কংগ্ৰেছ-AIUDFৰ দখলত থকা সমষ্টি কাঢ়ি আনিব নেকি অখিল গগৈয়ে?

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ม.ค. 2025

ความคิดเห็น • 27

  • @SaddamHussain-ou6kd
    @SaddamHussain-ou6kd หลายเดือนก่อน +2

    অখিল গগৈৰ নিজৰ সমষ্টিত থকা মিয়া মুছলমানক মাৰি মাৰি খেদি পঠিয়ালে। তাকলৈ এটা কথা কোৱা নাই। মুছলমান থকা সমষ্টিত আহি ডাঙৰ ডাঙৰ ভাষন মাৰি আছে।
    ৰাইজে বিচাৰ কৰক 🙏

  • @Assamboy-t7p
    @Assamboy-t7p หลายเดือนก่อน

    Diplu ronjon sharma great MLA ❤❤❤

  • @narakantachutia4369
    @narakantachutia4369 หลายเดือนก่อน

    অখিলে নিজৰ সমষ্টিতে জিকিব পৰা নোৱাৰা সন্দেহ কংগ্ৰেছ ইউদিএফ থকা সমষ্টিৰ পৰা কেনেকৈ আসন পাব।

  • @khairulislam-rd8hd
    @khairulislam-rd8hd หลายเดือนก่อน

    I like to Aiudiv speak

  • @moynalhoque5400
    @moynalhoque5400 หลายเดือนก่อน +1

    Aiudf.zindabad

  • @kohinurislam2940
    @kohinurislam2940 2 หลายเดือนก่อน +2

    Jehirul apuni atya kun dol kore

  • @tridipsarma478
    @tridipsarma478 หลายเดือนก่อน +1

    BJP zindabad

  • @mdgaming243
    @mdgaming243 หลายเดือนก่อน

    Axome dekhise dada 2026 ot congress mukto axomok tar gift tu d d dibo dada 😂😂😂😂
    Apuni tntn lobo 😂

  • @kohinurislam2940
    @kohinurislam2940 2 หลายเดือนก่อน +1

    Mr jehirul apuni rokibul r kotha ki koisel 😂

  • @kohinurislam2940
    @kohinurislam2940 2 หลายเดือนก่อน +2

    2026 /26 seat napabo Congress 😂

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 2 หลายเดือนก่อน +3

    কংগ্ৰেছে অসমৰ ৰাইজক কওকচোন আমাৰ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিম।।।
    যদি ৰাইজে অৰুণোদয় বেয়া পাইছে তেন্তে কংগ্ৰেছ চৰকাৰ। আহিব।।
    আজি মাত্ৰ পাচখন আসনৰ মাত্ৰ এখনকে জয়ী হব নোৱাৰিলে।।
    সিহতৰ বৰ বৰ কথা।।।এই অহংকাৰ যিমান দিন ৰাইজৰ আগত দেখাই থাকিব সিমানদিনে চৰকাৰ নাহে।।।যোৱাবাৰ যিমানখন আসন পাইছিল কংগ্ৰেছে তাতকৈ এইবাৰ(2026) আৰু কমিব।।।

