কিয় অভিনয় এৰিলে ভ্ৰাম্যমাণৰ এইজন অভিনেতাই ? পাঁচ বন্ধুৱে মিলি কৰিলে এই কাম । Strawberry 🍓

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024
  • কিয় অভিনয় এৰিলে ভ্ৰাম্যমাণৰ এইজন অভিনেতাই ? পাঁচ বন্ধুৱে মিলি কৰিলে এই কাম । Strawberry 🍓
    #StrawberryFarming #MobileTheatre #RamenKumarNath
    সুদীৰ্ঘ তেৰটা বছৰ বলিষ্ঠ অভিনয়ৰে ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ কঁপাই থকা জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি নাথ এতিয়া কৃষিকাৰ্যত ব্যস্ত । আন চাৰিজন বন্ধুৰ সতে মিলি দৰং জিলাৰ বালিপোতাৰ গৰীয়াপাৰাত তেওঁলোকে ২০ বিঘা মাটিত ষ্ট্ৰবেৰী, তৰমুজ, ৰঙালাও, সৰিয়হ, আলু আদিকে ধৰি বিভিন্ন খেতি কৰি স্বাৱলম্বীতাৰ পথ মোকোলাইছে । তেওঁলোকৰ ফোন নং : 9101146938
    Follow me on:
    FACEBOOK- / ramenkumar.nath.9
    INSTAGRAM- ...
    THANKS FOR WATCHING THIS VIDEO.
    RAMEN KUMAR NATH
    From -Kalaigaon , Assam .

ความคิดเห็น • 6