আছুৰ প্রতিবাদী সত্তা বনাম চৰকাৰৰ আঁচনি ৰূপায়ণৰ সহযোগী ! মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’....

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ต.ค. 2024
  • বিপ্লৱ শৰ্মা কমিটীৰ প্রতিবেদনক লৈ ৰাজ্যত ধুমুহা
    ছাত্র সন্থাৰ ভূমিকাক লৈ ক্ষুব্ধ একাংশ
    গ্রহণ নকৰা প্রতিবেদনৰ ৰূপায়ণ
    ছাত্র সন্থাৰ মতে প্রগতিশীল সিদ্ধান্ত, অহেতুক বিতৰ্ক
    আছুৰ প্রতিবাদী সত্তা বনাম চৰকাৰৰ আঁচনি ৰূপায়ণৰ সহযোগী!
    ৪ বছৰ ছমাহ নিৰুদ্দিষ্ট প্রতিবেদনৰ হঠাৎ আত্মপ্রকাশ
    প্রতিবেদন কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিলে নেকি?
    বিজেপিৰ ৰাজনীতিত ছাত্র সন্থাৰ প্রৱেশ?
    সোণোৱাল বা শৰ্মাই প্রতিবেদনখন কেন্দ্রীয় চৰকাৰক দিলেনে?
    মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
    #pratidintime #bisleshan #assam

ความคิดเห็น • 54

  • @hiranyasaikia4635
    @hiranyasaikia4635 8 วันที่ผ่านมา +4

    মৃনাল দা অত্যন্ত গুৰুত্ব পূৰ্ন আৰু সময়োপযোগী চৰ্চা।ধন্যবাদ।

  • @BijitHandique-k4t
    @BijitHandique-k4t 8 วันที่ผ่านมา +1

    তথ্য সমৃদ্ধ যুক্তিপূৰ্ণ বিশ্লেষণ

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 8 วันที่ผ่านมา +8

    এতিয়া আছুত থকা সকলে ১৯৯৭ চনৰ পৰা ১৯৮৫ লৈ বিদেশী বহিস্কাৰ বা অসম আন্দোলন কৰিছিল নেকি?আজি ৪০ বছৰ এই বিদেশী বহিস্কাৰ অসম চুক্তি ৰূপায়ণৰ নাম লৈ অসমৰ ৰাইজক বাৰে বাৰে ঠগি প্ৰতিটো ৰাজনৈতিক দলে ৰাজপাট দখল কৰে ।এতিয়াও ৰ্নিব্বাচন আহি আছে বাবে এইটো ইচ্ছু উলিয়াই লৈছে ।আৰু আছুয়ে সেই তেতিয়াৰ পৰাই ঢুক্তি চুক্তি কৰি প্ৰতিখন চৰকাৰৰ লগত ঠিকা লৈ ৰজা-মন্ত্ৰী পাতে আৰু জোলটো খায় । নহলে আজি ৪০বছৰ কৰিব নোৱাৰা কাম এটা এতিয়া ইমান খৰধৰ লাগিল কিয় ? অসমৰ ৰাইজক সাধাৰন বুলি ভাৱে ।দল/সংগঠন নেতা /বুদ্ধিজীৱি সকল /ৰাজনীতি নেতা সকলেই অসম আন্দোলন অকলে কৰা নাই ।অসমৰ সকলো সাধাৰন জনতা শিশু-বৃদ্ধৰ পৰা কণকণ ছাত্ৰ-ছাত্ৰী ও সেইসময়ত আন্দোলনত জপিয়াই পৰিছিল ।গতিকে প্ৰথমে অসমৰ ৰাইজৰ মতামত নলয় কিয় ?অসমৰ ৰাইজে বাতৰি চাই সকলো হয় হয় কৰিব লাগে ।

    • @ruhitdihingia8210
      @ruhitdihingia8210 8 วันที่ผ่านมา

      পিতৃয়ে Deposited Amount ৰ ধন নিজ কন্যাৰ বিবাহৰ আগে আগে ওলিয়াই খৰচৰ দিহা কৰিছে যদিও বিবাহলৈ কাক কাক নিমন্ত্ৰণ নজনাই তাকো প্ৰসঙ্গৰ পথ নথকাৰ স্বত্তেও জবৰদস্তীই কৈ পেলালে।

  • @rajuhazarika6583
    @rajuhazarika6583 8 วันที่ผ่านมา +4

    এই জনা লোৰিন জুতি আলি আহমেদ ইয়াৰ কাম নাই মিনাল তালোকদা আপুনি আৰু মানোহ বিছাৰি নাপালে

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 8 วันที่ผ่านมา

    This is clear. Now people of Assam should understand about the motto of our cm.

