অসম বিহুৱতী-২০২৪ৰ প্ৰশ্ন উত্তৰ শিতান || Asom Bihuwoti-2024 || bihuwoti questions answer

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • পূব গুৱাহাটী বিহু সন্মিলন-২০২৪ৰ অসম বিহুৱতী-২০২৪ প্ৰতিযোগিতা খনিৰ প্ৰশ্ন উত্তৰ শিতান আপোনাসৱৰ বাবে আগবঢ়াইছো.... আপোনাসৱলৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো....
    #anupambitupon
    #anupombitupon
    #bihu
    #pub_guwahati_bihu
    #asom_bihuwoti_2024
    #axom_bihuwoti_2024
    #borbihuwoti
    #chandmari_Bihu_2024
    asom bihuwoti
    anupombitupon
    anupambituponbihu
    bihu 2024
    anupambitupon
    bihu questions answer
    অসম বিহুৱতী-২০২৪ৰ প্ৰশ্ন উত্তৰ শিতান
    Asom Bihuwoti-2024
    bihuwoti questions answer

ความคิดเห็น • 201

  • @Lucky_Saikia60
    @Lucky_Saikia60 6 หลายเดือนก่อน +17

    তাঁতশাল খনৰ ওপৰৰ প্ৰশ্ন কেইটাৰ উত্তৰ বিচাৰকসকলেও ভাল কৈ দিব পৰা নাই। এই বিষয়ে গৱেষণা কৰিহে এই প্ৰশ্ন বোৰ উত্থাপন কৰিব লাগে,একে নিশাটোতে বৈ উলিওৱা কাপোৰ খনক কবচ বোলা হয় । বাকী বহুত সৰু সৰু প্ৰশ্ন ক'ব
    নজনা দেখি বেয়া লাগিল।
    অনুপম বিতোপন চেনেলৰ সকলোকে ধন্যবাদ জনাইছোঁ , ইমান সুন্দৰ কৈ ভিডিঅ' বোৰ দি আছে।🙏🏻

  • @DHANMOINA-y4m
    @DHANMOINA-y4m 6 หลายเดือนก่อน +14

    বিহু অসমীয়া জাতীয় উৎসৱ বিহু অসমৰ স্বাভিমান আমাৰ মান । যেতিয়া প্ৰশ্ন সোধে এইখন যিহেতু অসম অসমৰ ভাষা অসমীয়া অসমীয়া ভাষাটোকে প্ৰয়োগ কৰিলে বেছি ভাল হ'ব ইংৰাজী ভাষাৰ সংযোজনে অসমীয়া ভাষাক আধুনিক ৰূপ দিয়াটো কিমান যুক্তিসংগত সেইয়া আপোনালোকে বিচাৰ কৰিব মোৰ কিন্তু ভাল লগা আমাৰ ভাষাটো মাদকতা ম্লান হোৱা যেন অনুভৱ হৈছে ।কাৰণ বহুতে বিহু বুলি ক'লে লতাশিল বিহু মঞ্চখনক সকলোৱে সন্মান সহকাৰে লয় গতিকে তাতে যদি বিহুত কথাই প্ৰতি ইংৰাজী ভাষা কোৱা হয় তেন্তে বিহুৰ আয়ূস কিমান দুৰ সেইয়া চিন্তনীয় বিষয় সমূহ অসম বাসীৰ কাৰণে ।ভূপেন হাজৰিকাই কোৱা দৰে দেশ ৰসাতলে যাব কথাষাৰৰ বাস্তৱ প্ৰতিফলন হ'বলৈ বেছি পৰ নাই তাকেই ৰিঙিয়াই ।।।।

  • @JitenBorah-g7f
    @JitenBorah-g7f 5 หลายเดือนก่อน +7

    🎉বিচাৰক সকলে কোনো অধ্যয়ন নকৰাকে প্ৰশ্ন অৱতাৰণ কৰিব নেলাগে
    " নাচনী জৰী" তাতঁৰ ব শলি আৰু নাচনী
    চৰাই লগত সংযোগ থকা ৰছিডালক
    নাচনী জৰী বোলে। ধন্যবাদ
    জীতেন বৰা ওজা

