বাহিৰৰ জগতৰ এটা ধুনীয়া সপোন পুহি ৰাখিছে ছোৱালী জনীয়ে। আশাকৰোঁ এই সপোন যেন এদিন সচাত পৰিনত হয়।
O bhai ,vdo tu chai kiba montuye kenba kenba lagil,ajir jugotu manuhe nijor logote pariyalok kostor majere jiyai thakiboloi di nijor swabhimaanot jiyai ache uffff😣,tumio annanya👌👌
Hoi diok gurung da but kisumanor nijor kostor t koi saviman besi dangor.🙏🙏
স্বাভিমানেৰে জীৱন জীয়াইছে ভাল কথা। কিন্ত নিজৰ ইমান মৰমলগা ছোৱালীজনীৰ বাবে সকলো অভিমান এৰি দিয়ক। ভগৱানৰ মঙ্গল কামনা কৰিছো পৰিয়ালটোৰ বাবে আৰু বিশেষকৈ ছোৱালীজনীৰ বাবে।❤
Kobole dher mon jai video tu sai kintu kuwatkeu dukh bohut lagise suwalijonir jibontu dekhi. Manuhjone jibonot ki dukh dekhise najanu aru hoitu teuluk tenekei thakia hukhi.akha koru jibonot teuluke bisara nisinai hukh pauk aru suwali joniu jibonot ji bisarise take pauk🙏🏻
সঁচাই ভাষা নাই... সদায় ভালে থাকক তেওঁলোক আৰু দিম্পু তুমিও।
Hay Amar Kakhor a Sun Tekhet Hkolr Kahani To Moi Kow Asol Kotha To Hol Agot Tekhet Hkokle Sorkark Bohut Bar Ghr to khujisil Aru Sorkare Dim Buli Koi Nedile Tar Pisot Tekhet Hkole Sorkar r Bosto Ake Bare Tag Kori Dile Jay Amak Sorkar r Bostu Nalage Xei To Tekht Xkolr Kahani Kintu Ami Tekhet Hkolk Olp Hohai Koribo Khuju Jay Apunalok Baru Poki Ghr Nalage Kintu Apunalkor Jay Mati r Ghr to a Olp Mera Moti Kori Dim Buli Tekhet Hkolk Bujabo Lagibo Moi Aaha Mahot Tekhet Hkolr Ghrt Jam Aru Xei Kotha To Alosona Korim Saow Tekhet Hkole Manti Hoi Ki Nhoi 🙏🙏🙏🙏
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
TH-cam Link :::: th-cam.com/video/QICN5RnJcrA/w-d-xo.html
ছাৰে আমাক ক্লাছ নাইনত টিউচন কৰিছিল৷তেতিয়াৰেপৰা মানুহজন অদ্ভুট৷আমাক কিছুমান বস্তু দোকানৰ পৰা কিনি অনাৰ সলনি ঘৰতে বনাই ল'ব দিছিল৷
কবলৈ বেয়া লাগিছে যদিও তেও এজন মানসিক ৰোগী৷চিকিৎসা কৰিলে ভাল হ’ব৷ছোৱালীজনীৰ জীৱনটো নপঢ়াই বেয়া কৰিলে৷মা ক জনেয়ে উচিত ব্যৱস্থা ল’ব পাৰৰিলে হয়৷তেও মাথো পত্নীৰ ধৰ্ম পালন কৰিলে মাক হিচাপে নোৱাৰিলে
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
TH-cam Link :::: th-cam.com/video/QICN5RnJcrA/w-d-xo.html
শিক্ষাৰ মূল লক্ষ্য চাকৰি নহয়.. সকলো ক্ষেত্ৰতে আজি কালি শিক্ষা সকলৰে দৰকাৰ হয় ..মানুহ জন স্নাতকোত্তৰত হৈ কি হব,এইখিনি কথা যদি বুজি নাপায়.. ছোৱালী জনীৰো ভৱিষ্যত বেয়া কৰিলে..
