মুখ্যমন্ত্ৰীয়ে নিজে অধ্যয়ন কৰা বিদ্যালয়ৰ আজিৰ দিনটোৰ অৱস্থা কি?

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ธ.ค. 2024

ความคิดเห็น • 161

  • @budheswarnath6516
    @budheswarnath6516 2 ปีที่แล้ว +46

    মন -- মগজু খোলক ৰাইজ... ফ্ৰী ৰ আশাত থাকিলে " Next Jeneraration " ৰ বাবে আপুনি একো দি যাব নোৱাৰিব... অকণমান দহৰ কথাও চিন্তা কৰিব 🙏🙏

    • @koushikhazarika204
      @koushikhazarika204 2 ปีที่แล้ว +2

      Right...

    • @punakondeka1785
      @punakondeka1785 2 ปีที่แล้ว +1

      Aap lagibo

    • @ibrajvlogs
      @ibrajvlogs 2 ปีที่แล้ว

      Yes..free nalage amam... mamaye bonuwa World class private school.. Vandya International school t porhabo lage..xabe

    • @dipakkalita7034
      @dipakkalita7034 2 ปีที่แล้ว +3

      আমাৰ অসম মানুহে কেতিয়া বুজিব ,চাউল ফ্ৰী দি মিঠাতেলৰ ২০০ / হল , ১০০০/ আঁচনি ৰ টকাত মহিলা বিলাকক কিনি চিলিন্দাৰ হল ৪৫০ টকীয়া পৰা আজি ১১৫০/ চকু মেলক ৰাইজ এতিয়াও বহুতে সময় আছে ।

  • @dipakgogoi5084
    @dipakgogoi5084 2 ปีที่แล้ว +60

    হিমন্ত বিশ্বই কৰ পৰা ইমান সম্পত্তি গঢ়িলে । মই জনামতে হিমন্তই প্রথম ৰাজনীতিত নামত এখন স্কুটাৰ লৈহে ঘূৰি ফুৰিছিল ।
    ভাল কাম কৰা দিল্লীৰ শিক্ষামন্ত্ৰীৰ ঘৰত ED, CBI ৰ জেৰা চলে । ইমান সম্পত্তি পাহাৰ গঢ়া পিছতো কিয় ED, CBI য়ে জেৰা নকৰে । আগতে কৰি যোৱা দুৰ্নীতিৰ কাৰণে CBI জালত পৰা হিমন্ত বিশ্বৰ ফাইল কিয় খোল নাখায়। 1500 টকীয়া বিলককৰ লাজ নালাগে নেকি?

    • @rikutravelling7711
      @rikutravelling7711 2 ปีที่แล้ว

      ভাই একদম সঁচা কথা

    • @mominali6309
      @mominali6309 2 ปีที่แล้ว +1

      Ai khn state t ki hbo,education r namut business start krile cm nijiye ..

    • @nkdas7082
      @nkdas7082 2 ปีที่แล้ว +2

      1500 টকীয়া ভিখাৰী গুলাম কেইটাই শকুনি মামাৰ জীৱনী শক্তি ৷

    • @pratimasarma1737
      @pratimasarma1737 2 ปีที่แล้ว

      লাজ থাকিলেহে

    • @bkp9774
      @bkp9774 2 ปีที่แล้ว

      @@pratimasarma1737 rinikir onya businesses aase neki baru ?

  • @saratmedhi3923
    @saratmedhi3923 2 ปีที่แล้ว +27

    ধনী দুখীয়াৰ সৃষ্টি কৰাটোৱেই এই চৰকাৰ মূল উদ্দেশ্য ।

  • @bhabopegu3835
    @bhabopegu3835 2 ปีที่แล้ว +25

    এইতো জাতি মাতিৰভেটিৰ ঊন্নতি

  • @ghanashyampegu1133
    @ghanashyampegu1133 2 ปีที่แล้ว +23

    Salute to cross current for your sincere and fearless efforts to know the actuals of so called famous leaders.

