ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মানুহজনক অলপ শান্তি দিয়ক। কেলৈ বাৰে বাৰে একেটা কথা সুধি আছে।
সচা কথা দেই । কিয় বাৰে বাৰে একেবোৰ কথাকে সুধি মানুহ জনক আমনি কৰি আছে ।
এটা কথা বাৰে বাৰে সুধি . সুধি পাগল কৰিহে এৰিব ঔ
😂
এটা কথাকে বাৰে সুধি মানুহ জনক আমনি, মানসিক অশান্তি কৰি থকাত কৈ ,, সাংবাদিক বোৰেও চোন একে লগ হৈ বিচাৰিব পাৰে ।। কাকায়েক নোহোৱা দুখ কিমান তেওঁ হে বুজি পাইছে।।
অনুগ্ৰহ কৰি দ্বিপেন বৰুৱাক অকমান শান্তিত থাকিব দিয়ক। সাখ্যাতকাৰ লৈ প্ৰশ্ন সুধি আমনি নকৰিব। কিমান একেখিনি কথাৰ উত্তৰ দি থাকিব. Please 🙏 🙏🙏
সাংবাদিক সকলে দ্বীপেন দাক আৰু মানসিক হাৰাশাস্তি নকৰিব।
Right
সাংবাদিকসকলে ইমান অধয্য হৈছে কিয় ? অসমত আৰু সমস্যা আছে সেইবোৰৰ কথা প্ৰচাৰ কৰক ।
@@jugalsaikia3987 👌👌👌👌👌👌👌👌👌
দ্বিপেন বৰুৱাই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পৰিছে। প্ৰচণ্ড মানসিক আঘাতৰ বাবে নিৰুদ্দেশ হৈছে। এখেতৰ বাবেও ভয় আহে। ভগৱানে কৃপা কৰক এখেতৰ তেনে নহওক।🙏
তেওঁক অন্তৰ্ধান হবলৈ বাধ্য নকৰাব,, কাকূতি কৰিছোঁ🙏🏻🙏🏻
আপোনাৰ লোকে বাতৰি কৰি কৰি দ্বিপেন খুড়াক কি কৰিব বিচাৰে। তেখেতৰ যথেষ্ট বয়স হৈছে। ককায়েক হেৰাইছে অকণমান শান্তিৰে থাকিবলৈ দিয়ক।
Xosakoi ei reporter xupai eku Buji napai😢😢😢
Batoriye napai,Tate ata paise,saitowe dhui thakibo
Manuh jonok iman digdar dise channel bilak e..
Kio harahasti korise
Hosake riportar hokolor mon nobhore. Lolop shanti dibo Lage tyuk
দ্বীপেন দাক তহতে পাগল কৰিহে শান্ত হবি।
Deependa k olop xantit thakibo diok Plz akebur kotha xudhi nathakibo Klanto hoi pora manuhjonok ru tention d nathakibo
Ssssss
Sossssssssß😊z😊😊zssoßossssk
Sosso
😅wsooooßo😅sßssooseso😊ßoosseoßoß
এয়া হৈছে এজন শিল্পীৰ কথা কোৱাৰ ধৰন । কিমান শালিনতাৰে কথা কয় সকলোৱে এবাৰ ছিন্তা কৰক । ঘৰৰ কথাই হওক বা বেলেগৰ কথাই হওক , যেতিয়াই তেতিয়াই যেনেকে তেনেকে কব নালাগে । এই কথাটো তেখেতৰ পৰা শিকিব লাগে । এয়াই শিল্পীৰ পৰিচয় ।🙏🙏
সাঙবাদিক সকলে ইমান আমনি কৰে
হে সাংবাদিক মহাশয়, দ্বীপেন বৰুৱা দাক শান্তি ত থাকিবলৈ দিয়া !!!!!!!
