উপ-নিৰ্বাচনত কেনেকৈ বিজেপিয়ে সংখ্যালঘুৰ মন জয় কৰিলে?

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ม.ค. 2025

ความคิดเห็น • 26

  • @ArshedAli-gz8jv
    @ArshedAli-gz8jv หลายเดือนก่อน +9

    বিজেপি ক উৎখাত কৰিব নোৱাৰা নিজে উৎখাত হবি

  • @tapanjitdeka800
    @tapanjitdeka800 หลายเดือนก่อน +12

    সংখ্যালঘুৰ ভোট bjp পালে, তাতে বিৰোধীৰ কি আপত্তি আছে,

  • @hiranmayedeka2520
    @hiranmayedeka2520 หลายเดือนก่อน +1

    বিজেপিক হৰুৱাহলে বিৰোধী পাপ কাটি পৃথিৱীত, 10 বাৰ জন্ম লব লাগিব। পৃথিৱীত সুযোৰ পোহৰ থকালৈকে বিজেপিৰ চৰকাৰ জিয়াই থাকিব। বিজেপিৰ চৰকাৰ ❤❤❤❤❤❤❤❤❤

  • @basantahira8645
    @basantahira8645 หลายเดือนก่อน +1

    বিজেপিক তহতে ভোট নি দিবি। তহতৰ ভোট বিজেপিয়ে নাপালেও বিজেপি জিকিব। কাৰন ভোট জনতাইহে দিব।

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 หลายเดือนก่อน +4

    😂😂😂বিজেপিক ভোট দিছে মুছলমান ৰাইজে তাত বিজেপিক গালি দি বিৰোধীয়ে নিজকে মূৰ্খৰ পৰিচয় দিছে।।গতিকে মূৰ্খামীৰ এটা সীমা থাকে।।।কংগ্ৰেছে কব বিচাৰে যে বিজেপি মানে মুছলমান বিৰোধী।।কিন্ত বিজেপিয়ে চামগুৰিত দেখাই দিলে বিজেপি মানে মুছলমান বিৰোধী নহয়,সেইবাবে কংগ্ৰেছৰ ভোট কমিব বুলি ভয় খাই যি তি বকে।

  • @sashibhatta5198
    @sashibhatta5198 หลายเดือนก่อน +1

    ৰাইজৰ দল কিয়, আন কোনো ৰাজনৈতিক দলেই যেন ৰাজনীতিত সফলতা লাভ কৰিব নোৱাৰিব বাহিৰৰ পৰা অহা সংখ্যালঘু জনতাক বাহিৰতে ৰাখি ৷ এইটো অৱস্থা আমাৰ অসম মূলুকৰে কংগ্ৰেছ নেতাই তাহানিৰে পৰা কৰি অহা কৃপা, আৰু তেৰৈসৱৰ অসমপ্ৰীতিৰ ফলাফল ৷

  • @chand8918
    @chand8918 หลายเดือนก่อน +4

    সংখ্যালঘু লোক সকলৰ এটা ভয়ৰ বাবেই বিজেপি জিকিছে সেয়া হল হিমন্ত পুলিচ প্ৰশাসনৰ JCB হাতুৰা অৰ্থাৎ উচ্ছেদ আৰু এয়াই সত্য 😅😅

  • @DipeshRay-pt3zp
    @DipeshRay-pt3zp หลายเดือนก่อน +2

    Only.bjp

  • @NazirulHussain-i3w
    @NazirulHussain-i3w หลายเดือนก่อน

    Ossad hole hodai bjpekaivot dem

  • @Enus65
    @Enus65 หลายเดือนก่อน

    bhubon...scared of Raju medok...

  • @Rana-hg8hg
    @Rana-hg8hg หลายเดือนก่อน

    বিজেপি দলৰ হিন্দু ৰাষ্ট্ৰ গঠন কৰা জুমলা😂😂😂

    • @RonjitSharmaGoswami
      @RonjitSharmaGoswami หลายเดือนก่อน

      বিজেপিক,আমি দেশৰ সংবিধান ধ্বংস কৰিব নিদিম।,,বিজেপিয়ে হিন্দুৰ সুযোগ লৈ বহুতো খেল-ধেমালি দেখা দিছে 😊😅😅😅

  • @brojenkhargharia15
    @brojenkhargharia15 หลายเดือนก่อน

    Bjpya kelongeya meya moslemor vootbsaresa matro bangladace meya mosolmanor voot nalagabole koesa

  • @Hudipta
    @Hudipta หลายเดือนก่อน

    Akhile loglale naktu ase ne nai abar sui sab dei.

  • @gonjanboruah6988
    @gonjanboruah6988 หลายเดือนก่อน

    বি জে পি জিকিবৰ বাবে এ আই ইউ দি এফৰ লোক নিবাচনত নানামিল নেকি। তাৰ পৰা বুজা গল কংগ্রেসৰ আৰু বদৰুদিনৰ মিতাৰিলি আছে। ৰাইজৰ দল মানে কংগ্রেস।

    • @akshaykumardas4929
      @akshaykumardas4929 หลายเดือนก่อน

      Congress aru. Aiudf eke. Poitical affairs duiota dalar eke .akhil uddin duiota dolor member

    • @akshaykumardas4929
      @akshaykumardas4929 หลายเดือนก่อน

      Raijor dol mane aiudf aru congress.

    • @akshaykumardas4929
      @akshaykumardas4929 หลายเดือนก่อน

      Tohotor sistacer nai

  • @successias7163
    @successias7163 หลายเดือนก่อน

    Congress e AJP aru raijor dol k factor buli nvbe because power ni

  • @robinbora5950
    @robinbora5950 หลายเดือนก่อน +2

    Most faltu discussion. Please stop this discussion. If you have no work then go for journalism course. Then arrange some good discussion