  • @rikutravelling7711
    @rikutravelling7711 2 ปีที่แล้ว +8

    CRoss CURRENT is the best of the best news channel in assam

  • @forgottenlullaby4915
    @forgottenlullaby4915 2 ปีที่แล้ว +4

    আপোনাৰ চেনেলটোৱে সুন্দৰ বাতৰি পৰিৱেশন কৰিছে ।

  • @gajendranath2513
    @gajendranath2513 2 ปีที่แล้ว +17

    স্পষ্ট বাদী ,নিৰভিক,সাহসী চেনেল।ভাল লাগে আপোনালোকৰ বাতৰি সমূহ শুনি।

  • @dimendra9034
    @dimendra9034 2 ปีที่แล้ว +10

    বৰ্তমানৰ চৰকাৰ খন ধনী মানুহৰহে চৰকাৰ । দুখীয়াৰ দুখ উপলব্ধি কৰাৰ সময় নহয় এয়া ! টকাৰ পাহাৰ বনোৱাৰহে প্ৰতিযোগীতা কৰা । ধন্য অসমী আইৰ সন্তান ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া । যা হওক অসমবাসীয়ে অন্তত কব পাৰিব যে অসমৰ আম্বানী ডঃ হিমন্তু বিশ্ব শৰ্মা । অসমীয়া মৰিল তেওৰনো কি নোম সৰিল ।

  • @barhbasu5777
    @barhbasu5777 2 ปีที่แล้ว +36

    এই ৰাজ্যত দুখীয়াৰ দুখ কেতিয়াওঁ দূৰ নাহব l হিমন্তই মুখত মিঠা অন্তৰত তিতা কেহা দিয়ে থাকিৱ l খা ভাইহঁত খা পেট ভৰাই খা l

  • @hridoyxeujia4414
    @hridoyxeujia4414 2 ปีที่แล้ว +9

    Salute to Cross Current!
    All have to be questioned on it!?

  • @punyadadevi8528
    @punyadadevi8528 ปีที่แล้ว +3

    বৰ্তমান সময়ত কেবল ধনীজনেহে সকলো ভালৰ গৰাকী হ'ব পাৰে। ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হ'ব লাগে।

  • @bhaswatipegu7652
    @bhaswatipegu7652 2 ปีที่แล้ว +2

    Right news.

  • @phaladhchutia7362
    @phaladhchutia7362 2 ปีที่แล้ว +17

    বিজেপি চৰকাৰৰ চিন্তা ধাৰাই আৰু কামে অসম আগবাঢ়িবা নোৱাৰে ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 ปีที่แล้ว +5

    Thanks cross current news

  • @rajubora3485
    @rajubora3485 2 ปีที่แล้ว +25

    মামা মামা কৰা সকলে এবাৰ ভাবক
    ইমান মাটি ইমান টকা কৰ পৰা আহিল স্কুল খুলিব

    • @pratimasarma1737
      @pratimasarma1737 2 ปีที่แล้ว +1

      মামাৰ ভৰি চেলেকি স্বৰ্গ সুখ পায় ইহঁতে।

    • @satyajitsaikia549
      @satyajitsaikia549 ปีที่แล้ว

      Mama ❤️

  • @nationalpathsala3934
    @nationalpathsala3934 2 ปีที่แล้ว +5

    ভাল পালোঁ এই প্ৰতিবেদন।

  • @monjulaborah8567
    @monjulaborah8567 2 ปีที่แล้ว +16

    অসম এইবাৰ তল ফালৰ পৰা 1 নম্বৰ নে ওপৰৰ ফালৰ পৰা 1 নম্বৰ ? ইমান টকাৰ মালিকে কত পইচা খৰচ কৰিব আৰু এতিয়া গাখীৰতে ম'হৰ খুটি সান্দহতে দৈ লগতে ভৰ্তি মাচুল শুনিয়েই বিচুৰ্ত্তি আজিলৈকে ইমান পইচা দেখিয়েই পোৱা নাই ।

