স্মার্ট আৰক্ষীৰ লাজলগা কাণ্ড।

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 677

  • @manabkonwar423
    @manabkonwar423 ปีที่แล้ว +94

    সাংবাদিক বন্ধু ধন্যবাদ

  • @ShreeRamMarg
    @ShreeRamMarg ปีที่แล้ว +30

    সাংবাদিক সকলক ধন্যবাদ

  • @dipjyotimahanta7386
    @dipjyotimahanta7386 ปีที่แล้ว +143

    টকা খোৱা পুলিচ সন্মান নাই ইহঁতৰ।
    😆🤣
    সেই কাৰণে মানুহে পুলিচক সন্মান নকৰে।
    খাকী পোচাকধাৰী ডকাইত সন্মান নাই ইহঁতৰ। 😆🤣

  • @Jobloveassam3005
    @Jobloveassam3005 ปีที่แล้ว +31

    হʼবই দিয়কচোন , কাৰণ Assam police Physical test ত 40 Number ভিতৰত 33 পাইছোঁ কোনো বাহিৰা নম্বৰ নোহোৱাকৈ ( 13 + 20 = 33 ) । 26 Km খোজ কাঢ়িলোঁ , Exam written ও Pass কৰিলোঁ , Viva voce দিলোঁ Questions শুধে 4 টা শুদ্ধ হৈছিল 4টা অতি দূষত কৈছোঁ শেষত নাম নাহিল ।

    • @Joydepkalita
      @Joydepkalita ปีที่แล้ว +1

      মোৰ একেই ADRE দুটাত লিখিত পৰীক্ষা দিলোঁ পাছ ও কৰিলোঁ দুটাত skils test দিলোঁ ভাল হৈছিল নাম নাহিল heathr এটাত লিখিত পৰীক্ষা দিলোঁ পাছ কৰিলে skis test দিলোঁ নাম নাহিল এতিয়ালৈকে 8 লিখিত পৰীক্ষাত পাছ কৰিলোঁ কিন্তু চাকৰি হোৱা নাই বয়স 29 হল বহুত depression t আছোঁ ,

  • @nmh8571
    @nmh8571 ปีที่แล้ว +2

    Waaooo.... grateful reporter....❤

  • @ChildhoodMemories2022
    @ChildhoodMemories2022 ปีที่แล้ว +9

    সাংবাদিকক অশেষ ধন্যবাদ । আগলৈ যাতে আমার মাজত এনে নজনা নেদেখা কথাবোর আমার অসম সরকার জনাত সহায় করে।

  • @mohankachari8796
    @mohankachari8796 ปีที่แล้ว +58

    ৰক্ষকে ভক্ষক,,,অসম পুলিচ ধন্যবাদ,জয় আই অসম

  • @moreeducationalpoints6943
    @moreeducationalpoints6943 ปีที่แล้ว +54

    সাংবাদিকক অশেষ ধন্যবাদ

  • @basantahira8645
    @basantahira8645 ปีที่แล้ว +54

    চোৰ ইহতেই
    খেদক এইকেইটাক

  • @babajan6873
    @babajan6873 ปีที่แล้ว +55

    পুলিচে কৰিলে অপৰাধ নহয় আমি কৰিলে অপৰাধ

  • @raktimbora370
    @raktimbora370 ปีที่แล้ว +27

    মই নিজেও কষ্ট কৰি আছোঁ ভৱিষ্যতে এজন আৰক্ষী বিষয়া হোৱাৰ চেষ্টাত আজিৰ দৰে এনেবোৰ কাণ্ড চাই সহ্য কৰিব নোৱাৰা এক নিলজ্য কাণ্ড বেয়া লাগে। এনেবোৰ কাণ্ড দেখি । আচৰিত কথা যে চিলংৰ পথেৰে আহি পোনপ্ৰথমে আপোনালোকে লগ পাই আৰু আপোনালোকক লগ পাই এনেদৰে এনেহলে অসমখনো বেলেকে কাহি নিলে ৰখাব নোৱাৰিব 🙏অনুগ্ৰহ কৰি পোৱাকেইটতে সন্তুষ্ট হওঁক..🤌
    ...কথাষাৰ কোনো গাত পাতি নলব...😊
    ..🫳🫴

  • @jaynalabdin3098
    @jaynalabdin3098 ปีที่แล้ว +32

    উচিত শাস্তি দিব লাগে

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว

      কি নো হ'ব দুটামান গালী ধমকি দিব তাৰ পিছত চব চেতেপ 🤣

    • @prahladchuitia7038
      @prahladchuitia7038 ปีที่แล้ว

      সকলো মিলি ভকত নেকি ?

