MANUHE KI KOBO// OFFICIAL VIDEO 2023 //VREEGU KASHYAP // PULAK NATH & SUNIT GOGOI || PRIYAM PALLABEE
ฝัง
- เผยแพร่เมื่อ 10 ก.พ. 2025
- "মানুহে কি ক'ব" বহু ক্ষেত্ৰত কিছু কাম কৰিবলৈ আগবাঢ়িলে সঘনাই আমাৰ মনলে অহা এটি বাক্য/প্ৰশ্ন ইত্যাদি।গীত টিৰ উপস্থাপন প্ৰক্ৰিয়া ৰাইজক মনোৰঞ্জন দিবলৈ কিছু ব্যংগাত্মক আকাৰত প্ৰস্তুত কৰা হৈছে যদিও শেষলৈ গীত টি উপভোগ কৰিলে সমাজলৈ এটি ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত কৰিব।
গীত টি উপভোগ কৰি কেনে পালে Comment Section ত এবাৰ জনাব বুলি আশা থাকিল ।
FOR LIVE SHOWS
+919864089710 👈
+919678336943 👈
AUDIO TEAM 👇
Singer - Vreegu Kashyap
Music - Pulak Nath
Lyricist - Sunit Gogoi
Bihu Dhol - Lachit Baruah
Flute - Pradip Deka
Mix & Mastering - Diganta Bordoloi
Recorded at STUDIO VREEYAM,(Jayanagar
Guwahati) by Geet Bharali
Background Score - Shekhar Jyoti Goswami
VIDEO TEAM 👇
Video Concept - Vreegu Kashyap
Starring - Geetawali Rajkumari, Himangshu Prasad Das, Priyam Pallabee, Siddharth Goswami, Anu Basumatary, Pakhi Rajbangshi, Sauvik Rajkhowa, Rose Bordoloi,
Direction - Sachin Baruah
Asst - Samin Das
Editor - Manas Kashyap
Camera - Bitul Das
Makeup - Barby Khan & Nitul Thengal
Production Design - Prasanta Saloi
Social Media Handles of Vreegu Kashyap
Instagram - www.instagram....
Facebook Page - www.facebook.c...
Facebook Account - www.facebook.c...
Bhrigu Kashyap (199K PLUS FOLLOWERS)
WhatsApp - +91 87619 69399
How May We Help You for Bookings👇
+91 96783-36943
Email - vreegukashyapliveenquiry@gmail.com
মৰা মানুহক গাখীৰ দি লাভ নাই
আচলতে, জীয়াই থকা মানুহক পানী দিয়া মানুহহে লাগে।
কি সুন্দৰ কথা কৈছে!!!😍
Bohut dhunia Dada hedoit Sui gol
Hosa ktha
Zxxx. Tg1
ATSHA
@@mousumibawri7216rth🎉🎉😂❤. 😢😮😅😊
Mojja vini superhit
অন্ত চুই গল ভিগু দা❤💝সছাকৈ মানুহে কি কব তাক লৈ চিন্তা কৰিব নালাগে নিজৰ ভাল লগা কামবোৰ কৰি যাব লাগে👍বহুত বেছি ভাল হৈছে আগুৱাই যাওক
Mojja mojja ooo vrigu da...bohut val lagil...kiba ata notunotto dekhiboloi palu...bohut bohut dhnyobad❤❤
অন্তৰ চুই যোৱা কাহিনীৰে ব্যতিক্ৰমী ৰূপত ভৃগু দাৰ নতুন গীত উপহাৰ ।।🙏
সচাই বৰ ভাল লাগিল দেই ❤️❤️❤️❤️
Umm val hoise story
u you uuyyui
@@sanjibkashyapsasamesesong8397🎉🎉😢😮 Kno
Mojaaa ❤️
Nomol daa r hekhor dailok ti. Vall lagil 💞✨
Ahi gol 🥳🥳🥳 mojaa gan tooo ❤️❤️
woww mozaa hyse dei vregu da...nice
বহুত বহুত অভিনন্দন দাদা 💐💐 আৰু ধুনীয়া ধুনীয়া গীত উপহাৰ দি যাওঁক ❤️❤️🙏🙏 ভাল লাগিল শুনি....🌼🌼
Oti xundar
Vaxare bojabo nuyari
Ei gaan tu jone jone val paise ata like aru vreegu dar babe