এজনে ভিডিও বনাইছে কস্তুৰীয়ে গাড়ীত হাগিলে আমি হেনো ভিডিওটো শেষলৈ চাব লাগে 😂 আনএজনে ভিডিও বনাইছে দোকান আৰু এটা পৰিয়ালৰ অদ্ভূত কাহিনী । সম্পূৰ্ণ পৃথক ❤️ ধন্যবাদ ডিম্পু দা ।❤️❤️
Dimpu তোমাৰ TH-cam ৰ যিমান video আছে তাৰ ভিতৰত এইটো আজিলৈকে শ্ৰেষ্ঠ । সঁচাই তেওঁৰ প্ৰতিজ্ঞা ক 🙏🙏🙏 জনালোঁ ।
আৰু আজি তোমাৰ chanel টোৰ followers আৰু বেছি হওক তাৰেই কামনা কৰিলো ।
সঁচাই দুখ লাগিল । তেওলোক আৰ্থিক ভাৱে উন্নত হওক.. সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক । পৰিয়ালটোৰ আত্মসন্মান বোধক শতকোটি প্ৰণাম ।
দিম্পু দা আপোনাৰ গোটেই বিলাক ভিডিঅ ভিতৰত এইটো ভিডিঅ সকলোতকৈ শ্ৰেষ্ঠ 😞 কি কম কবলৈ একো ভাষা নাই... দে আৰ 😥
সচাকৈ, বঞ্চিত ,নিস্পেষিত জনৰ অন্তৰত কিমান ক্ষোভ, অভিমান পঞ্জীভূত হৈ থাকিব পাৰে এই ভিদিঅ টোৰ যোগেদি বুজি পালোঁ। ধন্যবাদ দিম্পু 👍👍
@@dhritimansdiary6522 hey mookkel chuda.😅 Vl vdo vl content bona toi nuxujileu mnuhe morom dibo ane xuji xuji morom pabo sesta korat k .vl content loi vl vdo bonuwat sesta kor sun
Saksar oprot kshov bujilo thike aase kintu suwali tur jiban dhangakh kori dilak etu tu val huwa ni
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
TH-cam Link :::: th-cam.com/video/QICN5RnJcrA/w-d-xo.html
অদ্ভুত,
কবলে গলে মানুহ জন psycho .
ছোৱালী জনী ভৱিষ্যত টো ধ্বংস কৰিলে।
Suwali jonir Bhut axa ase .dewtakr karne Tai ondhokart thakibo lga hoise .😥
ছোৱালীজনীলৈ মৰম লাগিছে। স্বাভিমান আঁতৰাই তাইক আগুৱাই নিয়াটো বিচাৰো।
Felling sad for Harshita. She has the right for education and a better life. I think her father need proper counselling.
Exactly she was to learn to leave her fatherly love..otherwise she would have a hard time in this world
Seems like she wants to fly but she is caged. So sad. Her father is a broke man. I may sound rude but he is doing injustice to his family. Hope god give them strength and I don't think anyone can guide that man. He is broke and stubborn.
Felling sad for Harshita.she has the right for education and a better life.I think her father need proper counselling.
ভন্টি ❤️জনি আৰু খোৰা খুৰী যেন সদাই ভালে থাকে তাকেই কামনা কৰিলোঁ🙏🙏🙏🙏
২৩ বছৰ বিনা দৰমহাৰে মানুহজনে জীৱন পাৰ কৰিছে , অভিমান অন্তৰত জ্বলি থকা জুই ইমান সহজে নকমে 🙂। কিমান আশা ? কিমান সপোন ? লৈ মানুহজনে শিক্ষকতা কৰিছিল , সকলো শেষ হৈ গল।
আমাৰ পৰিয়ালটো তেনেকুৱাই , মা - দেউতাই বেনা দৰমহাৰে ৩০ বছৰ ধৰি নিস্বাৰ্থ ভাৱে ৰ্কম কৰি আহিছে । আজিও মায়ে স্কুলত যায় , দেউতা বিদেশত গʼল কিয়নো পৰিয়াল নচলে ।
Bhal lagil, Tyagi monor puruxh hoi.
Eswarei twlukok rakhyanabexhonor
dayitya sabhalise niswai Amar
pariyalot hole un duti praniye ei
boixommya kahaniyu xohibo nuwarileheten ! Tewlukor jeewan-
-jatrar xombhed pai ami xokoluye osoroloi goi kinchhit xohai korar manoxere tewlokor swahaste xojowa
xamogribur kini ana uchit.
Isware tewlokok jiyai rakhok. Om
shanti, shanti, Shanti.