  • @KankangKalita
    @KankangKalita 6 หลายเดือนก่อน +3

    Kankan kalita❤❤❤😊😊

  • @Tapanbaruah-dq3to
    @Tapanbaruah-dq3to 6 หลายเดือนก่อน +22

    বিচাৰক সকলেও শুদ্ধ উত্তৰটো জানিহে প্ৰশ্ন কৰিব লাগে।

  • @pranameshbharadwaj6190
    @pranameshbharadwaj6190 6 หลายเดือนก่อน +43

    আনাকাটা গামোচা একে ৰাতিটো নবয়, সেইখন 'কবচ'কাপোৰ বুলি কয়।আনাকাটা হ'ল বাতি কাঢ়োতে আৰু দীঘল-পুতলৰ কোনো জোখ নথাকে মানে অনুমানতহে বয়। শুভকৰ্মত ব্যৱহাৰ কৰে।

    • @NilimaKochkhanikarkhanikar
      @NilimaKochkhanikarkhanikar 6 หลายเดือนก่อน

      Bor val lagil

    • @dipsikhachetia111
      @dipsikhachetia111 6 หลายเดือนก่อน

      সঠিক কথা ❤

    • @janmonisaikiavlogs7819
      @janmonisaikiavlogs7819 6 หลายเดือนก่อน

      Ana kota mne eke dinai bati kri uliwa khn he

    • @ShifulaHazng
      @ShifulaHazng 5 หลายเดือนก่อน

      Kathal phal dharar hamyt Kathalar muchibor hampurn pari jai. Heibor dangr nahai. Take Kai kathale pelale muchi.

  • @debenborsaikia4624
    @debenborsaikia4624 6 หลายเดือนก่อน +16

    গৰকা জৰি আৰু নাছনী জৰি বেলেগ বেলেগ ৷ সেয়ে গৰকাত লাগি থকা জৰি ডাল গৰকা জৰি হে বোলে ৷

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +5

    সুন্দৰ অতি সুন্দৰ হৈছে আপোনালোক ৰ ইনটাৰভিউটো চাইখুবেই ভাল লাগিল,

  • @Bpmcapture6107
    @Bpmcapture6107 5 หลายเดือนก่อน +2

    ভাল লাগিল। অসমৰ অন্যতম এখন ডাঙৰ বিহু মন্স আৰু মোৰ সৌভাগ্য যে ম‌ই শ্ৰেষ্ঠ পেঁপাবাদকৰ স্থান পাবলৈ সক্ষম হ'লো।

    • @dipankarnath4652
      @dipankarnath4652 5 หลายเดือนก่อน

      Kiman number pepua apuni

  • @LOHITBORUAH-p5m
    @LOHITBORUAH-p5m 6 หลายเดือนก่อน +9

    তাঁতশালৰ বিষয়ে অধিক প্ৰচাৰ আৰু গবেষণা হব লাগে। মঞ্চ বিহুৰ বিষয় ওলালে শ্ৰদ্ধাৰ ৰাধাগোবিন্দ বৰুৱাৰ নামটি উচ্ছাৰিত হ'লে আৰু ভাল লাগিল হয়। অনুষ্ঠান ভাগি ভাল হৈছে

