ফুলকবি আৰু প্ৰেম - story of yellow cauliflower and LOVE ❤️❤️❤️

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ม.ค. 2025
  • kangkan channel
    • ভনীয়ে মোৰ পৰা কি ললে-S...
    Maina Channal
    • আমাৰ খেতি পথাৰত দিম্পু ✨

ความคิดเห็น • 2.1K

  • @prodipgorhofficial4147
    @prodipgorhofficial4147 3 ปีที่แล้ว +171

    প্ৰেমৰ কাহিনীটো শুনি বৰ ভাল লাগিল।।।চেল্যুট🙏🏼🙏🏼🙏🏼

  • @chilmilsapun325
    @chilmilsapun325 3 ปีที่แล้ว +30

    ইমান সৃষ্টিশীল মন তেওঁৰ। সেই ৬২ চনৰ চিঠি কেইখনৰ ধুনীয়া ৰংবোৰৰ পৰা আৰম্ভ কৰি এতিয়াৰ তেওঁৰ পথাৰৰ ৰংবোৰলৈকে , সাংঘাতিক 💚💛

    • @nyaayjyotideka7987
      @nyaayjyotideka7987 3 ปีที่แล้ว +1

      ৬২চন নহয়....🙏৮৯ মানৰ পৰা চিঠি ৰ আৰম্ভণি

    • @nyaayjyotideka7987
      @nyaayjyotideka7987 3 ปีที่แล้ว +3

      ৬২বুলি কোৱাটো পিন নম্বৰ হে

  • @newtondeka165
    @newtondeka165 3 ปีที่แล้ว +33

    ডিম্পু দা তুমি মহান ।কাৰন তোমাৰ কাৰনে নেদেখা বস্তুটো দেখিবলৈ পোৱা যায় আৰু নজনা কথা শিকিবলৈ পাওঁ।।। এই কাৰণে তোমাক ভাল লাগে।।।।।

  • @digantatahabildar1249
    @digantatahabildar1249 3 ปีที่แล้ว +1

    Prem kahini tu bohut val lagil

  • @deepikakashyap8136
    @deepikakashyap8136 3 ปีที่แล้ว +1

    Prem kahini tu bahut khundor hoi .... ajikali enekuwa prem paboloi nai

  • @harshitasarmah
    @harshitasarmah 3 ปีที่แล้ว +13

    Dhunia 😍 এনেকুৱা হালধীয়া পাচলি দেখাই নাই আজি হে দেখিছো কি আচৰিত 😮😮😍😍😍😍😍

  • @Anuraagclasses
    @Anuraagclasses 3 ปีที่แล้ว +49

    মন চুই যোৱা এটি video। পৰমেশ্বৰ দা আৰু জয়া নবৌ দুয়ো সদায় সুখত থাকক। ❤

  • @prasantadas5439
    @prasantadas5439 3 ปีที่แล้ว +84

    সঁচাকৈ য়েই শলাগ লবলগীয়া , তেওঁলোকৰ ভৱিষ্যত সুখী হওঁক ❤️

  • @chinmoytalukdar5563
    @chinmoytalukdar5563 3 ปีที่แล้ว +1

    Dimpu da vidio 2 xosa bohut vl lagesa .

  • @jahnobeekohar8224
    @jahnobeekohar8224 3 ปีที่แล้ว +1

    Love story tu vl lagil

  • @Mitashri_Khaund
    @Mitashri_Khaund 3 ปีที่แล้ว +102

    আজিৰ প্ৰেম আৰু তেওঁলোকৰ প্ৰেম সঁচাকৈ শলাগ লব লাগিব , সদায় সুখী হওঁক তেওঁলোকৰ পৰিয়ালটো😍😍 দিম্পু দা তুমালৈ মৰম যাচিলো বিশ্বনাথ চাৰিআলিৰ পৰা

    • @bncshooter6628
      @bncshooter6628 3 ปีที่แล้ว +1

      op moi you biswanath chreli po. a BNC# bis..nath chreli

  • @mohimvlogs9605
    @mohimvlogs9605 3 ปีที่แล้ว +2

    সঁচাকৈয়ে আগৰ প্রেমবোৰ চিৰযুগমীয়া আৰু আজি কালিৰ প্রেম ক্ষন্তেকীয়া দিম্পু বহুত সুন্দৰ ভিদিঅ এটি উপহাৰ দিলা

