৰ্মেন্দ্ৰ প্ৰধান বোলাটো কোন হয় কেনা?

  • @wiliumsonmagor
    @wiliumsonmagor หลายเดือนก่อน

    2024 চনৰ September নহলে October অত মোদী ডাঙৰীয়াই সম্পেই গম পোৱা নাই যে চেণ্ট্ৰেল গৱৰ্ণমেণ্ট অন্তিম কালৰ বাবে শেষ হৈ যাব।

  • @nirupomachetia327
    @nirupomachetia327 หลายเดือนก่อน

    আমাৰ দেশ খনৰ নিৰ্বাচিত প্ৰথম আৰু প্ৰধান ব্যক্তি গৰাকীয়ে এনেকুৱা বিষয় বোৰক লৈ নিৰ্বিকাৰ হৈ থকাটো ৱে সকলোকে স্তম্ভিত কৰিছে ।

  • @surenboro5541
    @surenboro5541 หลายเดือนก่อน +2

    Joyonto gosyamir Kotha misha

  • @user-wn1mc3qy3p
    @user-wn1mc3qy3p หลายเดือนก่อน

    চুবৰত নহয় দেই সুব্রত হে হ'ব।

  • @abadullah3503
    @abadullah3503 หลายเดือนก่อน

    L N O R MARKITING KORILE

  • @probindas5464
    @probindas5464 หลายเดือนก่อน

    B j. P. Go. Back

  • @ganeshtalukdar721
    @ganeshtalukdar721 หลายเดือนก่อน +1

    Bjpisnotgoodgovernmentforindia,yes

  • @kakoligayan2065
    @kakoligayan2065 หลายเดือนก่อน +2

    বিজেজি 420

  • @skb9541
    @skb9541 หลายเดือนก่อน

    Why PM is not speaking on the on-going NEET Scam issue - is it necessary to ask at this juncture? His Govt is taking action, Education Minister Pradhanji already explained elaborately. Moreover part of the matter is sub judice. We now badly need speedy action, apprehending the culprits, quick conduction of pending exams under strict vigilance & starting the academic session as early as possible with our successful students. No politics please. Ruling party must ensure complete transparency & opposition parties must not do fishing in troubled water.

  • @NarayanBora-bs8eq
    @NarayanBora-bs8eq หลายเดือนก่อน

    Jai maa lokhsmi Narayan. Om shibai nomh.jai Shri Ram nomh

  • @anjalighoshdastider3258
    @anjalighoshdastider3258 หลายเดือนก่อน

    Bohuti val lagil.

  • @PabitraRajkhowa-un7dk
    @PabitraRajkhowa-un7dk หลายเดือนก่อน

    As a Prime Minister He should have the courage to say the truth

  • @lidzillalove2482
    @lidzillalove2482 หลายเดือนก่อน

    Job service school hospital ghar educations sob dise but atiya bjp ye hek korile aibur

  • @abadullah3503
    @abadullah3503 หลายเดือนก่อน

    NITU MONI JINDA BAD

  • @jaliluddin4887
    @jaliluddin4887 หลายเดือนก่อน

    NTA is established mainly for collection of funds otherwise it must be taken a bench mark for application eligible in marks of 12th standard may be minimum 60 percent to keep it in standard and reduce the marketing of NEET and stop the sterio type mentality of common student. Responsibility of NEET might be given to NMC and necessary resources to be provided to NMC SOON

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n หลายเดือนก่อน

    গোস্বামী ৰ কাম নাই

  • @prahladdas2789
    @prahladdas2789 หลายเดือนก่อน +1

    BJP xekh karile oi sob 😢😢

  • @lidzillalove2482
    @lidzillalove2482 หลายเดือนก่อน

    Job Khale educations hospile roojgar sob hek

  • @user-of5gy3te4s
    @user-of5gy3te4s หลายเดือนก่อน

    Himantar gulam bilake himantator urote koi thake .kunu artanay

  • @bikramdeka4406
    @bikramdeka4406 หลายเดือนก่อน

    Yes

  • @gayatridevi6960
    @gayatridevi6960 หลายเดือนก่อน

    অসম বা ভাৰতখন এনে ৰাজ্য আৰু দেশ যত দিনে দিনে আইন তৈয়াৰ হয় কিন্তু এই আইন চৰকাৰৰ পক্ষৰ মানুহে ভাঙিলে তাৰ কোনো বিচাৰ নহয়।এটা কথা আছে where there is law there is crime.চৰকাৰে সকলো বিভাগকে নিজ পকেটট ভৰাই ৰাখিছে।অসম চৰকাৰৰ এই বেমাৰটো সৰ্বভাৰতীয় পৰীক্ষাতো লাগিল। কংগ্ৰেছ চৰকাৰে অসমৰ বিদ্যালয় বন্ধ কৰা নাছিল কিন্তু আজি সাত বছৰৰ ভিতৰত হেজাৰ হেজাৰ স্কুল বন্ধ হল।এয়া বিজেপিৰ কৃতিত্ব নেকি?

