Vreegu Kashyap’s Bhal Pau Xosake || Bidisha Choudhury || Akashdeep || New Assamese Song 2022 ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • বহু দিনৰ হেঁপাহক বাস্তৱত ৰূপান্তৰিত কৰিবলৈ পাই নথৈ আনন্দিত আমি।
    সৰুৰে পৰা টিভি ত দেখি অহা "অকাশদ্বীপ" দাৰ সৈতে এটি গীত কৰাৰ হাবিয়াস আমাৰ দলটিৰ সঁচাই পুৰণি ৷
    ধেমালি, প্ৰেম, আৰু এটি চমু মিঠা কাহিনীৰে পৰিপূৰ্ণ গীত টিত কণ্ঠ নিগৰাইছে
    বিদিশা চৌধুৰী আৰু ভৃগু কাশ্যপ এ।
    গীত টি উপভোগ কৰি ভুলবোৰ ইতিবাচক ভাষাৰে আঙুলিয়াই দিলে ভৱিষ্যতে শুধৰাবলৈ আৰু শুদ্ধকৈ উপস্থাপন কৰিবলৈ সাহস পাম।
    আশীৰ্বাদ আৰু মৰম দিব বুলি আশাবাদী আমি🙏
    It gives us immense pleasure to turn a longstanding dream into reality... Charmed since childhood by 'Alashdeep' da's appearances on TV, the whole crew was anxious to work with him in a video song...
    “A song with a fun, romantic and short and sweet storyline is sung melodiously by Bidisha Chaudhury and Vreegu Kashyap... We're hoping you will embrace the song and would positively point out the errors and inaccuracy that'll give us the courage for better representation in future...
    Hoping for all your blessings and love”
    Audio Team
    ▪️Song :- Bhalpau Hosake
    ▪️Singer :- Vreegu Kashyap & Bidisha Chaudhury
    ▪️Music / Mix /Mastering :- Palash Gogoi
    ▪️Composer :- Vreegu Kashyap
    ▪️Lyrics :- Kalparaj Deka & Vreegu Kashyap
    Background Score :- Priyam Gogoi
    ▪️Flute :- Anjan Medhi
    ▪️Guitar :- Amitabh Baruah
    Video Team
    ▪️Casts :- Pran Krishna Mahanta , Akashdeep Deka, Bidisha Choudhury, Apu Aniruddha, Smrita & Vreeguu Kashyap
    ▪️Director:- Sonal Hazarika
    ▪️Asst :- Moneko
    ▪️Camera :- Krishna Shah
    ▪️Asst :- Moon Talukdar
    ▪️Editing:- Manas Kashyap
    ▪️Makeup :- Panku & Team ,Riyan Kashyap,Sonia ,Dibashmita
    ▪️Costume :- Lakshmi Chanaya
    ▪️Lights :- Joseph-Bool-Jyotish-Akhil
    ▪️Production :- Rupam Deka & Team
    ▪️Kitchen Team Spot Boy’s :- Tarun Rajbongshi-Mrinal nath-Sankar Nath
    Chandan Talukdar-Bipul das &
    Team.
    Special & Sincere Thanks
    Ghanashyam Chaudhury
    Bharati Choudhury
    Priyam Pallabee
    Rahul Baruah
    Gorisha Nath
    Bitu Tridip Barman
    Anupam Das
    Babli
    Diganta
    Bubu Dipankar Saikia
    Iftazur Rahman ( Joon Da )
    Sandy Alam
    Papori Gogoi
    Dhanashri Baishya
    Marilyn Boutique
    For Live Shows Dial
    +919678336943
    Our Social Media Handles
    Facebook Page 👇
    Vreegu Kashyap Musical
    / vreegukk
    Facebook Account 👇
    Bhrigu Kashyap
    / vreegu
    Facebook Account
    Bidisha Chaudhury
    www.facebook.c...
    Instagram 👇
    Vreeguu :- www.instagram....
    Bidisha :- ...
    #vreegukashyap #vkentertainment #bidisha #choudhury
    Gaana : gaana.com/albu...
    JioSaavn : bit.ly/3ED22h3
    iTunes : apple.co/3ssByMF
    Apple Music apple.co/3musW4e
    Wynk : wynk.in/u/FU3F...
    Hungama : bit.ly/3elm7xp
    Amazon : amzn.to/30YHOQY
    Spotify : spoti.fi/3EnYmzh
    TH-cam Music : bit.ly/3yUEJxV
    Resso : m.resso.app/ZS...
    Boomplay : bit.ly/32g5CR7