দ্বীপেন দা মানুহ জনক শান্তিত থাকিবলে দিবনে আপোনালোকে
অ ভাই তেখেতক অলপ শান্তিত থাকিবলৈ দিয়ক । যিটো পৰিয়ালৰ লগত এনে ঘটনা হৈছে তেওঁলোক হে বুজে ।
দ্বীপেন দাৰ কিবা হলে দায়ী হব এই সাংবাদিক সকল ।
বিখ্যাত বৰুৱা পৰিয়ালৰ আন কোনো লোকক কিয় এই বিষয়ে সোধা নাই?
খবৰ একে বোৰেই। দ্বিপেন বৰুৱা দেৱক শান্তিত থাকিবলৈ দিলে ভাল হয়
বৃদ্ধ অবস্থাত একোনকলেও তললৈ মুৰ কৰি গৈ থাকিলে ।কিবা কিবি ভাবি চিন্তা কৰি নিজক পাহৰি যোৱা দেখিছো ।আকৌ বহুতো দিন বা বছৰৰ পাছত ঘুৰি অহা শুনিছো । ঘৰৰ মানুহক আমনি নকৰে যেন ।
মানুহজনক এনেবোৰ প্ৰশ্ন সুধি নাথাকিব। আমিয়েই আমনি পাইছো।
আপোনালোক সাংবাদিক সকলে একেটা কথাকে বাৰে বাৰেদ্বীপেন দাক সুধি থকাতো যুক্তি সংগত যেন লগা নাই, কিয়নো তেখেতৰ বয়সো যথেষ্ট হৈছে তাৰোপৰি নিজৰ আপোন জনক হেৰুৱাব দুখত আছে। তেখেতক শান্ত হৈ থাকিবলৈ দিয়ক!
এটা কথাকেই কিমান কৈ থাকিব দ্বীপেন দাই
আপোনালোক সাংবাদিক সকলেএকেসোপা কথাকে সুধি সুধি বাতৰি সংগ্ৰহ কৰাৰ নামত মানুহজনক অশান্তি হে দিছে । দীপেন বৰুবাক অলপ শান্তি ত থাকিবলৈ দিয়ক ।
একে বোৰ কথাকে তেওঁক কিমান সোধে?তেওঁক অলপ শান্তিত থাকিবলৈ দিয়ক।
তহতৰ হৈছে কি ঐ? তহতে মানুহক শান্তিত থাকিব নিদিবি দেখিছোঁ!!
মানুহজনক আপোনালোকে কিয় ইমান প্ৰশ্ন কৰি আঘাত দি আছে? অলপ তেখেতক শান্তিত থাকিবলৈ দিয়ক।
গায়ক দ্বীপেন বৰুৱাই বৰ অশান্তি পাইছে।
এই মানুহ জনক অলপ শান্তিত থাকিবলৈ দিয়ক।
তেখেতক অকণ মান শান্তিত থাকিব দিয়ক । ইফালে মৰমৰ ভাতৃ হেৰুওৱাৰ দুখ !
সাংবাদিক কেইজনে অনাহকত দিপেনদাক দিগদাৰ নিদিলে ভাল৷ তেখেতক জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে
একেখনি কথাকে কিয় বাৰে বাৰে সুধি তেখেতক আঘাত কৰি থাকে...
আজি পাচোঁটা দিনেই দ্বীপেন বৰুৱা দেৱক ককায়েকৰ নিৰুদ্দেশ হোৱাৰ একেবোৰ কথাকে সাংবাদিকসকলে সুধি থকা দেখা পাইছোঁ।দুখৰ সময়ত মানুহৰ সকলো কথাৰ উত্তৰ দিবলৈ মন নেযায়। তেওঁক অলপ শান্তিত থাকিবলৈ দিয়কচোন।
অই ছুদুৰ ভাই সাংবাদি সদায় একেসিনি কথাকে কিয় সুধি থাক মুৰত মাল আছে নে নাই তহতৰ ?
