biswanath chariali bauna hoi.....

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ต.ค. 2024

ความคิดเห็น • 85

  • @monjitborah3796
    @monjitborah3796 2 ปีที่แล้ว +3

    আধুনিকতাৰ নামত সংস্কৃতিক উপলুঙা৷পৰিচালক মহোদয় আপোনাৰ কিয়েতিভিতিক মানিছোঁ কিন্তু৷হওক দেউ আগোৱাই যাওক৷

  • @jansoukadhara5137
    @jansoukadhara5137 2 ปีที่แล้ว +12

    খোল চকীত বহি নবজায়,নাজানিলে অভিজ্ঞ জনৰ পৰা শিকি লওক

  • @sourabhborah3851
    @sourabhborah3851 2 ปีที่แล้ว +12

    আচলতে যি সকলে আধূনিকতা বুলি ভাবি আছে, তেওঁলোকে শোণিতপুৰীয়া ভাওনাৰ বিষয়ে জ্ঞাত নহয়। অতিজৰে পৰা আমাৰ প্ৰবেশ, তাল এইবোৰ অসমৰ কোনো প্ৰান্তৰ লগত নিমিলে। ভূপেন হাজৰিকাই কৈছিল ভাওনা চাবলৈ হ'লে‌ এবাৰ ভৰলীপাৰৰ নদুৱাৰলৈ যাবা। কেতিয়াবা আপোনাৰ শুদ্ধ হোৱাতোৱে বেলেগৰ ভূল হোৱাতো নুবুজাই। নদুৱাৰ অঞ্চলৰ ভাওনাৰ বিষয়ে অলপ জ্ঞাত হওক। ইয়াৰোপৰি উজনিত অসমীয়াত হয়, নদুৱাৰত ব্ৰজাৱলীত ভাওনা হয়। ব্ৰজাৱলী ভাওনাৰ তাল, দেহৰ অংগীকাৰ অসমীয়া মাতৃভাষাৰ ভাওনাতকৈ পৃথক।

    • @FOCUSAXOM
      @FOCUSAXOM ปีที่แล้ว

      একমত।সকলো ঠাইতে বেলেগ বেলেগ ভংঙ্গীমা আছে।

  • @pranjalprotimkonwar4293
    @pranjalprotimkonwar4293 2 ปีที่แล้ว +6

    দোহাৰ কত, প্ৰবেশৰ গীত নাই,

  • @krishnasaikia9789
    @krishnasaikia9789 2 ปีที่แล้ว +1

    ভাওনাটো আধুনিকীকৰণ....যি জনে শিকাইছে তেওঁক কিন্ত্ত মানিছো দেই ৰাম ৰাম🙏🙏

  • @mainaoxomi1438
    @mainaoxomi1438 2 ปีที่แล้ว +5

    আমাৰ যোৰহাটৰ ফালে আহি অলপ কিবা শিকি যাবহি তাৰ পাছত ভাওনা কৰিবলৈ আগবাঢ়িব

  • @prakashbarhai-ue2sz
    @prakashbarhai-ue2sz ปีที่แล้ว

    Hundor bout Val hoise

  • @ripunjoyborah523
    @ripunjoyborah523 2 ปีที่แล้ว

    ভাওনাৰ প্ৰবেশখন দেখি এনেকুৱা লাগিল এইয়া যেন অসমীয়া ভাওনা সংস্কৃতিৰ শ্মশান যাত্ৰা।

  • @bbormb
    @bbormb 2 ปีที่แล้ว +4

    উজনি অসমৰ বিশেষকৈ যোৰহাট ,গোলাঘাটৰ অভিজ্ঞ শিল্পীৰ পৰা ভাওনা বিষয়ে শিকিব।

  • @ManashAxom-kd3xl
    @ManashAxom-kd3xl ปีที่แล้ว +2

    অসমীয়া সংস্কৃতিৰ লগত এনেকুৱা অস্যভালি নকৰিলে ভাল হ'ব 🙏🙏। নহ'লে আমাৰ সংস্কৃতি হেৰাই যাব।