  • @user-of5gy3te4s
    @user-of5gy3te4s หลายเดือนก่อน

    Nijor dolor duinomber choritrotu basibor babe hojay poray kothatu koi ache

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n หลายเดือนก่อน

    কঙগেছে বিহ খালে বিজেপিয়ে ও খাব তাৰ মানে

  • @Mr_ninja324
    @Mr_ninja324 หลายเดือนก่อน

    BJP go back

  • @lidzillalove2482
    @lidzillalove2482 หลายเดือนก่อน

    Bjp hodai paap kam kori ahise

  • @KulenGogoi
    @KulenGogoi หลายเดือนก่อน

    খাৰখোৱা তোৰ মগজু নিচেই কম।
    কংগ্ৰেছৰ হাতলৈ যোৱা মানে তোৰ ভৱিষ্যতৰ পো , নাতি সকলৰ কি দশা হ'ব ধাৰনা কৰিব পাৰিছা নে ?
    নাইপৰা কাৰণ সিমান ভাবিব পৰা শক্তি তোৰ নাই। সেয়া জানিবলৈ হ'লে পাকিস্তান আৰু বাংলা দেশত স্বাধীনতা দিনৰেপৰা আজিৰ দিনলৈ হিন্দু সকলৰ কি বিলৈ আৰু হিন্দু সকলৰ সংখ্যা ঘটি গৈ এতিয়া কিমান থাকিলগৈ ? ঠিক সেইদৰে লেবানন আৰু সোমালিয়াৰ ইতিসাহৰ বিষয়ে পঢ়ি চোৱা । এসময়ত সেই দুয়োখন দেশেই ১০০% খৃষ্টান লোকৰ দেশ আছিল । আৰু আজি ৯৫% মুছলমান জনসংখ্যা দোয়ুখন দেশ । আজি ত্ৰিপুৰী সকলৰ ৰাজ্য, ডিমাছা কছাৰী সকলৰ ৰাজ্য ,কুচ ৰাজবংশীৰ ৰাজ্যত কোনে বসবাস কৰিছে ? এই দেশ বা ৰাজ্য বিলাকত তোৰ দৰে মুৰ্খৰ সংখ্যা বেছি আছিল যিয়ে দুদিনৰ আগলৈ ভাবিব নোৱাৰে। যাৰ ফলত নিজৰ দেশ আন জাতি, ধৰ্মীয়ৰ হাতলৈ । গʼল ।

  • @user-uh3ns3ft8l
    @user-uh3ns3ft8l หลายเดือนก่อน

    Ami special exam disilu. Age over. Bohut request korio AK mark grace Dia nai

  • @rohinimalakar9240
    @rohinimalakar9240 หลายเดือนก่อน

    Sklo misa jonmi r udahrn

  • @pranabgoswami-om8hg
    @pranabgoswami-om8hg หลายเดือนก่อน

    Aain khone tenehole Pal Babuk kiba action lobone?

  • @user-of5gy3te4s
    @user-of5gy3te4s หลายเดือนก่อน

    Aoii durnititu BJPir 2014 chonor porai choli ahiche .noholejanu BJPir bidhayok Montribilakor bhitorot kiyo membership koriche koriche. Ter karon tekhet jokolor nijor dolor hombandiya bilakok hongsta dibor babehe gutei dikbilak nijor dolor bhitorot adhikar bilak rakhibo bichare

  • @bibekroy5098
    @bibekroy5098 หลายเดือนก่อน

    Eat kon jorito raije val ke buji paise.......