  • @MinakshiGogoi-dr8ff
    @MinakshiGogoi-dr8ff 6 หลายเดือนก่อน +5

    সুন্দৰ ভাল লাগিল।

  • @DaulatPhukon-nz2pm
    @DaulatPhukon-nz2pm 5 หลายเดือนก่อน +8

    বিচাৰক জনে পানীটেঙা কিহৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰ উত্তৰটো নিজে নাজানে।পানীটেঙা সৰিয়হ বা লাইশাকৰ গুটি খুন্দি গুৰিকৰি বৰথেকেৰা জুইত পুৰি গুৰিকৰি লোৱা সৰিয়হ বা লাইগুটিৰ লগত মিহলাই দুই তিনিদিন পাত্ৰএটাত থৈ দিলে পানীটেঙা তৈয়াৰ হৈ যায়। ব থেকেৰাৰ অভাবত কিছুলোকে অন্যটেঙাও ব্যবহাৰ কৰে ।সৰিয়হ বা লাইশাকৰ গুটিৰ গুৰাৰ লগত টেঙা মিহলি কৰিলে পানীটেঙা আৰু খাৰণি মিহলি কৰিলে খাৰলি হয়।খলিহৈ মানুহে খোৱাৰ উপযোগী নহয়।মাছৰ বা জীৱ জন্তুৰ দানা হিচাবেহে ব্যৱহাৰ কৰা হয়।( দৌলত ফুকন ,চৰাইদেউ ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +4

    সুন্দৰ আৰু শুনিও আনন্দ পালো,

  • @purabiborah607
    @purabiborah607 5 หลายเดือนก่อน +9

    ব খিনি বান্ধিবলৈ ব্যৱহাৰ কৰা ৰছী কেইদালক হে আমি নাচনী জৰি বুলি ক ও

  • @MritunjoyBoruah
    @MritunjoyBoruah 6 หลายเดือนก่อน +12

    শিৱ আৰু পাৰ্বতীৰ বিয়াত সোধন ঢোলিয়াই ঢোল বজাইছিল প্ৰভূ অ ৰাম ৰাম

  • @SUMIBURAGOHAIN-b3t
    @SUMIBURAGOHAIN-b3t 5 หลายเดือนก่อน +2

    Bhal lagise .... Kintu pisor nasoni dugoraki mane nijor question tu ans dibo nuarile etiya belegor question t dat uliyai ase.... Aame moliyai aru kothalor musi tur kothai kbo nuare etiya hahi sua

  • @SumtanAli-x2u
    @SumtanAli-x2u 6 หลายเดือนก่อน +3

    Bohut val lagil❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    সচাকৈ চাই ভাল লাগিল, এনে বোৰপশন্ শুনি খুবেই ভাল পালোঁ,

  • @santanuchetia7796
    @santanuchetia7796 6 หลายเดือนก่อน +6

    Rough and tough judges..
    be sweet and good

  • @bituponboruah1998
    @bituponboruah1998 5 หลายเดือนก่อน +6

    বিচাৰক কেইজনক দেখুওৱাৰ ব্যৱস্থা কৰিব । আমাৰ চাবলৈ মন যায় ভূল উত্তৰ দিয়া কেইজনক ।

  • @abhijit142
    @abhijit142 6 หลายเดือนก่อน +17

    আমি খৰিচা মানে বাঁহৰ গাজ কুটি আচাৰ কৰি থোৱাখিনিকহে বুজোঁ।খাৰলি হে সৰিয়হৰ খলিহৈৰ পৰা প্ৰস্তুত কৰে

  • @PitambarPathak-pd9mc
    @PitambarPathak-pd9mc 6 หลายเดือนก่อน +4

    ভাল লাগিল

  • @Jantu___official__2.0
    @Jantu___official__2.0 6 หลายเดือนก่อน +3

    সকলোৰে ভাল হৈছে,উজ্বল ভৱিষত কামনা কৰিছো সকলোলৈ ,আমাৰ বিহু তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা জনালো 🙏🙏🙏

  • @SushilaDuarah
    @SushilaDuarah 6 หลายเดือนก่อน +8

    তাঁতশালত থকা সকলো সামগ্ৰী ৰ শুদ্ধ নামেৰে নামাকৰণ কৰিলে আমাৰো ভাল লাগে।

  • @KashmiriKonwar
    @KashmiriKonwar 6 หลายเดือนก่อน +5

    বিচাৰকে উওৰ দিলে ভাল কৈ দিব লাগে পানিটেঙা সৰিয়হ ঠেকেৰা আৰু কিছুমানে লাই গুটি জলফাই ৰ বনাব পাৰি আ