  • @Nareshkumar-bk2ki
    @Nareshkumar-bk2ki ปีที่แล้ว +5

    Your PD....TIME NEWS TV CHANNELS 📺 GREAT

  • @axomgaming3572
    @axomgaming3572 ปีที่แล้ว +43

    লাভ নাই বহুত দেখিলোঁ এইবোৰ নিউজ। নিউজ ওলাইছে বুলি দুদিন মান বন্ধ হ'ব তাৰ পাছত আকৈ আৰম্ভ । আমাৰ অসমৰ উন্নতি নাই ।💐🙏

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว +1

      একদম ঠিক

    • @Abhijitdas-ew1pt
      @Abhijitdas-ew1pt ปีที่แล้ว +1

      হয় সচাঁ কথা

    • @DigantaGogoi-me7nk
      @DigantaGogoi-me7nk ปีที่แล้ว

      Bor bad aru uthi oha juba Sam

    • @rambalram2610
      @rambalram2610 ปีที่แล้ว

      Vote tu bhal ke dibiloi xika xokolu thik hobo. Jietiyaloike 500 tokar luvot Vote dibo, enkeoye thakibo.

  • @purnadeka1449
    @purnadeka1449 ปีที่แล้ว +10

    উচ্চ ক্ষমতাসম্পন্ন ব্যক্তিৰ হাত নাথাকিলে এনেকৈ পুলিচে পইচা লব নোৱাৰে । সন্দেহ উপজিচে মোৰ । শ্ৰীৰাম পুৰ হৈছে আলাউদ্দিনৰ চাকি । বৃহৎ কেলেংকাৰী এইবোৰ

  • @rajudoley1756
    @rajudoley1756 ปีที่แล้ว

    Very good potidin time👍🙏🙏🙏❤️❤️❤️❤️

  • @saddamhussain-tt2nv
    @saddamhussain-tt2nv ปีที่แล้ว

    Very Good jarnalist

  • @simantaburagohain9202
    @simantaburagohain9202 ปีที่แล้ว +2

    Bimol da dhunia news korixe akhekh dhanyabad apunak

  • @_NE_07
    @_NE_07 ปีที่แล้ว

    Thank you news tu dea bbe.

  • @dipankarboro1109
    @dipankarboro1109 ปีที่แล้ว +15

    Smart sorkar Smart police.

  • @B.C204
    @B.C204 ปีที่แล้ว +12

    তলৰ পৰা ওপৰলৈ সকলো মিলি আছে।। চাল্লা এদিন সকলো হিচাপ দিব লাগিব✊🏼😡😡🚩🚩

  • @bokuldas3541
    @bokuldas3541 ปีที่แล้ว +1

    Thank you

  • @sadanandaborah5578
    @sadanandaborah5578 ปีที่แล้ว +1

    শ্ৰীৰামপুগেট এওঁলোকৰ বাবে সোণৰ কণী পৰা হাহঁ । অসমলৈ সোমাৱা বয় বস্তুৰ দাম এই শ্ৰীৰামপুৰ গেটৰ বাবেই নিয়ন্তৰ বাহিৰলৈ । প্ৰতেক গেটতেই এনেকৈ ট্ৰাক চালকৰ পৰা টকা ললে সেই টকা বস্তুৰ দাম বঢ়াই সাধাৰণ জনতাৰ জেপৰ পৰাই লব। কোনোও লোকচানত বেপাৰ নকৰে । সমগ্ৰ টিমটোৱে টকা ঘটাৰ বাবে উনিফৰ্মৰ নাম প্লেট খুলি লৈছে । যুগ যুগ ধৰি এনেকৈয়ে চলি আহিছে ।

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    এওঁলোকৰ দৰে আৰক্ষীৰ বাবে ভাল সকলৰ ও বদনাম হয়। আৰক্ষীৰ সাজ জোৰত চেকা ।