  • @gobindastidar2082
    @gobindastidar2082 8 วันที่ผ่านมา +3

    "কা" আইন বলৱৎ কৰি কেতবোৰ দেশত (বাঙলা দেশ/পাকিস্তান/আফগানিস্তান/নেপাল আদি দেশ সমূহত থকা "হিন্দু-শিখ-পাৰ্চী " আদি লক্ষ লক্ষ মানুহক ভাৰতত (অসমেই মুখ্য !) সঙস্থাপিত কৰাৰ যি পৰিকল্পনা চলিছে , তেন্তে কি যুক্তিত এতিয়া ৰাজ্য চৰকাৰে "অসম চুক্তি" ৰুপায়ণৰ কথা কৈছে তাত নিশ্চিত ৰুপে সন্দেহৰ অৱকাশ আছে ! প্ৰথম কথা চৰকাৰে অসমক "কা" আইনৰ আওতাৰ পৰা বাদ দিয়ক ! লুৰিণজ্যোটি গগৈ এজন অতি সৎ আৰু ভদ্ৰ যুৱক যি অসমৰ সমূহ জনসাধাৰনৰ কল্যাণৰ কথা ভাবিছে য'ত কেতবোৰ ধূৰ্ত ৰাজনীতিকৰ লেখিয়াকৈ সন্দেহৰ অৱকাশ নাই ! জয় আই অসম । জয় লুৰিণ , গৌৰৱ , অখিল গগৈৰ ।।

  • @shardindupurkayastha7833
    @shardindupurkayastha7833 8 วันที่ผ่านมา +2

    Lurinjyoti has now become a very very matured statesman, he is having a clear perception of the issue. AASU leaders are very much uncertain and not having a clear understanding of the matter. Very much superficial attitude.

  • @rajendradatta-z1n
    @rajendradatta-z1n 8 วันที่ผ่านมา +2

    হিমন্ত বিশ্ব শৰ্মা অাৰু সমূজ্বল ভট্টাচায্যাৰ মাজত এটা বুজা পৰা আছে। সমুজ্জল ভট্টাচাৰ্যই ছাত্ৰসন্থাক ব্যবহাৰ কৰি আছে। সেই কাৰণে তেওঁ ছাত্ৰসন্থাক এৰি যাব নোখোজে।

  • @ruhitdihingia8210
    @ruhitdihingia8210 8 วันที่ผ่านมา

    Thanks Mr. Lurinjyoty Gogoi for delivering A. to Z on the stated issue and contradictory roles of ------.

  • @NasirUddinAhmed-z7b
    @NasirUddinAhmed-z7b 7 วันที่ผ่านมา

    Hon'ble Chand Mama is a North East Excellent Politician He is able to do anything.

  • @nogengogoi6835
    @nogengogoi6835 8 วันที่ผ่านมา +1

    ছাত্ৰ সংগঠন চৰকাৰৰ দ্বাৰা চলা যেন লাগিছে।

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 5 วันที่ผ่านมา

    দিন আহিব ৰাতি হব,দ'ল আহিব যাৱ,নেতা আহিব যাৱ,লীডাৰ জন্মিৱ মৰিৱ অসমৰ দৈখৌ -দিচাং,একেটা গতীৰেই বৈ থাকিৱ, মাঠু অসমীয়াৰ হে একো উণ্ণৰ্তী নহৱ।গোপীনাথ,চলিহা,শৰৎ ,শিতেশ্বৰ,প্ৰফুল্ল,তৰুণ,সোনোৱাল আহিল গ'ল,এতিয়া হিমন্তৰ পাল। আহিছে মানুহ গৈছে মানুহ,মানুহ মায়াবী জীৱ,মানুহৰ সোঁতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়।
    ভাৰতৰ অন্য ৰাজ্য বোৰৰ মন্ত্ৰী, দা-ডাঙৰীয়া,আমূলা-বিষয়া,মহৰী-কেৰেনী,হালুৱা-পথৰুৱা সকলোৱে নিজ ৰাজ্যখনৰ জনগণৰ বাবে ত্যাগ কৰে,এই অসম নামৰ কালিকা লগা ৰাজ্য খনৰ লোকেহে অসম মাতৃৰ বাবে একো নকৰিলে।জাতিটোক ভগনীয়া কৰি নেতা-পালীনেতা বোৰে নিজেই শেষ হৱ প্ৰজাগণকো শেষ কৰিৱ।মই এটা Retd.সৈনিক চাকৰি নাপাই সৈনিকত যোগদান কৰিছিলো।আজি মই নিজ মাতৃভূমিতেই ২য় বিভাগৰ নাগৰিক,বোপায়ে দিয়া মাটিটুকুৰাকে মণ্ডলে নামজাৰী কৰি নিদিয়ে।অসমত জন্ম লোৱাটো পাপ আৰু অসমীয়া হৈ জন্ম লোৱাটো পূৰ্ব জনমৰ মহাপাপ।

  • @OneplusBoy-dr6lz
    @OneplusBoy-dr6lz 8 วันที่ผ่านมา +4

    Sob tokar khel hoi ase jen lagise....hekhot aku a nohobo sabo......okol 3jon a kio???

