Thank you ma'am for your good advice, ma'am apunaloi Mur ata request Mur pithi,buku jote tote bikh atiya olop vl paisu ,kintu Mur voice tu ketiyaba kopi thoka jen Pau kiyo ma'am please jonabo
Baideo mur cirvical spondelytish r prblm hoise. Dctre kebl calcium aru zerodol dise. Aru tolmur kriboloi mana krise keidinmnloi. Kintu moi vl pua nai aru blg medicine khbo lagibo neki jonabosun
বাইদেউ আপোনাৰ বহু মূল্যৱান উপদেশ খিনি ভাল লাগিল।
আপোনাক অশেষ ধন্যবাদ জনালো। আপোনাৰ পৰামৰ্শ ৰ পৰা বহুত উপকৃত হৈছো
Milk
বহুত বহুত ধন্যবাদ জনালো।কিদনীৰ বিষয়ে অলপ জনাব কেনেকৈ গম পোৱা যায়।
তোমাৰ বহুমূলীয়া উপদেশখিনি জানি বহুত ভাল লাগিল। ধন্যবাদ জনালোঁ।
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ।❤❤
Bahut vl lagli ...love u sister. ...God bless u❤❤
সুন্দৰ এটি ভিদিঅ বহুত ভাল লাগিল শুনি ❤❤
বাইদেউ আপোনাৰ বহুমূলীয়া দিহা পৰামৰ্শ সুনি বহুত ভাল লাগে আৰু বিপদত শান্তনা লও । কেতিয়াবা কিছুমান ক্ষেত্ৰত মনটো ভাঙি যায় আপোনাৰ কথা বোৰে সাহস দিয়ে। মই সুনি থাকো। ৰঙালী বিহুৰ আন্তৰিক সুভেচছা জনালোঁ ধন্যবাদ ❤
Thank you Doctor Ponkhi....
ভাল লাগিল কথা খিনি জানি । ধন্যবাদ ।
Thank you🙏🙏
Bohut val Advice ponkhi
Thanks ma'am bor vl lagil hokolu kotha jani. Apuner video bur saw vl lage
আপোনাৰ পৰামৰ্শ বহুত ভাল লাগে। মোৰ হাতৰ নখ বিলাকৰ চুক টো মাজে মাজে ক'লা পৰে আৰু নখ ভাগে । সমিধান দিয়াৰ আশাৰে বাট চালো।
Thanks ma'am bor vhl lagila hokolu kotha jani Appuer video bur saw vhl lage
ভাল লাখিল কথাখিনি।ধন্যবাদ বাইদেও।
আপোনাক বহুত বহুত ধন্যবাদ ।🙏
বহুত বহুত ধন্যবাদ থাকিল
আপোনাৰ পৰামৰ্শ শুনি ভাল লাগিল । মোক আপোণাৰ পৰা এটি পৰামৰ্শ লাগে । মই বৰ্তমান সাংঘাটিক ধৰনে আঠুৰ বিষত ভুগি আছো । ডাঃ দেখাই গম পালো যে আঠুৰ হেনো হাড় ক্ষয় গৈছে । এতিয়া মোক উপায় এটা দিয়ক ইয়াৰ পৰা কেনেকৈ উপষম পাওঁ ।
Thanks mam apunar video boror pora bohu lagotial kotha jona hoisu.agoloi o anekuwa upodesh dbo ❤❤❤
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🥰 ধন্যবাদ ভাল লাগিল 🥰🥰🥰
Your channel best: God bless 🌟
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ বাইদেউ
. . . .,
ধন্যৱাদ বা আপোনাৰ বহুমুলীয়া উপদেশৰ বাবে ।
So imfomative and useful very Good advice 🎊
Dhanya, Baidew, bhal lagil, hunder poribehon 🦜🌷🦜
Thanks a lot for valuable advices Mam
Thank you ma'am bor val lagil apunar video bor moi Sai thako
Ponkhi banslochan khale calcium deficiency bhal hoi nki....khale kimaan porimanor khabo lage kobasun.... thank you 👍👍❤️❤️
Apuni kua symptoms bur mur hoise ..moi test korilu calcium komi goise..helpful video.thnk you mam ❤
Apunar video bur sai hodai muru ebur sob problem ase baido
খুউব সুন্দৰ পৰামৰ্শ। ভাল লাগিল।
Very good advice .