Ei gaan tu jone jone val paise ata like aru vreegu dar babe
Video consept টো বৰ ধুনীয়া হৈছে। সমাজলৈ এটা খুব সুন্দৰ বাৰ্তা পেৰণ কৰিছে। 👌
🎉
Vreegu da সচাঁকৈ বহুতেই ভাল লাগিছে গানটো শুনি।
এক নতুনত্ব সৃষ্টিত সমাজৰ প্ৰতি পিনে আগবঢ়াই দিছা।
সঁচাকৈ ভৃগু দাৰ প্ৰতিটো গীতেই বোৰ ধুনীয়া লাগে। আৰু কোনে কোনে ভাল পোৱা এটা এটা ভৃগু দাৰ বাবে এটা like কৰা।বহুত দিনৰ পৰা আশা কৰি আছিলোঁ।
কেতিয়া চাব পাম পাম বুলি আৰু finally আজি আহি গলে। বাকী ভালেই লগিলে চাই। বহুত বহুত ভাল লাগিছে এনেকুৱা গীত এটা আমাক উপহাৰ দিয়া বাবে ভৃগু দাক আমাক।
Bohut besi vl lagil👍
Concept jui dada💯... Apuni alp holeo blg ot ke blg👌... Protito vdo kiba notun dbo sesta kore 🔥...Maina dore Eitu gaan o Superhit hboi sure ekdm... Always Vreegu daa juii 🔥🔥 #VK lover❤️
Story awesome vrigu da 1000 bar man salu 1 week t , love u
Waiting 🤗মানুহে যি কয় কব আৰু 🌝👍
I love Vreegu da❤.
Vreegu dar Karona ata like.
Manuhe ki kobo album ti sai bohut bohut val palu aru hoise 👌🥰😘
1 like diya
অন্তৰ চুই যোৱা কাহিনীৰে ব্যতিক্ৰমী ৰূপত ভৃগু দা ৰ নতুন গীতৰ উপহাৰ......💕💫👍
বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ দাদা । 💫✨🥰💕
Song tu dhuniya vreggu da aru video tu tatkoi besi dhuniya 💞💞
Juii lagise 🔥🔥🔥🔥🔥🔥🔥
Mojjjaaaaaa💞😛
এই গানটোৰ জৰিয়তে মানুহৰ বহুতো উপকাৰ হব। গানটো শুনি বহুত ভাল লাগিল।
বহুত ভাল লগা হৈছে। আৰু অলপ সময় বেছি হব লাগিছিল। চাই যেন হেপাহ নপলাল। ❤️
Priyam ba aru vreegu dar babe 1ta like..❤️👍
Gaan to ata xundor massage dise vl lagil logote xhokolure acting dhuniya hoise ♥️
Vreegu Da Apnr Gan Bur Bht Vl Lage😍❤Vreegu Da Mein☺
ইমান ধুনীয়া concept, সুন্দৰউপস্থাপন।
Bahut Val lagil xuni anekoi aguai jaok vrigu da🥰♥️
কি বুলি কমেণ্ট দিম ভাবি পোৱা নাই☺ ভৃগু দায়ে আমাৰ সমাজত চলি থকা ঘটনাবোৰে গীতটোত কাহিনী আকাৰত দেখাইছে❤ বহুত বেছি ভাল লাগিল গীতটো চাই😊❤
Dhunia agise vedio tu ,
Bohut waiting kori asilu.... finally ahi gol 🙌♥️
Concept tu bhut dhuniaa👍👍👍
Ake ake dui vreegu da tumi jui🔥🔥🔥
Bohut val lagil💓💓💓Wait kori asilu
Gaan tu sai vll lagil dada.... Natural singer vreegu daa ... Vreegu daar karone ata like like
Bohut val lagil vreegu daa apuni video 2 joriyote jikhini kotha baa jikhini kahini uposthapon korise tar babe bohut bohut dhoinobad ❤❤❤❤❤❤❤❤❤❤
বহুত বহুত অপেক্ষা কৰি আছোঁ 👌👌👌♥️♥️♥️♥️🔥🔥👍👍
Nice dada ❤❤❤
বহুত বহুত ভাল লাগিলে গান টো শুনি বহুত বহুত ধুনীয়া নাচিছে সকলোৱে আৰু সকলোৰে অভিনয় সুন্দৰ হৈছে 👌👌👌👌♥️♥️♥️♥️
Jui dada ❤ from sivasagar
অতি সুন্দৰ গীত❤.সমাজত চলি অহা কাহিনী থকা গীত টোৱে অন্তৰ স্পৰ্শ কৰিলে🥹.ধন্যবাদ ভৃগু দা আৰু গোটেই team টোক.😊
Bohut bohut val lgil ...
