How Abhijit Bhattacharyya writes drama and techniques of writing a drama - dimpu baruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ต.ค. 2024

ความคิดเห็น • 439

  • @rjnath1801
    @rjnath1801 5 ปีที่แล้ว +7

    Thnks dimphu da moi ajiloike dexa nasilu........bhut val lagil sini paluuu..বলক ভিডিঅ আৰম্ভ কৰো😍😍😍😍😍

  • @jyotimoydeka2800
    @jyotimoydeka2800 5 ปีที่แล้ว +19

    অভি দাদাই এদিনত এখন নাটক লিখিলেও বেয়া নহ'য়....সকলো নাটকেই সুন্দৰ ৰূপে গঢ় দিব পৰা ক্ষমতাৰ অধিকাৰী তেওঁ....ধন্যবাদ দিম্পু দা...love u..😊

  • @rupambhagabati
    @rupambhagabati 5 ปีที่แล้ว +30

    ইমানবোৰ নাটক লিখে বাবেইতো নাটকৰ স্তৰ নিম্নমানৰ হৈছে ।

  • @akhtarulhussain217
    @akhtarulhussain217 5 ปีที่แล้ว +22

    ভাল লাগিল....এইবাৰ চম্পক শৰ্মা দেৱ আৰু ৰাজদ্বীপ দাৰ নাটকৰ কথা জনাব বুলি আশা থাকিল

  • @mhcreation4158
    @mhcreation4158 5 ปีที่แล้ว +7

    দিম্পু ভাই 4 লাখ চাবচক্ৰাইবাৰ হবলৈ আৰু এদিন লাগিব। সেয়ে আগতীয়াকৈ তোমাক অভিনন্দন জনালো। তুমি প্ৰদান কৰা সকলো তথ্য বৰ ভাল লাগে।

  • @krishnakshikalita5414
    @krishnakshikalita5414 5 ปีที่แล้ว +4

    dada tumar video bur sb unique hoi soo bht njana ktha jnibo paru..thanku dimpu da khdai aneke video bnai jua🤗🤗❤

  • @uncommononlyforassam7999
    @uncommononlyforassam7999 5 ปีที่แล้ว +1

    Thanks a lot dimpu Da , I'm from barpeta aibar doult log paisilu apunk bhut vl lgil Abhijeet Bhattacharya r natokor bixoye xuni bhut vbi natok kene ke likhe Abhijeet Bhattacharya i aji sompurno kotha khini gm palu parile ebarr vlog tut script Alp plzzz dekhuai dibo bhut vl paw both u & Abhijeet Bhattacharya,,,,,, love u

  • @littlestar.7475
    @littlestar.7475 4 ปีที่แล้ว +1

    Upanar natok sai bohut val liga . Really so nice.

  • @rahulmadhab1519
    @rahulmadhab1519 5 ปีที่แล้ว +10

    দক্ষিণ ভাৰতীয় ছবি "THERI" খন বনালে ৰত্নাকৰ। তাতকৈ ভাল কাহিনী এটা লৈ আমাৰ নিজৰ সৃষ্টি কৰিব নোৱাৰিলে হেতেন নে? আমি বিচাৰোঁ আমাক বেলেগে কপি কৰক‌ আমি কিয় কৰিব লাগে। জুবিন গাৰ্গৰ কষ্টৰে ঠন ধৰি উঠা উদ্যোগটোক আপুনি আহি দবাই নেপেলাব।

  • @Assamprime24
    @Assamprime24 2 ปีที่แล้ว +31

    B.ed and d.el.ed students, give your attendance here who come here to know how to write drama 😂

  • @amarraanghar
    @amarraanghar 5 ปีที่แล้ว +2

    Val lagil First time dekha Palu tekhetok .Thanks for the great video

  • @dhritisassam
    @dhritisassam 5 ปีที่แล้ว +36

    Dimpu da please 4lakh subscribers hole live ahiba...

    • @Rolex1000i
      @Rolex1000i หลายเดือนก่อน

      Ahibo😂

  • @rupankarnath754
    @rupankarnath754 5 ปีที่แล้ว +6

    vall lagil sai? kotha kheni gom powa naselo aji gom palo ! thanku dimpo da

  • @bbfmmusicassam2371
    @bbfmmusicassam2371 5 ปีที่แล้ว +1

    Dimpu tumi ata khub dorkari kam korila.....10k like....