  • @digantamedhi6777
    @digantamedhi6777 ปีที่แล้ว +2

    Reporter ❤❤❤❤❤

  • @biswajitbarman4960
    @biswajitbarman4960 ปีที่แล้ว +6

    God job Assam police real hero 😅😅😅 jai hind

  • @kapish6934
    @kapish6934 ปีที่แล้ว +15

    সাংবাদিক কে নেজানে নেকি ? যে তাত transfer হবলৈ কিমান টকা দিয়ে সেইটো উলিয়া । মোৰ কমেন্ত যদি কোনোবা পুলিচৰ মানুহে পৰিছে তেওঁ বুজি পাইছে।

  • @BidyutBaro-g7r
    @BidyutBaro-g7r ปีที่แล้ว

    Time 8 thank u

  • @sjhazarika5437
    @sjhazarika5437 ปีที่แล้ว +10

    খকুৱা কেইটাই name plate লগাবলৈ পাহৰিলে অ ,ইমান কাম

  • @NazimUddin-uk3sg
    @NazimUddin-uk3sg ปีที่แล้ว +1

    Thank you so much

  • @satelliteshankar9403
    @satelliteshankar9403 ปีที่แล้ว +2

    Good question...

  • @Foolshorts39
    @Foolshorts39 ปีที่แล้ว +2

    Good Reporting❤

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ ปีที่แล้ว +11

    উচিত শাষ্টি বিহিব লাগে এইসকলক 😠

  • @Funny_Factory805
    @Funny_Factory805 ปีที่แล้ว +4

    Vl lgil news tu ✊❤️

  • @otpgamer5548
    @otpgamer5548 ปีที่แล้ว +3

    Good job

  • @jituassam4279
    @jituassam4279 ปีที่แล้ว +13

    অসমৰ মূল্য বৃদ্ধি 50 শতাংশ অসম আৰক্ষীৰ কিছুমান লুভিয়া মানুহৰ কাৰণে হয় । এই বিলাক আৰক্ষীৰ ওপৰত চৰকাৰে উচিত দায়িত্ব লৱ লাগে।

    • @K.G-z-I6b
      @K.G-z-I6b ปีที่แล้ว

      100% Right 👍

    • @JituKonwar-c2k
      @JituKonwar-c2k 2 หลายเดือนก่อน

      Sorkar.manedalal

  • @manashpratimnath8247
    @manashpratimnath8247 ปีที่แล้ว +5

    অসমৰ পুলিচৰ দৰে আন ৰাজ্যত টকা নলয়। মই গোটেই ভাৰতবৰ্ষতে ঘূৰি থাকো কিন্তু অসম পুলিচ কেনেকুৱা হয় অসমৰ বাহিৰত যি ধৰণে কয় নিজকেই লাজ লাগে, নিজকেই অসমত কিয়নো জন্ম লৈছোঁ ক'ব লৈ লাজ লাগে

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว +1

      গতিকে ইয়াত নথকাটোৱে ভাল।

  • @rahmanhafizur5682
    @rahmanhafizur5682 ปีที่แล้ว +6

    এইসকল আৰক্ষীক চাকরির পৰা বাদ দিয়ক।

  • @Boruah_Education_
    @Boruah_Education_ ปีที่แล้ว +1

    Love u assam police,👏👏👏😇😇🤯🤯🤯🤯🤯🤯

  • @dhondeep3377
    @dhondeep3377 ปีที่แล้ว +5

    Mojahh...

  • @digbijoyvlogs2991
    @digbijoyvlogs2991 ปีที่แล้ว +3

    Moja
    news

  • @padmeswarttdas2236
    @padmeswarttdas2236 ปีที่แล้ว +2

    পুলিচ আৰু দেশৰ নেতা মন্ত্রীয়ে আমাৰ দেশ খন শেষ কৰিলে ।

  • @VijaySharma-xy3ez
    @VijaySharma-xy3ez ปีที่แล้ว

    Aaji bht din or Pasot vl news ata dile dy
    Apunaluk sabo logai..
    Good job 👍

  • @popysaikia8109
    @popysaikia8109 ปีที่แล้ว +1

    News dea Jonr xahoh k selut 🙏🇮🇳

  • @ritumonigogoi6853
    @ritumonigogoi6853 ปีที่แล้ว

    Mjh vl lgila aru aguai jak 🎉

  • @pabitrabora4513
    @pabitrabora4513 ปีที่แล้ว +3

    আজি লৈকে পইচা নিদিলে মাটিৰ কামো মণ্ডল কৰী নিদিয়ে মই নিজে ভুক্তভোগী

  • @hiranmoydas2730
    @hiranmoydas2730 2 หลายเดือนก่อน

    এহ মজা।

  • @Karma_is_Life.
    @Karma_is_Life. ปีที่แล้ว

    সুন্দৰ

  • @OnlyCricketfansworld
    @OnlyCricketfansworld ปีที่แล้ว

    Well done Proti din Time👌👌

  • @rajulaskar2964
    @rajulaskar2964 หลายเดือนก่อน

    This is smart Assam and these are our smart police.