ভাল লাগিল আপোনি সদায় ভালে থাকক ❤❤❤
আপোনাৰ ভিডিঅ চাই বহুত উপকাৰ পাইছো, ধন্যবাদ
আপোনাৰ ভিদিও চাই বহুত নজনা কথা শিকিব পাৰি । Calciumr অভাৱ হলে কি calcium khabo lage janabo ma'am,thank you ma'am,
আপোনাৰ পৰামৰ্শ বহুত মূল্যবান
আপোনালৈ বহু বহু ধন্যবাদ 🙏
Val lagil baideu....mor hair scalp khonat khub tel olai thake...kiba ata paramarsha diba sn....
ভাল লাগিল কথা খিনি জানি
Bahut bhal lagil baidew
বাইদেউ মোৰ আজিৰ পৰা প্ৰায় ডেৰ বছৰ আগত মোৰ RA positive পাইছিল মই এলোপেথিক, হোমিওপেথিক আৰু এতিয়া আয়ুৰ্বেদিক ঔষদ খাই আছোঁ কিন্তু ভাল ৰিজাল পোৱা নাই | বাইদেউ জনাব সোণ কি কৰিলে RA বেমাৰৰ পৰা মুক্তি পাম |
Thanks for your good information .
Thank you so much for you'r good information
Val lagil👍👍👍 ma'am
বাইদেউ আপোনাৰ পৰামৰ্শ বোৰৰ বাবে ধন্যবাদ জনাইছো।
ডায়বেটিছ ৰোগীয়ে কেলচিয়াম্ খালে বেচিকৈ ডায়বেটিছ হব পাৰে নেকি বাইদেউ।
Very important information 🙏
কথা খিনি জানিব পাৰি ভাল লাগিল৷ধন্যবাদ
Val lagil. Dhanyabad.
আপুনি বৰ প্ৰযোজনীয় বিষয়বোৰ আলোচনা কৰে।ধন্যবাদ । বহুত কথা জানিব পাৰিছোঁ।
Thank you ma'am for your informative video ❤
অশেষ ধন্যবাদ জনালোঁ ৷❤❤❤
Thank you ma'am for your good advice, ma'am apunaloi Mur ata request Mur pithi,buku jote tote bikh atiya olop vl paisu ,kintu Mur voice tu ketiyaba kopi thoka jen Pau kiyo ma'am please jonabo
বাইদেউ , মোৰ ৭/৮ বছৰ মান হ'ল ।স্কিনৰ অসুবিধা আছে । বহু ডাক্তৰক দেখুৱাইছো । লক্ষণটো হৈছে, কেতিয়াবা বিছাই ডাকাৰ দৰে হ'য় , কেতিয়াবা ঘামুছিৰ দৰে ওলাই , কেতিয়াবা ঠাইখিনি ৰঙা পৰি পৰি ডাঙৰ ঘামুছিৰ দৰে হ'য় । ডাক্তৰৰ সু-ফল পাও নোপোৱা নহয় ।ডৰব খাব এৰি দিলেই আকৌ খিছুদিন পিছতে হ'য় । পলম আৰু দৰৱ খাই থাকিলে খজুৱতী নহয় ।মোক জনাব ছোন ।
অশেষ ধন্যবাদ।
নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালৈ।
Thank you ma'am for your informative sharing
Thanks for your information 🙏♥️
আপোনাৰ পৰামৰ্শত উপকৃত হলো ।মই তিল ,আফুগুটি ,তিচি গুটি একেলগে মিহলাই গুড়ি কৰি খাওঁ ।
আপোনাৰ video বোৰে মোক
বহুখিনি উপকৃত কৰিছে, ধন্যবাদ মেম
ভাল লাগিল
Best video. Thanks❤❤🙏
খুউৱ ভাল লাগিল
দৰকাৰী সূচনাযুক্ত ভি ডি অ'। ভাল লাগিল।
Ma'am mur hair bohut patol moi doctor dekhaite koise prp treatment kribo koise ai2 vl hoi n prp treatment 2
ঘৰুৱা শাক পাচলি, মাছ ইত্যাদি খাওঁ। মে'ম মোৰ মানসিক চিন্তা বেছি, ৰাতি টোপনি ভালকৈ নাহে। আৰু মুখমন্ডলত কলা কলা দাগ - স্পট্ আছে। এইটোও কেলছিয়াম ডেফিচিয়েনচি নেকি? আৰু যদি হয় কেলছিয়াম কিদৰে পৰীক্ষা কৰাম জনাব ।💕
বাইদেউ নাৰ্ভৰ বেমাৰৰ ওপৰত এটা ভিডিঅ' বনাই দিব।
বাইদেউ Dimensiya ওপৰত এটা video কেলে হয় আৰু treatmentইয়াৰ কি
Mam kenekua khaidoh khabo lage calcium or komi hole jonabo sun mam plz
অ' বা ৰাজহাড়ৰ বিষত বহুত কষ্ট পাইছোঁ ।
Ma'am hair fall komabo aru hair growth kribo r babe ki kribo lge jonabo😢
ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। মেম মোৰ kidney stones অপাৰেশ্যন কৰিছিলো এতিয়া ৰাজহাড়ৰ বিষ কি কৰিলে ভাল হ'ব জনাব ,ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব ।
Vl lgil baideu
Mur athur pasfale bikh ata ase mam vorir..aituw calcium r deficiency hobo pare niki?