ভাল ভাল.... তেওঁলোকৰ story সঁচাকৈয়ে জানিবলগীয়া.... কিন্তু এটা কথা মোৰ ব্যক্তিগত ভাবে ইমান পছন্দ নহ'ল.... ছোৱালীজনীক পঢ়িব দিব লাগিছিল.... ইমানকৈ পঢ়ি শুনি তেওঁ চৰকাৰী চাকৰি নোপোৱাটো অতি দুৰ্ভাগ্যৰ কথা.... কিন্তু হয়তো ছোৱালীজনীয়ে পঢ়ি মেলি বহুত ভাল কিবা কৰিলেইহেতেন বা.... সেইবোৰো ভাবিব লাগিছিল.... যিয়ে নহওঁক তেখেতে যাতে ছোৱালীজনীক পাৰিলে আৰু পঢ়ুৱাবলৈ চেষ্টা কৰে... তাৰেই অনুৰোধ। ধন্যবাদ
Love from lakhimpur
Khuv ata ase manuhjonor monot khei khuv dukh khuk khiniye teok vagi pelaise tmi buji pua nai sage roll nmbr 1
1st division aru tar pst sakori tu nupuar bedona tu sage anuvab hua nai teo vagi goise tar porinoti aitu
মানুহজনৰ মনত চাগে বহুত ক্ষোভ আছে বাবে তেওঁ তেনেকুৱা কৰিছে কিন্তু তেওঁৰ এই সিদ্ধান্তই ছোৱালীজনীৰ ভবিষ্যতটো ধ্বংসৰ পথত গৈ আছে । সকলোৱে মিলি এই পৰিয়ালটোক এই ধাৰণাটোৰ পৰা দূৰ কৰিব লাগিব ।।
পৰিয়ালটোৰ কাহিনীটো হতাশ কৰি দিলে, যেনেকুৱা নহওক পৰিয়ালটোৰ সুখ শান্তি সমৃদ্ধিৰ কামনা কৰিছোঁ লগতা দিম্পু দা লৈ অশেষ ধন্যবাদ থাকিল ।
বৰ আকোৰগোঁজ মানুহ হে, নিজৰ লগতে উঠি অহা ছোৱালীজনীৰ ভৱিষ্যতটোৰ কথা এবাৰো ভবা নাই, মানুহ গৰাকী সতী-সাবিত্ৰী তেওঁৰ বাবে পতি পৰমেশ্বৰ, এটা কথাও আজিলৈকে প্ৰতিবাদ কৰা নাই, সকলো মানুহৰে নিজস্ব এটা মন থাকে বহুতো সপোন থাকে সেই কথাটো ইংৰাজীত স্নাতক হোৱা মানুহজনে নুবুজিল, শিক্ষা থাকিও তেওঁ সচাঁ অৰ্থত অশিক্ষিত,🙏
জ্ঞান আছে তেওঁৰ কিন্তু বিজ্ঞান নাই,,
#niyorneelbora
কি কম আৰু Dimpu দা, মোৰ মুখৰ পৰা একো শব্দ নোলোৱা হৈ গৈছে 😢 I am speechless ভগৱানে যেন সদায় তেওঁলোকক কুশলে ৰাখক 🙏 আৰু ভণ্টী জনীক আগবাঢ়ি যাবলৈ আৰু শক্তি দিয়ে যেন ❤️
It's very emotional 😢. ছোৱালীজনী নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ বাবে দুখৰ লাগিল। তাইৰ প্ৰতিভাক নতশিৰে প্ৰণাম🙏🙏
এনে এক অদ্ভূত সিদ্ধান্ত লোৱা কথাটোত মোৰ মনটো ভাগি পৰিছে। কাৰণ হৰষিতাৰ ভৱিষ্যত জীৱনৰ কথা আছে। ইমান মৰম লগা ছোৱালীজনী।
জ্ঞান শিক্ষা থকাৰ পিছতো গ্ৰহণ কৰা এনে সিদ্ধান্তই মূৰ্খতাৰ পৰিচয় দিয়া নাই জানো !! কাৰোবাৰ ওপৰত থকা ক্ষোভৰ পৰিণতি
নিজৰ পত্নী জীয়ৰীক ভুগিব দিয়াটো মই কেতিয়াও উচিত বুলি নাভাৱো তেওঁ যিমানেই উচ্চ শিক্ষিত নহওঁক কিয় 😔🙏
Teor nijor dhorjyo aru nijor khuvor uport control nai...tekhet tecaher hoiu student k val gyan dibo nuarile heten
সচাই। অন্তৰখন চুই গ'ল দেই। তেওঁলোকৰ কথাবোৰ কল্পনা কৰি চাওঁতে , কিবা যেন এটা দুখ লাগি গল। ভগৱানে তেওঁলোকৰ লগতে আপোনাৰো মংগল কৰে যেন।
Beti Bachao Beti Padhao ❤️ বৰ্তমান যুগৰ পৰা একেবাৰেই পৃথক।
কি অদ্ভুত বৈপৰীত্য মানুহ!! জীৱনত প্ৰথমবাৰ দেখিলোঁ শিক্ষাৰ মূল লক্ষ্য চাকৰিয়েই নেকি? যাৰকাৰণে আজি নিজ কন্যাকো শিক্ষাৰ পৰা বঞ্চিত কৰিলে।
Mojja hoise video to excellent Sab laga video to 👌🤟🤟💞😚🌹🔥 De rrr
পৰিয়ালটোৰ বাবে ভগবানক প্ৰাৰ্থনা কৰিলো যাতে তেওলোকে ভালকৈ থাকিব পাৰে,, সচাই মানুহ সদায় এনেকৈ challenging হব লাগে 🥰
@@rohitroy6257 akdm thike sowali jonir hopun sob Pani hoi gol bohut bea lagise
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
TH-cam Link :::: th-cam.com/video/QICN5RnJcrA/w-d-xo.html
আগৰ দিনৰ শিক্ষা গ্ৰহন কৰা মানুহ, বৰ্তমান যুগত কাৰেন্টৰ পৰা ধৰি educationলৈ একো যদি নাই জীৱনেই অন্ধকাৰ ,আপোনাৰ যি হল হল একো নাই.! ছোৱালী জনীৰ future তো চাৱ লাগে , বাকী যি কি নহওক সুন্দৰ জীৱন অতিবাহিত কৰক..!!চাই ময়ো হতভম্ব..!!