  • @tonmay8259
    @tonmay8259 ปีที่แล้ว

    Bohut bohut Thank you anekua ata video agbohua babe janibo pai khub vl lagil

  • @Dipankarmedhi877
    @Dipankarmedhi877 ปีที่แล้ว +4

    থিয়েটাৰ জগতৰ মাজত বৰকৈ জাৱলৈ মন গ'ল গে দিম্পু দা।

  • @sumankalitasuman4452
    @sumankalitasuman4452 5 ปีที่แล้ว +2

    Abhijit da thank you

  • @inabajit
    @inabajit 4 ปีที่แล้ว +3

    মোৰ অতিকৈ প্ৰিয় মানুহজন, ধন্যবাদ দীম্পু ।

  • @pranjalnath3636
    @pranjalnath3636 5 ปีที่แล้ว +1

    মই বিচৰা মন্ প্ৰচণ্ড এটা ভিডিঅ আজি পালো..... Tq so much dimpu daa

  • @EDUCATIONFORSTUDYJINTU
    @EDUCATIONFORSTUDYJINTU 5 ปีที่แล้ว +7

    mja dimpu da,lovely,my lovely Broo😍🤩

  • @jamesdaimari4254
    @jamesdaimari4254 5 ปีที่แล้ว +3

    Mojaaaa

  • @smilecomedy4621
    @smilecomedy4621 5 ปีที่แล้ว +2

    Dimpu daa apuni ajon technical man. Manuhe current chot hole ki koribo lage aaru ki ki bostu khabo lage eyar oporot ETA vedio bonabo soon. Please dimpu Da Moi aaponar subscriber.