  • @mrtulsizglover721
    @mrtulsizglover721 3 ปีที่แล้ว +91

    মৰিগাঁও জিলাৰ পৰা তোমালৈ বহুত বহুত মৰম যাচিছো Dimpu daa 😘

    • @dhunurumurlife6151
      @dhunurumurlife6151 3 ปีที่แล้ว +1

      Hi muru frd hba ni moiu back krim tumk

    • @mrtulsizglover721
      @mrtulsizglover721 3 ปีที่แล้ว +1

      @@dhunurumurlife6151 okey Fnds

    • @dhunurumurlife6151
      @dhunurumurlife6151 3 ปีที่แล้ว

      @@mrtulsizglover721 hi Tumi mur frd hla ny bru moi knto tumk back dilu de Jodi hua ny hba de

  • @bimolrongpi2553
    @bimolrongpi2553 3 ปีที่แล้ว +1

    Eman bhal lagiil kahanitu

  • @AJayTHakuria
    @AJayTHakuria 3 ปีที่แล้ว +9

    কৃষক জনক Salute 🙏
    আদৰ্শ খেতিয়ক ❤️

  • @piiiiiiiiiiiinak
    @piiiiiiiiiiiinak 3 ปีที่แล้ว +26

    এইয়াই স্বৰ্গীয় প্ৰেমৰ অদ্ভূত নিদৰ্শন।।।।।...."দে আৰ" ❣️

  • @mrbhargab1920
    @mrbhargab1920 3 ปีที่แล้ว +1132

    Dimpu Da তোমাৰ প্ৰেম হে কেতিয়া হয় 😍🙂😌😅

    • @karnakumar1735
      @karnakumar1735 3 ปีที่แล้ว +68

      Dimpu dar gf ase karon dimpu dai aji kali pura ktha pati thake

    • @jbpresentsws5620
      @jbpresentsws5620 3 ปีที่แล้ว +32

      Dimpu dar OOO gf ase saiboli....belegok koi thakiba na

    • @mrbhargab1920
      @mrbhargab1920 3 ปีที่แล้ว +31

      @@karnakumar1735 bro kotha kale olp vl ke kaba Dimpu Dai kotha pate ne napate tumi sai thaka niki

    • @ffsamironyt8510
      @ffsamironyt8510 3 ปีที่แล้ว +14

      Mojja desa

    • @Rahulkardong9454
      @Rahulkardong9454 3 ปีที่แล้ว +9

      🤣🤣🤣

  • @bastabdeka4621
    @bastabdeka4621 3 ปีที่แล้ว +46

    ১৫বছৰ চিঠিৰ যোগে প্ৰেম তাকো মুখ নেদেখাকে ইয়াতকৈ আৰু বিশ্বাস যুগ্য কথা কি হ'ব পাৰে 💕 মানুহৰ যিমান টকা পইচা নাথাকক কিয় মৰম ভাল পোৱা নাথাকিলে কেতিয়াও সুখী হ'ব নোৱাৰি 💫 আৰু এটা কথা কৃষকসকল আমাৰ বাবে ভগৱান স্বৰূপ গতিকে তেওঁ লোকক উচিত সন্মান কৰিব লাগে 🙏thank you dimpu daa Val Val vdo bur bnuar babe ♥️

  • @sangitadas1999
    @sangitadas1999 3 ปีที่แล้ว +5

    বহু বছৰীয়া প্ৰেম কাহিনী শুনি ভাল লাগিল।💕💕💕💞💞💞

  • @anamikahaloi9307
    @anamikahaloi9307 3 ปีที่แล้ว

    Xai dada baideo 2jonloi salut imn dhunia prem kahani 2jone hodai vla thok tare kamona korilo ru dimpu 2mloi u thkil bhut bhut dhnobad ❤️❤️❤️🙏🙏🙏🙏

  • @mrinalkalitaphotography7242
    @mrinalkalitaphotography7242 3 ปีที่แล้ว +106

    সদাই প্ৰেম জগত খন এনেকুৱা হব লাগে ❤️

    • @trba-bj
      @trba-bj 3 ปีที่แล้ว

      Subscribe via

    • @dhunurumurlife6151
      @dhunurumurlife6151 3 ปีที่แล้ว +1

      Hi muru frd hba ni moiu back krim tumk

  • @manukrishnakachari4444
    @manukrishnakachari4444 3 ปีที่แล้ว +90

    হালধীয়া ফুলকবি আৰু হালধীয়া বিলাহী আজি প্ৰথম দেখিলো🤗🤗 কৃষক জনৰ ভৱিষ্যত সপোন বোৰ শুনি ভাল লাগিল সোনকালে পূৰণ হওক তেখেতৰ সপোনবোৰ❤✨তেওঁ আশা কৰা ধৰনে খেতিবোৰ ভাল হওক😌😌