দ্বীপেনদাক আৰু বেছি আমনি নকৰিলে ভাল হয় যেন পাইছো
সংবাদ সংগ্ৰহৰ নামত মানুহক কিয় ইমান প্ৰশ্ন কৰি কৰি অশান্তি দিয়ে অতিষ্ঠ কৰি দিয়ে একে বোৰ প্ৰশ্ন কৰি কৰি ।ধিক অসম সংবাদ মাধ্যম ।
মানুহজনক বিভিন্ন কথা শুধি আঘাট নিদিয়ে যেন।
বাৰে,বাৰে কিয় এটা কথা সুধি আমনি কৰি আছে । যেতিয়া নিজৰ লগত নহয় তেতিয়া লৈ বুজি নেপায় । ভাতৃ নোহোৱা কিমান দুখ দ্বিপেন দাই হে বুজি পাইছে ।
পৃথিৱীত দুটা জীৱই একেটা বস্তুকে পাগুলি থাকে এটা হৈছে গৰু আৰু আনটো সাংবাদিক।
সাংবাদিক সকলে পৰিয়ালৰ লোক সকলক ইমান মানসিক চাপ দিব নালাগে, তেওঁ লোক বহুত দুখত আছে।
সাংবাদিক বোৰ সচাকৈ কামোৰ দেই। সোধা বোৰকে সদায় সুধি আছে। আৰে ভাই হত দ্বীপেন দাক অলপ শান্তিত থাকিব দিয়া।
সাংবাদিক সকল স্বাৰ্থপৰ । এজনেও তেওঁক খোৱা , শুৱাৰ কথা সোধা নাই ।
তোমালোকৰ কাম অকল ঘৰৰ মানুহ বোৰক সুধি সুধি অশান্তি কৰা নিজেই অলপ অনুসন্ধান কৰাত নাই
@@rubibarman1276 👌👌👌👌👌👌👌👌👌👌
আপোনালোক সাংবাদিক কিছুমানে বাৰে বাৰে কিয় একেখিনি কথাকে ৰেপি আছে , অকণমান মানুহ জনক জিৰণিৰ প্ৰয়োজন , অকলশৰীয়াকৈ কিছুসময় থাকিবলৈ দিয়ক ,মুখ খন দেখিলেই অনুমান কৰিব পাৰি মানুহ জনৰ মনৰ অবস্থা
কিয় অশান্তি দিছে বাৰু
সাংবাদিকতাৰ কোনো প্ৰশিক্ষণ লোৱা নাই নেকি
আমি এটা পজিটিভ ৰিজাল্ট পাম নিশ্চয় ।অলপ ধৈৰ্য আৰু সাহসৰ সহায় লব লাগিব।
Dwipen Dada you are legend singer.
আৰু ধন্যবাদ লোক নিৰুদ্দেশ হোৱা বিচাৰিচানেকি অসম নিউজে সাক্ষাৎকাৰ লৈ।
সাংবাদিক সকলক অনুৰোধ জনাইছোঁ, দ্বীপেন বৰুৱাক শান্তিত থাকিবলৈ দিয়ক। তেখেতে খাইছে নে, শুব পাৰিছেনে? পাৰিলে এই সময়ত সহায় কৰক।
বাৰে বাৰে মানুহজনক কিয় আমনি কৰি আছে?একেখিনি কথাকে সুধি ব্যতিব্যস্ত কৰি তুলিছে।সম্ভেদ পালোহি কৰিব যাওক।
Thik koise dada apuni.
দ্বীপেনদা আপুনি আৰু সাংবাদিকৰ আগত নোলাব।আপোনাক সিহতে টকাৰ বাবে পাগল কৰিব।সিহতৰ মানৱতা নাই।
Extremely sad ...may our beloved Ramenda come back soon..
ইমান আমনি নকৰিব দেই।
তেখেতক আৰু আমনি নকৰাই ভাল হ'ব।
মানুহজনক ইমান প্ৰশ্ন কৰি কিয় মানসিক অশান্তি দি আছে আপোনালোকে?