  • @sonaramgogoi3777
    @sonaramgogoi3777 6 หลายเดือนก่อน +3

    সঁচা কৈ বিহু নামত গুৰুত্ব দিলে হে অসমত বিহু জিয়াই থাকিব কাৰণ বিহু নাচ অসমীয়া ৰ তেজত আছে ধন্যবাদ,

  • @akashbhuyan9311
    @akashbhuyan9311 6 หลายเดือนก่อน +10

    Moran or banyani Gogoi Top11 ot u noporil asorit kotha....Akhon axomr naami daami khitapr bihu pora aikhini expect kra nasilu🙏

    • @himaniry6004
      @himaniry6004 6 หลายเดือนก่อน +3

      Nhy kijani tai r jujona Aru Naam faki adhunik hol

  • @luitaxom3413
    @luitaxom3413 6 หลายเดือนก่อน +1

    যিমান যি হলেও শেষৰ নামষাৰ বৰ ভাল লাগিল ৷

  • @rajeshsenapati3316
    @rajeshsenapati3316 6 หลายเดือนก่อน +11

    বাইদেউ কি নো কলে......
    নাচনী জৰী হল নাচনী কেইটাৰ পৰা বৰত বন্ধা (শলি কেইডালত) জৰি ডাল...
    ...নাচনী গৰাকীয়ে উত্তৰ দিব নোৱাৰিলে....আপোনীও কিয় ভুলকৈ উত্তৰ দিছে.....অসমীয়া মানুহ হিচাবে জানিব লাগে দেই কৃষ্ণ

  • @ritadutta9633
    @ritadutta9633 6 หลายเดือนก่อน +5

    Val Kotha Koise.

  • @swapnalipachani1565
    @swapnalipachani1565 6 หลายเดือนก่อน +6

    সৰিয়হ পেড়াৰ পাছত ৰৈ যোৱাখিনি খলিহৈ আৰু সেইবোৰেৰে খাৰলি বনায় বুলি আজিহে জানিলোঁ‌।আমি পানীত তিয়াই ফুলত হে দিওঁ।খাৰলি নতুন সৰিয়হেৰে হে বনাওঁ‌।

  • @parthaborah2984
    @parthaborah2984 6 หลายเดือนก่อน +14

    প্ৰশ্নবোৰ যে পঢ়িব নাজানে ইংৰাজীত থাকে নে,আখৰ বেয়া নে,নে (বহুতে কব খোজাৰ দৰে আমাৰ ছোৱালীয়ে) অসমীয়া পঢ়িব নাজানে......

  • @ridipbaruah8678
    @ridipbaruah8678 5 หลายเดือนก่อน +5

    প্ৰতিযোগীয়ে প্ৰশ্ন উত্তৰ দিব নোৱাৰাটো ডাঙৰ কথা নহয় । কিন্তু , বিচাৰক সকলে যিহেতু অধ্যয়ন কৰিহে প্ৰশ্ন শুধিছে , বা পঢ়ি আহিছে । কিন্তু , ভুলকৈ কিয় উত্তৰ দিছে । ভাল নালাগিল।

  • @SushilaDuarah
    @SushilaDuarah 6 หลายเดือนก่อน +26

    নাচনী জৰী কেইদাল আচলতে চালিমাৰিত লগাই থোৱা নাচনী কেইটা ক বন্ধা ৰছী কেইদালকহে নাচনী জৰী বুলি কয় আমিও শিপিনী ।