  • @PapuDas-bl4ot
    @PapuDas-bl4ot 2 หลายเดือนก่อน +2

    অসমে দেখিছে কংগছৰ পাগলামি

  • @ShorifulIslam-fh3ew
    @ShorifulIslam-fh3ew 2 หลายเดือนก่อน

    Bjp zindabad

  • @hiranmayedeka2520
    @hiranmayedeka2520 2 หลายเดือนก่อน

    জনতাই ভোট দিছে বিজেপিক বিৰোধী মৰিব কিয় ধৰিছে। চৰকাৰৰ গঠন কৰে জনতাই। বিৰোধী নকৰে নহয়। মিয়া বোৰে গম পাইছে ভাৰতবৰ্ষত অসমত কংগ্ৰেছৰ চৰকাৰ 50 বছৰ পিছতো নাহে। মডী স্বানন্দ সোনোৱাল হিমন্ত বিশ্ব শৰ্মাই দেশ বহুত ওপৰলৈ নিলে। বিৰোধী টিভিত বহী কান্দিব নেলাগে। আ জিবন বিজেপিৰ চৰকাৰ ভাৰতৰ ❤❤❤❤❤❤❤❤❤জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। মিয়া জাতিটো ভাৰতবৰ্ষত অসমত থাকিব লগা হলে বিজেপিক ভোট দিব লাগিবই। বিজেপিৰ চৰকাৰে মিয়াৰ ভোট নেলাগে বুলি কৈছে। মিয়া সমাজে নিজে নিজেই বিজেপিক ভোট দিছে। আ জীৱন বিজেপিৰ চৰকাৰ ❤❤❤❤❤❤❤❤

  • @PapuDas-bl4ot
    @PapuDas-bl4ot 2 หลายเดือนก่อน +2

    আঁচনি দিলে কি কৰ্মহীন হ'ব বি জে পিয়ে কম নকৰিবলৈ কৈছে নে কি?

  • @MubarakAli-n4f
    @MubarakAli-n4f 2 หลายเดือนก่อน +1

    BJP welcome ❤

  • @bapandas2873
    @bapandas2873 2 หลายเดือนก่อน

    বিনামূলীয়া চাউল আৰু
    ১২৫০ টকাই কিমান সহায়
    কৰিছে কাম বিছাৰি কাম
    কৰা মানুহে জানে ।

    • @Nirmalkumarray2000
      @Nirmalkumarray2000 2 หลายเดือนก่อน

      অসমৰ বিধৱা,বিবাহ বিচ্ছেদ,বিকলাংগ,কুমাৰী আদি এইবোৰ মহিলাক প্ৰথমতে অৰুণোদয় আচনি দিয়াৰ কথা কোৱা হৈছে।
      দ্বিতীয়তে,ঘৰৰ মহিলা গৃহিনী সকলক এই আচনি দিয়া হৈছ।
      তোমালোকৰ মতাবোৰক দিয়া নাই।।।ইয়াত কোনো যুৱকক অৰুণোদয় দিয়া নাই,কোনো চাকৰি বিচাৰি থকাসকলক দিয়া নাই,কোনো ছোৱালীক দিয়া নাই।।মূৰ্খসকলে এইধাৰণা লৈছে।।।পুৰুষে আগৰ দৰেই কাম কৰি আছে।।।মহিলাসকলে যাতে টকাৰ বাবে হাহাকাৰ নহয়।কিছু সকাহ পায় তাক চৰকাৰে গুৰুত্ব দিছে।।।গতিকে সাধাৰণ কথাখিনিও বুজি নাপায়।।।

  • @bapandas2873
    @bapandas2873 2 หลายเดือนก่อน +3

    ঘৰত ভাত মাছ থকা মানুহে
    কাম নকৰি মূখেৰে চলি থকা
    মানুহে অৰুনোদয় , বিনামুলীয়া
    ৰেচনক সমালোচনা কৰে ।
    পানী খাই কামলৈ যাব নেকি ? দূখীয়া কি বুজে নে ?

  • @ShorifulIslam-n9v1w
    @ShorifulIslam-n9v1w 2 หลายเดือนก่อน +1

    Aiudf jindhdab ajmol for education ajmol for health

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc 2 หลายเดือนก่อน

    Eitu diplu ne dipu naam to waterway jen lage

    • @Manranjankoch
      @Manranjankoch หลายเดือนก่อน

      Tui ata Mia poriyalor manu...kot janibo

    • @Manranjankoch
      @Manranjankoch หลายเดือนก่อน

      Cngrs assom khon gili khai ase 😡😡

  • @rashidulhoque2234
    @rashidulhoque2234 หลายเดือนก่อน

    BJP zindabad