Please leave him alone.Let him take his time.Kio imn kosto di ase? Please nokoribo
সন্মানীয় দ্বীপেন বৰুৱা দেবেও ভয় খাইছে ডাইনী দুটাই যদিহে তেখেতকো ধৰি কিলাই মাৰে
এই চুৱৰ বোৰক চৌহদৰ পৰা লাঠ মাৰি মাৰি উলিয়াই দিয়ক বৰুৱাদেৱ।
একেবোৰ কথাকে মানুহজনক সুধি সুধি কিয় আমনি দি আছে
Apunalukok request korisu manuh jonok apunaluke eman kosto nidibo akekhini kotha koi koi .Manuh jonok Santi diok.
Manuh jonok hantit thkbloi diok...aikeidn dekhi dekhi manuhjnloi hosai beya lgaa hoise
আজি আৰম্ভনিৰ পৰা দেখিছো সাংবাদিকৰ অত্যাচাৰ বেচি হৈছে । কোনো সাংবাদিকক আপুনি লগ নকৰিব দ্বিপেনদা, আমাৰ অনুৰোধ
একে কথা কিমান শুধি থাকে
SO SAD🙏
Bahut dukh palu, Ramen Dar khaborto anatipolome bhagabane diok. Heyai kamona.
Pls leave him alone, wait for some days.
একেখিনি কথাকেইনো কিমানো সুধি থাকে।আপোনালোক কিছুসংখ্যক সাংবাদিকৰ অলপো বেয়া নালাগে নে!!এতিয়া এওঁকো মানসিক হাৰাশাস্তি নকৰিব।মানুহজনক অলপ শান্তিৰে থাকিব দিয়ক। কেনেকৈ ঘৰৰ পৰা নোহোৱা হ'ল আগতে চোন নিউজত চালোয়ে।একো যদি নতুন তথ্য নাই মিছাতে ভালে থকা কেইগৰাকীক আমনি নকৰিব।তেওঁলোক ইতিমধ্যে দুখ চিন্তাত আছেই।
এই সময়ত কি সুধি আছা কাম নাই নেকি
পাগলহত দ্বীপেনদাক মাৰিব খুজিছা নেকি
Manuh jonok olop hantit thakiboli diyok plz.....🙏🙏🙏
নিজৰ জীয়েকক বাদ দি অইনক সোধপোচ কৰাৰ আঁৰত কি আছে?
একেখিনি কথাকে বাৰে বাৰে দিপেন দাক কিয় সুধী আছে ? বেলেগ অনুসন্ধান কৰিবলৈ নদীৰ ওপৰত খানাতালাছ নকৰ কেলৈ তহতে? দিপেন দাকো হেৰুৱাব বিছাৰিছ নেকি তহতে? মৰাক মাৰি তি আৰ পি লোৱাটো ঠিক নহয়। 😵
নোহোৱা হোৱা জন তো ঘূৰি অহা নাই। এতিয়া থকা জনক পাগল কৰিহে এৰিব।
God bless him
অনু গ্ৰহ কৰি অশান্তি আৰু আমনি নকৰিব plese kindly
Manuh jonok akman rest diyok
Thakibo diyok olop space diyok. .....ei manuhjonu okolxoriya kiman dukh paisey nijor kokayek herai gol.
স্তান নহয় স্থান...
ননচেঞ্চৰ দৰে মিডিয়াই প্ৰশ্ন কৰিব নালাগে।
"বৰুৱা" নহয় "বৰুৱাৰ "
Please, dwipen daak hantit thakiboloi diok
Same question again n again.Tekhetok alop hantire thakibo diyok.
Please leave him alone for some time. Asking the same questions time and again will result in his mental disturbance.
Please dont disturb him
এনে পৰিস্তিত এনে পেকপেকনি অশান্তিকৰ।
Zubeen aru CM Himanta duijon ata সৰু কথা লৈ ইমান মন্তব্য, nishoy কিবা politics ase, Zubeen Garg ajon indirect political leader, we know
Reporter r question.....