ความคิดเห็น • 1.9K

  • @bhreegurayofficial2415
    @bhreegurayofficial2415 2 ปีที่แล้ว +119

    7 বছৰ বৰতিৰ পিছত দেখা পাম আকাশ দাক তাকো ভৃগু দাৰ গানত .....সঁচাকৈ ভৃগু দাৰ চিন্তা ধাৰা বেলেগত কৈ অলপ বেলেগ ...❤️❤️ ভৃগু দা ব্যক্তিজন মোৰ প্ৰিয় আছিল আছে আৰু থাকিব ❤️❤️❤️। Vreegu Kashyap fan's (Tihu) গ্ৰুপৰ পৰা বহুত বহুত মৰম যাচিছো ❤️❤️❤️❤️❣️

  • @pobagourab6900
    @pobagourab6900 2 ปีที่แล้ว +39

    অন্তৰ চুই গল দাদা গানটো শুনি চাই
    আৰু ভাল ভাল কাম কৰি যাবলৈ শক্তি দিয়ক আপোনাক💚❣️😘
    God bless you

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +166

    আকাশ দাদাক ইমান বছৰ পিছত দেখা পালো❤ বহুত ভাল লাগিল ভৃগু দা কাহিনীটো আৰু গানটো😍😍

  • @rantupayeng6845
    @rantupayeng6845 2 ปีที่แล้ว +127

    বহুত দিনৰ অপেক্ষাত ভৃগু দা'ৰ কন্ঠত আৰু আকাশ দা'ৰ অভিনয়ৰেএটি সুন্দৰ ভিডিঅ দেখিবলৈ পালো।👌👍❤💙

  • @mdmaramidasd5996
    @mdmaramidasd5996 2 ปีที่แล้ว +244

    একে একে দুই
    আকাশদ্বীপ দা তুমি জুই 🔥❤️

  • @Samiran051
    @Samiran051 2 ปีที่แล้ว +13

    আকাশ দাৰ কাৰণে লাইক এটা দিব ❣️

  • @abhijitnath1898
    @abhijitnath1898 2 ปีที่แล้ว +68

    আকাশ দাই অভিনয় কৰা সকলো গীত আৰু ছবি চুপাৰহিট আছিল - চল গৰি, হিৰো, চম্পা, মৰমজান, বগীতৰা, জানমণি, ৰংঢালি, ইত্যাদি । আশা কৰো এই গীত টিও হিট হব । তেওঁৰ অভিনয়ত কিবা এটা বেলেগ আমেজ আছে । বহু দিন পিছত তেওঁক আকৌ দেখা পাই বহুত ভাল লাগিছে ।
    And thanks to Vreegu Da for bringing him back.

  • @udeshna__saharia
    @udeshna__saharia 2 ปีที่แล้ว +17

    সাত বছৰ পিছত আকৌ আমাৰ মৰমৰ আকাশ দ্বীপ দাদাক দেখিবলৈ পাই বহুত বহুত ভাল লাগিছে❣️🤞😍

  • @dipuassomvlogs9178
    @dipuassomvlogs9178 2 ปีที่แล้ว +12

    ধুনিয়া"বনাই ছে দেই ভৃগু দা ♥️♥️♥️♥️😍😍😍মৰম যাছিলো madhupor ৰ পৰা🥰🥰🥰

  • @pilingadeka
    @pilingadeka 2 ปีที่แล้ว +2

    জনপ্ৰিয় অভিনেতা আকাশ দ্বীপ dak bht dnr mrt pst dexa palu vreegu ভৃগু dar lgt সুন্দৰ বৰ ধুনীয়া খুব বহুত ভাল লাগিল সঁচাকৈ দেই

  • @djentertainmentdeepjyotika7419
    @djentertainmentdeepjyotika7419 2 ปีที่แล้ว +299