  • @digitalfunmedia6691
    @digitalfunmedia6691 5 ปีที่แล้ว +3

    (এটি কাল্পনিক কাহিনী )
    আজি হিয়াৰ বিয়া ।
    ৰাতিপুৱা সকলোৱে অইনদিনাতকৈও সোনকালে বিচনাৰ পৰা উঠিল । আৰু হিয়া বাৰু তাইৰ কথা পাছতো কম । বহু দূৰৰ পৰা আলহী ‍অতিথিবিলাক আহি পালে । ডেকোৰেচন কৰা ল'ৰাজনে ৰাহুলক ক'লে ৰাহুল দোকানৰ পৰা লগৰ এজনক লৈ গৈ ফুলবিলাক লৈ আনা । মানে গধুলিলৈ কইনাৰ বিচনা সজাবৰ বাবে গোলাপফুল কইনাৰ খোপাত দিবৰ বাবে নাৰ্জিফুল আৰু ৰজনীগন্ধা ফুলৰ মালা আনিব দিলে । আৰু ৰাহুলে লগৰ এজনৰ সৈতে বাইকখন লৈ ৰাতিপুৱাই আনিব গ'ল । যিহেতু আগতে অৰ্দাৰ কৰাই আছে ।
    আনফালে হিয়াই সকলোৱে কোৱা অনুসৰি গা ধুবলৈ গল যিহেতু কিছুসময় পাছত শ্ৰাদ্ধত বহিব লাগিব ।
    গা ধুই আহি পোৱাৰ পাছত তাইক বিউটিচিয়ান গৰাকীয়ে আকৌ সজাই পৰাই তুলিলে ঠিক সেইদিনাৰ দৰে কিন্তুু পাটৰ কাপোৰৰ ঠাইত তেলশাৰীখন পিন্ধালে বাকী সকলো একে । খোপাত তাইৰ গুজি দিয়া হল নাৰ্জিফুলৰ মালা লগতে ৰজনীগন্ধাফুলৰ দীঘল মালা এডালো মেৰিয়াই দিয়া হল তাইৰ খোপাত । কিমান ধুনীয়া দেখাইছিল তাইক কল্পনা কৰিব নোৱাৰি ।
    ডেকোৰেচন কৰা লৰাজনে কইনাৰ বিচনা সজোৱাত লাগিল । কেমেৰা মেন ৰাতিপুৱাই আহি পাইছে । আৰু কিছুসময় পাছত পুৰোহিতে মতাৰ পাছত হিয়া মন্দপৰ সন্মুখত বহিল । লগত দেউতাকো বহিল যিহেতু বিভিন্ন নিয়ম নীতিৰে তাইক দেউতাকে বিয়া দিব লাগিব । ধুপ ধুনা ফুলেৰে ঠাইখিনি পবিত্ৰ হৈ পৰিল । মেহেন্দি বোলোৱা তাইৰ হাতত ফুলৰ পাহিবোৰে লুকা ভাকু খেলিবলৈ ধৰিলে । এবাৰ যদি হাতত তুলি লয় এবাৰ আকৌ দলিয়াই দিব লাগে ভগবানৰ গা লৈ । সেই সময়তে কেমেৰামেনে আৰম্ভ কৰিলেই ফটো মৰা । তাৰ মাজতে বিউটিচিয়ান গৰাকীয়ে আহি ক'লে মই আবেলি আহিম এতিয়া যাওঁ দিয়া বহুত কাম আছে ভাগৰো লাগিছে । হিয়াহতে বহুত যোৰ কৰি ভাত খাই যাব ক'লে যদিও তাই নাথাকিলে কাৰণ বহুত ব্যস্ত তাই সেইবাবে । আনফালে পেহীয়েকৰ ছোৱালী মাহীয়েকৰ ছোৱালী সাঁজি কাচি ওলাব ধৰিলেই কাৰণ কিছুসময় পাছত মানুহবোৰ আহি পাব । বেন পাৰ্টিৰ মাতে বিয়াঘৰ একেবাৰে ৰজনজনাই তুলিছে । মাজে মাজে আকৌ দি.জে বক্সত বিয়ানামো লগাইছে । সেইবোৰৰ দ্বায়িত্ব ৰাহুলৰ লগকেইতাৰ । কাষৰ তিৰোতাবিলাকে আকৌ কলহবিলাক সজোৱাত ব্যস্ত যিহেতু পানী তুলিব যাব । লাহে লাহে এজন দুজনকৈ মানুহ আহিবলৈ ধৰিলে । সকলোকে হিয়াৰ মাকে বহিবলৈ দিলে আৰু চাহ খাবলৈ মাতি নিলে । মাজে মাজে তিৰোতাবিলাকে ছোৱালীবিলাকক সোধে কইনাৰ লগত কোন যাব কোন নাযায় সেইবোৰ । এনেকৈ ১১ বাজি গ'ল । ছোৱালীবিলাক ব্যস্ত চেল্ফি লোৱাত । আৰু আলহীছোৱালীবোৰৰ লগ দিলে কাষৰ ছোৱালীবোৰ । ৰাহুলৰ লগকেইটাকটো ৰখাবই নোৱাৰি । কাৰ হেয়াৰ স্টাইল ক'ত গৈছে ঠিক নাই । পাৰফিউমৰ গোন্ধ একেবাৰে বিয়পি পৰিছে । তাৰ মাজতে কাষৰ তিৰোতা এগৰাকীয়ে সিহতক উদ্দেশ্য কৰি ক'লে ভাইটিহত যিটো দেখিছো দৰা অহালৈ তোমালোকৰ মেকআপ শেষ এ হব ।সিহতে আকৌ ক'লে নহয় আন্টি হিয়া বাৰ বিয়া বুলি এভেইল এবল মেকআপ আনিছো । লাগিলে দিব পৰাতে আছো । তেখেতে হাঁহি হাঁহি ক'লে কথাত নোৱাৰিছো তোমালোকৰ লগত আৰু । ‍
    ১২ বজাৰ লগে লগে হিয়াৰ মাক আৰু তিৰোতাবিলাকে পানী তুলিবলৈ ওলাল ওচৰৰে মন্দিৰ এটাৰ গাতে লাগি থকা পুখুৰীতোৰ পাৰলৈ বুলি । আলহীৰ ছোৱালীবিলাকো ওলাল পানী তুলিবলৈ উদ্দেশ্য সিহতৰ পুখুৰীৰ পাৰত ফটো উঠা । তেনেকৈ গল সকলো পানী তুলিবলৈ বুলি ।
    আনফালে প্ৰায় আলহীবিলাক অহা হৈছে য়ে ।
    আৰু হিয়া মন্দপৰ ওচৰতে । সময়বোৰ গৈ থাকিল । কিছুসময় পাছত তিৰোতাবিলাক আহি পালে । গেটৰ সন্মুখত কোনোবাই তেওলোকক বেৰি ধৰিলে । বিচনাচাদৰ এখনেৰে । কিবা কিবি প্ৰশ্ন শোধাৰ পাছতহে সোমাব দিলে ৰভাৰ তলত । লগে লগে কেমেৰামেনেও প্ৰতিটো মুহুৰ্তৰে ফটো তুলি ৰাখিলে । লগতে ভিডিঅ ও ।
    হিয়া পূজা মন্দপৰ পৰা উঠিল । এজন দুজনকৈ মানুহবোৰ ভাতখাবলৈ গৈ আছে আৰু হিয়াই হাতত শৰাই লৈ সকলোকে মাত দিছে । কেতিয়া আহিলে? ভাত খালেনে নাই আৰু বহুতো ।
    ঠিক তেনেতে জোনাক আহি ওলাল । আৰু সি ক'লে - ৱাও চালিয়া লাগিছে দে তোমাক আজি । ৰবা ৰবা চেল্ফি এখন লওঁ । তেনেকে হিয়াৰ লগত বহুকেইখন ফটো তুলিলে সি । তাৰ মাজতে সি সুধিলে অই দৰা কেতিয়া আহি পাব অ । আকৌ এবাৰ বুকুখন ধপ ধপাই গল তাইৰ ।কলিজাৰ মাজেৰে এটি অসহ্য বিষ পাৰ হৈ গল তাইৰ । জোনৰ নিচিনা মুখ খন অলপ সময়ৰ বাবে হলেও কলা পৰি গল । তাই কলে ১১ বজাত আহিম কৈছে । তুমি ভাত খোৱাগৈ বুলি তাই কথাটো বেলেগফালে লৈ গল । আলহীৰ ছোৱালীবিলাকেও কইনাৰ লগত ফটো উঠিলে । হিচাপ নাই সকলোৰে মোবাইলৰ গেলাৰীত কিমান ফটো আবদ্ধ হল । তাৰ মাজতে বহুতে হোৱাটচআপ ফেচবুকত স্টেটাচ দিলে । selfee with hiya ba ... কিছুমানে আকৌ দিলে হিয়া বাৰ বিয়াৰ কেইটামান ভাল লগা মুহুৰ্ত । .....