  • @pabitranath4675
    @pabitranath4675 8 วันที่ผ่านมา +2

    প্ৰগতিশীল সিদ্ধান্ত, অহেতুক বিতৰ্ক বুলি কোৱা কথাষাৰ ছাত্ৰ সন্থাই কি হিচাবে কলে ? বুজি পোৱা নাই। AASU ৰ জন্ম লগ্নৰ পৰা AASU কৰি CRPF ৰ লাঠীৰ কোবৰ বিষ আজিও আছে। নিজ নিজ স্বাৰ্থৰ বাবে আসমীয়া জাতিৰ হানি হোৱা কাৰ্য্যৰ পৰা বিৰত থকা ভাল।
    অন্য ৰাজনৈতিক দল/সংগঠনে কিবা উলত পালত কলেও শুনিব ভাল। কিন্তু AASU ৰ পৰা ভাল নেলাগে।

  • @rajuhazarika6583
    @rajuhazarika6583 8 วันที่ผ่านมา +3

    ই হৈছে বাংলা দেশি মিয়া পক্ষৰ ইয়াক

    • @ajitdas601
      @ajitdas601 8 วันที่ผ่านมา

      Right

    • @rabi9545
      @rabi9545 8 วันที่ผ่านมา

      Right

    • @ArnibanHandique
      @ArnibanHandique 8 วันที่ผ่านมา

      Toi Bangladeshi neki lurin Jyoti ye right kotha koise

  • @ramenbarman9532
    @ramenbarman9532 8 วันที่ผ่านมา +1

    Show2 sabo start krisilu....gedajnk dexi bondho kri dilu....sry Mrinal Da

  • @ArnibanHandique
    @ArnibanHandique 8 วันที่ผ่านมา +1

    Lurin jyoti Gogoi ye hasa kotha koise Hemanta biswa sharma ye politics kari 26 election kheliba bisarise

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 8 วันที่ผ่านมา +2

    প্ৰতিবেদন খন কাৰ্যকৰী হবলৈ গৈছে গতিকে লুৰিন হতৰ কি বিলৈ হব পৰিণতি দেখি উঠি পৰি লাগিছে কিবা কৰি ইয়াক বন্ধ কৰিব লাগে । আৰু হিমন্ত শত্ৰুতা সাবাদিক কেইটাই ইয়াক লৈ স্বাৰ্থ সিদ্ধ কৰিবলৈ গৈছে । এনেকৈয়ে অসমীয়া জাতিটো ধ্বংস মাতি মাতি আজি এই অৱস্থা ।

    • @ajitdas601
      @ajitdas601 8 วันที่ผ่านมา

      Right

    • @rabi9545
      @rabi9545 8 วันที่ผ่านมา

      Right

  • @pikusaikia5953
    @pikusaikia5953 8 วันที่ผ่านมา +1

    বিৰোধী+প্ৰতিদিন টাইম সকলোৱে ভাল কাম আৰম্ভণি এটাত সমালোচনা আৰম্ভ কৰিছে এইটো অসমীয়া মানুহে লক্ষ্য কৰি আছে.......

    • @ajitdas601
      @ajitdas601 8 วันที่ผ่านมา

      Right

  • @HaidorAli-mq2yt
    @HaidorAli-mq2yt 8 วันที่ผ่านมา

    সচা কথা কলে নিগেতিভ চিন্তা কৰা বূজাই নেকি।

  • @AnjanDeka-yw7lz
    @AnjanDeka-yw7lz 8 วันที่ผ่านมา +1

    মাইকেল এ ওলপ মতাকে পৈচাতু লৈছে এইবাৰ।

  • @hiranmayedeka2520
    @hiranmayedeka2520 8 วันที่ผ่านมา

    এই বোৰৰ বিৰোধী কৰা বাহিৰে বেলেগ কাম নাই। অসমৰ জনতা এইবোৰ নেতাক ভবিষ্যতে জিন্দাবাদ জিন্দাবাদ নকৰে। আগৰ চৰকাৰ বোৰে কিয় অসমৰ জনতাৰ ভাল কাম কৰিব নোবোৰিলে বিৰোধী প্ৰশ্ন? আৰে বিৰোধী সকল হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নাম নম্বৰ লাগি আছে । মুখ্য মন্ত্ৰী তিনিবছৰ ভিতৰত সোণৰ অসম খন সোনৰ দৰে উজ্জ্বল কৰিলে । তৰুণ গগৈ ভোটৰ বাবে অসমত কৌটি কৌটি মিয়া বাংলাদেশী ভৰাই দিলে ভোটৰ কাৰণে । হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰি তত পোৱা নাই । ৰুণযোত আপোনালোকে স্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থাত ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী মোভীৰ বিৰোধে অসমৰ কা আন্দোলৰ বাহনা কৰি অসমৰ কি অবস্থা কৰিছিলে মনত আছেনে ? বিজেপিৰ চৰকাৰে কৌটি কৌটিকালৰ মিয়া অসমত ভৰাই দিব । আপোনালোক ৰাইজে ভাল নেপায়। আ জীৱন হিমন্ত বিশ্ব শৰ্মা অসমৰ জনতাৰ হিয়াৰ দাপোন হিমন্ত বিশ্ব শৰ্মা অসমৰ জনতাৰ হিয়াৰ ❤❤❤❤❤❤❤❤❤।