প্ৰথমে Dimpu দা k ধন্যবাদ জনালোঁ এনেকুৱা এটা পৰিয়ালৰ লগত চিনাকী কৰি দিয়াৰ বাবে...
ইমান সহজ সৰল মানুহ তেওঁলোক... সঁচাকৈ আজিৰ দিনত তেনেকৈ চলি খাই থকাটো বহুত কষ্টৰ কথা..... তেওঁৰ মনত থকা ক্ষোভ খিনি সোনকালে দুৰ হোৱাটো কামনা কৰিলো🙏
সঁচাই আচৰিত পৰিয়াল।কিমান জেদী হলে মানুহে এনেকুৱা জীৱন যাপন কৰিব পাৰে।মূল্যবোধ ,সততা কি এওঁলোকৰ পৰাই আচলতে শিকিব লাগে।তথাপিও কওঁ পাৰিলে সিদ্ধান্ত সলনি কৰি প্ৰাপ্য সুবিধা খিনি গ্ৰহণ কৰক।ধন্যবাদ দিম্পু, এনেকুৱা এটা পৰিয়ালৰ লগত আমাক চিনাকি কৰাই দিয়া বাবে।
এওঁলোক হৈছে, জীৱন আৰু সত্য পদূলিৰ সঁচা মনৰ মানু্হ...!!
No no aitoh murkhami jot nijor potnir logote dkh nthoka sowali jonio bhugise tair hopun sob Pani korile,,vote jatiya dise ghr ata powa ba light powa aitoh moulik odhikar but manuh jone xaitoh oo poriwalog ni diya baki toh bade diya 😒😒😒
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
TH-cam Link :::: th-cam.com/video/QICN5RnJcrA/w-d-xo.html
মানুহজনৰ শিক্ষা আৰু তেওঁৰ বুদ্ধিমত্তাক শ্ৰদ্ধা কৰোঁ কিন্তু নিজৰ ব্যক্তিগত ক্ষোভ,খং আৰু সমাজত চলি থকা নীতি নিয়ম বোৰৰ ওপৰত কৰা অভিমানৰ কাৰণে তেখেতৰ পত্নী আৰু বিশেষকৈ ছোৱালী জনীয়ে ভুগি আছে! তেখেতৰ জেদ খং অভিমানৰ ফল ছোৱালী জনীয়ে গোটেই জীৱন ভুগিব লাগিব, তাইৰ সেই সেমেকা হাঁহিয়ে সকলো কয়, কিন্তু দেউতাকৰ একান্ত বাধ্য কাৰণে আজিৰ সময়তো তাই মাত নাই মাতা ! ভাল হওঁক তাইৰ লগতে তাইৰ পৰিয়ালটোৰ ❤️
Just because his life didn't turn out how he expected it to be, he has also pushed his wife and daughter's life into darkness denying any access to basic necessities of life in today's Era. Instead of giving her the best he could, he has just succumbed to his stubbornness and anger. Wondering how the sweet girl is going to live in such a situation as she grows older?!! How can we help🥺
মানুহজনে যি আদৰ্শৰে চৰকাৰী সাহাৰ্যৰ পৰা নিজকে বিৰত ৰাখিছে , পৰিয়ালটো চলাই নিবলৈ সক্ষম হৈছে তেখেতলৈ প্ৰণাম জনালো । ছোৱালীৰ ভবিষ্যতলৈ অলপ সন্দিহান হৈ থাকিলো ।
ইমান সততা আমাৰ সমাজ খনতকৈ বহুত পৃথক এওঁলোকৰ পৰিয়াল । অহিংসাই পৰম ধৰ্ম। কুশলে থাকক তাকে কামনা কৰিলোঁ।
Xorolotare poripurna Dimpu daa😌😌khokolure prio🥰🥰 TH-cam bulilei Dimpu daa 😌
বহুত সহজ-সৰল মানুহ সঁচাকৈ সঁচা মনৰ মানুহ এয়াই real সুখ মানুহৰ, যিটো টকা পইচাৰে কিনা বেচা কৰিব নোৱাৰি, ঈশ্বৰে সদায় ভালে ৰাখক এই পৰিয়ালটোক👏🤲✊
Valke sale dekhiba family toh hosa kori happy ne sowali jonir mukh khnnoloi saba aber kiman hotakhh ji hopun sob Pani
আচলতে সংগ্ৰামে জীৱন মাক দেউতাকে হয় তাইক শিক্ষাৰ পৰা বঞ্চিত কৰিছে কিন্তু এখন ঘৰৰ পৰা যিমান খিনি শিক্ষা,জ্ঞান দিব লাগে সেই বোৰ গোটেই দিছে জীয়েনেকি আজি কালিৰ পঢ়ি শিক্ষা লোৱা বোৰৰে কম থাকে, তাই কি নোৱাৰে সকলো পাৰে, তাইৰ আশা সপোন এদিন নিশ্চয় সফল হব কাৰণ তাইৰ শিক্ষা প্ৰবিত্র ।
Moja lagil dimpu da
Dimpuu da sowalito bht dukh kastat ase apuni teok guwati furaboloi loi jaok ❤️tair issa bor puran korok jdi pare 💞
Dimpu দা তুমালৈ এটা request তুমি হেই ঘৰ খন অলপ সহায় কৰি দিবা
Khali dimpu Daa buliye nohoi Dada,,, jimn paaru aami xokoluye mili xohoai korib laage buli moi vabu,,,🙏🙏
চোৱালি জনীক মোৰ বিয়া পাতিব মন গৈছে আৰু তেওঁলোকৰ দুনিয়াৰ পৰা আমাৰ দুনিয়াত অনিলো হয়🙏🥰
Dimpu,r jiman video saisu tare vitorot, this is the No.1 video, thank you for this video, keep it up, God bless you.