  • @JintuGogoi-us9yy
    @JintuGogoi-us9yy ปีที่แล้ว

    Mozza dise .Val lagil. Paise axom policoli angoli nuthaboloi kuwa mukhyo montri dangoriai eiburok todonto kore ne nokore heituhe dangor kotha.

  • @kamalmajhi8119
    @kamalmajhi8119 ปีที่แล้ว

    mojja🙏🙏

  • @assamrhino1
    @assamrhino1 ปีที่แล้ว

    Gd job

  • @nilamphangsho3515
    @nilamphangsho3515 ปีที่แล้ว

    Moja dise sir I selut

  • @AjitDas-n9x
    @AjitDas-n9x 2 หลายเดือนก่อน

    Good job repoter

  • @crazyworldcrick
    @crazyworldcrick ปีที่แล้ว +15

    Police r kaam heitue hoi... That's it

  • @shamimhussainpro5267
    @shamimhussainpro5267 ปีที่แล้ว +1

    সাংবাদিক সকলোক বিষেশ ধন্যবাদ । এনেকৈয়ে ইহতৰ কাম চলায় 😅😮

  • @sanjibsaikia792
    @sanjibsaikia792 ปีที่แล้ว

    Good news

  • @hemlotaray8262
    @hemlotaray8262 ปีที่แล้ว +1

    মুঠতে অসম খন বৰ্বাদ ।

  • @SM-cc2bk
    @SM-cc2bk ปีที่แล้ว +10

    Same issue in Bhalukpong ( Arunachal Border) Assam police gate.. Pl sting operation

  • @ddas5086
    @ddas5086 ปีที่แล้ว +10

    সাংবাদিক সকলো কম নহয় দিয়ক

  • @amritwithall7517
    @amritwithall7517 ปีที่แล้ว +13

    এওঁলোকক চাকৰি পৰা ওলিয়াই দিব লাগে।আমি নিবনুৱা সকল আছো। আমাক চাকৰি দিয়ক।

    • @manashkumar613
      @manashkumar613 ปีที่แล้ว +2

      সচা কঠা কৈচা তুমি।।আমি এতিয়া লৈকে সফল হোবা ণাই😭

    • @rimadeka9994
      @rimadeka9994 ปีที่แล้ว

      @@manashkumar613 agote kotha word 2 xuddha ke likhi lo xun

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว

      @@rimadeka9994 🤣

  • @Ajsjskkkhsjhtsu
    @Ajsjskkkhsjhtsu ปีที่แล้ว

    Waoo jui💥🔥😁😁

  • @pareshkalita3672
    @pareshkalita3672 ปีที่แล้ว +2

    Himanta মামায় এনেকৈয়ে টকা লবই দিচে চাগে

  • @Pursuitofhapiness5823
    @Pursuitofhapiness5823 ปีที่แล้ว +7

    Assam police ka immage tik nahi, sudharneki jorurat.... Strongly action hona chahiye Sare corrupt police pe... Sare check post pe CC Tv se nigrani hona chahiye😡

  • @aminabegum3367
    @aminabegum3367 ปีที่แล้ว +2

    Moja

  • @Nibir700
    @Nibir700 ปีที่แล้ว +5

    মই কৈছো সকলো নদীত ড়ুব মাৰি পানী খোৱা মানুহ

  • @abhijitdeka5478
    @abhijitdeka5478 ปีที่แล้ว +1

    পুলিচ বোৰ টকা খোবা

  • @kisnadas373
    @kisnadas373 ปีที่แล้ว

    Moza dise deda

  • @omarfaroquiauniversityofsc2128
    @omarfaroquiauniversityofsc2128 ปีที่แล้ว +2

    Congratulations 🎉

  • @nipenborah0075
    @nipenborah0075 ปีที่แล้ว

    Good 👍

  • @autovive4605
    @autovive4605 ปีที่แล้ว

    Val dise

  • @axomboy9807
    @axomboy9807 ปีที่แล้ว +6

    Srirampur gate daily collection more than 1 crore. Question is money goes to .........?