শান্তি নিদিবি
সাংবাদিকতাৰ দায়িত্ব থাকে কিন্তু আজি ৫ দিনে একে খিনি কথাকেই পাগুলি আছে। শ্ৰোতাসকলকো পাগল কৰি দিছে...
Kiyo emn distup de asa ai reporter bilake ...manuh jonk
ৰমেন দাৰ মদপী ছোৱালীজনীক জেৰা কৰি থাকক।
সাংবাদিক সকলে একেখিনি কথাকে বাৰে বাৰে দ্বীপেন বৰুৱা দেৱক সুধি থাকি কিয়বাৰু আমনি কৰি আছে ? তাতকৈ ৰমেন বৰুৱা দেৱৰ জীয়েকক সুধি থাকক, তেতিয়া হয়তো কিছু নতুন কথা তেওঁৰ মুখে দিয়ে ওলাব পাৰে ।
Dwipen dak eibor nucudhe jen.
Dipen da should not be harrased. Reaction should not be sought on comments from someone else.
Pl leave Dipen da. Let him live
Oh gosh. Leave him alone.
Ansrutu ki dibep khurai dibo nki ki qwsn kri ase apuni mankhik vabe vagi porise tar pistu apuni
কোনেও কথাবোৰ খুলি কোৱা নাই
Everything has some limit . When limit cross , it’s always outburst. Definitely, it will happen then he will forget who has taken his interviews .
Same questions were arisen by all media
Yes , that too many times .
ঐ সাংবাদিক, মানুহজনক অশান্তি কিয় দি আছা ? ৰমেনদাৰ মদাহী ছোৱালীজনীক জেৰা কৰি কথা উদ্ধাৰ নকৰা কিয় ?
মানুহজনক অলপ শান্তি দিয়ক। কেলৈ বাৰে বাৰে একেটা কথা সুধি আছে।
সচা কথা দেই । কিয় বাৰে বাৰে একেবোৰ কথাকে সুধি মানুহ জনক আমনি কৰি আছে ।
এটা কথা বাৰে বাৰে সুধি . সুধি পাগল কৰিহে এৰিব ঔ
😂
এটা কথাকে বাৰে সুধি মানুহ জনক আমনি, মানসিক অশান্তি কৰি থকাত কৈ ,, সাংবাদিক বোৰেও চোন একে লগ হৈ বিচাৰিব
পাৰে ।। কাকায়েক নোহোৱা দুখ কিমান তেওঁ হে বুজি পাইছে।।
অনুগ্ৰহ কৰি দ্বিপেন বৰুৱাক অকমান শান্তিত থাকিব দিয়ক। সাখ্যাতকাৰ লৈ প্ৰশ্ন সুধি আমনি নকৰিব। কিমান একেখিনি কথাৰ উত্তৰ দি থাকিব. Please 🙏 🙏🙏
সাংবাদিক সকলে দ্বীপেন দাক আৰু মানসিক হাৰাশাস্তি নকৰিব।
Right
সাংবাদিকসকলে ইমান অধয্য হৈছে কিয় ? অসমত আৰু সমস্যা আছে সেইবোৰৰ কথা প্ৰচাৰ কৰক ।
@@jugalsaikia3987 👌👌👌👌👌👌👌👌👌
দ্বিপেন বৰুৱাই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পৰিছে। প্ৰচণ্ড মানসিক আঘাতৰ বাবে নিৰুদ্দেশ হৈছে। এখেতৰ বাবেও ভয় আহে। ভগৱানে কৃপা কৰক এখেতৰ তেনে নহওক।🙏
তেওঁক অন্তৰ্ধান হবলৈ বাধ্য নকৰাব,, কাকূতি কৰিছোঁ🙏🏻🙏🏻
আপোনাৰ লোকে বাতৰি কৰি কৰি দ্বিপেন খুড়াক কি কৰিব বিচাৰে। তেখেতৰ যথেষ্ট বয়স হৈছে। ককায়েক হেৰাইছে অকণমান শান্তিৰে থাকিবলৈ দিয়ক।
Xosakoi ei reporter xupai eku Buji napai😢😢😢
Batoriye napai,Tate ata paise,saitowe dhui thakibo
Manuh jonok iman digdar dise channel bilak e..