Suwali joni loi bohut bea lagise🥺 bhal lora ata logot oti xunkale tai jugmo jibon tu arombho houk . Hai lora jone tair monor akha ru tai adhorua xikha bur u puron korok..take bhagwan'k parthona korisu ontor pora 🙏❤❤❤
অসমৰ বেলেগ youtuber ত koi Dimpu অলপ বেলেগ।তোমাৰ content বোৰৰ পৰা ছছাইটি লৈ এটা মেচেজ যায়।You really deserve a good recognition।God bless you.Love from Delhi
. Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
TH-cam Link :::: th-cam.com/video/QICN5RnJcrA/w-d-xo.html
Very strange. Though respect his ideology, but it's really difficult for his family to survive like this. System definitely have lots of faults of it's own. But he n his family is not responsible for that. Hope their well wisers can help him n his family to somehow live with minimal accommodation of life🙏🙏
Thanks Dimpu for highlighting the family. You are really doing great job. Keep growing 👍👍
There is nothing to respect his ideology, many people don't get job even after studying that doesn't mean education isn't important. He didn't get education properly so he didn't get job ( education will never make you believe in this kind of shitty ideology ).
মানুহজনৰ এই মানসিকতাৰ বাবেই তেওঁলোকৰ বিষয়ে জানিবলৈ জনসাধাৰণৰ উৎসুকতা বাঢ়িছে।মানুহজনক শিক্ষক যেতিয়া নিশ্চয় জীয়েকক ঘৰতেই অধ্যয়ন কৰাত সুবিধা হব।ইতিমধ্যেই মানুহজন বিখ্যাত ব্যক্তি হৈ পৰিছে,জীৱন সাৰ্থক হৈছে যেন অনুমান হয়।
ছোৱালীজনীলৈ দুখ লাগিছে😭 দেউতাকৰ ক্ষোভৰ অংশীদাৰ ছোৱালী জনীক কৰিব নালাগিছিল I হয়তো ছোৱালীজনীয়ে ভালদৰে অধ্যযন কৰাহলে ভাল সংস্থাপন পালে হেতেন🙂
ভগৱান ওচৰত এটাই প্ৰাথনা, যাতে এই মানুহজনৰ চিন্তা-দাৰাবোৰ সলনি হয়.! যিহেতু আমি বোৰ মানুহ যেতিয়া, মানুহৰ সুখ বা দুখ হোৱাটো স্বাভাৱিক ...! হ'লেও নিজেই ইমান কঠিন সময়বোৰ কটাবলৈ বিচৰাটো দেখি মোৰ মন বেয়া লাগি গল 😞
Atia ru kot change hbo..tew kintu agor pra a alp zedi manuh...nlage buli koise mane akoi noloi...2004/2005 mant a goise sei nodir parot...ghr atiao tenekua koi a ase
সচাঁই ভাষা নাই কবলৈ ..খুৰা -খুৰী আৰু ভণ্টি জনী ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিলোঁ🙏🙏🙏
দুখ লাগিল , দোকান খনৰ যোগেৰে হক তেওঁ লোকৰ আৰ্থিক অৱস্থা টনকিয়াল লৈ উঠক
মাথাটো বেয়া লাগি গৈছে ছোৱালীজনীক দেখি ৷ অলপ সময়ৰ কাৰণে তাইৰ ঠাইত নিজক ৰাখি দুৰ্বল অনুভৱ কৰিছোঁ 😊
খুব সোনকালে তাইৰ ওচৰলৈ যাম ৷
ভালে থাকক গোটেইকেইটা ৷
একেবাৰে সহজ সৰল ইউতিউবাৰ, যাৰ পৰা অলপ হলেও কিবা সিকিব পাৰি। ❤ কাজিৰঙা খন দেখাই বৰ ভাল কাম কৰিলে ডিম্পু দাই
দিম্পুৰ এই ভিডিওটো চাই অনুমান কৰিব যে, আজিৰ এই আধুনিক যুগতো সেই ছোৱালী জনীয়ে কেনেকুৱা এটা জীৱন জীয়াই আছে...