    সঁচাকৈ বৰ ধুনীয়া কাহিনী বনালে দেই ভৃগু দা😍😍 গীতটিৰ সকলোৰে ঘৰে ঘৰে বাজি উঠক তাকে কামনা কৰিলোঁ ।। 😍😍😍😍

    • @biratchintey7190
      @biratchintey7190 2 ปีที่แล้ว +2

      Vreegue da 😍😍😍😍😍😍😍😍👌👌👌👌

    • @runusaikia7440
      @runusaikia7440 2 ปีที่แล้ว +3

      Yess bro ❤️😘

    • @ayanjyotiofficial5517
      @ayanjyotiofficial5517 2 ปีที่แล้ว +2

      Akash Sir deki bouht val lagil

    • @onlygame8720
      @onlygame8720 2 ปีที่แล้ว +2

      Vreegu datkoi Neel Akash da best Vreegu kam ni

    • @debojitboruah4370
      @debojitboruah4370 2 ปีที่แล้ว +2

      Akdom Hosa Broo , Vreegu Daa 😘😘 Rock

  • @dipankardarrangia8130
    @dipankardarrangia8130 2 ปีที่แล้ว +54

    আকাশ দাদাৰ মাতটো বহুত ভাল লাগে এতিয়াও মনত পৰে ৰাংঢালিৰ কথা❤️❤️❤️❤️❤️❤️

  • @harshitabarman4639
    @harshitabarman4639 2 ปีที่แล้ว +4

    Xsakoi moja lgil♥️🥺akashdeep da vreegu and all the artist and team members Priyam ba thkile aru vl lgile hoi♥️🥺

  • @ramasaikia5774
    @ramasaikia5774 2 ปีที่แล้ว +3

    Bidisha .ba voice2 eimn cute hoi..❤️🥰🤗😍...

  • @pompidas3756
    @pompidas3756 2 ปีที่แล้ว +6

    আকাশ‌ দ্বীপ দাক বহুত দিনৰ পিছত অভিনয় দেখি বহুত বহুত ভাল লাগিছে🤗🤗🤗

  • @djentertainmentdeepjyotika7419
    @djentertainmentdeepjyotika7419 2 ปีที่แล้ว +37

    মাত্ৰ 20 ঘণ্টাত 250000 ত কৈ অধিক views ভাল পাওঁ সচাকে ।। ভৃগু কাশ্যপ আৰু তেখেতৰ ভাল পাওঁ team টোক আৰু অলপ বেছি শুভেচ্ছা দিব লাগে সকলোৱে ।। Fan of vreegu kashyap 💪💪❤️❤️❤️

  • @debojitboruah4370
    @debojitboruah4370 2 ปีที่แล้ว +1186

    বিগত ৭ বছৰৰ পিছত আকৌ এবাৰ দেখা পাম ,আমাৰ সকলোৰ মৰমৰ আকাশ দীপ দাক।আকৌ এবাৰ পুৰণি অসমীয়া অভিনয় জগতৰ অন্যতম এগৰাকী অভিনেতা লগত ভৃগু দাৰ গান। আশা কৰো সকলোৱে দুটোজনকে ভালদৰে আকোঁৱালি লব আৰু মৰম দিব।❤️❤️😊😊