  • @jaanmoniborphukan2109
    @jaanmoniborphukan2109 5 ปีที่แล้ว

    Aji lekhe akhetok dekha naisilu o aji he dekhilu Val lagil Dost mojjjjaaaaa Mojjjjaaaaa tamam

  • @niyoresmiofficialmusic8161
    @niyoresmiofficialmusic8161 5 ปีที่แล้ว

    thnk you sir k aji frst dekha palu

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 ปีที่แล้ว +2

    🎉❤❤

  • @mrigankadeka7521
    @mrigankadeka7521 5 ปีที่แล้ว +2

    ভাল লাগিল !,,,পাৰিলে যুৱ নাট্যকাৰ ৰাজদ্বীপ ৰ interview এটা লোৱা,,,

  • @m.dexperimentdas6469
    @m.dexperimentdas6469 5 ปีที่แล้ว +1

    Mojaa dimpu da

  • @Farukkhan-vc5ut
    @Farukkhan-vc5ut 5 ปีที่แล้ว +5

    Nice dimpu da

  • @TonyStark-bz7lg
    @TonyStark-bz7lg 5 ปีที่แล้ว +42

    Valei asil but Abhijit dar bahire blg ajn writer lbo lagisile..sobei jana atia theatr bilkt theketr babe koto kimn ki ghoti ase...tekhetk nloi mr bodhere Apuni RAJDEEP dadk lobo lagisil..vl lagile hoi

