মাজুলীত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ।
ฝัง
- เผยแพร่เมื่อ 3 ก.ค. 2024
- মাজুলীত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। উপস্থিত হৈ মাজুলীৰ কমলাবাৰী-পহুমৰা সংযোগী মথাউৰীৰ জুগুনিধাৰী অংশত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে যোৱা ১ জুলাইত চিঙি নিয়া অংশটো পৰিদৰ্শন কৰে সাংসদ গৰাকীয়ে।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews
গৌৰব গগৈ ডাঙৰীয়া আপুনি হাতে কামে কাম কৰি দেখুৱাব বুলি আশাৰে বাত চাইছো.অসম গৌৰব গৌৰব গগৈ.🙏🌹
সঁচাই ককা জনৰ বহুত ধ্বংস হৈ গল বহুত বেয়া লাগিল
ধন্যবাদ গৌৰৱ চাৰ মাজুলী বাসীৰ বান দুৰ্যোগৰ খবৰ লোৱাৰ বাবে।
প্ৰকৃত জনপ্ৰনিধি ৰাইজৰ মাজত দূখৰ সময়ত থিয় হোৱা জনহে যেনে গৌৰৱ গগৈ।
জলবিদ্যুৎ প্ৰকল্পৰ বাবে শেষ হৈ যাব সকলো।
গৌৰৱ গগৈ ডাঙৰীয়া আপুনি যিমান পাৰি সোনকালে সহায় কৰকচোন।চৰকাৰৰ কাৰণে ৰৈ থাকিবলৈ হ'লে মানুহবোৰে অনাহাৰে দিন কটাব লাগিব।
Good process
Aihe sangsad
. ki sundar bhabe raijar buj loich.Jindabad Gourab Gogoi.
ককা জনলৈ বহুত বেয়া লাগিল পাৰিলে সহায় কৰক
গৌৰব গগৈক কাম কৰিবলৈ সহায় কৰে যেন,
বৰ্তমান আশ্বাস দিলে -
যিমান পাৰি সোনকালে সহায় কৰক। বিভাগৰ বিষয়া লৈ নৰবু। তেওঁ লোকে একো নকৰে। বদনাম আপোনাক দিব।
Joi Gaurab.
G gogoi zindabad❤❤❤❤❤
গৌৰৱ গগৈ ডাঙৰীয়া আপুনি যিমান পাৰে বানপীড়িত মানুহখিনিক সহায় কৰক।কেৱল মানুহৰ মাজত সোমাই থাকক আপুনি।এটা কথা মনত ৰাখিব আপুনি ২০২৬ ত অসমৰ মূখ্যমন্ত্ৰী।
আপুনি সপোন দেখি থাকক এতিয়াৰ পৰা।গৌৰৱ গগৈ যোৰহাটৰ বাহিৰে বেলেগ সমষ্টিত মস্ত এটা শূণ্য। মুখ্য মন্ত্ৰী তেওঁ অসমৰ নহয় ভৱিষ্যতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হে হব,যি ধৰনে মিয়াৰ লগত মিতিৰালি কৰি ফুৰিছে, এতিয়া নিজৰ তিৰোতা জনীক মিয়াৰ ওচৰত নগতালে হে ৰক্ষা।
Majuli samasya MP CM Milkar HAL karna chahie
raijor bilai nuhua hoisa bor bea lagisa
Gaurav daa great but Rajiv lushan pegu kuttatoi Eko nokorile
Etia aru eko chinta Kariba nalage raiz natun mp ahise Mane banpani sesh.
How calmly and patiently he is hearing the pain of flood victims unlike others...uporor maal and company...
Where is Mr.Rana Goswami (Palti Ram of Assam)
মাজুলীত গৌৰৱ গগৈ, মাননীয় সাংসদ বানপিড়িত অঞ্চল ভ্ৰমন আৰু দুৰ্গত ৰাইজৰ খবৰ কৰিছে ।ধন্যবাদ জনাইছোঁ ।
Great leader
Bohut dhukor kobor 😢😢😢😢😢😢😢😢😢
Good job
Himanta haribo laage 2026't aru Gaurav Gogoi CM hobo laage.
Gaurav gogoi zindabad
হিমন্তৰ নোম এডালো লৰাব নোৱাৰে গৌৰৱ গগৈয়ে।2026ৰ বিধানসভা নিৰ্বাচনত congress e 20 খনতকৈ বেছি আসন নাপায় লিখি ৰাখক কাগজ এখনত।
@@ranjankakati4844 Gaurav gogoi a num naralai kintu cm r chair hilai dib.