    • @pitmalvlogs3015
      @pitmalvlogs3015 2 ปีที่แล้ว +15

      দাদা Subscribe কৰি দিব মোক

    • @pahii8900
      @pahii8900 2 ปีที่แล้ว +16

      Ok

    • @debojitboruah4370
      @debojitboruah4370 2 ปีที่แล้ว +11

      @@pitmalvlogs3015 Oky

    • @jbtezpurvlog3080
      @jbtezpurvlog3080 2 ปีที่แล้ว +10

      Parile mur video sabo sun plz

    • @pahii8900
      @pahii8900 2 ปีที่แล้ว +4

      @@jbtezpurvlog3080 thk asa Sam dia

  • @AbdulSalam-fz8bq
    @AbdulSalam-fz8bq 2 ปีที่แล้ว +1

    My fav Akashdeep daa..love 💕💕 u daa...bht bhl lgil sai apunak

  • @ratulking1143
    @ratulking1143 2 ปีที่แล้ว +30

    Vreegu da+ bidisha +akasdep ❤️🔥💛 great song ❤️

  • @monoharali1723
    @monoharali1723 2 ปีที่แล้ว +2

    Outstanding performance veegu da & bidhisha Chowdury

  • @muktojitdoley426
    @muktojitdoley426 2 ปีที่แล้ว +58

    বহুত দিনৰ পিছত দেখা পালো আকাশ দাক বহুত ভাল‌ লাগিল। ময়ো জান জানানে শয়নে সপোনে বিছাৰো তোমাক সচাকে।❤️

  • @abhijitsonowal4095
    @abhijitsonowal4095 2 ปีที่แล้ว +1

    ❤️❤️❤️❤️ bidisha baak kin2 bor dhuniya lagise 👍👍

  • @AbhiGogoi312
    @AbhiGogoi312 2 ปีที่แล้ว +33

    বহুত বছৰৰ পিছত আকাশদ্বীপ ককাইদেউক দেখি ভাল লাগিল।বৰ সুন্দৰ গীত কণ্ঠ,অভিনয় সকলো শলাগ লবলগীয়া।যোৰহাট তিতাবৰৰ পৰা বহুত মৰম যাচিলোঁ

  • @pranabkutum7551
    @pranabkutum7551 2 ปีที่แล้ว +2

    Outstanding vreegu da and bidisha ba😍

  • @sapunvlogs2516
    @sapunvlogs2516 2 ปีที่แล้ว +4

    ✔️ অন্য লেবেল

  • @manjitman2384
    @manjitman2384 2 ปีที่แล้ว +1

    বহুত দিনৰ পিছত দেখিলোঁ আকাশ দ্বীপ দাক ভাল লাগিল , 💐💐

  • @bhubenthakuria9006
    @bhubenthakuria9006 2 ปีที่แล้ว +23

    Finally come back our favorite the legendary actor Akash Deep

  • @media6172
    @media6172 2 ปีที่แล้ว +2

    Best wish __bidisha ba😍😍😍😍🤗🤗🤗🤗🤗

  • @karannath33
    @karannath33 2 ปีที่แล้ว +36

    ভৃগু দা বেলেগ concept. গানৰ মাজে মাজে সৰু সৰু মিঠা মিঠা অভিনয় । বহুত ভাল লাগিল ।😍😍😍❤️❤️❤️

  • @suryak.k.m.7239
    @suryak.k.m.7239 2 ปีที่แล้ว +1

    সুন্দৰ দেখোন Video 👍🏽 "Bro "

  • @arindamnath4508
    @arindamnath4508 2 ปีที่แล้ว +131

    সৰুৰে পৰা এতিয়াৰ বয়সলৈকে এজন অভিনেতাৰে VCD, গীত চাই ডাঙৰ হলোঁ, আৰু তেতিয়াৰ পৰাই মোৰ প্ৰিয় অভিনেতা(Hero)😍 তেওঁ আন কোনো নহয় আমাৰ মৰমৰ আকাশদ্বীপ দা❤️ 7 বছৰ পিছত পুনৰ অভিনয় কৰাই খুব ভাল লাগিছে, সদায় কৈয়ে আছিলোঁ, ৰখি আছিলোঁ আকাশদ্বীপ দাক💚 আকাশদ্বীপ দাৰ হাঁহিত বিহু আহি যায়❤️😍👌👍

    • @budhadas5476
      @budhadas5476 2 ปีที่แล้ว +1

      Bht vl lage Akash dar mat tu . welcome back .alp gym kara dada aru vl lagibo

    • @bulupatar1163
      @bulupatar1163 2 ปีที่แล้ว +1

      all

  • @mithudas3528
    @mithudas3528 2 ปีที่แล้ว

    Aakash Deep dak iman din pisot dekhi bhut val lagil ♥️♥️♥️♥️ beautiful and song vergu da

  • @SaddamHussain-jb2yx
    @SaddamHussain-jb2yx 2 ปีที่แล้ว +8

    ভৃগু দাৰ আটাইতকৈ ভাল লগা গানটি শুনি বহুত ভাল লাগিল। আশা কৰোঁ আগন্ত দিনত আপুনি আৰু বহুত বহুত ভাল গান আমাৰ মাজৰলৈ উপভোগ কৰিব দিব বুলি আশা ৰাখিলোঁ। ভৃগু দাৰ কাৰণে like কৰি যাব বুলি আশা ৰাখিলোঁ আপোনালোকৰতাত।জয় আই অসম ✊🤟

  • @Mr.green986
    @Mr.green986 2 ปีที่แล้ว +1

    Bohut dhunia.... lagil... video To sai.