Kio harahasti korise
Hosake riportar hokolor mon nobhore. Lolop shanti dibo Lage tyuk
দ্বীপেন দাক তহতে পাগল কৰিহে শান্ত হবি।
Deependa k olop xantit thakibo diok Plz akebur kotha xudhi nathakibo
Klanto hoi pora manuhjonok ru tention d nathakibo
Ssssss
Sossssssssß😊z😊😊zssoßossssk
Sosso
😅wsooooßo😅sßssooseso😊ßoosseoßoß
এয়া হৈছে এজন শিল্পীৰ কথা কোৱাৰ ধৰন । কিমান শালিনতাৰে কথা কয় সকলোৱে এবাৰ ছিন্তা কৰক । ঘৰৰ কথাই হওক বা বেলেগৰ কথাই হওক , যেতিয়াই তেতিয়াই যেনেকে তেনেকে কব নালাগে । এই কথাটো তেখেতৰ পৰা শিকিব লাগে । এয়াই শিল্পীৰ পৰিচয় ।🙏🙏
সাঙবাদিক সকলে ইমান আমনি কৰে
হে সাংবাদিক মহাশয়, দ্বীপেন বৰুৱা দাক শান্তি ত থাকিবলৈ দিয়া !!!!!!!
দ্বীপেন দা মানুহ জনক শান্তিত থাকিবলে দিবনে আপোনালোকে
অ ভাই তেখেতক অলপ শান্তিত থাকিবলৈ দিয়ক । যিটো পৰিয়ালৰ লগত এনে ঘটনা হৈছে তেওঁলোক হে বুজে ।
দ্বীপেন দাৰ কিবা হলে দায়ী হব এই সাংবাদিক সকল ।
বিখ্যাত বৰুৱা পৰিয়ালৰ আন কোনো লোকক কিয় এই বিষয়ে সোধা নাই?
খবৰ একে বোৰেই। দ্বিপেন বৰুৱা দেৱক শান্তিত থাকিবলৈ দিলে ভাল হয়
বৃদ্ধ অবস্থাত একোনকলেও তললৈ মুৰ কৰি গৈ থাকিলে ।কিবা কিবি ভাবি চিন্তা কৰি নিজক পাহৰি যোৱা দেখিছো ।আকৌ বহুতো দিন বা বছৰৰ পাছত ঘুৰি অহা শুনিছো । ঘৰৰ মানুহক আমনি নকৰে যেন ।
মানুহজনক এনেবোৰ প্ৰশ্ন সুধি নাথাকিব। আমিয়েই আমনি পাইছো।
আপোনালোক সাংবাদিক সকলে একেটা কথাকে বাৰে বাৰে
দ্বীপেন দাক সুধি থকাতো যুক্তি সংগত যেন লগা নাই, কিয়নো তেখেতৰ বয়সো যথেষ্ট হৈছে তাৰোপৰি নিজৰ আপোন জনক হেৰুৱাব দুখত আছে। তেখেতক শান্ত হৈ থাকিবলৈ দিয়ক!
এটা কথাকেই কিমান কৈ থাকিব দ্বীপেন দাই
আপোনালোক সাংবাদিক সকলেএকেসোপা কথাকে সুধি সুধি বাত
ৰি সংগ্ৰহ কৰাৰ নামত মানুহজনক অশান্তি হে দিছে । দীপেন বৰুবাক অলপ শান্তি ত থাকিবলৈ দিয়ক ।
একে বোৰ কথাকে তেওঁক কিমান সোধে?তেওঁক অলপ শান্তিত থাকিবলৈ দিয়ক।
তহতৰ হৈছে কি ঐ? তহতে মানুহক শান্তিত থাকিব নিদিবি দেখিছোঁ!!
