প্ৰতি অংগে অংগে | Prati Onge Onge - Written by Dr. Bhupen Hazarika and composed by Jayanta Hazarika
ฝัง
- เผยแพร่เมื่อ 24 ต.ค. 2024
- প্ৰতি অংগে অংগে | Prati Onge Onge - A tribute to Dr. Bhupen Hazarika and Jayanta Hazarika, on their birth month.
You are watching it only on ReelDrama!
Song: Proti Onge Onge
Written by : Dr.Bhupen Hazarika
Tune by : Jayanta Hazarika
Singer : Mayukh Hazarika
Music Production: Ambar Das
Video conceptualised and made by: Arnav Jyoti Mahanta
Download the Reeldreama app and subscribe now. Watch a wide array of Assamese films, short films, web series, Theaters, various shows, and masterclass.
Reeldrama - The one-stop destination of Assamese entertainment.
Download the app from :
iOS and Apple TV: bit.ly/reeldram...
Android TV: bit.ly/reeldram...
Android Mobile: bit.ly/reeldram...
Roku: bit.ly/reeldram...
Web: www.reeldrama.com
Amazon Firestick: www.amazon.com...
Also, join us on social media channels-
Facebook : / officialreeldrama
Instagram : / officialreeldrama
LinkedIN : / reeldrama
Twitter : / reeldrama2
❤❤❤❤❤❤
Ek oinotom Xundor geetor sristi
অতিশয় মনপৰশা গীত। দুই গৰাকী মহান দৰদী শিল্পীৰ কথা আৰু সুৰেৰে,আপোনাৰ দৰদী কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে। গীতটি শুনি আপ্লুত হলোঁ। এনে এটি চিৰসেউজ গীত উপহাৰ দিয়া বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।
Thanks a lot👃
বৰ ভাল লাগিছে।
চিত্ৰায়ন দৃষ্টিনন্দন হৈছে।
Absolutely amazing !!
অতি সুন্দৰ
Brilliant Mayukh.❤️ from Sydney.
Mja
অতি সুন্দৰ উপস্থাপন। হৃদয় চুই গ'ল। ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত। 🙏🙏
Thanks
Beautiful vibes
সুন্দৰ ৰাজা দা, ভাল লাগিল৷ আৰু বহু আপুৰুগীয়া গীত শুনিবলৈ আশা কৰিলোঁ অনাগত দিনবোৰত৷
অপূৰ্ব ...! এটি বৰ সুমধুৰ গীত শুনিলোঁ। দুয়ো গৰাকী অমৰ শিল্পীৰ কথা আৰু সুৰৰ অমূল্য অৱদানেৰে এটি চিৰসুন্দৰ গীত। প্রিয় শিল্পী ময়ূখ হাজৰিকাৰ সুৱদি দৰদী কণ্ঠত প্ৰাণৰ শিল্পী ৰাণাদাৰ প্ৰতিধ্বনি শুনিবলৈ পালোঁ। মুগ্ধ হ'লো গীতটি শুনি। share কৰিলোঁ...।
Waoo awesome
ভাল লাগিছে❤️
হৃদয়স্পৰ্শী ❤️
জোনাক কাঢ়ি নিনিবি " এলবামটোৰ গীতবোৰ upload কৰিবছোন ।
সুন্দৰ ভাল লাগিল ❤️
অতি উত্তম 🤩
গানটো শুনি বহুত বহুত ভাল লাগিছে।
What a composition..why at production 🥰🥰🥰🥰
Totally loved it ❤️❤️❤️❤️❤️🙏
Thanks for your appreciation
তিনি যুটীৰ,,,,,,,
দুই যুটীৰে,ই যেন এক প্ৰাৰম্ভনি।🎶👏🎤💖
Thanks
Beautiful song n Fantastic Picturisation n Background Pics..Loved it.. 👌❤️👍
Beautiful ❤️
Love to the entire team ❤️
Thank you
অকণমানো মূল গীতৰ ওচৰ চাপিব পৰানাই এওঁ । হেমেন হাজৰীকাই বৰ সুন্দৰকৈ গাইছিল ,এই গীতটি ।
ক্ষমা কৰিব কিন্তু, "পুৰনি কন্ঠ বা সুৰেই সদায় ভাল" এই চিন্তা ধাৰাৰ পৰা অলপ বাহিৰলে আহি নতুনক আকোঁৱালিব শিকিব লাগিব।
ময় পিছে গীতটি শুনি বৰ ভাল পাইছো।
Awesome. Well made tribute 👌
Dekhi jeeee.........nnnnnn####@₹&
অতি সুন্দৰ ।
Jayanta Hazarika had been so ultra modern in his tunes that is so modern even today and will remain so for long