  • @dhunbora8815
    @dhunbora8815 2 ปีที่แล้ว +4

    Khub vdo krise 🤣🤣🤣 Mane boht vl hoise

  • @rakeshdas5537
    @rakeshdas5537 2 ปีที่แล้ว +5

    যদি ভাওনা হৈছে👉 সুলটো👈 বজাওতে ধাৰিত বহিবজাব লাগে চকিতনহয়।

    • @parthaprotimsaikia3842
      @parthaprotimsaikia3842 2 ปีที่แล้ว +3

      সুলটো মানে কি অ বাপুৰাম? সুল নহয় খোল হয়।

  • @rupjyotiborah1017
    @rupjyotiborah1017 2 ปีที่แล้ว

    ভাল লাগিল 💞
    জয় বিশ্বনাথৰ ভাওনা 🙏💞

  • @ldvawonavlog3831
    @ldvawonavlog3831 ปีที่แล้ว

    Tumar video moi sai thako val lage moio noton moko saport koreba

  • @hemantadasnjan1263
    @hemantadasnjan1263 2 ปีที่แล้ว

    সুন্দৰ লাগিছে ভিডিটো আজি পৰা নতুন বন্ধু হলো আৰু মোৰ চেনেলটো চাবা নতুন বন্ধু হবা বুলি আশা ৰাখিলোঁ ধন্যবাদ

  • @ranjanborah6352
    @ranjanborah6352 2 ปีที่แล้ว +2

    kun gaon

  • @rupjyotiborua7369
    @rupjyotiborua7369 ปีที่แล้ว

    সুন্দৰ

  • @gobinblock2438
    @gobinblock2438 2 ปีที่แล้ว +1

    So nice new friends hlu ba
    Ck

  • @kingriyan6181
    @kingriyan6181 2 ปีที่แล้ว +1

    Bihu

  • @goutambailung6155
    @goutambailung6155 2 ปีที่แล้ว +5

    Sai americt hua nisina lagisa ankuwa bhowna kotu ru dekha ni dei ami

  • @amalpratim7825
    @amalpratim7825 2 ปีที่แล้ว +4

    অত্যাধুনিকতা সদায় বেয়া।‌ ভাওনাৰ মৰ্য্যাদাটো জীয়াই ৰাখক।

    • @mainaoxomi1438
      @mainaoxomi1438 2 ปีที่แล้ว +4

      এইয়া আধুনিকতা নহয় অজ্ঞানতা

    • @amalpratim7825
      @amalpratim7825 2 ปีที่แล้ว +1

      @@mainaoxomi1438 right

    • @nitukonwar7455
      @nitukonwar7455 ปีที่แล้ว

      @@mainaoxomi1438 🔥😀 🔥🔥😀z6z6z 🔥🔥z 🔥z 😎 TV zgz ZZ gt🔥🔥 VV GT 5gz6

    • @nitukonwar7455
      @nitukonwar7455 ปีที่แล้ว

      @@mainaoxomi1438 🔥😀 🔥🔥😀z6z6z 🔥🔥z 🔥z 😎 TV zgz ZZ gt🔥🔥 VV GT 5gz6

  • @reflectionassam
    @reflectionassam 2 ปีที่แล้ว

    Vawna make-up proujon hola jugajug karibo pra 🙏🙏

  • @parthahazarika9234
    @parthahazarika9234 2 ปีที่แล้ว +3

    কি ভাওনা এইবোৰ নাজানিলে আমাৰ ফালে আহিব বহু অভিজ্ঞ আছে শিকি লব পাৰিব ভাওনা গীত এ নাই

  • @bbormb
    @bbormb 2 ปีที่แล้ว +1

    খোল বজাইছে নে কি?😊😊

  • @bokul..sonowal1979
    @bokul..sonowal1979 2 ปีที่แล้ว

    Kisnr ...ki dakhisu abur..