  • @Bgstudio...
    @Bgstudio... 2 ปีที่แล้ว +7

    আকাশ দীপ দাদাক দেখা পাই বহুত ভাল লাগিল💝💝💝

  • @priyankabharali9719
    @priyankabharali9719 2 ปีที่แล้ว +3

    Hsake gan2 emn vl lagile💕💕🥰🥰

  • @vktayung4432
    @vktayung4432 2 ปีที่แล้ว +4

    Bohutt dinor honto poril. Moromr dada. Big fan vreegu da. From lakhim pur.. junuwarit. Kune. Kune. Naisiba. Aei. Ganere..

  • @p.screation8696
    @p.screation8696 6 หลายเดือนก่อน

    বিকাশ দা সচাঁই বহুতে বেছি ধুনীয়া এটা গান ❤ সদায় ৰাতিপুৱা শুই উঠিয়েই শুনোঁ l নুশুনিলে মন ভাল নালাগে 😢

  • @tinkupriyamsaikia3029
    @tinkupriyamsaikia3029 2 ปีที่แล้ว +7

    Bidhisha ba voice🥺😌🔥

  • @pradiplalung6838
    @pradiplalung6838 2 ปีที่แล้ว +3

    আকাশ দীব দা বহু দিন মোৰত দেখা পালো গানটো ভাল লাগিছে 😍

  • @kritishreesarma
    @kritishreesarma 2 ปีที่แล้ว +75

    দৰং ৰ পৰা নতুন গীতটোৰ বাবে শুভেচ্ছা জনালোঁ ভৃগু দা❤️😍

  • @rajkumarboro5524
    @rajkumarboro5524 2 ปีที่แล้ว +1

    Vreegu dadar gaan xuni val2 lagilei aru mur biyau je patibor mon gol 1dom 100 percent superhit song

  • @llsangofficial7967
    @llsangofficial7967 2 ปีที่แล้ว +18

    Akash da Bht dinr murot dekibo Pam...vergu da love frm majuli ❤my fvrt singer ✌💫❤🌏

  • @jayantasaikia5747
    @jayantasaikia5747 2 ปีที่แล้ว +1

    সুন্দৰ উপস্থাপন so amazing song

  • @axoma2zvideo
    @axoma2zvideo 2 ปีที่แล้ว +5

    ভৃগু দাৰ এইটো গান হিত লগতে মনি নবৌ মেইন😍

  • @junmonimorang6603
    @junmonimorang6603 2 ปีที่แล้ว

    Bohut vl lagil akash dak dekhi emn dinor pisot 🌺🥰🥰🥰

  • @steditingstudio
    @steditingstudio 2 ปีที่แล้ว +4

    Bohut bhl lagil gaan tu xuni vreegu daa

  • @sanjibpegu9788
    @sanjibpegu9788 2 ปีที่แล้ว +1

    Hosakoi bht dinor murot dkha palu bht val lagil.

  • @RupamHatto
    @RupamHatto 2 ปีที่แล้ว +14

    আকাশদ্বীপৰ কথা নকওঁ, মা কচম এই গীতটো শুনি ভৃগু দাৰ আগৰ গীতৰ কথা মনত পৰি গ’ল, this is vreegu kashyap