  • @ritupanchetia4607
    @ritupanchetia4607 3 ปีที่แล้ว +13

    বহুত বেছি গৌৰৱ অৱুভৱ কৰিছো মানুহ জনক আৰু পৰিয়াল টোক ,,,, সুখী পৰিয়াল মানুহ জনক ভগৱানে আৰু শক্তি দিয়ক যাতে আৰু নতুনত্ব কিবা কৰি যাব পাৰে আমাৰ বাবে ❤❤ আৰু দিম্পু তোমাৰলৈ বহু বহু ধন্যবাদ তোমাৰ বাবে বহুতেই কথা শিকিব পাৰো নজনা কথা নেদেখা ঠাই সকলো ঘৰৰ পৰাই চাই বুজিব পাৰো ❤❤

  • @bijoyteron3209
    @bijoyteron3209 3 ปีที่แล้ว +1

    Ai video tu mur otikoi bohut bhal lagil ❤️❤️

  • @allstatusof1145
    @allstatusof1145 3 ปีที่แล้ว +1

    Vll lagil dimpu da moza super video🥀❤👌

  • @gubiningti3710
    @gubiningti3710 3 ปีที่แล้ว +7

    বহুত সুন্দৰ প্ৰেম কাহিনী আচৰিত লাগিল দেই মজ্জা আৰু তেখেত সকলৰ প্ৰেম এনেদৰেই চিৰযুগমীয়া হৈ থাকক ❤ ❤

  • @mr.rajbongshivlogs944
    @mr.rajbongshivlogs944 3 ปีที่แล้ว +132

    প্ৰকৃত প্ৰেম চাগে এনেকুৱাই, আদৰ্শ হওক আপোনালোকৰ কৰ্ম তথা প্ৰেমৰ যুগলবন্দী 🙏🙏

    • @dhunurumurlife6151
      @dhunurumurlife6151 3 ปีที่แล้ว +4

      Hi muru frd hba ni moiu back krim tumk

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      ᗰᗩYᗩK.ᗷᗩGᖇᗩ.ᗷᗩGᖇᗩ.SᑌᗪE.ᗩSᗩ.TOI.ETTᗩ.ᒪᑎGTᗩ.ᕼOI.GOᒍᗰᑌᖇᗩ

  • @jupivlogs7743
    @jupivlogs7743 3 ปีที่แล้ว +34

    বহুত মজা ডিম্পু দা 🥰 লক্ষীমপুৰ ৰ পৰা মৰম যাচিলোঁ ❤️❤️

    • @SANJIBTECH
      @SANJIBTECH 3 ปีที่แล้ว

      mur logot join houk🙏🙏moiu lakhimpurore🙋‍♂🙋‍♂

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 3 ปีที่แล้ว

      . Dur junakot : Full song You tube link :
      th-cam.com/video/im_lkRU3gqg/w-d-xo.html

  • @nilaboroboro1593
    @nilaboroboro1593 3 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল আপোনালোকক সকলোৱে ভাল পাইছে

  • @Shtil382
    @Shtil382 3 ปีที่แล้ว

    Moja lagile de dimpu da premor kahani

  • @Manoj_Barua
    @Manoj_Barua 3 ปีที่แล้ว +14

    ভাল লাগিল দেই বহুত বেছি👍👍👍👍💥💥
    সঁচা প্ৰেম কাহিনী.... ইমান বোৰ চিঠি ইমান ধুনীয়াকৈ সযতনে ৰাখিছে... এইবোৰে আচলতে মৰম ভাল পোৱা....... 💥💥
    🙏🙏