@@chandandutta3186 নিজৰ ঠাইত জিকিছে সেইটোৱে ডাঙৰ কথা।30 খন আসন পায় দেখুৱাই দিয়ক গৌৰৱ গগৈয়ে অহা বিধানসভা নিৰ্বাচনত। তেওঁৰ কিমান যোগ্যতা আছে, তেওঁ কিমান দক্ষ গম পোৱা যাব।
@@chandandutta3186 গৌৰৱ গগৈক যোৰহাটতে সন্তুষ্ট হৈ থাকিবলৈ দিয়া তাৰ বাহিৰে বেলেগ সমষ্টিত তেওঁ এটা মস্ত শূণ্য।
ই কি দিব।
Ai Rajiv lushan pegu bula jon 15 years Majuli MLA hoi jalashampad bivagar minister asil, taak abar shudhi sauk majuli karone ki korile.Taak parile apunar logat loi nufuribo.Apunar tew image tu he beya karibo
Gogoi sirr left falor manuh jn akasmt amrish puri hen palu o😂😂
Agarto bqd diba diak b j pa ki karise akal manuhak taka dilei nahaba himantai manuhak bqsaba lage
Jonosadhanorr tax loai charkar Gaurab gogai kor pora thibo
Gaurav Khan. Tumi. Koliabarot Ki. Korila. , Raije. Atia Dekha Pabo Ki. Koribo
Murkha ,gaurav gogoi r title najan?
Jodha murkho....flood.t iman manuh affected hoi ase..Assam State tu BJP ruling state hoi ...Chandra Mohan Patowary (wildlife minister) aru Jogen Mohan (disaster Management minister ) hoi
Xihotok dukh de toi agote xihote ki kori asile...xothik measure kio lua nai
Gaurav khan koi lab nai yat... communalism er aru etiya...
Focus on serious issues that we are facing now...
E ata johora sontan mare najane kar sontan toi...pukor seleka😂
Himanta Biswa Sharma e ki kori ase Val k dekhisu
গৌৰবৰ উপাধি খান নহয়,আপোনাৰ মগজুৰ সমস্যা আছে, তেও গগৈ লিখে। 😅😅 আপুনি গৌৰবৰ সৰি পৰা নোম এডালৰো যোগ্য নহয় 😅😅
গৌৰৱ গগৈ কলিয়াবৰক বান মুক্ত কৰি থৈ গ’ল ৷ এতিয়া কলিয়াবৰৰ মানুহে বানপানী কি বস্তু চিনিয়েই নেপায় ৷ এইবাৰ মাজুলীকো কলিয়াবৰৰ দৰে কৰি তুলিব ৷
Sri Apuni apunar Deutar dore ajon bhal CM houk .ami xodai saport korim kori jam. Thank you.
Ki dal debo raijok dakha pabo 😅
দিব পৰা নূৱাৰটু পাচৰ কথা বিপদৰ সময়ত মাতখাৰেই বহূত ডাঙৰ কথা
@@iuniun9530 tanahola pani ni khowa bostu ni aibur koi thok tu alop komai debo kowak manhuburok
Bjp r nata bura a sob thait goi manhuhok khohai koresa balag bur kot baki dui ajon a paneit a noma ni dakha
দিব পৰা বোৰ ক'লৈ গ'ল?@@iuniun9530
Toi ghorot bohi ki bal sudi aso ebar ahiso ne sabo kiman durjog hoise manuhor
Akha koru, Khota khot khota khot Majuli bakhi a 8500 toka koi pabo..
65 year Congress government Majuli babe alop development kam kora hole aji ene abosta nohol hoi..
8500 dibole atia central t Congress government ne Bjp government 😂
হিমন্ত বিশ্ব শৰ্মাই বেছি কষ্ট কৰিছে,গৌৰৱ গগৈতকৈ হিমন্ত ককায়ে বানপীড়িত লোকৰ ওচৰলৈ বেছি গৈছে।আগতে এনেকুৱা মুখ্য মন্ত্ৰী দেখা নাছিলো যে কি ধৰনে ৰাইজৰ দুখ- দুৰ্দশাৰ সময়ত ৰাইজৰ ওচৰত থাকি জনতাক সকাহ দিছে।আগৰ সময়চোৱাৰ মুখ্য মন্ত্ৰী সকলক বানপানীৰ সময়ত কেৱল দিছপুৰতে বহি থকা দেখা পাইছিলো, কিন্তু হিমন্ত বিশ্ব শৰ্মা এইক্ষেত্ৰত পৃথক,সেইবাবে হয়তো তেখেতে অসমৰ জনতাৰ মৰম বুটলিবলৈ সক্ষম হৈছে।
Gourav gogoi zindabad
@@noyanmonibora6866 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।
বানপানীৰ সময়ত এটা কথা মনলৈ আহিছে, যেতিয়া তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী আছিলে তেতিয়া নিউজ চেনেলৰ মানুহে অসমৰ বানপানীৰ কথা সুধিলে তেওঁ কৈছিল যে কিনো ডাঙৰ কথা আমেৰিকাতো বানপানী হয়।এনেধৰনৰ অবান্তৰ,ফাল্টু, অযুক্তিকৰ কথা কৈছিল, কিন্তু আজিৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ধৰনৰ কষ্ট কৰি দিনে -নিশাই ৰাইজৰ কাষত থিয় দিছে।
Bagan 😹👽👽
আমেৰিকা যুক্তৰাষ্ট্ৰত সঁচাকৈ বানপানী হয় মই আজি নিজেই দেখিছোঁ।@@ranjankakati4844
Himanta biswai manuhar majot gou dekhun hahi dat selaii thake
Aidale eku koribo nuare.. Boss a ji kobo koi takei siyori thake lok sabhat..