  • @Njentertainment580
    @Njentertainment580 2 ปีที่แล้ว +2

    বহুত ধুনীয়া হৈছে গানটো।

  • @dipusvlog183
    @dipusvlog183 2 ปีที่แล้ว +7

    Vreegu da🔥❤️

  • @utpalloing888
    @utpalloing888 2 ปีที่แล้ว +2

    ভিগু দা আকাশ দাক বহু বছৰ মোৰত আপোনা গানত দেখা পাই বহুত ভাল লাগিল।গানতু ছোপাহিত হৈছে।nextআংগুলতা বাক জাতে আৰু ছোপাহিত গান এতাত দেখা পাও তাৰে কামনা কৰিলো।

  • @bhreegurayofficial2415
    @bhreegurayofficial2415 2 ปีที่แล้ว +5

    Vreegu daa kar kar favorite Singer 👍👍 kora plz

  • @miri1958
    @miri1958 2 ปีที่แล้ว +1

    Vreegu da apuni mur favourite singer hoi, aru song to bhut val lgil, support for lokhimpur

  • @Panchoi
    @Panchoi 2 ปีที่แล้ว +4

    চকু টিপ নমৰাকৈ গীতটো চাই থাকোতে কেতিয়া যে শেষ হৈ গ'ল গমেই নাপালো ।। সুন্দৰ গীত, কৰিঅগ্ৰাফ ,কস্টিউম বহুত ধুনীয়া।।আকৌ এবাৰ শুনি দিও। বেয়া নাপাব।

    • @assound7715
      @assound7715 2 ปีที่แล้ว

      Right 👍👍👍👍👍👍

  • @parimonichutia7481
    @parimonichutia7481 2 ปีที่แล้ว +1

    ধুনীয়া লাগিল 🥰🥰🥰

  • @bhreegurayofficial2415
    @bhreegurayofficial2415 2 ปีที่แล้ว +20

    অপেক্ষাৰ অন্ত পৰিব কাইলৈ 😍

  • @parthabaruah8627
    @parthabaruah8627 2 ปีที่แล้ว

    আকাশ দ্বীপ দাদাক বহুত দিনৰ মুৰত অভিনয় কৰা দেখি ভিল লাগিল

  • @krishnapegu9317
    @krishnapegu9317 2 ปีที่แล้ว +10

    অপেক্ষা আছোঁ দাদা বহুদিন ধৰি।

  • @dhaneswarrajbongshi6963
    @dhaneswarrajbongshi6963 2 ปีที่แล้ว +1

    বহুত দিনৰ পিছত ভাল গান এটা পাই ভাল লাগিল

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 ปีที่แล้ว +4

    আকাশ দাৰ দুৰ্দান্ত অভিনয় আৰু নৃত্য আকৌ চাবলৈ পাম যেন লাগিছে! সুন্দৰ হৈছে গানটোৰ কথা/সুৰ । নবাগত নায়িকা দুগৰাকীক ভাল লাগিছে । আগুৱাই যাওঁক ।

  • @parideori2372
    @parideori2372 2 ปีที่แล้ว +2

    Apunar voice tu Bhut mrom loga Baa 👌👌💖💖. Vl lagil huni

  • @sahidulalamkhan6368
    @sahidulalamkhan6368 2 ปีที่แล้ว +21

    ভাল লাগিল বহু দিনৰ মূৰত আকৌ আকাশদ্বীপ দাক দেখি । আগৰ দিন বোৰলৈ মনত পৰি গ'ল । এটা সময় আছিলে, য'ত সৰুৰে পৰা অসমীয়া চলচ্চিত্ৰ জগতত আকাশদ্বীপ দাক দেখিয়েই অসমীয়া ছবি চাবলৈ আৰম্ভ কৰিছিলোঁ । উফ্ কি যে দিন আছিলে । (ONE OF THE GREATEST ACTOR EVER) হঠাৎ শাৰীৰিক অসুস্থতাৰ কাৰণে অসমীয়া চলচ্চিত্ৰ জগতৰ পৰা আঁতৰিব লগীয়া হোৱাত মানুহ জনক আগৰ দৰে দেখা নোপোৱা হলোঁ । আশা কৰোঁ আগৰ দৰে সুস্থ হয় যেন । LOTS OF LOVE! ❤️

  • @rahuldoley1524
    @rahuldoley1524 2 ปีที่แล้ว +1

    Aei ganor karone subscribe korilu aru aagoloi anekuwai gaan hunibo pam buli aakha rakhilu aru most welcome back akash deep da❤❤❤❤

  • @satyanathdeori2900
    @satyanathdeori2900 2 ปีที่แล้ว +23

    My favourite singer ❤️ .....Ganto aibar hit hb🔥 .