  • @rajiplx6428
    @rajiplx6428 3 ปีที่แล้ว +8

    আগৰ প্ৰেম বিলাক সোচাকৈ এ চৰ্গীয়া অনুভূতি আছিল😍😍

  • @Bikashpegu1
    @Bikashpegu1 3 ปีที่แล้ว +5

    আচৰিত, ধৰণৰ প্ৰেম মানিছোঁ __🙏খুৰা, খুঢ়ী ।👍💓💓

  • @hridaybarman5910
    @hridaybarman5910 2 ปีที่แล้ว

    Moza prem Kahani nice 🥰🥰🥰🤗

  • @ganeshroy7283
    @ganeshroy7283 3 ปีที่แล้ว +1

    Bohut val lagil video to si❤❤❤

  • @deltagaming9106
    @deltagaming9106 3 ปีที่แล้ว +50

    কিছুমান ‌কথা‌‌ কবলৈ ভাষা বিচাৰি পোৱা নাযায়। সচাকৈ আপ্লুত হলো‌ তেওঁলোকৰ কূষি কর্ম আৰু প্ৰেমৰ বিষয়ে জানিবলৈ পায়। তেওঁলোকৰ ভবিষ্যত জীবন উজ্বল হওঁক তাকে ‌কামনা কৰিছো। বহুত ভাল লাগিল ভীডিও‌ টো চাই।

  • @bjahnabi2755
    @bjahnabi2755 3 ปีที่แล้ว +3

    প্ৰেম সদায় স্বৰ্গীয় ।শ্ৰীকৃষ্ণই যেনেকৈ ৰাধাক নিজৰ আত্মা বুলি কৈছে ঠিক তেনেকৈ এওঁলোকৰ প্ৰেম যুগমীয়া ।বৰ্তমান এনে প্ৰেম আমাৰ সমাজৰ নবপ্ৰজন্ম আগত প্ৰদৰ্শন কৰাটো ।অতি প্ৰয়োজনীয় কাৰণ তেওঁলোকে প্ৰেমৰ অৰ্থ বুজি নাপাই ।প্ৰমক Timepass হিচাপে লৈ সমাজখনৰ নিয়ম শৃংখলা নাইকীয়া কৰিছে ।মই ভাবো এনে প্ৰেম T.V show কৰিলে ভাল হয় ।

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 3 ปีที่แล้ว +79

    খুব সুন্দৰ আৰু আদৰ্শ খেতিয়ক তেওঁলোক ,আমাৰ কাৰণে অনুপ্ৰেৰনা হৈ ৰব নৱ প্ৰজন্মৰ বাবে ,ধন্যবাদ জনালোঁ দিম্পু দা 🥀😊🌼🙏

    • @dhunurumurlife6151
      @dhunurumurlife6151 3 ปีที่แล้ว

      Hi muru frd hba ni moiu back krim tumk

    • @biswajyotiarandhara9402
      @biswajyotiarandhara9402 3 ปีที่แล้ว +1

      @@dhunurumurlife6151 উম নিশ্চয় কৈ । মোকো মৰম দিবা 🤗

  • @lsd4889
    @lsd4889 2 ปีที่แล้ว

    manuh jonr kam bor dekhi bht val lgise.... onagot dint eor kheti bht aguwai jab ....❣️❣️👍👍👍..
    prem kin2 manib lgb...1 box cithi bapre😯😯😯😯

  • @shikhamonimoran3003
    @shikhamonimoran3003 3 ปีที่แล้ว

    বাহ কি মজা আজি হে দেখিবলৈ পালো বহু ৰঙ শাক খেতিয়ক জনক অশেষ ধন্যবাদ লগতে দিম্পু ভাইভি

  • @roneeaxom3589
    @roneeaxom3589 3 ปีที่แล้ว +35

    সেইটোৱে হৈছে সঁচা আৰু পবিত্ৰ প্ৰেম । ❤️

    • @ankitamahanta420
      @ankitamahanta420 2 ปีที่แล้ว +1

      ♥️♥️♥️♥️🌹🌹🌹🌹♥️🌷🌹🌹🌹

  • @babydas1541
    @babydas1541 3 ปีที่แล้ว +8

    সুন্দৰ পৰিয়াল❤লগতে দিম্পু তোমালৈ ধন্যবাদ থাকিল |

  • @hemolatavlogs
    @hemolatavlogs 3 ปีที่แล้ว +22

    সঁচাকৈ প্ৰেম এক পবিত্ৰ বন্ধন ❤️

  • @rupalidasdas8219
    @rupalidasdas8219 3 ปีที่แล้ว

    Bohut dhuniya lakse love stori to

  • @livewithanamika8654
    @livewithanamika8654 3 ปีที่แล้ว

    Eman val lagile videotu sai... Bhogobane porialtuk soku meli sauk... Val houk tarei kamona.. 🙏🥰🥰🥰..
    Hundor love story