    • @TonyStark-bz7lg
      @TonyStark-bz7lg 5 ปีที่แล้ว

      @Binoy Sharma hmm thikei koiso bro...jidinakhnr pora tekhetr ktha hunisu ankuwa lage jen tekhetr natok jt thake saboi najau..Rajdeep da htk loi ahok.notunnotto ahi jab

  • @debeswarpanging9803
    @debeswarpanging9803 5 ปีที่แล้ว +3

    Moza

  • @vlogs3057
    @vlogs3057 5 ปีที่แล้ว +3

    Mjaaaa dimpu daa i love u❤😘

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 5 ปีที่แล้ว +8

    Abhijit da Script, Screenplay & dialog by Ratnakar

  • @adityasaikia3275
    @adityasaikia3275 5 ปีที่แล้ว

    Mja lgil dimpu da

  • @jyotikoch9627
    @jyotikoch9627 5 ปีที่แล้ว +4

    Mojja

  • @assamevillageboy9179
    @assamevillageboy9179 5 ปีที่แล้ว

    Dimpu da apunar video bilak hosai bohut val lage.

  • @Mukta140
    @Mukta140 2 ปีที่แล้ว +1

    Big fan Abhijit sir ❤️❤️

  • @EzazAhmed-cw1ky
    @EzazAhmed-cw1ky 5 ปีที่แล้ว +3

    tammm

  • @KangkanNath674
    @KangkanNath674 3 หลายเดือนก่อน

    Dipu da akhetok aji sini palu
    Bahut nam xhnisilu kintu sini pua nasilu ধন্যবাদ❤

  • @dhrubafilms5576
    @dhrubafilms5576 4 ปีที่แล้ว +2

    My fav... Writter

  • @nlcproduction7002
    @nlcproduction7002 5 ปีที่แล้ว +1

    Val lgil sir

  • @BhargabsBVlog
    @BhargabsBVlog 5 ปีที่แล้ว +1

    খুব ভাল লাগিল।

  • @xubashxonasarma3254
    @xubashxonasarma3254 5 ปีที่แล้ว +1

    Nice video Dimpu dada

  • @goswamivlogs7589
    @goswamivlogs7589 5 ปีที่แล้ว

    অতীৱ সুন্দৰ

  • @axomboydjhrishi9102
    @axomboydjhrishi9102 5 ปีที่แล้ว +1

    Luv uuuuuuuu dimpu da

  • @tikumoninath187
    @tikumoninath187 5 ปีที่แล้ว

    sai bohut val lagil.

  • @manabdasassamboys1023
    @manabdasassamboys1023 5 ปีที่แล้ว

    বহুত ভাল লাগিল।

  • @deen-e-talk6777
    @deen-e-talk6777 5 ปีที่แล้ว +2

    Interesting video DIMPU da

  • @debojitkonwar8355
    @debojitkonwar8355 5 ปีที่แล้ว +2

    Nsuake video2 kolu you r best

  • @sfscg3358
    @sfscg3358 5 ปีที่แล้ว +3

    তো বোলক Next ভিডিঅ টো আৰম্ভ কৰোঁ।

  • @dasentertainment5850
    @dasentertainment5850 5 ปีที่แล้ว

    Dimpu da bohut xundor.. Ata video dekhuwala.. Kiba ata janibo parilu..

  • @manashborah9094
    @manashborah9094 4 ปีที่แล้ว +1

    Nice video Dimpu da

  • @digantahaloi9644
    @digantahaloi9644 5 ปีที่แล้ว +2

    Gd job

  • @binodff139
    @binodff139 5 ปีที่แล้ว +1

    Mjja

  • @csreal
    @csreal 5 ปีที่แล้ว

    Bhal lagil

  • @volenatblog6087
    @volenatblog6087 5 ปีที่แล้ว +3

    Moja 🙏🙏🙏

  • @prasantasaikia7611
    @prasantasaikia7611 5 ปีที่แล้ว +8

    এদিনতে লিখ কাৰণেই নাটকবোৰ বকবাচ হয়,লগতে বলীউডৰ চিনেমা কপী কৰি লিখিবলৈ কিমাননো টান😂

    • @sultanalikhanali433
      @sultanalikhanali433 2 ปีที่แล้ว +1

      Borhia

    • @BR-bv9zf
      @BR-bv9zf 9 หลายเดือนก่อน

      ​@@sultanalikhanali433toi akhn likh sun sau kimn khohoj😮

  • @rahulgogoi.....9913
    @rahulgogoi.....9913 5 ปีที่แล้ว +3

    Majaa

  • @nirmalkoch737
    @nirmalkoch737 ปีที่แล้ว

    Dimpu tumi Iman high level sinta Kora .sagoror manik kenekoi butolib para?