  • @sanirajbanshi3594
    @sanirajbanshi3594 2 ปีที่แล้ว +1

    Oo

  • @bikashbaruah913
    @bikashbaruah913 11 หลายเดือนก่อน

    গুৰুজনাই চকীত বহি খোল বজাই ছিল

  • @jarjinagogoi6955
    @jarjinagogoi6955 2 ปีที่แล้ว

    Vhauna kenekoi kore..sai louk aber 1st

  • @cute_boy_aadrik
    @cute_boy_aadrik 2 ปีที่แล้ว

    এ মজা

  • @rupamdj8260
    @rupamdj8260 2 ปีที่แล้ว

    Aibur ki , jopiyai ase dekhun, khul bojuatuk asom sarkare award dib lage

  • @sanjibentertainment..849
    @sanjibentertainment..849 2 ปีที่แล้ว +2

    ভাওনা অসমীয়া আবেগ ভাওনাক উপলুঙা কৰিলে ভাল নালাগে । মই নিজে ৭ বাৰ ভাওনা পাত লৈছো কিন্তু এনেকুৱা কে আমাক শিকুৱা নাছিল ।

  • @hrishikeshrajkhowa9112
    @hrishikeshrajkhowa9112 2 ปีที่แล้ว +1

    Yo Yo doitya dekhun....

  • @tibrajyoti1921
    @tibrajyoti1921 ปีที่แล้ว

    Ki hoi aibur!

  • @bishwjitmahanta8605
    @bishwjitmahanta8605 2 ปีที่แล้ว +1

    Music tu raxot gopi uluwa nsna he lgse

  • @RabikantBorah
    @RabikantBorah ปีที่แล้ว

    😅

  • @mayurvloge5502
    @mayurvloge5502 2 ปีที่แล้ว +5

    ভাওনাৰ মৰ্যদা নাই কিয়া কৰিলি।গুৰু জনা অবদান ভাওনাক তহতি এনেকৈ উপলুঙা নকৰিবি।

  • @ganeshneog5905
    @ganeshneog5905 2 ปีที่แล้ว +2

    ভাওনা ৰ পৰিৱৰ্তন প্ৰয়োজন আছিল ।।আৰু সেইমতে অলপ এটা সুস্থ পৰিৱৰ্তন আহিছিল । কিন্তু এতিয়া সেই পৰিৱৰ্তন গৈ এটা বিজতৰিয়া সংস্কৃতি পালেগৈ । দুখ লাগে এজন ভাওনাৰ নিষ্ঠাবান কৰ্মী হিচাবে ।পাগল , কুকুৰে কামোৰা বলিয়াই ও আমাৰ ইয়াত এনে ভাওনা পৰিবেশন নকৰে। কি ভাওনা পাতিলে বাৰু। কি অৰ্থ আছে বাৰু এইটো বহুৱালী ৰ। প্ৰৱেশ নে প্ৰস্থান নে যুদ্ধ কৰিছে নে লাওখোলা ত যি আহিছে তাকে কৰিছে। গৰিহণা ৰ ভাষা নাই

  • @cricboy3803
    @cricboy3803 2 ปีที่แล้ว +1

    Football player jn paisung

  • @PROBOR143
    @PROBOR143 2 ปีที่แล้ว +2

    ভাওনাত এইখন প্ৰবেশেই নে প্ৰস্থানেই নে কি?? এনেদৰে সংস্কৃতি শেষ কৰ আৰু।

    • @hongskritirpothar
      @hongskritirpothar 2 ปีที่แล้ว

      এইখন অদ্ধপতন

    • @sourabhborah3851
      @sourabhborah3851 2 ปีที่แล้ว

      এইয়া অসমীয়া ভাওনা নহয়। উজনিৰ অসমীয়া ভাওনাৰ লগত নিমিলে। আমাৰ ব্ৰজাৱলী ভাওনাৰ বচনত পয়াৰ, বিলাপ, জেউতি থাকে। আপোনালোকে এইবোৰ বুজি নাপায়। উত্তৰপাৰৰ চতিয়া, জামুগুৰিহাটৰ ভাওনা চাই যাব। আচলতে আপোনালোকৰো ভূল নাই। কাৰণ ব্ৰজাৱলী ভাওনাৰ বিষয়ে আপোনালোকৰ জ্ঞান নাই।

  • @gogoiparanjyoti
    @gogoiparanjyoti 2 ปีที่แล้ว

    Ujonit ahi Hiki jabi oi

  • @santanupapondas199
    @santanupapondas199 2 ปีที่แล้ว

    What is this?