  • @pabansaikia4845
    @pabansaikia4845 2 ปีที่แล้ว +6

    মামা বুলি পগলা হোৱা সকলোৰে মুখত আৰু মগজুত ফুচুলাই টুপী লগাই আছে ।তেলীৰ মুৰত তেল দিলে এনে অৱস্থা হবই । ভাগিন ,দাদা ,চাৰ বুলি উবুৰি খাই পৰা সকলে চিন্তা কৰি বৰ হল ।

  • @badshahamansheikh3052
    @badshahamansheikh3052 2 ปีที่แล้ว +8

    ৰাইজৰ টকাৰে নিজৰ বিদ্যালয়খন বঢ়িয়া কৈ বনাইছে

  • @vikramborgohain1910
    @vikramborgohain1910 2 ปีที่แล้ว +13

    হিমন্ত বিশ্ব শৰ্মাৰ Ninja Technic সাপ হৈ খুঁটি বেজ হৈ জৰা,,,

  • @arunrajbongshi6451
    @arunrajbongshi6451 2 ปีที่แล้ว +7

    It is real nature of our CM Sir.

  • @Danirojasfc6
    @Danirojasfc6 2 ปีที่แล้ว +10

    পৰিবতৰ্ন।
    অতি সুন্দৰ । 👌
    এনেকুৱাই হব লাগে। তেতিয়াহে দুখীয়া দৰিদ্ৰতাৰ সংখ্য কমিব। নিজৰ এক টকাও খৰচ নকৰাকৈয়েই চৰকাৰৰ খৰচত লৰা ছোৱালীক পঢ়াই কাৰণেই গৰু গাহৰিৰ নিচিনাকৈ সন্তান জন্ম দি থাকে। নিজৰ খৰচত পঢ়াব নোৱাৰিলে কমচেকম গৰু গাহৰিৰ নিচিনাকৈ সন্তানটো জন্ম নিদিয়ে। মোৰ মতে ফ্ৰীতে দিয়া ৰেচনো বন্ধ কৰি দিব লাগে। এটা সময়ত দৰিদ্ৰতা নাইকিয়া হয় যাব অসমত। ফ্ৰীতে খাব পাই কাৰণেই অসমৰ কিছুমান মানুহ এলেহুৱা হৈ গৈছে। নাখাই মৰিব কিন্তূ কাম নকৰে। চৰকাৰৰ ফ্ৰী আঁচনিৰ আশা কৰি থাকিব।

    • @joymohan897
      @joymohan897 2 ปีที่แล้ว +2

      Amar gaon ahibo ata hontan jonmo dia manuhu dukhia ase ..bakibur bostu free dibo nalage moiou akmot kintu hikha ru madical amar moulik odhikar..aapunar kotha pora anekua lagise aapuni 1500 tokia jodi nohoi tente sorry...

    • @Danirojasfc6
      @Danirojasfc6 2 ปีที่แล้ว

      মই নিজেই ব্যৱসায় কৰো। দুখীয়াক মই নিন্দা নকৰো। কিন্তূ তেওঁলোকৰ কিছুমান স্বভাৱ মই ভাল নাপাও। মই কেবাটাও সন্তান জন্ম দিয়া মানুহৰ কথাহে কৈছো।
      মই ১৫০০ টকীয়া নহয়। হুৱা হলে চাগে মই এনেকুৱা কথা নকলো হয়। ১৫০০ টকীয়া বুলিলে মই এটাই বুজি পাও। যাৰ খাবলৈ খুদকণ নাই। যাৰ শুবলৈ পাটিখন নাই। ইমানেই দৰিদ্ৰ যাৰ মূল্য জাবৰত কৈও কম। জাবৰৰ ও মূল্য আছে। বেয়া পালেও সত্য কথা। মই নিজেই দেখিছো এনেকুৱা মানুহ।
      সেইসকল দুখীয়া দৰিদ্ৰই নাপাই ১৫০০ টকা। আচলতে যাৰ কাৰণে এই আচনি সমূহ আনা হৈছে। গতিকে সেইবোৰত চকু দিব লাগে।
      ধন্যবাদ।