    • @JimpiBharali-hm1vr
      @JimpiBharali-hm1vr 6 หลายเดือนก่อน +2

      Right

    • @HiramoniDeka-bj5ok
      @HiramoniDeka-bj5ok 6 หลายเดือนก่อน +2

      Hoi Apunar tu xudho😮😢

    • @nijarakalita4205
      @nijarakalita4205 6 หลายเดือนก่อน

      Take he

    • @ranjitgogoi9210
      @ranjitgogoi9210 6 หลายเดือนก่อน +1

      বিচাৰকে নাজানিলে পশ্ন কৰিব নালাগে ।

    • @sumitragogoi3245
      @sumitragogoi3245 6 หลายเดือนก่อน

      Hudho kintu goroka tur rosik nokoi

  • @JoshikaLahon
    @JoshikaLahon หลายเดือนก่อน

    নাচনী সকলে নোৱাৰা প্ৰশ্নৰ সকলো উওৰ বোৰ কৈ দিলে আমিও অলপ জ্ঞাত হলোঁ হেঁতেন। আশা কৰোঁ দ্বিতীয় বাৰৰ পৰা যাতে জনাই দিয়ে 🙏

  • @satyahazarika
    @satyahazarika 6 หลายเดือนก่อน +10

    মোৰ মতে মঞ্চ বিহুৰ প্ৰথম গোলাঘাটৰ বেতয়িনীতে বুলি বহুতে ক'ব খোজে ? কিন্তু কোনো কোনোৱেই আকৌ লতাশিল বুলি ক'ব খোজে তেন্তে কোনটো শুদ্ধ !

  • @Himashreeborah-z6h
    @Himashreeborah-z6h 6 หลายเดือนก่อน +1

    ❤❤❤❤❤ dhemaji dulia moja lagisa

  • @minakshibhagabati9530
    @minakshibhagabati9530 6 หลายเดือนก่อน +2

    বিচাৰক মহাশয়, পানীটেঙা আৰু খাৰলি আপুনি যেএকেবুলি কলে হয় জানো? পানী টেঙা তৈয়াৰ কৰোতে সৰিয়হ বাকলিৰ লগত টেঙা সানে আৰু খাৰলি তৈয়াৰ কৰোতে কলখাৰহে সানি থয়। আপোলোকৰ পৰা শুদ্ধ টোহে আশা কৰিম।

  • @pompiborah7623
    @pompiborah7623 6 หลายเดือนก่อน +5

    7 নম্বৰ প্ৰতিযোগী গৰাকীক নমস্কাৰ দিছোঁ দেই।

  • @pritomb7841
    @pritomb7841 6 หลายเดือนก่อน +29

    নাচনী জৰী বাইদেউ গৰাকীয়েও নাজানে

  • @Sanjuvlogs431
    @Sanjuvlogs431 4 หลายเดือนก่อน +1

    😊 1:47 😊😊

  • @the_riku_06
    @the_riku_06 6 หลายเดือนก่อน +1

    15 number joni 🎉

  • @jatinchetia345
    @jatinchetia345 6 หลายเดือนก่อน +1

    Good sir

  • @kirongogoi2562
    @kirongogoi2562 6 หลายเดือนก่อน +3

    সঠিক উত্তৰ নোহোৱা প্ৰশ্ন উত্থাপন কৰিবই নালাগে যেনে প্ৰথম মঞ্চ বিহু ক'ত আৰু কেতিয়া হৈছিল। কোনোৱে কয় লতাশিল, কোনোৱে কয় গোলাঘাটৰ ক'ৰবাত আন কোনোৱে কয় বেলেগ ।

  • @Nibir_Arts
    @Nibir_Arts 6 หลายเดือนก่อน +32

    Opekha hekh hol ❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +8

    শুদ্ধ উত্তৰ দিয়াৰ দৰকাৰ, নহলে কিবা যেন লাগে,

  • @subhajitsubhajit6046
    @subhajitsubhajit6046 6 หลายเดือนก่อน +1

    10 best ❤❤

  • @sunumech6415
    @sunumech6415 5 หลายเดือนก่อน +2

    খৰিচা বা গাজৰ পৰা তিয়াৰি কৰা হয়

  • @ankurjyotibarua7294
    @ankurjyotibarua7294 6 หลายเดือนก่อน +2

    আমি জানিবলগীয়া বহুত .... ভাল লাগিল। ❤🙏
    কোনে, কি স্থান পালে সবিশেষ ভিডিও কৰি জনাৱছোন। 🙏