  • @dsmallmagic3940
    @dsmallmagic3940 5 ปีที่แล้ว

    মজা লাগিছে vedeo2 ছাই

  • @AtikurRahman-ou6ic
    @AtikurRahman-ou6ic 9 หลายเดือนก่อน

    আমি ষষ্ঠ শ্ৰেণীত পাঢ়ো। আমি ৮ জন ছাত্ৰ ছাত্ৰী য়ে এখন নাটক ৰচনা কৰিছিলো । নাটক খনৰ নাম আছিল "দুৰ্গা পূজা" । নাটক খন আমি স্কুলৰ " গীত মাতৰ গধূলি"ত কৰিছিলো। নাটক খন ইমানে ভাল হৈছিল যে আমাক প্ৰথম পুৰস্কাৰ দিয়ে । তেতয়াৰেপৰা আমি এখনৰ পৰা এখনকৈ নাটক লিখিলেও । নাম আছিল , উৰুকা, স্বাধীনতা, ব্যবহাৰ ইত্যাদি❤❤❤❤

  • @vallorachannel7287
    @vallorachannel7287 5 ปีที่แล้ว

    Nice dimpu dada

  • @Tonmoysaxom
    @Tonmoysaxom 4 ปีที่แล้ว +1

    next level

  • @kukilmusic9218
    @kukilmusic9218 5 ปีที่แล้ว +3

    👌👌

  • @somdas349
    @somdas349 5 ปีที่แล้ว

    Tmm🤗😊

  • @babag.prasantapegumisingao8993
    @babag.prasantapegumisingao8993 5 ปีที่แล้ว +1

    Filim kelekoi like, dimpu daa video bonaboson

  • @dhrupspecialgaming3259
    @dhrupspecialgaming3259 5 ปีที่แล้ว +14

    I am your real big friend's and I am fast dada🤗🤗🤗

  • @unlimitedfunnyvideo6963
    @unlimitedfunnyvideo6963 5 ปีที่แล้ว +1

    সচাঁকৈয়ে অভিজিৎ দা ভাল নাটল লেখক অসমৰ বাবে উজ্জল নক্ষত্ৰ, দিম্পু ভাই।

  • @abedurrahman2633
    @abedurrahman2633 5 ปีที่แล้ว +1

    Dimpu da aru rajdeep ,sampak sarma etc writer bilakr script dekhaba .thank you dimpu da

  • @Mr_Musaddik_Ahmed
    @Mr_Musaddik_Ahmed 5 ปีที่แล้ว

    Nice

  • @BikashBharali
    @BikashBharali 5 ปีที่แล้ว +3

    Sir r naatok bur khubei vaal lage..💕💕💕 asorit lage dei emn natok emn kom xomoyt kenekoi sristi kore

  • @dreamsi3210
    @dreamsi3210 5 ปีที่แล้ว

    Mozza dimpuda

  • @assamvlogsassameschanel7627
    @assamvlogsassameschanel7627 5 ปีที่แล้ว +2

    Vl lgil video2

  • @jobinrabhajobinrabha812
    @jobinrabhajobinrabha812 5 ปีที่แล้ว +1

    Dimpu da my najanisilu aji he janilu

  • @nayanjyotinath2786
    @nayanjyotinath2786 5 ปีที่แล้ว +9

    সেই চিনেমাখনৰ নাম হ'ল যতীন বৰাৰ "ৰত্নাকৰ" ।

    • @Anamika-1233
      @Anamika-1233 3 ปีที่แล้ว

      Seikhonor original name hol "Their".....😂😂😂

  • @technicaleducationinhindi8601
    @technicaleducationinhindi8601 5 ปีที่แล้ว +4