    • @joymohan897
      @joymohan897 2 ปีที่แล้ว +1

      @@Danirojasfc6 1500 tokia mane moi poisa nothoka asoni pua manohar kotha hudha nasilu dangoria...bjp ondhobhokto akhini ase jikhiniye it cellor namot doromoha hisape pai...kintu aapunar boktoibiwo pora gom palu aapuni heibidhor nohoi ...thanks

  • @roiumbon5172
    @roiumbon5172 2 ปีที่แล้ว +1

    হে অসম বাসি জাগক

  • @poribortonaruhikha4121
    @poribortonaruhikha4121 2 ปีที่แล้ว +8

    প্ৰাথমিক বিদ্যালয় খন দেখি বেয়া লাগিল।

  • @lifegenesisfn
    @lifegenesisfn 2 ปีที่แล้ว +6

    Where is ED ? Where is CID ? পাৰেনে এজন মন্ত্ৰী হৈ এনে কাম কৰিব, পুঁজিপতিৰ বন্ধু হৈ বহি নাথাকি এইবাৰ নিজেই আৰম্ভ কৰিলে । হব নে কিবা সমালোচনা

  • @basantabaishya9783
    @basantabaishya9783 ปีที่แล้ว

    I support cross current.

  • @abhijitgogoi16
    @abhijitgogoi16 2 ปีที่แล้ว +4

    ৰাজ্যৰ মাত্ৰ .০০১ শতাংশ লোক ধনী বা ভাল শিক্ষা লাভ কৰিলে ৰাজ্যৰ একো পৰিবৰ্তন নহয় ।

  • @anildutt8946
    @anildutt8946 2 ปีที่แล้ว +15

    Ondho vocktoi vobai nasil ane hobo buli

  • @gopalsarma282
    @gopalsarma282 2 ปีที่แล้ว +1

    এফালে হেমন্ত বিশ্ব শৰ্মাই চৰকাৰী স্কুল কৌশল কৰি ধংস কৰিবলৈ লৈছে আনফালে শিক্ষকক প্ৰতাৰনা, ছাত্ৰ ছাত্ৰীক জীৱন ধংস পথ সৃষ্টি, দূখীযা মানুহৰ ল'ৰা ছোৱালীৰ স্কুল বিসৰ্জন, আৰু অবসৰী শিক্ষকৰ এমুঠি ভাতৰ অভাৱত আৰু চিকিত্সাৰ অভাৱত অকালতে মৃত্যু লৈ ঠেলি দিযা আৰু অন্যফালে কৌটি পতিৰ বাবে স্কুল স্থাপন কৰা , আমি দূখীযাই মাথোন ভগৱান ক হে বিচৰা দিযাৰ বাহিৰে উপায় নাই ।

  • @assamvloger6165
    @assamvloger6165 ปีที่แล้ว

    Ondhoboktto zindabad

  • @khanindramedhi8474
    @khanindramedhi8474 2 ปีที่แล้ว +2

    দুখীয়াৰ লৰা ছোৱালী দুখীয়া এ হব লাগে
    ধনি হব নালাগে
    আমাৰ লৰা ছোৱালী পোকে খোৱা চাউল খাব লাগে
    আৰু ধনি ঘৰৰ মাইনা বাবু হতে মাখন খাব লাগে

  • @prabinkatoky7338
    @prabinkatoky7338 2 ปีที่แล้ว +2

    Assamese medium school is necessary for assamese people.

  • @rohanikascontents6264
    @rohanikascontents6264 2 ปีที่แล้ว

    Ultimate news....👍👍👍

  • @kennedykerketta401
    @kennedykerketta401 2 ปีที่แล้ว +4

    Personal change .not poriborton .this our cm .