মানুহজনক আপোনালোকে কিয় ইমান প্ৰশ্ন কৰি আঘাত দি আছে? অলপ তেখেতক শান্তিত থাকিবলৈ দিয়ক।
গায়ক দ্বীপেন বৰুৱাই বৰ অশান্তি পাইছে।
এই মানুহ জনক অলপ শান্তিত থাকিবলৈ দিয়ক।
তেখেতক অকণ মান শান্তিত থাকিব দিয়ক । ইফালে মৰমৰ ভাতৃ হেৰুওৱাৰ দুখ !
সাংবাদিক কেইজনে অনাহকত দিপেনদাক দিগদাৰ নিদিলে ভাল৷ তেখেতক জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে
একেখনি কথাকে কিয় বাৰে বাৰে সুধি তেখেতক আঘাত কৰি থাকে...
আজি পাচোঁটা দিনেই দ্বীপেন বৰুৱা দেৱক ককায়েকৰ নিৰুদ্দেশ হোৱাৰ একেবোৰ কথাকে সাংবাদিকসকলে সুধি থকা দেখা পাইছোঁ।দুখৰ সময়ত মানুহৰ সকলো কথাৰ উত্তৰ দিবলৈ মন নেযায়। তেওঁক অলপ শান্তিত থাকিবলৈ দিয়কচোন।
অই ছুদুৰ ভাই সাংবাদি সদায় একেসিনি কথাকে কিয় সুধি থাক মুৰত মাল আছে নে নাই তহতৰ ?
দ্বীপেনদাক আৰু বেছি আমনি নকৰিলে ভাল হয় যেন পাইছো
সংবাদ সংগ্ৰহৰ নামত মানুহক কিয় ইমান প্ৰশ্ন কৰি কৰি অশান্তি দিয়ে অতিষ্ঠ কৰি দিয়ে একে বোৰ প্ৰশ্ন কৰি কৰি ।
ধিক অসম সংবাদ মাধ্যম ।
মানুহজনক বিভিন্ন কথা শুধি আঘাট নিদিয়ে যেন।
বাৰে,বাৰে কিয় এটা কথা সুধি আমনি কৰি আছে । যেতিয়া নিজৰ লগত নহয় তেতিয়া লৈ বুজি নেপায় ।
ভাতৃ নোহোৱা কিমান দুখ দ্বিপেন দাই হে বুজি পাইছে ।
পৃথিৱীত দুটা জীৱই একেটা বস্তুকে পাগুলি থাকে এটা হৈছে গৰু আৰু আনটো সাংবাদিক।
সাংবাদিক সকলে পৰিয়ালৰ লোক সকলক ইমান মানসিক চাপ দিব নালাগে, তেওঁ লোক বহুত দুখত আছে।
সাংবাদিক বোৰ সচাকৈ কামোৰ দেই। সোধা বোৰকে সদায় সুধি আছে। আৰে ভাই হত দ্বীপেন দাক অলপ শান্তিত থাকিব দিয়া।
সাংবাদিক সকল স্বাৰ্থপৰ । এজনেও তেওঁক খোৱা , শুৱাৰ কথা সোধা নাই ।
তোমালোকৰ কাম অকল ঘৰৰ মানুহ বোৰক সুধি সুধি অশান্তি কৰা নিজেই অলপ অনুসন্ধান কৰাত নাই
@@rubibarman1276 👌👌👌👌👌👌👌👌👌👌
আপোনালোক সাংবাদিক কিছুমানে বাৰে বাৰে কিয় একেখিনি কথাকে ৰেপি আছে , অকণমান মানুহ জনক জিৰণিৰ প্ৰয়োজন , অকলশৰীয়াকৈ কিছুসময় থাকিবলৈ দিয়ক ,মুখ খন দেখিলেই অনুমান কৰিব পাৰি মানুহ জনৰ মনৰ অবস্থা
কিয় অশান্তি দিছে বাৰু
সাংবাদিকতাৰ কোনো প্ৰশিক্ষণ লোৱা নাই নেকি
আমি এটা পজিটিভ ৰিজাল্ট পাম নিশ্চয় ।অলপ ধৈৰ্য আৰু সাহসৰ সহায় লব লাগিব।
Dwipen Dada you are legend singer.