  • @debajitofficial6858
    @debajitofficial6858 3 ปีที่แล้ว +13

    Dimpu da সচাঁ প্ৰেম তেনেকােৱাই ❤

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 3 ปีที่แล้ว +24

    🙋🏻‍♂️🙋🏻‍♂️❤️দিম্পু দা তোমাৰ video topic বোৰ মোৰ বহুত ভাল লাগে👌👌👌
    Love from Kamrup ❤️❤️❤️

  • @Souravjoshi-4M
    @Souravjoshi-4M 3 ปีที่แล้ว +4

    Salute কৃষকজনলৈ 🤎🙏

  • @mojaboy1008
    @mojaboy1008 3 ปีที่แล้ว +1

    Dimpu Da আপুনি বহুত ভাল আপুনিউ মনৰ কানে ভাল আপুনাৰ জিভিডিঅ চালে ভাল লাগে👌😍😍😍😍😍😍😍😍😍😍😍

  • @pujapathak3808
    @pujapathak3808 3 ปีที่แล้ว +1

    Oho,❣️❣️😍🤩 this is called true love😍

  • @axomiyatuber6804
    @axomiyatuber6804 3 ปีที่แล้ว +2

    ভালপোৱাৰ উৎকৃষ্ট নিদৰ্শন ❤️

  • @pritushc8734
    @pritushc8734 3 ปีที่แล้ว +4

    JUST TRUE AND BEAUTIFUL LOVE
    ...❤

  • @jyotirmoybhatta4730
    @jyotirmoybhatta4730 3 ปีที่แล้ว +3

    খুৰাৰ আখৰকেইটা❤️❤️

  • @pujakc7260
    @pujakc7260 3 ปีที่แล้ว +1

    Vll laagil vdo 2 sai wow ☺️🥰

  • @অসমীয়াডেকালৰা-ঠ৫হ

    প্ৰেমৰ কাহিনীটো শুনি বহুত ভাল লাগিল।

  • @hirokjyotiphukan6205
    @hirokjyotiphukan6205 3 ปีที่แล้ว +30

    12:00 মানি গৈছো খুৰা-খুৰীক দেই ।😀😀💞আৰু আজি দিনৰ প্রেম এমাহো নাযায় 😅😅

    • @utpalboruah9876
      @utpalboruah9876 3 ปีที่แล้ว +2

      Akdom next level pram❤️💥😅😅

    • @hiranrbediz6684
      @hiranrbediz6684 3 ปีที่แล้ว

      1 mah tu bat de 1 soptai njai be

  • @JEBUddIES
    @JEBUddIES 3 ปีที่แล้ว +7

    Nostalgia hoi golu ooo... This is incredible😍😍👍

  • @kaushikhandique1117
    @kaushikhandique1117 3 ปีที่แล้ว +2

    এইয়াই প্ৰকৃত প্ৰেম❤️,,গোলাঘাটৰ পৰা মৰম যাচিলোঁ😊

  • @debashishrajbonshi674
    @debashishrajbonshi674 3 ปีที่แล้ว

    Mui ai prem kahani suni fida hoya gelung❤️.

  • @pompyroyinfinity2385
    @pompyroyinfinity2385 3 ปีที่แล้ว

    Hosa k prem kahani tu bht val lagise dimpu da tumar vedio br bht val lge

  • @jyotismamedhi4277
    @jyotismamedhi4277 3 ปีที่แล้ว +20

    খেতি খন দেখি বৰ ভাল লাগিল,আৰু আগুৱাই যাওক,আপোনালোকৰ সপোনবোৰ পূৰণ হওঁক,তাৰে কামনা কৰিলোঁ। Passion fruit টোক অসমীয়াত লতা বেল বুলি কয়,খাবলৈ বহুত সোৱাদ লগতে শৰীৰৰ বাবে ও ভাল।আমাৰ ঘৰত ও আছে।

  • @ranabarman3368
    @ranabarman3368 3 ปีที่แล้ว +15

    Love from মহন্তহতৰ বাৰীৰ পিছফাল💚

  • @assamskyvlogs
    @assamskyvlogs 3 ปีที่แล้ว +5

    Assamese First no.1 Dailog 👍
    🔥 M O J J A 🔥
    Joi Aai Axom 🇮🇳🙏
    TH-cam Axom r Babe ata Like
    👇