mor D3 vitamin level 30.7 hoise . moi ki koribo lagibo kobosun.
Val lagile bohut katha janilu 10:00
Val lagil katha khini Jani
Baideo mur cirvical spondelytish r prblm hoise. Dctre kebl calcium aru zerodol dise. Aru tolmur kriboloi mana krise keidinmnloi. Kintu moi vl pua nai aru blg medicine khbo lagibo neki jonabosun
গাখীৰ, নৰসিংহ পাত, শেৱালী ফুলৰ পাত,কল ডিল,কল পচলা আৰু সকলো সেউজীয়া শাক পাচলি খাও
Kakalor bikhar diba vdo...tumak Mur nigar sister gen lage....❤❤
Milk products khabo nuarile ki khai calsium pua jabo baidew
Ma'am mur bohut geruwa bikh.please solution
ভাল লাগিল। আৰু মই চাজিনা খাওঁ
সুন্দৰ ভিডিঅ'
কেলচিয়াম কমিলে কি কি খাব লাগে ক'ব বাইদেউ 🙏
calcium kmile ki ahar khab lage janale bhal pam aru aponak dhanyabad janalo
Baideu mor 1st Lkhon gotei keita ase gtike moi ki kora usit voritu aji 1mah dhri fuli a ase Gotei gatu bikh atiwa ki korim ?
Thank you doctor ,suli kio hunkala poka kobo sun ,mur age 30
kotha bur jani val lagil. ❤❤
Thank you medam
চিয়া চীড আৰু মাখানা কিডনিত পাথৰ থকা ৰুগিয়ে খাব পাৰিব নে? বাইদেউ অনুগ্ৰহ কৰি জনালে সুখী হম ধন্যবাদ
Mor elbowr bohut bikh .Aitu ki calcium or karone koise neki jonanboson.
Apunar vdo bur moi hdy saou poramorkhor babe dhonyabad
Apunee ktha bur mur lgt khompurn milise ba mur celsiam ovab hoise moi etiya tablet khai asu❤❤ doctork.dexai
Ma'am mor gorom dintu uth dukhn fati thake xukan Jen lage thanda dintto fatei
বিহু শুভেচ্ছা জনালোঁ। কি কি খাদ্য খাব লাগে তুমি এটা ভিডিঅ' দিবা বুলি আশা ৰাখিলোঁ। মই তোমাৰ প্ৰায়ে ভিডিঅ চাও। গহপুৰ পৰা।
Good khobar tomar
Gakhir brokoli sogina pat til aibor khadya khaw. Aru aibor khabo laga boli apunar porai janisu. Dhanya bad mam.
Moi vegitarian. Moi gakhir aru maje maje karipatta khaw. Aru government hospital r pora dia calcium tablet use koru.
মই নেমু বাকলি সৈতে খাই বহু খিনি উপকৃত হৈছোঁ
বাইদেউ থাইৰদ আৰু ডায়েবেটিচ থাকিলে, সদায় কেলছিয়াম টেবলেট খাই থাকিলে গাখীৰ খাব পাৰিনে
Baideo mur sulibur, bahut xorise Aru hat vorir nokh bur kunbur Mori goise ,,year uporot at video dibonun,,