  • @lohitbora374
    @lohitbora374 ปีที่แล้ว +1

    Protidin mane bor beleg dai belegkoi lagise

  • @dilipdas3025
    @dilipdas3025 ปีที่แล้ว +10

    মানি মানি 😂😂😂😂

  • @bishwajeetaind3732
    @bishwajeetaind3732 ปีที่แล้ว +4

    Joy assam

  • @UjjalTamuli-fn4oq
    @UjjalTamuli-fn4oq ปีที่แล้ว

    Aeiiiyaiii Kisuman Assam police..... Krishna ha....

  • @pd5182
    @pd5182 ปีที่แล้ว +2

    আজিকালি কোনে কাক এনে টকা দিব অ। দৰমহা টকাৰে নুজুৰে নি , নাপাই এনেকুৱা কষ্ট কৰি খোৱা মানুহৰ পৰা টকা লব।

  • @mixvideo3630
    @mixvideo3630 ปีที่แล้ว

    অকল অসম পুলিচ এ নহৈ মণ্ডল বোৰে মাটিৰ কামত টকা নিদিলে নকৰে হেই বোৰ উদঙাই দিব

  • @Sbsty123
    @Sbsty123 ปีที่แล้ว

    Congratulation Assam police aru juni training kora very good

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 2 หลายเดือนก่อน

    Very smart

  • @seujsaikia6565
    @seujsaikia6565 ปีที่แล้ว

    নিলজ্জ হয় অসম আৰক্ষী, বাৰে বাৰে সংশোধন হ'বলৈ কৈ থকাৰ পাছতো এই সকল আৰক্ষীয়ে ভিক্ষা খুজিবলৈ লাজ নকৰে । আৰক্ষীৰ খাকি পোচাকত দাগ লগাবলৈ যোৱাতকৈ পোচাকযোৰ খুলি থৈ গেৰুৱা কাপোৰ পাৰি পথৰ কাষত বহি গলেই এটকা দুটকা দি যোৱা মানুহ এতিয়াও অসমত জীয়াই আছে । অসমীয়াত এষাৰ কথা আছে কুকুৰৰ নেজ বুলে বাঁহৰ চুঙাত গোটেই জীৱন ভৰাই থলেও বুলে চিধা নহয় । গাড়ীখন লৈ ওলাই যাবলৈকে ভয় লাগে কিজানি এনেবোৰ ভিক্ষাৰীক দহ টকাৰ পৰা আমম্ভ কৰি ক'ত কাক কিমান দিব লগা হয় তাৰ ঠিক নাই । খাকি পোচাক পিন্ধিলেই আইন হাতত তুলি লোৱাটো ভাল কথা নহয় । আমিবোৰ সৰু মানুহ ঋণ লৈ কোনোমতে পৰিয়াল পোহপাল দি আছোঁ, অলপ ভাবি চাব লাগে । এই খাকি পোচাকযোৰ দেশৰ সন্মান হয়, যাক আমি সন্মান জনাওঁ । এনেকৈ ভিক্ষা খুজাতকৈ নঙঠা ফকীৰ হৈ তীৰ্থস্থান ভ্ৰমন কৰিলে বহুত মানুহে খুচুৰা প‌ইচা দলিয়াই থৈ যাব মাথোঁ বুটলি দলেই হ'ল । ৰক্ষক নহয় যেন ভক্ষকহে । লাজ নকৰে এইবোৰ নিজক আৰক্ষীয়ে । গোটেই চাকৰি জীৱনটো এনেকৈ ভিক্ষা কৰি,কৰি অৱসৰৰ পাছত চোতালৰ মূৰত নামঘৰ সাজি পুৱা গধূলি তাল বজাই পাপ মোচন কৰি গোটেইটো ভকতিয়া হৈ যায় । যি সকল নিকা মনৰ আৰক্ষী সৎ মানসিকতা থাকে সেইসকলৰো যে বদনাম হয় তাক এবাৰলৈও ভাবি নাচাই । আমিবোৰ সাধাৰণ মানুহ হয়,কিন্তু এনেকুৱা ভিক্ষাৰী আৰক্ষী দেখিলে শতিনীৰ যাত্ৰা ভঙ্গ হোৱাৰ নিচিনা কথাটোলৈ ঘপহকৈ মনত পৰে । ম‌ই নিকা আৰক্ষীসকলক মনত আঘাত দিব খুজা নায় । তাৰ বাবে ক্ষমাপ্ৰাৰ্থী ।