  • @ranubarman857
    @ranubarman857 3 ปีที่แล้ว

    Video 2 sai Bohut val lagil 👍❤️❤️❤️

  • @rupamjyoti8412
    @rupamjyoti8412 2 ปีที่แล้ว

    বহুতে ভাল লাগিল video টো চাই দিম্পু দা ।এয়াই Real প্ৰেম য়ে মজা দিম্পু দা ।

  • @Monmadhurjya_baruah
    @Monmadhurjya_baruah 3 ปีที่แล้ว +5

    Love from darrang mangladai ❤

  • @msstatusvideo.6487
    @msstatusvideo.6487 3 ปีที่แล้ว +6

    Love from kokrajhar dimpu daa❤❤❤❤

  • @nayanmonideka8879
    @nayanmonideka8879 3 ปีที่แล้ว +9

    কৃষক is love ❤️

  • @Hotbloodedyoutuber
    @Hotbloodedyoutuber 3 ปีที่แล้ว +1

    Wow jai aai axom❤❤

  • @hemantabarman1803
    @hemantabarman1803 3 ปีที่แล้ว +1

    Dimpu da tumi jui ❤ aru Khura apunak aru poriyal tuk salute❤

  • @nabajitsingbarman8140
    @nabajitsingbarman8140 3 ปีที่แล้ว +5

    Love ❣️From Bongaigaon.
    Aji Dimpu Daak log paboloi akhare bat sai asu ❣️

  • @hirandevi5694
    @hirandevi5694 3 ปีที่แล้ว +7

    This is true love ❣️❣️

  • @jyo1987ful
    @jyo1987ful 3 ปีที่แล้ว +5

    An Apple can keep a Doctor away but only a farmer can grow that 🍎 👍 Respect a Farmer.

  • @ranikaphigogoi9801
    @ranikaphigogoi9801 2 ปีที่แล้ว

    বহুত ভাল লাগিল দিম্পু। সকলো লৈকে মৰম আৰু শ্ৰদ্ধা জনাইছোঁ

  • @Dudestar
    @Dudestar 3 ปีที่แล้ว +1

    Tumar video to sai val lagil👍❣️

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 3 ปีที่แล้ว +7

    অসমীয়া কৃষক❤️❤️❤️❤️

  • @manalishadas2421
    @manalishadas2421 3 ปีที่แล้ว +4

    আজিকালিৰ প্ৰেম দুদিনীয়া 😁😁😂😂 তেওঁলোকৰ প্ৰেম কাহিনীটো শুনি বহুত বহুত বেছি ভাল লাগিল 😊😊☺☺

  • @sacco5683
    @sacco5683 3 ปีที่แล้ว +35

    wow doing farming is very easy.....but you neccesarily need to have a lot of land....actually we dont have much...btw love your work dimpu ....really appreciate it...

  • @chayanikaborgohain3121
    @chayanikaborgohain3121 2 ปีที่แล้ว

    ভাল লাগিল দিম্পু দা।🖤🖤🖤
    খেতি চাই ভাল লাগিল আৰু প্ৰেম কাহিনীটো বহুত বেছি ভাল লাগিল।😘😘😘 আজিৰ দিনত এনেকুৱা প্ৰেম কাহিনী দেখি পোৱা নাযায়।

  • @bikash8151
    @bikash8151 3 ปีที่แล้ว +1

    Prem or kahini tuk salute disu ❣️

  • @Pradum_Tube
    @Pradum_Tube 3 ปีที่แล้ว +3

    প্ৰকৃত প্ৰেম 💚

  • @atikkhan3848
    @atikkhan3848 3 ปีที่แล้ว +8

    Intro of everyday in getting op🔥

    • @jadabvlogs
      @jadabvlogs 3 ปีที่แล้ว

      mojjjja th-cam.com/video/_fODXVyoLcg/w-d-xo.html🙏

  • @nuclearkim4678
    @nuclearkim4678 3 ปีที่แล้ว +29

    Good old days those were the times when people used to write their affection of love and the heartfull of feelings in a letter. Mind blowing video though. Thanks to u bro for letting us know this wonderful things...❤️❤️👍