ভিডিওটো চাই মই বিশেষ একো তেনেকুৱা কাৰন বিচাৰি নাপালোঁ যাৰ বাবে মানুহজনে চৰকাৰৰ ক্ষোভত গোটেই বাহিৰৰ পৃথিৱীখনৰ পৰায়ে পৃথকে থাকিব লগীয়া হৈছে....
মোৰ ব্যক্তিগত অনুভৱ অনুসৰি মানুহে জেড কৰিব লাগে,, কিন্তু ইমানো নহয় যে পৰিয়ালত থকা প্রত্যেকজন ব্যক্তিয়ে তাৰ পৰিণাম ভুগিবলগীয়া হয়....
ভাল হওক পৰিয়ালটোৰ.... 🙏
বহুত ভাল লাগিল দেই ভিডিঅটো চাই
পৃথক মানসিকতাৰ, অমূল্য পৰিয়াল🙏
সিদ্ধান্তত অটল,এনে মানসিকতাৰ মানুহ বৰ্তমান সময়তো আছে সঁচাকৈ ভাবিবলগীয়া🙏✊🙏
কেতিয়াবা যাম সেইফালে গ'লে । বহুত বেলেগ ধৰণৰ পৰিয়াল এটা । আগতে দেখা নাই কেতিয়াও । ভগৱানে সুস্থ কৰি সুখ শান্তিৰে ৰাখক তেখেত সকলোক । ডিম্পুৰ পৰা বহুত কিবা কিবি দেখিছোঁ । ধন্যবাদ ডিম্পু । 👍🙏
সচাকৈ অন্তৰ স্পৰ্শ কৰি জোৱা এতি বিধিও
সুবেই ভাল লগিল চাই
সকলোকে জাতে ভগবানে কুশলে ৰাসে
লগতে দিম্পু এনেকৈ আগবাঢ়ি জোৱা তাৰে কামনা থাকিল
সেই মানুহজন ভীষণ স্বাৰ্থপৰ। নিজে পঢ়ি একো কৰিব নোৱাৰিলে বা একো নহ'ল বাবে তাইকো পঢ়িবলৈ নিদিলে। স্বাৰ্থপৰ
Dimpu da u r the legend of Assam ❣️❣️❣️
th-cam.com/video/E94yfLcCPUc/w-d-xo.html
Aitu content sabo pare.. Dhuniya story and execution.. Asomiya mini series.. Val. Pale share koribo
@@monibordoloi9660 sure dada slu aru aitu video tuh amr nsina bnai sa juntu amr lgr bur lgt hoi
Great job 👍👍 dada
কি কম ভাষা নাই অদ্ভুত।মাইনা জনীৰ কাৰনে বহুত বেছিয়া লাগিছে🥺
Her father really needs counseling, he's literally doing injustice with his family and I just can't process the fact that a section of viewers are appreciating what he is doing, huh just lost I hope that their life changes asap
He is a psychopath. He really needs counselling. Needs to be admitted soon.
He is no less than a maniac there might be justifiable circumstances behind his mental condition though. I really feel pity for the mother and daughter, such a young girl is forced to live a life in conditions akin to medieval ages deprived of basic modern amenities.
same condition my father facing.. teaching from 1992 but till now post is not permanent
মৰমৰ দিম্পু চিট বেল্টডাল লগাই গাড়ীখন চলাব।ৰাইজে আপোনাক সকলোৱে চাই।আপোনাক অনুসৰণ কৰিছো বুলিয়ে আপোনাৰ অভিজ্ঞতাকো অভাৰট্ৰেক কৰিব বিচাৰিব কিছুমানে।
বেলেগতকৈ বেলেগ অলপ ❣️
জয় দিম্পু দা 🔥🔥🔥
dimpu da 💕
th-cam.com/video/E94yfLcCPUc/w-d-xo.html
Aitu video sabo pare.. Birat dhuniya content.. Val paisu krne share korisu..
Absolute respect for the dignity of that person.. he has the guts to refuse govt.also . Many may see it as foolishness but understand his feelings . He has lost his hope in today's society . And Dimpu you really deserve to be a true ambassador for us.