  • @GamerNipon09
    @GamerNipon09 ปีที่แล้ว +1

    Shabash Assam police ,🤨

  • @sofikulislam7533
    @sofikulislam7533 ปีที่แล้ว

    ঠিক দাদা,

  • @suklojyotimosorong4602
    @suklojyotimosorong4602 ปีที่แล้ว +5

    CM Mama Apunar smart Assam police keita dekhi bor val lagil ...Joy asom police... proud asom police..puraaaa luti lo..😂😂😂mamar asirbad tohotor logot ase...😂😂

  • @shirazulislam7723
    @shirazulislam7723 ปีที่แล้ว

    Good shorts

  • @amulyaroy1600
    @amulyaroy1600 หลายเดือนก่อน

    100%True

  • @divineray7951
    @divineray7951 ปีที่แล้ว +6

    I do believe that government of Assam will take necessary action against them....

  • @codmobilegames
    @codmobilegames ปีที่แล้ว +1

    এতিয়া ক'ত গল সেইজন যি নেকি ফেচবুক ত পোষ্ট কৰি শুই থকা বুলি কৈ looser বুলি কৈছিল

  • @SanjayKumar-hw4wf
    @SanjayKumar-hw4wf ปีที่แล้ว +4

    পাবত গজা মখা ,বৰবাদ কৰি দিছা, ভাইহত, এটা মামাই কিমান কৰবো,

  • @nayanvlogs2228
    @nayanvlogs2228 ปีที่แล้ว +4

    আগৰবোৰে যদি এনেকোৱা ভুল কাম কৰি দেখুৱাই নতুন নতুন আৰক্ষী সকলক কি শিক্ষা দিব এনেকোৱা স্বাৰ্থপৰ মানুহৰ কাৰণে গোতেই আৰক্ষী বেয়া কথা শুনিব লগা হয়। ৰক্ষক হৈ যদি ভক্ষকৰ কথা ভাৱে তেনে হলে ভৱিষ্যত কি আশা কৰিব জনতাই

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว

      এতিয়ায়ে আশা নকৰে কোনোৱে ভৱিষ্যতৰ কথা ভাবিও একো লাভ নাই😏

  • @anowarhussain289
    @anowarhussain289 ปีที่แล้ว

    mama magic,
    Smart police smart mama

  • @amulyaroy1600
    @amulyaroy1600 หลายเดือนก่อน

    Good

  • @gautamgogoi6598
    @gautamgogoi6598 ปีที่แล้ว +1

    আৰু লাজ দিব লাগে লাজ লাগে

  • @khirojsvlog7180
    @khirojsvlog7180 ปีที่แล้ว +1

    অসমত বোলে এতিয়া দালাল নাই,নেতা মন্ত্ৰীসকলে টেটুফালি কৈ থাকে,এয়া কি.?

  • @amitmukharjee6907
    @amitmukharjee6907 ปีที่แล้ว +6

    Tamam corruption.mukuli bajarat xhaibilak ansalat harina aru banya pranir mangkho nokri hai.ban bihag are police nischup

  • @dhanjitdas1770
    @dhanjitdas1770 6 หลายเดือนก่อน

    Val manuh r Val hewa

  • @axomRituraj
    @axomRituraj ปีที่แล้ว +5

    Maximum police johora hoi

  • @dilipdas3025
    @dilipdas3025 ปีที่แล้ว +15

    মামা এই বোৰ কি 😂😂😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว

      Assamor Smart Police👮🤣🤣🤣

    • @CS-jy9ix
      @CS-jy9ix ปีที่แล้ว +1

      Poisa bhagin poisa 💸💸💰💴

  • @rajkumarpegu1942
    @rajkumarpegu1942 ปีที่แล้ว +4

    এফালে স্বচ্ছ ,নিকা আৰু দূৰ্নীতিৰ বন্ধৰ কথা কয় আনফালে আকৌ মামাৰ ডকাইতী পুলিচবোৰৰ টকা লোৱাৰ দক্ষতা চোৱা, ইয়াকে কয় ছাগে ৰক্ষকেই ভক্ষক বুলি ।