হিমাংশু দা মানেই ব্যতিক্রম ❤😍👍🏻
Oti hundor. Bhut val lagile video tu vrigu da
Mojja ❤❤❤😊
Hundor bahut dhuniya hoise veregu daa🌹❤️🥰
Waiting ❤️❤️🔥🔥🔥
Bohut dhunia concept loi gaantu bonaise val lagil Vreegu Da 👌👌
Next level 💥💥❤️
Ajir homajorr bastov sobi dekhiwasee..
Bohut bhal lagil..😮
Veeŕgu da, Gitawali baa aru paakhi baar babeee likee commnt nd share korisu..❤❤❤
একে একে দুই
তুমি ভৃগু দা জুই 🔥🔥🔥🔥
Lakhim pur নাৰায়ন পুৰৰ পৰা মৰম জাচিলো। 😘😘😘😘😘
Xundar hoise.
"মইনাৰ" পাছত এইবাৰ "মানুহে কি কব" সঁচাই বহুত সুন্দৰ এটি গীত ❤ আৰু আগলৈও যেন এনেকুৱা নতুন নতুন গীত আমাক উপহাৰ দিয়ে যেন তাৰে আমি আশাবাদী ❤ আৰু নো কি কম ❤
Nyc song brooo ♥️♥️♥️ like kora👍👍 Kune Kune val pala , vigu dar babe .... Imn dhuniya gan amak diya r babe....🔥🔥🔥🔥
Veido to si kinto monto balag Hoi gol day God bless you vigu da
Waiting ❤️💌💓🔥🔥
Video tu khubei val lagil...new concept...
👍লাইক কৰি গৈছো আৰু যদি কোনোবাই আকৌ like কৰে যিমান ব্যস্ততা থাকিলেও আকৌ গানটো শুনিব আহিম
Masterpiece song of the year ❣️❣️
Moi korilo like😊
Thanks ❣️❣️
Moja lagise story tu aru song tu bhalei lagise agote bohu baar xunisu moja vreegu daa ❤️
Sabor karone rokhi asu ❤️🔥vreeguu daa love from kokrajhar ❤️
Tg
Trending t gosi gol majjja🔥🔥🔥
গীনটো যিমান সুৱলা তাতোটকৈ video টো মোৰ বেছি ভাল লাগিল , কিয়নো এক সুন্দৰ Msg দিছে , ❤️
হিমাংশু দাৰ বাবে এটা লাইক । এইবাৰ গানটো বঢ়িয়া হৈছে। কাহিনী সুন্দৰ ।
Gaan2 super hit hobo_vreegu dar krna like ata
Maja lgil vregu da.। Ata dhuniya story loi gan tu karisa.। Bahut dhuniya hoisai
#35 Trending all India... Proud moment for Assam
Good concept.well done
সুন্দৰ উপস্থাপন ভৃগু ; আগুৱাই যোৱা
বহুতদিন হল দাদা আপোনাৰ মাতত কবিতা এটি পোৱা নাই🥺 আপোনাৰ মাতত কবিতা বহুত ভাল লাগে অনুগ্ৰহ কৰি এইবাৰ কবিতা এটি দিব 🙂" মানুহে কি হব"এই কথাষাৰ ৰ বাবে বহুত ৰ জীৱনৰ দিশয়েই সলনি কৰি দিয়ে, গীতটি শুনি ভাল লাগিল লগতে ভিদিও টোত আপোন মানুহবোৰ দেখি 😇 নলবাৰীৰ পৰা এগালমান মৰম "মানুহে কি হব"পৰিয়াললৈ❤️❤️
Very good concept. I love it. Thank you all the team of this music video. जै जाथों। इयुनाव बेफोरबायदि नुनो मोनफिनबावगोनखौ मिजिंथिबाय