ঠেক মানসিকতাৰ মানু্হ 😢😢ছোৱালীৰ জীৱনটো ৰ কথা ভাবিব লাগিছিল ।মানুহৰ জীৱনটো খন্তেকিয়া উপভোগ কৰিবলৈ শিকিব লাগে ।ক্ষোভ ৰাখি কি পাব 😟
Adin jb lagib dimpo. Val lagil. Anekowa video di thakiba
Dimpu's content is as real as it gets. Love these videos 🔥
Mur Chanel or Friend huaa moi nisoi back dim Tumi video ata sai comment ata kori thoi ahiba moi back dim
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
TH-cam Link :::: th-cam.com/video/QICN5RnJcrA/w-d-xo.html
Deutakor jibon tu baru soli jabo kintu suwali joni kotha abar bhabibo lagisile.Dimpu da love from lakhimpur ❤️❤️❤️
সকলোৱে জীৱনত সপোন ৰচে।। যেতিয়া সেই সপোন বাস্তব নহয়, তেতিয়া জীৱনৰ সকলো আশা আকাংখা নোহোৱা হৈ যায়।। যিটো মানুহ জনৰ লগত ঘটিল।।। কিন্তু মানুহ জনে ছোৱালী জনীক পঢ়াব লাগিছিল।। হয়তো তাই পঢ়ি শুনি ডাঙৰ মানুহ হল হেতন।। তাইৰ কথা বতৰাত গম পোৱা গল, পঢ়িবলৈ তাইৰ কিমান হেপাহ।।
Sowali joni r sage Prhib mon asil a.... Mnuh a abar life pai... nijor jibn to Gorhib dib lgisil....
video to xsakoi a bhut heart touching......
Wahhh..... Amazing dada...
Aji r loike anekuwa family moi dekha nasilu......
Ahhh..!!!! Ki kom aru....
যি কি নহওক 😏 তেওঁলোক সুখেৰে থাকক
Its an extremely emotional video. This is the reflection of failure of our system. A person who could have had a reasonably good life is living a tough one because of the inefficiencies of the system. Just hope some NGO from Assam could come up with some sort of rehabilitation measure for the family as they are totally indifferent and unwilling to accept any sort of Government support. It's really comforting to see that the family is sticking together even with this tough decision. Dimpu, it was really a good effort from your side to bring up this story as the rest of our media seem to be busy with other unnecessary things which is not so in the public interest.
এইখন স্মাৰ্ট অসমৰ দুখ লগা কাহিনী কেনেকৈ কম যে অসমৰ উন্নতি হৈছে এতিয়াও সময় আছে মাননীয় মুখ্যমন্ত্ৰী এবাৰ গৈ চাওক মানু্হ ঘৰলৈ 🙏🏻🙏🏻🙏🏻মানু্হ জনে অলপ হলেও বুজি পাব
Hi eman mur videos buru abar saba sn 🙂 aru vall lagile chaneltu please sub kori diba 🙏🙏🙏
Imn dhuniya Suwali jonile bohut dhuk lagise bohut dhokor kahini
ক্ষোভ আছে মানুহজনৰ মনত 😊,,,যোগ্যতা থকা স্বত্বেও প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে তেওঁ। তেৱোঁ আজি আন দহজন চৰকাৰী চাকৰিয়ালৰ নিচিনাকৈ সুখেৰে থাকিব পাৰিলে হেঁতেন।কিন্তু তেওঁ যে বঞ্চিত!!!সেয়াই ক্ষোভ🥺🥺
পৃথিৱীৰ আটাইতকৈ সুখী পৰিয়াল । ধন্যবাদ দিম্পু
Mur Chanel or Friend huaa moi nisoi back dim Tumi video ata sai comment ata kori thoi ahiba moi back dim
Bidda kolu Dimpu Daa, tumar মানসিকতা সকলোতকৈ বেলেগ, সেইকাৰনে tumak কিবা এটা ভাল লাগে 🥺♥️
ছোৱালী জনীৰ ভৱিষ্যতো ধ্বংস নকৰিব তাইৰ বহুত আশা আছে পঢ়া শুনা কৰিব দিয়ক ভালকৈ ।মাক দেউতাকে সন্তানক পঢ়া শুনা কৰি আগবাঢ়ি যাবলৈ দিব লাগে । জীৱন দুদিনীয়া মাক দেউতাক টো সদায় নাথাকে । ছোৱালী জনীৰ ভৱিষ্যত টো অন্ধকাৰ নকৰিব তাৰেই সাদৰৰে অনুৰুধ কৰিছোঁ।🙏🙏🙏😭 দিম্পু তুমি সকলোতকৈ Best ..👍👍👍দে আৰ.🤗💐👌😎
Eyak e koi xongraam … nijor uporot laaj lagise, eman puar pasot u aru bisari furu… Soboke ajir dinot luxury lage … Teolukor Luxury nathakibo pare kintu hahi ase, Xukh ase ❤️
Ghanta hukh ase sualir life tu borbad kri ase dekha ni mokkel sualir kimn depressed ase
When she was saying that , " Mur pohibole mon jai bahiror dekhole furibole jabo mon jai " just look at her innocent face 🥺
Cant believe there can be such a family in today's world so unique who needs nothing absolutely no help from anyone.Very heart touching really feels very sad.