  • @jyotisankarchaliha8071
    @jyotisankarchaliha8071 2 ปีที่แล้ว +1

    আপোনাৰ মোৰ আৰু ৰাইজৰ মতামতকলৈ বৰ্তমান ডাবল ইঞ্জিন চৰকাৰে কোনো গুৰুত্ব নিদিয়ে দিবই বা কিয়... কাৰণ বৰ্তমান কেন্দ্ৰীয় আৰু অসমৰ ৰাজ্যিক দুয়োখন চৰকাৰে কোনো প্ৰতিবাদলৈ ভুক্ষেপ নকৰে ... প্ৰতিবাদ কৰিবলৈ গলেই জেলৰ ভাত খাব লাগিব এয়াই হৈছে টোগলকী তালিবানী হিটলাৰী শাসণ.... অভাৰঅল দেশখনৰ ভৱিষ্যত যেন ভালৰ দিশে গৈ থকা নাই... অসমৰ মূখ্যমন্ত্ৰীৰ আন্তৰাষ্ট্ৰীয় মানৰ বিদ্যালয়খন সাজি ওলিয়াওতে কেইবাশ কোটি টকাৰ বিনিয়োগ হৈছে ... ৰাইজৰ মনত প্ৰশ্ন নিশ্চয় হৈছে আৰু হোৱাটো স্বাভাবিক যে সেই বিদ্যালয়খন সাজিবলৈ প্ৰয়োজনীয় ইমান মাটি একে ঠাইতে কেনেকৈ পালে ... নিশ্চয় সেইয়া চৰকাৰী মাটিয়েই হব... ? আৰু সেই পৰ্যায়ৰ এখন অত্যাধুনীক সাসুবিধাৰ বিদ্যালয় সম্পূৰ্ণকৈ সাজি ওলিয়াবলৈ কেইবাশ কোটি টকাৰ বিনিয়োগৰ নিশ্চয় প্ৰয়োজন হৈছে.... তেনে সেই পৰিমানৰ টকা এছন ৰাজনৈতিক ব্যক্তিয়ে কৰ পৰা পালে ? বিভিন্ন ঠাইত বানপানীয়ে গড়াখহনীয়াই আৰু চৰকাৰে উচ্ছেদ কৰা ভূমিপুত্ৰ জীয়ৰী খিলঞ্জীয়াক সংস্থাপিত কৰিবলৈ মাটিৰ অভাৱ কিন্তু মূখ্যমন্ত্ৰীৰ ব্যক্তিগত বিদ্যালয় খনৰ কাৰণে মাটি পায়... আজি সেইখন বিদ্যালয় কোনোবা ব্যৱসায়িক গোষ্ঠীয়ে স্থাপন কৰা হলে ৰাইজৰ মনত প্ৰশ্ন নিশ্চয় নহলহেতেন কিন্তু সেই বিদ্যালয়খনৰ মালিক ( ৰিণিকি ভূঞা শৰ্মাই ঘোষণা কৰা মতে) হৈছে অসম ৰাজ্যৰ চৰকাৰৰ সুদীৰ্ঘকালৰ শিক্ষা গড়কাপ্তানী স্বাস্থ্য বিত্ত বিভাগৰ প্ৰভাশালী মন্ত্ৰী তথা বৰ্তমান অসম ৰাজ্যৰ মূখ্যমন্ত্ৰী জন ... বিদ্যালয় খনৰ বিষয়ে অসমৰ সাধাৰণ জনগণৰ কৌতুহল নিশ্চয় হব হৈছে যে সেইখন স্কুলত কাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব .... কাহানিবালৈ এই উত্তৰ জনতাই পাব....

  • @dhanjitkalita7911
    @dhanjitkalita7911 2 ปีที่แล้ว +1

    এই বিদ্যালয় খনক চৰকাৰী বিদ্যালয় বুলি ঘোষনা কৰি দিয়ক, সাধাৰণ ল'ৰা ছোৱালী উপকৃত হ'ব, মুখ্যমন্ত্ৰী মহোদয়ও অলেষ প্ৰশংসা লাভ কৰিব

  • @m.machari5853
    @m.machari5853 2 ปีที่แล้ว +2

    কি যে হ'ব আমাৰ এই অসম মুলুকত । বহুতৰে
    অন্ধকাৰৰ ফালে গতি কৰি আছে ।

  • @duljitsaikia4873
    @duljitsaikia4873 2 ปีที่แล้ว +4

    Aap👌👌👌

  • @khagenborgohain5600
    @khagenborgohain5600 2 ปีที่แล้ว +9

    লাভ নাই ।অসমীয়াৰ স্কুল শেষ হলে কাৰ নো ক্ষতি হব ???