  • @KashmiriKonwar
    @KashmiriKonwar 6 หลายเดือนก่อน +5

    বিচাৰক সকলে তাত বয় জানো ভূল উত্তৰ কিয দিছে আমিও শিপিনী হয়

  • @crazyangelesassam9945
    @crazyangelesassam9945 6 หลายเดือนก่อน +2

    Yoooo Dibakora dada 13🎉

  • @diptisaikia2999
    @diptisaikia2999 6 หลายเดือนก่อน +10

    Moi Hs 1st year bihu student ami kitapot bihur বাদ্য পাচ বিধ dhul pepa gogona sutuli aru toka buli paiso

  • @prasannagogoi9335
    @prasannagogoi9335 5 หลายเดือนก่อน +1

    পানীটেঙা টেঙ হ’য়৷আনহাতে খাৰলি খাৰুৱা একে নহয়য়৷

  • @beautirajbongshi981
    @beautirajbongshi981 6 หลายเดือนก่อน +4

    পানীটেঙা সৰিয়হৰ পৰা বনোৱা হয়। পেৰা পিছত ৰৈ যোৱা খিনি ৰে নৱনাই

  • @rohiniborgohain7654
    @rohiniborgohain7654 6 หลายเดือนก่อน +4

    নাচৰ মুদ্ৰা নহয় নাচৰ ভঙ্গীমাহে হব লাগে ডাঙৰিয়া আৰু প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত কিছু খেলি-মেলি পালো ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    নাচনী নচাব পৰা পেপুৱৈৰ সচাকৈ ভাল লাগিল,,

  • @aituashimbhaiassam5371
    @aituashimbhaiassam5371 6 หลายเดือนก่อน +6

    Dada Dibrugarh Rituporna das or bihu laga dada

  • @benhimronghang5837
    @benhimronghang5837 5 หลายเดือนก่อน +1

    মই প্ৰথম ০.৪৫ scnd তে গম পাইচিলো বিচাৰক ভাল হোৱা নাই বুলি। কোনোবাই ৫ number কটা গল কিবা কিবি

  • @sanuvlog6732
    @sanuvlog6732 6 หลายเดือนก่อน +2

    সুন্দৰ❤

  • @munnadas4040
    @munnadas4040 6 หลายเดือนก่อน +4

    এৰাটিত প্ৰস্তুুত বশ্ৰ কবজ বুলি হে জানো

  • @dipenbourah-fl4nw
    @dipenbourah-fl4nw 5 หลายเดือนก่อน +1

    Welcome Everybody ❤️❤️

  • @bhrigukalita6479
    @bhrigukalita6479 6 หลายเดือนก่อน +6

    👍👍👍👍

  • @MatuMonisaikia
    @MatuMonisaikia 5 หลายเดือนก่อน +2

    পানীটেঙা খাৰলি দি কেতিয়াৰ পৰা বনোৱা হল । অজি হে গম পালো

  • @minarbhaneog9455
    @minarbhaneog9455 6 หลายเดือนก่อน +6

    বিচাৰকে ভুল উত্তৰ দিলে প্ৰতিযোগীয়ে কেনেকৈ শিকিব

  • @anupaldas3549
    @anupaldas3549 5 หลายเดือนก่อน +1

    Pub guwahati t nimikha dance performance tu upload koribo sun

  • @TilokChetia-bm4lx
    @TilokChetia-bm4lx 6 หลายเดือนก่อน +1

    ইমান সহজ প্ৰশ্ন

  • @pinakpanibarthakur881
    @pinakpanibarthakur881 6 หลายเดือนก่อน +5

    প্ৰায় দেৰ ঘণ্টা ধৰি প্ৰতিযোগীসকলক ঠিয় কৰি ৰখাটো ঠিক হোৱা নাই ৷ তেওঁলোকে নিশ্বয় অসষ্টি পাইছে ৷