  • @arunchdutta7079
    @arunchdutta7079 หลายเดือนก่อน

    Who iis behinð papers leak

  • @gh12138.
    @gh12138. หลายเดือนก่อน

    Bhrast jutha party😠

  • @jugeswarphukan9726
    @jugeswarphukan9726 หลายเดือนก่อน

    Aijane.missakatha.kaiseneki.bjp.sarkare.akal.gujarati.compani.hakalehe.preneki.aije.hakalute.filarhai.tarmaneki

  • @JeetaGogoi-fd2so
    @JeetaGogoi-fd2so หลายเดือนก่อน

    Atiau BJPk manuhe saport kari bane?

  • @JanobiPanging-ld9pm
    @JanobiPanging-ld9pm หลายเดือนก่อน

    Himanta Hatau piyaj molua bachau😅😅😅

  • @rabinpathak8715
    @rabinpathak8715 หลายเดือนก่อน

    BJP mukhot Ram vokto

  • @ganeshtalukdar721
    @ganeshtalukdar721 หลายเดือนก่อน

    Bjpisnotgoodgovernmentinindiaa,sobjphotaw,yes

  • @GoraimariTilaparaLPSchool
    @GoraimariTilaparaLPSchool หลายเดือนก่อน

    Ajmalor nam nolole BJP netai Eko kobo noware.

  • @lidzillalove2482
    @lidzillalove2482 หลายเดือนก่อน

    Bjp jiman head ase hi hotor gharat paap lagi moribo sobe jana hol mandir jai jai pray kore jana moio koru bohut

  • @jugeswarphukan9726
    @jugeswarphukan9726 หลายเดือนก่อน

    Aitu.kikaribale.goiase.bjp.sarkare.hikhita.giani.manuh.bjpt.naineki.kia.anekua.ata.parikha.pati.takaghatiba.tarmane.bjp.dekhar.darita.nai.bjpirr

  • @sibanathburagohain7573
    @sibanathburagohain7573 หลายเดือนก่อน

    😂এওলোকেই অসমখন খালে।

  • @jugeswarphukan9726
    @jugeswarphukan9726 หลายเดือนก่อน

    Sabake.bjp.conges.aibur.rajniti.ane.jiti.juktidi.labh.nai.ar.irbur.alagatial.kayha.kai.labhnai.kiabjp.manuhbure.mat.nemate.sarkare.bhulkare.tar.pisat.kia
    .satarahantha.bharit.paribalaha.hai.lajlagene.kirajnitikarise.karkarane.rajniti.karise.aibure.dekhar.karane.rajniti.karanai.nijsartha.karane.kare.ainure

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 หลายเดือนก่อน

    N. Mudijir Ane dharanor Ache din Aamak Nalage. NEET Aaru NET Exam Business Chala bondha karile val hobo

  • @jugeswarphukan9726
    @jugeswarphukan9726 หลายเดือนก่อน

    Aitu.kathathik.kaise.ajan.doctarak.bhagab

  • @jugeswarphukan9726
    @jugeswarphukan9726 หลายเดือนก่อน +1

    Bjp.dekhat.akunahe.haitu.hakaluea.bidaidiba.lage.akal.mudiea.sinipai.adani.ambani.taane.thikadar.adani.ambani.dekhar.hihatar.para.parsentij.thik.tenedare.assamat.himatar.kisuman.thikadar.ase.tarmane.parsentig.kiman.parsen.aidare.jadi.dekh.salai.tetia.hale.dekh.unati.habane.talale.gai.nathakibane.kiahil.jibure.adin.bibhinadharane.andulan.karisil.haibure.kia.mat.namate.jailak.aponi.mai.jiai.thakibale.bhabibalagiba.bastur.dam.akakh.langhi.manuh.jiai.thakibale.sinta.karibalagiba.haitu.kia.haise.karan.sindiket.aibur.dhuranda.manuhe.bhariparise.bhal.kam.kara.manuh.nai.bahute.kai.amar.rasta.banale.agate.hua.nasil.are.kisinta.krise.aponar.raster.karane.bjpk.bhot.diba.kintu.bakikam.bur.kihal.gaorar.rasta.keita.banale.kot.banale.kiabhabisuanai.akhan.gaou.bule.adarkha.gaou.adarkha.gaout.kiki.habalage.haisene.tarmane.ki.gian.nathaka.manuhe.ane.mantaiba.diba.jen.bjp.ahil.hakalu.nuhua.kam.kariba.kidal.karile.akal.atai.janile.sindiket.sindiket.kari.dakahak.kari.malghati.raj.hukh.laba.lage.nabhabiba.hadai.aketa.dolthakiba.rajniti.beleg.haitu.nijarbisar.