    Moja

  • @deepjyotimedhi3656
    @deepjyotimedhi3656 5 ปีที่แล้ว

    Nice vedio Dimpu

  • @bhargabkakati588
    @bhargabkakati588 5 ปีที่แล้ว +1

    মুনিন বৰুৱা ছাৰৰ নাট একদম একনম্বৰ আছিল । এইবিলাক দুই নম্বৰী

  • @nasreenamuskan9168
    @nasreenamuskan9168 5 ปีที่แล้ว +1

    Moi apunar bht dangor fan

  • @VARIETIESASSAM
    @VARIETIESASSAM 5 ปีที่แล้ว +5

    😍😍😍

  • @rjbablu7323
    @rjbablu7323 5 ปีที่แล้ว

    Moi Nalbari lora babe theater bixaye beya koi nakow.... Karn amr gowarb👌👌👌bht vl paw... Kintu abhijeet dada o beya napw... But kisuma natk cinema pra copy kre moi 100% koisu.. tenekuwa copy natak ase.....dimpu aponak o bht vl lgise apuni je comment 2 dib pra kri dise... Aguway jowa❤❤❤❤😘👌

  • @nayan-A-to-Z
    @nayan-A-to-Z 5 ปีที่แล้ว +2

    Unique video👌👌👌

  • @juwlarrahmanvlogs....1040
    @juwlarrahmanvlogs....1040 5 ปีที่แล้ว

    Val lagise video to

  • @uniqueabhik9916
    @uniqueabhik9916 5 ปีที่แล้ว

    Tomar video amr khub valo lage dimpu Dada.. Amr comment er reply dile khub valo hoy.... I m from west bengal

  • @sourav0756
    @sourav0756 5 ปีที่แล้ว

    You are so lucky

  • @rockminds9799
    @rockminds9799 5 ปีที่แล้ว

    Maja dada

  • @বিশ্বজিৎবৰুৱা
    @বিশ্বজিৎবৰুৱা 5 ปีที่แล้ว

    মজা

  • @Anonymous9.9.
    @Anonymous9.9. 5 ปีที่แล้ว +1

    Vlog video bilak apuni olop long kori bonabo...dimpu bhai..

  • @assamgrade951
    @assamgrade951 5 ปีที่แล้ว +2

    Barry Barry Nice Dimpu Da

  • @bplvlogs7453
    @bplvlogs7453 5 ปีที่แล้ว +2

    Master of Bhamyaman

  • @jonalidevi7845
    @jonalidevi7845 5 ปีที่แล้ว

    Jniba mn jai thaka ktha ata tmr aii Video2 r pra jniba dia krna thank u..

  • @arupjyotimahanta3176
    @arupjyotimahanta3176 5 ปีที่แล้ว +4

    Eituk baru Sir buli matibo parine? The most famous Knighthood 'Sir' title ei kukurtuk kene k dibo pari he?
    Jitur Dimpuk 'Bohi lua' buli koboloiu murot nekhelale. Kolei nohoi xi " Chetan Bhagat r novel pohisu, tar character e muk inspire korise".
    Ready houk raiz, eibar Chetan Bhagat r novel r copied version saboloi👏👏

  • @snakeeyeseyes4019
    @snakeeyeseyes4019 5 ปีที่แล้ว +2

    Dimphu da

  • @rupjyotisvlogs3264
    @rupjyotisvlogs3264 5 ปีที่แล้ว +41

    Bollywood Hollywood r film bilak sai sai copy marba parli a hl...ai2 a talent ase tar blg ako nai...

  • @Holaaa325
    @Holaaa325 5 ปีที่แล้ว +1

    MojA

  • @kamaldeka1738
    @kamaldeka1738 5 ปีที่แล้ว +1

    Dimpu da 4lakh subscribers hole live ahiba...

  • @Harshitapriyam285
    @Harshitapriyam285 5 ปีที่แล้ว

    very nice

  • @himanshudeka6798
    @himanshudeka6798 5 ปีที่แล้ว +1

    Now Rajdeep is best

  • @BIKASHa7b
    @BIKASHa7b 5 ปีที่แล้ว

    Borhia

  • @shankardas23
    @shankardas23 5 ปีที่แล้ว +1

    Nice.. akhon natok likhile kiman toka pai btw