  • @santonutrt7282
    @santonutrt7282 ปีที่แล้ว

    Ki. Bey aibur😢😢

  • @jitusaikia6222
    @jitusaikia6222 2 ปีที่แล้ว +1

    Asur ulale bahi nabajai

  • @gobindasaikia2488
    @gobindasaikia2488 2 ปีที่แล้ว

    Nice 🌷💗

  • @shiromani557
    @shiromani557 2 ปีที่แล้ว

    kenokua bhoana hoi. ketia o anokua nesina bhona sua hai. olop beya lagise

  • @thelordgaming3325
    @thelordgaming3325 2 ปีที่แล้ว

    Rakh hoi

  • @herodhnun7038
    @herodhnun7038 2 ปีที่แล้ว

    #herodhunu#

  • @rustambora2400
    @rustambora2400 2 ปีที่แล้ว

    Nacisa ne ki o

  • @ridipborah3063
    @ridipborah3063 ปีที่แล้ว

    Eibur ki vekuli jap dise

  • @parikhyit1783
    @parikhyit1783 2 ปีที่แล้ว

    Bihu nisina lagise

  • @cricboy3803
    @cricboy3803 2 ปีที่แล้ว

    Anekua consite nidia ru.

  • @SB_Gyan07
    @SB_Gyan07 2 ปีที่แล้ว

    Vauna hekh dibo ruu

  • @sonjibborah2005
    @sonjibborah2005 2 ปีที่แล้ว

    Huwa akuai najana

  • @amarjitbaruah2432
    @amarjitbaruah2432 2 ปีที่แล้ว +2

    Comedy neki ? Tente bodhiya....

  • @Mulanjyoti
    @Mulanjyoti 2 ปีที่แล้ว

    Ki tal oo aikhon

  • @জ্ঞানজ্যোতিকছিং-হ৯ফ

    কি এইবোৰ। নৃত্য নে যুদ্ধ প্ৰৱেশ নে প্রস্থান।অসমীয়া ভাওনা অতি আধুনিকীকৰণ ।ভাল নালাগে

    • @sourabhborah3851
      @sourabhborah3851 2 ปีที่แล้ว +1

      এইয়া অসমীয়া ভাওনা নহয়। ব্ৰজাৱলী ভাওনা। উজনীৰ অসমীয়া ভাওনাৰ লগত নিমিলে। আমাৰ ব্ৰজাৱলী ভাওনাৰ বচনত পয়াৰ, বিলাপ, জেউতি থাকে। আপোনালোকে এইবোৰ বুজি নাপায়। এবাৰ উত্তৰপাৰৰ চতিয়া, জামুগুৰিহাটৰ ভাওনা চাই যাব।

  • @piyushprotimofficial9646
    @piyushprotimofficial9646 2 ปีที่แล้ว

    Vauna patiso aibur kela

  • @pabitraborah6963
    @pabitraborah6963 2 ปีที่แล้ว

    ফাল্টু ভাওনা কাক কয় শিকিলবি তাৰ পাছত ভাওনা কৰিব আহিবি

  • @BackBencher-v2t
    @BackBencher-v2t 2 ปีที่แล้ว +1

    Hair cut op

  • @dhunbora8815
    @dhunbora8815 2 ปีที่แล้ว +1

    Ki nu Mane, 🤣🤣🤣🤣 vauna naamt ki paglami gaonliya bur

  • @motabhai3637
    @motabhai3637 2 ปีที่แล้ว +2

    Aibur ki dance . Vauna bikhoe aru gyan lobo loga ase . Probekh tene nokore .

  • @pranjitsaikia5003
    @pranjitsaikia5003 ปีที่แล้ว

    Ki faltu eneke vaw kore niki, upper assam ahi hiki jabohi

  • @Arindomgohain_ep4
    @Arindomgohain_ep4 2 ปีที่แล้ว

    Ki photua bhaona

  • @dibyajyotiborah8303
    @dibyajyotiborah8303 2 ปีที่แล้ว

    Ki Bandor nas Diso... Ses diso Bhauna tohoti...

  • @jeetraichand6027
    @jeetraichand6027 2 ปีที่แล้ว

    Ki faltu aaibur 😂