‘ধৰ্মৰ নামত সমাজ বিভাজিত কৰিছে অসম চৰকাৰে’

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ต.ค. 2024
  • #graphiccontent
    মুখ্যমন্ত্ৰীক ল’ৰা ৰজা আখ্যা অশোক শৰ্মাৰ। বিজেপি এৰিবলৈ লৈ অশোক শৰ্মাৰ এলানি বিস্ফোৰণ। ‘ধৰ্মৰ নামত সমাজ বিভাজিত কৰিছে অসম চৰকাৰে।’ নৱম শ্ৰেণীৰ পাঠ্যক্ৰমেৰে বিজেপিক বুজালে অশোক শৰ্মাই।
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 6

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 2 หลายเดือนก่อน +4

    ভাল সিদ্ধান্ত লৈছে।

  • @PoretushSarkar
    @PoretushSarkar 2 หลายเดือนก่อน +4

    Right

  • @imdadali9519
    @imdadali9519 2 หลายเดือนก่อน +1

    আজি কালি সকলো কথা শিক্ষা দিক্ষা নথকা মানুহেও বুজি পায়।

  • @VolaNath-jb6ys
    @VolaNath-jb6ys 2 หลายเดือนก่อน

    অশোক দাই উচিত নাম ৰাখিছে !যেনে কাম তেনে নাম !!ধন্যবাদ!!!

  • @mukundahazarika9455
    @mukundahazarika9455 2 หลายเดือนก่อน

    কওঁতাজন বিজেপিৰ নাছিলনে ? স্বাৰ্থ পূৰণ নহ’ল বাবেই বলকিছে কিয় ? জাতি-বৰ্ণ ভেদ কোনে কৰে এতিয়াও ?