    • @pratimasarma1737
      @pratimasarma1737 2 ปีที่แล้ว

      ভাবে নেকি নিজৰ মানুহ খিনিক শেষ কৰি লোকৰ কান্ধত উঠি ৰজা হৈ থাকি ব পাৰিবা?গোৰ মাৰি ওফৰাই পেলাব।

  • @pranamiphukanicon6285
    @pranamiphukanicon6285 ปีที่แล้ว

    Laj lagi gol

  • @rikutravelling7711
    @rikutravelling7711 2 ปีที่แล้ว +4

    1500 টকীয়া দালাল কেইটা কত গল

  • @AnjuDevi-mr3pg
    @AnjuDevi-mr3pg 2 ปีที่แล้ว

    Bhal lagil news tu Sai .Hosa sabi aikhon govt school anekuwakoi nobonai kio .aitu dangor questions.

  • @rijuhasan5745
    @rijuhasan5745 2 ปีที่แล้ว +1

    Nice

  • @binoykalita7597
    @binoykalita7597 2 ปีที่แล้ว +1

    ৰাইজৰ প্ৰতি নিধিৰ টূঘলকি চিন্তা ক কিবুলি কব,,?

  • @janborah3220
    @janborah3220 2 ปีที่แล้ว

    Thik dise. Aru news diyok.

  • @rofiqulislam1080
    @rofiqulislam1080 2 ปีที่แล้ว

    আকাশ পাতাল পাৰ্থক্য।

  • @hamedali3043
    @hamedali3043 ปีที่แล้ว

    কেজৰিয় য়াল জীয়ে তাকেই কৈ গৈছে

  • @YouTube66x
    @YouTube66x 2 ปีที่แล้ว

    👍

  • @gobindas2019
    @gobindas2019 2 ปีที่แล้ว +1

    Private school way is always business.

  • @kalitakamal1859
    @kalitakamal1859 2 ปีที่แล้ว +1

    এই দুই আন্তঃগাথঁনিৰ তুলনা কৰে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু আন আন বহুতে .... আন্তঃগাথঁনিৰ অলপো প্ৰভেদ চকুত নপৰে নে

  • @sakhinabora9589
    @sakhinabora9589 ปีที่แล้ว

    ❤,👌👌👌👌❤

  • @debakumar5124
    @debakumar5124 ปีที่แล้ว

    ক্ষমতা আৰু ৰাজহুৱা ধন অপব্যৱহাৰ কৰিছে এই জনাই.....

  • @mehfujalamkhan5388
    @mehfujalamkhan5388 2 ปีที่แล้ว

    🔥🔥

  • @akhirulislam6303
    @akhirulislam6303 2 ปีที่แล้ว +4

    Poriborton

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg ปีที่แล้ว

    অন্ধ ভক্ত সকল এই বাতৰি বিলাক নাচায় যেন।

  • @niranjantalukdar8578
    @niranjantalukdar8578 2 ปีที่แล้ว

    Cm sire potakhon sarkari karile Val habo

  • @rintuborah861
    @rintuborah861 2 ปีที่แล้ว

    Baa baa

  • @ibrajvlogs
    @ibrajvlogs 2 ปีที่แล้ว

    Bhal kam korise mamaye.....bjp jindabad 🔥...amar mamaye World class private school akhon khuli bohut bhal kam korise 🔥🔥

  • @SabitaDas-i1t
    @SabitaDas-i1t 9 หลายเดือนก่อน

    Ayai hol C mr asolRajniti

  • @hitukalita4650
    @hitukalita4650 2 ปีที่แล้ว

    পৰিবৰ্তন

  • @nilamray4237
    @nilamray4237 2 ปีที่แล้ว +4

    Hahahaha 😭😭😭🙏

  • @mridulkumarborah4181
    @mridulkumarborah4181 2 ปีที่แล้ว +2

    Raijor Abadan Aru batari Prakashar abhilekh biswamanarei.