  • @samnulali8302
    @samnulali8302 2 ปีที่แล้ว +1

    Mojja vreeguu da👌👌👍👍

  • @r.hazarika9231
    @r.hazarika9231 2 ปีที่แล้ว +24

    নতুন গীত টো লগতে ভিডিঅ'টো চাই বহুত ভাল লাগিল, প্ৰিয় অভিনেতা আকাশদ্বীপ পুনৰ এই গীতৰ জৰিয়তে উভতি অহাৰ বাবে তেওঁলৈ অলেখ শুভ কামনা জনালোঁ ,এই নতুন গীত টো সকলোৱে মৰমেৰে আদৰি ল'ব তাৰেই আশাৰে অযুত মৰম আৰু শুভেচ্ছা জনালোঁ 💐❤️

  • @aruntanti_official2224
    @aruntanti_official2224 2 ปีที่แล้ว

    Akashdeep dak bohut dinor pasot dekhilu thank you so much vreegu da love you n akha koru j apuni aru akashdeep da mili ata flim bonai

  • @sribikashgogoimun1685
    @sribikashgogoimun1685 2 ปีที่แล้ว +4

    অপেক্ষাত আছোঁ

  • @rajijulhoque2213
    @rajijulhoque2213 2 ปีที่แล้ว +1

    Bhut dhuniya lgise da ❤️❤️❤️❤️

  • @milliondreams0762
    @milliondreams0762 2 ปีที่แล้ว +4

    সচাকে ভাল লাগিল গানতি শুনি....Love you Vreegu Da

  • @jyotiroy9897
    @jyotiroy9897 2 ปีที่แล้ว +2

    Superhit song eisa song or chahiye vreegu sir❤❤❤❤

  • @mrtazmulhussain3808
    @mrtazmulhussain3808 2 ปีที่แล้ว +4

    বহুত দিন পিছত আকাশ দ্বীপ দাক দেখা পালো বহুত ভাল লাগিছে

  • @chao9251
    @chao9251 2 ปีที่แล้ว +1

    আকাশ দাক দিখি ভাল লাগিল ধুনিয়া হৈছে সকলো ফালৰ পৰা ❤❤😍

  • @prachirpatgiri1279
    @prachirpatgiri1279 2 ปีที่แล้ว +8

    Wahhh vreegu daa jui ekdm 🔥🔥 Superhit song 💯💯... All time fav singer #Vreegu daa❤️❤️ lots of love from Pathsala ❤️❤️❤️

  • @ranjitamphy704
    @ranjitamphy704 2 ปีที่แล้ว +1

    Wowww❤❤❤😍😘

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 2 ปีที่แล้ว +26

    Akash Deep is back so happy to see him back....plz we want more videos of akash daa

  • @ranjitbrahma8610
    @ranjitbrahma8610 2 ปีที่แล้ว

    আকাচ দা বহুত ভাল লাগিল আপোনাক দেসা পাই 👌👌👌👌👌👌

  • @kushalkalita8916
    @kushalkalita8916 2 ปีที่แล้ว +60

    Best wishes thakil dada ❤️🔥 song hit hobo akdom 🔥✌️ and advance congratulations for 1M 🔥❤️😀

  • @adofficial3037
    @adofficial3037 2 ปีที่แล้ว +1

    Akha koru 10Dinot 1million hy jay Jen😍😍😍😍

  • @jayantamu4506
    @jayantamu4506 2 ปีที่แล้ว +3

    ভাল লাগিল ❤️ 🎶 🎼

  • @kaneshdas1768
    @kaneshdas1768 2 ปีที่แล้ว

    Xasake mjaaaaaaaaaaa hoic vreegu da aru akash da tomalok jui😍😍😍😍😍😍😍😍😍

  • @lakshmichhanya1481
    @lakshmichhanya1481 2 ปีที่แล้ว +82

    So happy of being a part of this beautiful music video. Thank you Priyam, Vreeguda and Bidisha