আৰু ধন্যবাদ লোক নিৰুদ্দেশ হোৱা বিচাৰিচানেকি অসম নিউজে সাক্ষাৎকাৰ লৈ।
সাংবাদিক সকলক অনুৰোধ জনাইছোঁ, দ্বীপেন বৰুৱাক শান্তিত থাকিবলৈ দিয়ক। তেখেতে খাইছে নে, শুব পাৰিছেনে? পাৰিলে এই সময়ত সহায় কৰক।
বাৰে বাৰে মানুহজনক কিয় আমনি কৰি আছে?একেখিনি কথাকে সুধি ব্যতিব্যস্ত কৰি তুলিছে।সম্ভেদ পালোহি কৰিব যাওক।
Thik koise dada apuni.
দ্বীপেনদা আপুনি আৰু সাংবাদিকৰ আগত নোলাব।আপোনাক সিহতে টকাৰ বাবে পাগল কৰিব।সিহতৰ মানৱতা নাই।
Extremely sad ...may our beloved Ramenda come back soon..
ইমান আমনি নকৰিব দেই।
তেখেতক আৰু আমনি নকৰাই ভাল হ'ব।
মানুহজনক ইমান প্ৰশ্ন কৰি কিয় মানসিক অশান্তি দি আছে আপোনালোকে?
Please leave him alone.
Let him take his time.
Kio imn kosto di ase? Please nokoribo
সন্মানীয় দ্বীপেন বৰুৱা দেবেও ভয় খাইছে ডাইনী দুটাই যদিহে তেখেতকো ধৰি কিলাই মাৰে
এই চুৱৰ বোৰক চৌহদৰ পৰা লাঠ মাৰি মাৰি উলিয়াই দিয়ক বৰুৱাদেৱ।
একেবোৰ কথাকে মানুহজনক সুধি সুধি কিয় আমনি দি আছে
Apunalukok request korisu manuh jonok apunaluke eman kosto nidibo akekhini kotha koi koi .Manuh jonok Santi diok.
Manuh jonok hantit thkbloi diok...aikeidn dekhi dekhi manuhjnloi hosai beya lgaa hoise
আজি আৰম্ভনিৰ পৰা দেখিছো সাংবাদিকৰ অত্যাচাৰ বেচি হৈছে । কোনো সাংবাদিকক আপুনি লগ নকৰিব দ্বিপেনদা, আমাৰ অনুৰোধ
একে কথা কিমান শুধি থাকে
SO SAD🙏
Bahut dukh palu, Ramen Dar khaborto anatipolome bhagabane diok. Heyai kamona.
Pls leave him alone, wait for some days.
একেখিনি কথাকেইনো কিমানো সুধি থাকে।আপোনালোক কিছুসংখ্যক সাংবাদিকৰ অলপো বেয়া নালাগে নে!!এতিয়া এওঁকো মানসিক হাৰাশাস্তি নকৰিব।মানুহজনক অলপ শান্তিৰে থাকিব দিয়ক।
কেনেকৈ ঘৰৰ পৰা নোহোৱা হ'ল আগতে চোন নিউজত চালোয়ে।একো যদি নতুন তথ্য নাই মিছাতে ভালে থকা কেইগৰাকীক আমনি নকৰিব।তেওঁলোক ইতিমধ্যে দুখ চিন্তাত আছেই।