  • @arabinduray3280
    @arabinduray3280 2 ปีที่แล้ว +4

    ইয়াকে কয় খাই পাত ফলা

  • @brajendutta111
    @brajendutta111 2 ปีที่แล้ว

    Chan

  • @binoykalita7597
    @binoykalita7597 2 ปีที่แล้ว

    জয়ন্ত মল্ল ৰ গাত বিহা ওকনি আছে।

  • @salimhussain4907
    @salimhussain4907 ปีที่แล้ว

    ই অসম শেষ কৰি হে এৰিব

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 ปีที่แล้ว

    সেই স্কুল খন খুলিবলৈ ইমান টকা কত পালে 1no দুৰ্নীতি পৰায়েন মুখ্য মন্ত্রী

  • @deepbaishya6858
    @deepbaishya6858 2 ปีที่แล้ว

    Kejriwal ahibo ne ki assaam ..

  • @Bg22224
    @Bg22224 2 ปีที่แล้ว

    পৰিবৰতন

  • @mahimahmed2665
    @mahimahmed2665 ปีที่แล้ว

    বাদ দিয়াহে পঢ়া স্কুলৰ কথা ,পতা স্কুল খন কিন্তু চাবলগীয়া। দেখিলানে? আমাৰ চাৰে অসম বিখ্যাত বিদ্যালয় বনাই দিলে।

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 8 หลายเดือนก่อน

    Cm go back

  • @jatinnath1335
    @jatinnath1335 ปีที่แล้ว

    Aijon..C..M.hoi..থকাৰ..akanu..নৈতিক..adhikar..nai..kothabilak..hosa..public..should..be..careful

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 2 ปีที่แล้ว

    এইখননো কেতিয়াৰ পৰা বনাইছিল?আগতে গম নাপালো।

  • @leenagoswami1281
    @leenagoswami1281 2 ปีที่แล้ว

    তেওঁ নিজে এবাৰ ভাল দৰে ভাবি চাব লাগে , মুখেৰে কি কয় আৰু হাতেকামে কি কৰে । সাধাৰণ জনগণৰ তেজ খায় ,ধনীৰ দুলালক ডাঙৰ মানুহ কাৰাৰ কাৰখানা হে যে খুলিলে ।

    • @fizulatrahman7307
      @fizulatrahman7307 2 ปีที่แล้ว

      SARODA,29BIGHA MATI OBOIDHA DOKHOL ,TOTHAPI LAJ PUA NAI .ANOK DURNITI BONDHO KORAR KOTHA KOI, KARON TEUR VAGOT KOMI JABO. ADIN ASOM KHONOKE NIJOR KORIBOLOI GOI ASE

  • @dipakkrdasdaskrdipak4941
    @dipakkrdasdaskrdipak4941 2 ปีที่แล้ว

    জয়ন্তমল্ল ই কৈছে অসমীয়াত পঢ়া কেইটা ডাঙৰ মানুহ হৈছে? তেওঁলোকৰ মূখ্যমন্ত্ৰী জন কত পঢ়িছিল তেওঁ নাজানে আৰু তেওঁ সা্ংবাদীকক এঠিকচৰ কথা কয়।এওঁ লোকে এয়া চিদ্নীকেত ছলাই ছে।

  • @hafizulhoqueahmed2788
    @hafizulhoqueahmed2788 2 ปีที่แล้ว +1

    Cm bhut natok kore

  • @bkp9774
    @bkp9774 2 ปีที่แล้ว

    Wah wah . Kot pale be iman toka ?