  • @assamesereelsandshotvideo1341
    @assamesereelsandshotvideo1341 2 ปีที่แล้ว +2

    গান টো সঁচা বহু ত ভাল লাগিলে অকাশদ্বীপ দালৈ বহু ত মৰম‌‌ আৰু ‌নতুন বছৰ শুভেচ্ছা জনালো💕💕💕💕💕💕💕💕💕💕

    • @assound7715
      @assound7715 2 ปีที่แล้ว

      Hocha kotha,, geet tu bohut bhal

  • @nabajyotihira9237
    @nabajyotihira9237 2 ปีที่แล้ว +13

    ভৃগু দা ৰৈ আছোঁ আপোনাৰ গান টোৰ বাবে । আশা কৰোঁ। সকলো আপোনাৰ গান টো ভাল পাব । Bht মৰম লগা গান টো। ভৃগু দা আপুনি আৰু প্ৰিয়ম পল্লবি বা লৈ বহুত বহটো নতুন বছৰ সুভেছা জনালোঁ।🥰🥰🥰🥰🥰🥰

  • @satyagyan3277
    @satyagyan3277 2 ปีที่แล้ว

    bohut dinor pist moromor akash deep dadak dekhi palu bohut val lagil❤❤..

  • @bedabikashsaikiamusical5625
    @bedabikashsaikiamusical5625 2 ปีที่แล้ว +28

    ভৃগু দাৰ আটাইতকৈ ভাল লগা গীত✨❤✨

  • @Rakhibagh-m4x
    @Rakhibagh-m4x ปีที่แล้ว +1

    bohu dinor pisot jitu bhoba nasilu tat ke base mrom loga gaan huni Bo palu I love this song 😍😍😍😍👍👍👍👍⭐⭐⭐⭐⭐

  • @BHAI-xh3wc
    @BHAI-xh3wc 2 ปีที่แล้ว +3

    Awesome....❤️
    ৰাজনীতি ভাৰ্মে জা
    অভিনয় জগতত লাগে পুৰণা অভিনেতা সকলক
    নতুন বছৰ হিলি যাব।। আগন্তুক নৱ বৰ্ষৰ বহুত বহুত শুভ কামনা জনালো।।।।

  • @abhinashpatarofficial6079
    @abhinashpatarofficial6079 2 ปีที่แล้ว +1

    Bhut Bhut dhuniya lagise 🙏

  • @debojitbiswas7808
    @debojitbiswas7808 2 ปีที่แล้ว +7

    Wow, it was great to hear that song❤️🥰

  • @horuvss6812
    @horuvss6812 2 ปีที่แล้ว

    Vabisilu akahs dak Ovinoy jogotot aru dekha napao Vreegu dar babe dekha palu thank you Vreegu Da love you

  • @himangshusikha7605
    @himangshusikha7605 2 ปีที่แล้ว +3

    10 bar man hunilu💞 ছোৱালী জনী সুৰটো হসাকৈ মাক্ষণ 💞

  • @arijitbrevard7023
    @arijitbrevard7023 2 ปีที่แล้ว +1

    bidisha baar maat tu bor dhunia lagise... wah vaal lagil xuni.... baki sobei vl lagise

  • @momigogoi834
    @momigogoi834 2 ปีที่แล้ว +5

    Vreegu da apurba🥰

  • @phunukatalukdar4048
    @phunukatalukdar4048 2 ปีที่แล้ว +1

    Mojjjjjjjaaaa lagise dei

  • @pushpanjalisonowal1304
    @pushpanjalisonowal1304 2 ปีที่แล้ว +6

    Bidisha voice wow 🔥🔥🔥

  • @nilakhiborah6620
    @nilakhiborah6620 ปีที่แล้ว +2

    গানটোৰ কথা সুৰ কণ্ঠ অভিনয় অতিশয় ৰসাল আৰু সুন্দৰ।

  • @ridipkalita430
    @ridipkalita430 2 ปีที่แล้ว +19

    Good to see Akash deep da after so many years... We want more

  • @amriturang6225
    @amriturang6225 2 ปีที่แล้ว +1

    Dhuniya lagile huni... ❤️❤️