  • @MukundaMukundakakati
    @MukundaMukundakakati 6 หลายเดือนก่อน +2

    Bismarck baidew garakir name ki i iman maram laga 😊😊❤❤😊

  • @manoranjanrabha2434
    @manoranjanrabha2434 6 หลายเดือนก่อน +6

    বাপতি সাহোন ৰঙালী বিহুটি নে বিহুৰ ব্যাকৰণ পৰীক্ষা ধৰিব পৰা নাই ।

  • @kakuborah2576
    @kakuborah2576 5 หลายเดือนก่อน +1

    নাচনী জৰি হৈছে বৈ থকা তাতখনৰ উপৰত থাকে।নাচনীডালৰ মাজত থকা ফুতাৰে ডাংমাৰিত বন্ধা বা ৰছিৰে ব- বাটিৰ লগত বান্ধে, সেই জৰি ডালকে নাচনী জৰি বোলে। আজি কালি নাচনী পৰিবত্তে চকৰি ব্যৱহাৰ কৰা হয়।গৰকৰ পৰা বাদুবাতি সংযোগ কৰা জৰিডালক গৰকা ধৰা জৰি বুলি কয়

  • @adityasvlog5813
    @adityasvlog5813 6 หลายเดือนก่อน +10

    অনা কাতা গামোচা কোনেও একে ৰাতিৰ ভিতৰত কোনেও বব নোৱাৰে😅😅😅😅😅

  • @dipikagogoi9483
    @dipikagogoi9483 6 หลายเดือนก่อน +1

    সুন্দৰ

  • @AnimeX_Art07
    @AnimeX_Art07 6 หลายเดือนก่อน +4

    পানীটেঙা কিহৰ পৰা বনোৱা হয়? উত্তৰটো ভূল হৈছে নেকি বাৰু?

    • @beautirajbongshi981
      @beautirajbongshi981 6 หลายเดือนก่อน +1

      পানীটেঙা সৰিয়হ ৰ পৰা বনোৱা হয়।পেৰা পিছত ৰৈ যোৱা খিনিৰে নবনাই।

  • @parthaboruah8949
    @parthaboruah8949 6 หลายเดือนก่อน +5

    নাচনী জৰী কি বিচাৰক gorakiya u najane

  • @mridulsaikia2253
    @mridulsaikia2253 6 หลายเดือนก่อน +3

    Hosa kole ejon bisaroke.... Moiu ejon bihua hisabe koisu.... Lorai jetia bihur jujona diye tetia dhulor seo kio bojai bru.... Aagote ami u bihuwati nasuai silu.... Tetia lora r jujona gai thakute dhul r seo bojua nasilu.... Etia kotha hol nasoni goraki lorar dhulor seo t nasibo ne jujonat nasibo....... Ans r Tu pam buli aakha korilu

  • @SnehamoniSaikia
    @SnehamoniSaikia 5 หลายเดือนก่อน +2

    বিচাৰকৰ উত্তৰো ভুল হৈছে , নাচনী জৰী আৰু গৰকা জৰী বেলেগ বেলেগ।

  • @paporiroymedhibarman9867
    @paporiroymedhibarman9867 6 หลายเดือนก่อน +3

    বিচাৰক কেইগৰাকীক ভাল নালাগিল

  • @sangitagogoi1221
    @sangitagogoi1221 5 หลายเดือนก่อน +2

    তাঁত শালৰ প্ৰশ্ন উত্তৰ সমুহ বিছাৰকৰ ভুল হৈছে

  • @mridulsaikia3961
    @mridulsaikia3961 6 หลายเดือนก่อน +1

    আগত দহি থাকে,কিন্তু গাঁঠি নিদিয়ে,হলিৰ পৰা উলিয়াই যেনেকৈ আছে তেনেকৈ ৰাখে।

  • @Nilimadas-bm2tm
    @Nilimadas-bm2tm 6 หลายเดือนก่อน +1

    Ontor sui house bisarok hokolor protitu kothai, teolukok ontoror pora hotkouti he was jonaisu dei, kukhole thakok hoday husasthy kamina korilu krishna,

  • @ritabarman44
    @ritabarman44 6 หลายเดือนก่อน +3

    Eke dinat anakata gamusha buba noari sarukoi ksbash gamusha he buba pari

  • @ankurkalita7577
    @ankurkalita7577 6 หลายเดือนก่อน +1

    Nimikha ba agote Axom Bihuwati huanasil janu??