  • @deepjyotidas2961
    @deepjyotidas2961 3 ปีที่แล้ว

    Mojjaa lagil❤️❤️❤️❤️😍😍😍😊😊😊😊😊👍👍😚😚

  • @karabimunmahanta6004
    @karabimunmahanta6004 3 ปีที่แล้ว

    Amar gharato ase passion fruit..... Bor dhunia story n inspiring person

  • @RAMENRAJBONGSHI
    @RAMENRAJBONGSHI 3 ปีที่แล้ว +5

    সচা প্ৰেম এনেকুৱাই হয়।।❣️কেৱল ভাল পালেই হয়টো সম্পৰ্ক এটা জীয়াই নাথাকে।
    সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ জানিব লাগিব, বুজিব লাগিব.. আৰু আটাইতকৈ ডাঙৰ কথা, মনৰ পৰা বিচাৰিব লাগিব!!😇💖😊

  • @sukumarmazumdar9273
    @sukumarmazumdar9273 3 ปีที่แล้ว +8

    Dimpu vlog always best✌️😌💞

  • @ankitasarma4981
    @ankitasarma4981 3 ปีที่แล้ว +5

    Dhunia dimpu da .love from darrang 💞

    • @jugalbarmann
      @jugalbarmann 3 ปีที่แล้ว +2

      i also 😌🙌

    • @jadabvlogs
      @jadabvlogs 3 ปีที่แล้ว +1

      mojjjja th-cam.com/video/_fODXVyoLcg/w-d-xo.html

  • @biswajitchaudhury2954
    @biswajitchaudhury2954 3 ปีที่แล้ว

    Really Dada very beautiful love story and also I will salute to them

  • @jamunabhumij2403
    @jamunabhumij2403 3 ปีที่แล้ว

    প্ৰথমবাৰ দেখিলো এনেকুৱা খেতি বহুত বহুত ধন্যবাদ Dimpu da

  • @Samiul_official_12
    @Samiul_official_12 3 ปีที่แล้ว +5

    Love from Morigaon ❤️
    Dimpu da👍

  • @youtubewithsahab8681
    @youtubewithsahab8681 3 ปีที่แล้ว +5

    আমাৰ ঘৰত মানে আমাৰ খেতি বাগানত ও কৰিছো হালধীয়া ফুলকবি দিম্পু দা LOVE FROM MUKALMUA LOHARKATHA

  • @asifakram7935
    @asifakram7935 3 ปีที่แล้ว +14

    Fast views

  • @Oppbs_ariffff
    @Oppbs_ariffff 3 ปีที่แล้ว +1

    Tamul main dimpu da💪

  • @jintudas1594
    @jintudas1594 3 ปีที่แล้ว

    Aitu video sai bohut val lagil ane kuwa kheti kora manhu thakib lage poisa thakilei nhb karon kheti nhle olp poisa khab nuware kheti kora manhu r pora a kinib lage gotike kheti mein

  • @theblackhorse1158
    @theblackhorse1158 3 ปีที่แล้ว +9

    Hosake one of the BEST VIDEO. SALUTE TO FARMERS and Parameswar Da for such a fantastic endeavor of farming such varieties of crops and yes, their love story too. Really touching. Dimpu bhai please hey farm tur location tu share kori diba....jaam hunkale....aru sobe gole aru motivated aru appreciated feel koribo teu aru bhaal houk. Very nice video Dimpu bhai...KEEP UP YOUR GOOD WORK😊

  • @RVfanny6130
    @RVfanny6130 3 ปีที่แล้ว +15

    Dimpu দা আমিও ষ্টোভেৰি খেতি আৰু ব্ৰকুলি খেতি কৰু ,🙂
    বহুত ভাল লাগিছে vidio টো ,

    • @nipankalita5426
      @nipankalita5426 3 ปีที่แล้ว +1

      Dada strawberry puli kt pua jai nu moiu Kori salu hoi olop mn

    • @RVfanny6130
      @RVfanny6130 3 ปีที่แล้ว

      @@nipankalita5426 amar nursery ase lagile amar porai lobo paribo ,🙏

  • @RezaulKarim-ph3vn
    @RezaulKarim-ph3vn 3 ปีที่แล้ว +8

    Dimpu da now a days your content is in tje next level ..God bless u love u a lots

  • @gokulboro3287
    @gokulboro3287 3 ปีที่แล้ว

    Nice 👍 love story and farmers

  • @nizmadartalanamgharkamalpu3434
    @nizmadartalanamgharkamalpu3434 2 ปีที่แล้ว +1

    আপোনাৰ ভিত্তিত যায় বৰ ভাল লাগে🍄🔥🔥