  • @kanakkalita7797
    @kanakkalita7797 8 วันที่ผ่านมา +1

    ইয়াৰ কথা কোনোবাই শুনে নেকি

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 8 วันที่ผ่านมา +5

    হেৰী পণ্ডিত সকল কাম হব লাগে নে দোষ খুচৰি খুচৰি দলা দলি কৰি সময় নষ্ট কৰি থাকি বকিয়েই থাকিবি । কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছে দাৰি কমা নোহোৱাকৈ কাৰ্য কৰিম বুলি সেইটোকে গোটেই মখাই যোৰ দি নধৰ কিয় । ৰাজনৈতিকে হওক বা অন্য কিবা কাৰণতেই হওঁক দেৰিকৈ হলেও মুখ্যমন্ত্ৰীয়ে কাম কৰিবলৈ আগবাঢ়িছে টো ।

    • @ajitdas601
      @ajitdas601 8 วันที่ผ่านมา

      Right

    • @rabi9545
      @rabi9545 8 วันที่ผ่านมา

      Hbs jindabad.....aibur kaam nai kiya manuh

  • @BalinKonwar
    @BalinKonwar 8 วันที่ผ่านมา +1

    অসমীয়া শব্দটো অসম চুক্তিৰ ৬নং দফাত আছে ৷ খিলঞ্জীয়া শব্দটো নাই ৷ কিয়নো অসমীয়া বুলি কলে সকলোৱে অসমীয়াৰ সংঞ্জা বিচাৰিব ৷ আটাইতকৈ দুখৰ কথাটো হল অসমত অসমীয়া কোন সেইয়া লৈ প্ৰশ্ন উত্থাপন হয় ৷ সেইয়াই বিছাৰিছিল কেন্দ্ৰীয় চৰকাৰে চুক্তিৰ সময়ত ৷ খিলঞ্জীয়াৰ হৈ সুৰক্ষা বিছৰা হলে সকলো অসমীয়াই সুৰক্ষিত হল হেতেন। অসম চুক্তিয়ে নাগৰিকত্ব দিয়া বহি ৰাষ্ট্ৰৰ অনুপ্ৰৱেশকাৰী জন ভাৰতীয় হব পাৰে কিন্তু খিলঞ্জীয়া নহয় । ৰাজনীতিৰ মেৰপেচত খিলঞ্জীয়া সঁচা অৰ্থত সুৰক্ষিত হবনে ৷

  • @sashibhusankakati748
    @sashibhusankakati748 8 วันที่ผ่านมา +1

    AAsu 6 no daphar pratibedanar malik nahai manot rakhibo

  • @bijubora1219
    @bijubora1219 7 วันที่ผ่านมา

    Song gothon keita poisa oporot sole june poisa diye sai fale jai

  • @hairprasaddeori2325
    @hairprasaddeori2325 8 วันที่ผ่านมา

    Aku Kam nai, Bye election drama

  • @bijubora1219
    @bijubora1219 7 วันที่ผ่านมา

    Aibu 2026 voit bjp kopise

  • @rajuhazarika6583
    @rajuhazarika6583 8 วันที่ผ่านมา +2

    এই জন লুৰিন জুতি গগৈ অসমৰ পৰাই খেদি পঠিয়ায় লাগে

  • @bijubora1219
    @bijubora1219 7 วันที่ผ่านมา

    Song gothon kora keita poisa luviya nohole nu eman poparity hoi ne 😂 sob natok vetori sorkar logot alu pitika moi bjp go back disu

  • @bijubora1219
    @bijubora1219 7 วันที่ผ่านมา

    Bjp natok sob

  • @lolenybird9008
    @lolenybird9008 8 วันที่ผ่านมา

    আলধৰা লিগিৰা ! 😅

  • @Shruti-fo6sx
    @Shruti-fo6sx 8 วันที่ผ่านมา +1

    লুয়ীন গগৈ কো ন হয়।যাৰ এখনো আসননায়।

  • @BijitHandique-k4t
    @BijitHandique-k4t 8 วันที่ผ่านมา

    @@folloers30k