  • @hirakkalita2588
    @hirakkalita2588 2 ปีที่แล้ว

    Eiai poriborton delhit govt school bilak iman unoti korise jate saklue free admission phoribo pare but assomot sarkari school bilak lahe lahe bondho kori nijakoi luxury private international school khulise jate tat mla, minister dhoni manuhor ghoror lora suwaliei admission lobo pare

  • @ashokgogoi6723
    @ashokgogoi6723 2 ปีที่แล้ว

    Teuluke koi ase sorkari bidyaloyot student nai .. but main kothatu hol jodi sorkari vidyalayat bhal construction e nai ba porhar poribekhei nai student kio jabo. Hei bilak school develop nokori private schools bonuwa aru tar support t justification dia kothai jonohadharonok murkho bonuwar he ingit dise

  • @R.Sgiyan
    @R.Sgiyan ปีที่แล้ว

    BJPk vote nidiu

  • @aaronbaro9233
    @aaronbaro9233 2 ปีที่แล้ว +3

    Most lobhi nilaj khokowa hypocrite leader r naamot Himanta nilaz karnei enkoi mntri hoi ase

  • @yogeshborpatragohain6775
    @yogeshborpatragohain6775 ปีที่แล้ว

    Gunojit Sharma lamto Sai looo

  • @semson1887
    @semson1887 2 ปีที่แล้ว

    Ppe kit scam to ki hol ? Ne misabatori asil?

  • @joychoudhury2248
    @joychoudhury2248 ปีที่แล้ว

    H...for ki.??..ans Husiar.
    S..for ki.??.ans soitan..
    B..for ki?? ans Bodmas

  • @dipjyotiborah7911
    @dipjyotiborah7911 2 ปีที่แล้ว

    C M bonuwa school khon Dukhiya lora suwali karone dan korok

  • @sitarampegu5276
    @sitarampegu5276 2 ปีที่แล้ว

    CM nije laj pabo lage nijor jibonor patoni mela school khon aji jaun jaun obostha

  • @amzadkhan3533
    @amzadkhan3533 2 ปีที่แล้ว

    No comment

  • @purabibora2048
    @purabibora2048 2 ปีที่แล้ว

    Kajriwale govt. School bor bhal korise aru amer cme public school khuli business koribo.

  • @rahulhazarika6783
    @rahulhazarika6783 2 ปีที่แล้ว

    Emam poisa cm kot pale , atia belg kunuba hua hole CBI ,CID jera hol haten 😒😒😒😒😒😒😒😒

  • @izajulhoque9619
    @izajulhoque9619 2 ปีที่แล้ว

    Murkha voter r babe ane haise aro hba

  • @kukheshorkolita7787
    @kukheshorkolita7787 2 ปีที่แล้ว

    Lokalai gola rsban hoi

  • @starprinters3810
    @starprinters3810 2 ปีที่แล้ว

    BJP. Ayai poriborton,. Monu Dutta

  • @sankardas2796
    @sankardas2796 2 ปีที่แล้ว

    Amar lora chowali bor jen manuh ha nohoi,bhabile bor dukh lage

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 2 ปีที่แล้ว

    jotei toka totei mama...

  • @gbdmusicvideo9787
    @gbdmusicvideo9787 2 ปีที่แล้ว

    Xei karne aji ai obstha

  • @anishaborah1993
    @anishaborah1993 2 ปีที่แล้ว

    Himantak aru kaotaman lora -suwali jonmo dobo daa haikaitaka porhabo 2.06lakh di

  • @d.nffgaming3706
    @d.nffgaming3706 2 ปีที่แล้ว

    অসমৰ অসমীয়া হিতাধিকাৰি হওঁক ।বহিঃ ৰাজ্যৰ মানুহে আহি ভাল ভাল পদত অসমত গিজ গিজাই থাকক। Example 4 gate examp ত হিন্দী দিলে

  • @tarunpayeng260
    @tarunpayeng260 2 ปีที่แล้ว

    Amibure ahai korisu

  • @sureshingti7654
    @sureshingti7654 2 ปีที่แล้ว

    Manuhok Mari nije Roja hobo adin