  • @ushaburagohain6612
    @ushaburagohain6612 6 หลายเดือนก่อน +3

    নাজানিলে নাজানো বুলি কবলে লাজ লাগে নেকি ? ইমান দেৰি লাগে নেকি ৷

  • @RanuBaruah-x4e
    @RanuBaruah-x4e 5 หลายเดือนก่อน +2

    Nasoni jori aru goroka jori beleg belg

  • @dipsikhachetia111
    @dipsikhachetia111 6 หลายเดือนก่อน +1

    কি‌ খৰিচা এনেকৈ বনায় ???

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    ঢোলৰ চেও সচাকৈ চাই ভাল লাগিল,

  • @Notavailable-z3e
    @Notavailable-z3e 6 หลายเดือนก่อน +2

    Ram krishna kathalor musi mane ki njane

  • @sonaramgogoi3777
    @sonaramgogoi3777 6 หลายเดือนก่อน +1

    Horiohot. Kalkhar dile kharli....aru ji konu tenga dile panitenga bole....

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    পেপুৱৈ ৰ বজোৱা খুব ভাল পাইছো,

  • @RanuBaruah-x4e
    @RanuBaruah-x4e 5 หลายเดือนก่อน +2

    Dhapot pori gojile Mitha Amar puliti Tate pori binale kuli, dhulor mate huni dhopoliyai ahilu batot he bandhilu suli

  • @minakshiborah2925
    @minakshiborah2925 6 หลายเดือนก่อน

    Axom bihuwatir gutei pragrame tu upload koribosun

  • @Banditaskibakibi
    @Banditaskibakibi 6 หลายเดือนก่อน +1

    ভাল লগা নাই বৰ খেলিমেলি । শুনি বেয়া লাগিছে ।

  • @Priyangibharadwaj--
    @Priyangibharadwaj-- 6 หลายเดือนก่อน +2

    2nd 3rd kune pale jonabo sun

  • @TilokChetia-bm4lx
    @TilokChetia-bm4lx 6 หลายเดือนก่อน +1

    ২৫ নং নাছনীৰ পেপুৱা ওস্তাদী

  • @pragyajyoti3615
    @pragyajyoti3615 6 หลายเดือนก่อน +4

    Dhul, pepa, toka , gogona ru hutuli hoi correct answer for question 6th tal nhoi..

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    শুদ্ধ উত্তৰ দিয়ালোক খুব কম সংখ্যক হে আছে,,

  • @dipsikhachetia111
    @dipsikhachetia111 6 หลายเดือนก่อน +2

    অনাকটা একেদিনাই নবনাই

  • @SadanandaGogoi-no8sx
    @SadanandaGogoi-no8sx 6 หลายเดือนก่อน +2

    whats wanta assams bhu judests wants more must hd hv fr assam.

  • @sushilduarah6178
    @sushilduarah6178 6 หลายเดือนก่อน +3

    Minister auha saw first time hininsu😅

  • @sinmoyeesworld4850
    @sinmoyeesworld4850 5 หลายเดือนก่อน

    ৰাইজ সকল নহয় ৰাইজ হয়./ চালিমাৰি দালত যে ৩ টা কাথৰ টুকুৰা থাকে তাতে তলৰ অংশত ওপৰ তল কৰিব পৰাকৈ বাহ লাগি থাকে সেই বাহৰ টুকুৰা কেইটাক কয় নাচনী আৰু সেই নাচনী লগত ওপৰৰ বৰ দুবাতিক সংযোগ কৰি ৰখা জৰীদালেই হৈছে নাচনী জৰী. পানীতেঙা খাৰলী একেই নহয়. পানীটেঙাত খলিহৈত টেটেলী দি বনাই খাৰলীত কলখাৰ দি বনাই.