তথ্য আৰু যুক্তিৰে ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিজেপিক তুলাধূনা অখিল গগৈৰ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ค. 2024
  • কিমানজন মানুহৰ মৃত্যু হ’লে অসমৰ বানপানী ‘বানপানী’ হ’ব? ‘ৰাষ্ট্ৰীয় সমস্যা’ নহ’লে ‘ৰাষ্ট্ৰীয় সমাধান’ হোৱাৰ যুক্তি কেনেকৈ সম্ভৱ? ৩২ বছৰ ৰাজনৈতিক জীৱনৰ ২২ বছৰ মন্ত্ৰী হৈও বিফল হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী-মুখ্যমন্ত্ৰীকে আদি কৰি সুদায় নেৰিলে মন্ত্ৰী পীযুষ-সিংঘাল, সাংসদ তাছাকো। তথ্য আৰু যুক্তিৰে ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিজেপিক তুলাধূনা অখিল গগৈৰ।
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 2

  • @nabingogoi8689
    @nabingogoi8689 12 วันที่ผ่านมา

    সমস্যা নাই সমাধান আছে ।কেনে উদ্ভট যুক্তি ।এই বোৰ নেতাৰ ভাষণ।কাঞ্চনজুৰিৰ গেষ্ট হাউচলৈ বিদেশী পৰ্যটক নাহিবুলি ভয় কৰিছে নেকি?