💖গানটো শুনি যথেষ্ট ভাল লাগিছে 💞 সচাঁই হৃদয় চুই যোৱা মাত তোমাৰ❣️ আশা ৰাখিছো এনেকোৱা মধুৰ গীত আগলেও উপহাৰ দি যাবা 💗 তুমি যাতে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলো 💖
Vreguu dai axomia gaan r babe bhu kosta kori ase aro aguwai o loi goise tar babe bhl lgee❤
Really appreciated.. Love the concept ❤️❤️❤️ nice song and video and acting also appreciated ❤️❤️
Vregruuu daa 💗👍 2miiii 💥🔥fidaa arh Tma loi 💞☺️
I am waiting ❤️❤️
ভৃগু দা সুন্দৰ হৈছে ভিদেও টো ❤
নাজিৰা পৰা মৰম জাচিলো
মোৰ দৰে কোনে কোনে Commen পঢ়ি পঢ়ি গানটো হুনি আছা Like এটা মাৰি দিয়া ❤️😍
👇
গীতটো বহুত ভাল হৈছে ।। কথা সুৰ music সকলোখিনি পাৰফেক্ট ।।
Awesome song and video concept mind blowing ❤️❤️🔥🔥
Absolutely amazing 👏 😍
Val lagil❤️😘 vreegu da 🔥
Superb choreography❤ kudos to the entire team🎉
Bht vl lagil vreegu da ❤️.... love you soubhik dada rose ba pakhi ba priyam ba 😚😚
i can't really describe it but this genre of music always feels like it's the last period of a great day full of energy
y
😮😮😮😮
Bohut val lagile gan2...bikhekh koi hekhor kotha khini khub hundor...
Waiting 💞💞
💖 Xundor hoise Dada.. 👍
গানৰ মাজেৰে সমাজলৈ এটা ভাল বাৰ্তা পঠিয়ালে ❤️ গান টো শুনি বৰ ভাল লাগিল
❤❤কিবা এটা অন্তৰ চুই গল ও ।
গীতৰ মাজেৰে ৰাইজলৈ বহুত ধুনীয়া সংলাপ দিলে । সছাকৈ বহুত ধুনীয়া ।
Music +lyrics +vocal+acting ultimate 💓💖😍🥰
Vreegudaa gan tu moja hoise ata mesg goise manuhor majot ♥️love from dhemaji machkhowa ❤️
Vreegu Kashyap da Love From Bongaigaon 👍👍💓💓
Vreegu da anekuwa gann aru pam buli akha korilu bohut vl lagil sai❤️😘
Vreegu da geet tu khuni tu iar meaning Buji bohot vl lagil.apuni vl monor manuh hostile apunak.eta request Kribo bisarim je apuni next hindu muslim bibah ba Val puar uprt message di video bnabo pls 🙏🏻🙏🏻🙏🏻🙏🏻
বহুত অপেক্ষাৰ অন্তত 🔥♥️
Bohut dhuniya geet ...aitu eta geet judio xomajloi eta val message dibo.
It's a great message for society 🙏
ভাল লাগিল পিছৰ কথাবোৰ কিবা এটা হলেও উপকাৰ হব