There is no sadness in their faces also for living such a life.
This family showed it n proved it that they can still live their life happily without any help.Salute to this family
May God give them strength.
Thank you Dimpu for making this video people will get to know n visit this family.
No bro .. deuta jon he tenekua ... Baki poriyal tuk teu kostore pali ase .. suali jonik hixxha pora bonchit kori teu tair bhobishyot beya he kori ase ... Asolote teu huxhi nohoi....
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
TH-cam Link :::: th-cam.com/video/QICN5RnJcrA/w-d-xo.html
@@fuzailsarkar8523 yeh even if the father puts down all help from government still his entire family agreed to his decision
সঁচাই কি বুলি কম ভাষা নাই,
দিম্পু দাই দিব খোজা পিছতো নললে কিও এইটো একে বাৰে বুজি নাপালোঁ । কিয় এনেকৈ নিজকে খাষ্টি দিছে সেই তাহানিৰ কথা ভাবি লৈ ।
এতিয়া দিনীয়া বেলেগ আগৰ দৰে হৈ নাই থকা,, বিশেষকৈ ছোৱালী জনিক এনেকুৱা ৰূপত দেখি বহুতে বেছি বেয়া লাগিছে So emotional...🤭🥰🤗🤗👍🙏
When you get a little, you want more. When you get more, you desire even more. But when you lose it all, you realize that LITTLE was enough! Perfect example of being grateful for what he has. Really heart touching story. #Respect 💯❤️✌️👍
Dimpu became emotional for a short time.🥺🥺 Hope their family lives well forever.🙏🙏
Anand mishrar namot fake acc ai2.. mishra sir a ruu vdo t comment nedea
Imotional speling vul.. Ips ofcr ajn a anke nilikhae.. Fake acnt. Imotional na emotional?
সঁচাই অন্তৰ চুই গল😊❣️
ডিম্পু ভিডিঅটো চাই ভাল লাগিল।আৰু লগতে এখন স্বাৱলম্বী ঘৰ ।কিন্তু ইমান সহজ সৰল নিজস্বৰে জীৱন কটাব পাৰিবনে ।লগতে ইমান মৰম লগা ছোৱালী জনি অলপ হলেও পঢ়াব লাগিছিল।
Unpredictable! Etiyao eneka manuh aase ! Thanks dimpu for sharing this .🙏🙏🙏
Really feeling sad for Harshita😔😔.. honestly kobogole manuh jonoloi mur xong uthi goisil... Teu nijor abhimanor boli teur jiekok kio korile... Harshita k jetia school jua, bostu dia kotha bur hudi asil tetia tai r montu semeki jua Jen lagil... Sorkaror uporot Jed lagi sorkaror bostu noloi pele teu sorakoror ekudal xoti kora ni.. teu nijor xoti kori ase aru logote nijor porial tur...
May God bless them🙏 তথাপিও কওঁ যে.... জীৱন জিন্দাবাদ... কাম কৰি আগুৱাই গৈ থাকক, কেতিয়াও হাৰ নামানিব |💐❤
সঁচাকৈ বহুত ভাল লাগিল ভিডিঅ'টো চাই, আৰু লগতে তেখেত সকলক যাতে কোনোবাই সহায় কৰে
দাদা সেইজন আমাৰ জেঠা হয় । মানুহটোৰ মনটো সেনেকুৱা । দাদা আপোনাক ধন্যবাদ 🙏👍
Swali Joni bhabeswat andheror fale theli dei ase....swali Joni k porhibw dibw lagisile...swali Joni loi beya lagisei
Eko diyar samartha Amaro nai. Konobai dileo noloi. Kapor dukhonman kinoba jam. Location tu olop bujai dibasun.
সুখত থাকক সদায় তেওঁলোক❤️❤️lots of love dimpu daa💕মোৰ chnl2 লৈও যাব চোন দেই, comment কৰিব মোক 🤗
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022
TH-cam Link :::: th-cam.com/video/QICN5RnJcrA/w-d-xo.html
Dimpu da always unique 🔥❤️
বেলেগতকৈ বেলেগ আমাৰ দিম্পু দা ❤️🥺
চেলুট ,এনে স্বাভিমানী ব্যক্তি লৈ ।🙏🙏🙏🙏
ছোৱালীজনীৰ জীৱনটো ইচ্ছা কৰিলে তেও ভালদৰে গঢ়িব পাৰিলেহেতেন।নিজৰ ক্ষোভ,হতাশাৰ অংশীদাৰ তেওৰ নিজৰ পত্নী আৰু জীয়ৰীকো বনাইছে।
Ki manu🙏
Yes
Bahiror dekhot hua hole mak bapek duitai kahanibai jail khale hoi.Suali jonik tnke rokha krne.Bapekor khng suali jonie vugibo loga hoise.
Asol ktha tu hol teon ejon ohokari prukh .......
Thike .