বহু বাৰ আত্মহত্যা ও কৰিব লৈছিলো মই😭: Ananya Pachani

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • #jssunscripted #ananyapachani
    Created by: Mustaq Ahmed
    ( ...)
    Anchor: Himashree Saikia
    ( ...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    Connect with us on Social media.
    FB:
    www.facebook.c...
    INSTA:
    / jumpingspiderstudios
  • บันเทิง

ความคิดเห็น • 588

  • @chitrineeborah2241
    @chitrineeborah2241 ปีที่แล้ว +138

    ছোৱালী তিনিজনীৰ সৈতে তোমাৰ সংসাৰ খন সুখৰ হওক ।হাজাৰ বাধা অতিক্ৰম কৰি তুমি আগুৱাই যোৱা ।বহুতো মৰম থাকিল ❤❤❤❤

  • @duttabdisha7027
    @duttabdisha7027 ปีที่แล้ว +152

    আপোনাৰ ধৈৰ্য্য সচাকৈ আদৰ্শনীয়❤️সুখী হওক সদায়

  • @sashiprovadas2509
    @sashiprovadas2509 ปีที่แล้ว +73

    তোমাৰ কথা শুনি বহু ত ধৈৰ্যশীল ছোৱালী
    যেন লাগিছে।

  • @letsgowithbhaswati7898
    @letsgowithbhaswati7898 ปีที่แล้ว +60

    বা , আপোনাৰ শক্তিশালী মনটোক মানিবলগীয়া । ছোৱালী তিনিজনীৰ স'তে সদায় এনেকৈ সুখত থাকক ।

  • @epshitasarma88
    @epshitasarma88 ปีที่แล้ว +22

    অনন্যা পাচনী বাৰ কথা বহুত দিন মাজে সময়ে ভাবিছিলো তেওৰ জীৱনৰ কথা জানিব মন আছিল । আজি বহুত ভাল লাগিল অ।

  • @hirakjyotideka7796
    @hirakjyotideka7796 ปีที่แล้ว +106

    প্ৰত্যেক জন মানুহৰ জীৱনত এটা হলেও দুখ থাকিবই যিমান ধনীয়েই হওঁক বা বহুত দুখীয়াই হওঁক 😭😭😭😭😭😭😭

  • @sashiprovadas2509
    @sashiprovadas2509 ปีที่แล้ว +71

    ভগৱানে আৰু ধৈৰ্য দিয়ক আগবাঢ়ি যাবলৈ। তাকে কামনা কৰিলো ‌‌।

  • @sprihasharma2025
    @sprihasharma2025 ปีที่แล้ว +103

    সুন্দৰ মানসিকতাৰ এগৰাকী শক্তিশালী নাৰী।

    • @manujdas3004
      @manujdas3004 ปีที่แล้ว

      Manoxhikota thoka karone muslimor s...d.... n khai ghuri aahise.

  • @Kaushik632
    @Kaushik632 ปีที่แล้ว +25

    শক্তিশালী নাৰী। বা, বহুত ভাল লাগিল।
    ভালে থাকক সদায়❤️

  • @dhirajdas6365
    @dhirajdas6365 ปีที่แล้ว +62

    ভগবানে আপোনাৰ আৰু ছোৱালী তিনিজনীৰ মংগল কৰক তাকেই কামনা কৰিলো।

  • @shikhadas5536
    @shikhadas5536 ปีที่แล้ว +54

    আপোনাৰ পৰা শিকণীয় দিশ বহুত আছে ।।।কম বয়সত ভাল পাই পলাই যাব নালাগে ।আত্মনির্ভৰশীল হোৱাটো বহুত দৰকাৰ প্ৰথমে

  • @deepjyotihandique9915
    @deepjyotihandique9915 ปีที่แล้ว +19

    খুব ভাল লাগিল। Positive thinking ৰ ভৰা গোটেই সময় খিনি। ভাল হওঁক । আজি হে গম পালো । সকলোৰে জীৱনত এনেকুৱা ধৰণৰ কম বেছি পৰিমাণৰ সমস্যা আহে। কিন্তু ইমান ভাল কৈ সমাধান কৰা কথা টোৱে সঁচাকৈ আপ্লুত কৰিল। ভগৱান সহায় হওঁক। ❤️

  • @rinjugogoi5969
    @rinjugogoi5969 ปีที่แล้ว +5

    খুব সুন্দৰ মানসিকতাৰ এগৰাকী নাৰী আপুনি। খুব ভাল লাগিল কথাখিনি। নিজৰ কামত আগুৱাই গৈ থাকক আৰু ছোৱালী কেইজনী ভালকৈ ডাঙৰ কৰক। বহুত মৰম আৰু শুভেচ্ছা জনালো।

  • @pranamiboruah4882
    @pranamiboruah4882 ปีที่แล้ว +10

    Agote tumak eman buji puwa nasilu , aaji he vl ke buji paisu 2mak, bohut hohoj horol manuh 2mi, hukhi huwa 2mi ananya ba💕

  • @bobygogoidn2747
    @bobygogoidn2747 ปีที่แล้ว +31

    কেইমাহমানৰ আগত দেখোন
    অতুল পাচনিয়ে কৈছিল বহুত মৰম কৰে মুন্না আহমেদে ।

  • @pinkigogoi5483
    @pinkigogoi5483 ปีที่แล้ว +22

    কথাবোৰ শুনি মনটো বৰ বেয়া লাগিল ।

  • @travelerslakhiminath9325
    @travelerslakhiminath9325 ปีที่แล้ว +19

    অন্যান্য বা ইমান সাহসী ছোৱালী ইমান সহজ সৰল কৈ কথাবোৰ কৈছে।

  • @Ritamanikitchenwithvlog0354
    @Ritamanikitchenwithvlog0354 ปีที่แล้ว +79

    আৰু বিয়া নহবা বা ছোৱালী কেইজনীৰ লগত সুখত থাকা

    • @putalakakati5002
      @putalakakati5002 ปีที่แล้ว +3

      Moi ajji janisu

    • @hanseali1924
      @hanseali1924 6 หลายเดือนก่อน

      দ্বিতিয় বাৰো বিয়া হব লাগে নকৰু বুলি ভৱাতু ভুল ।পিছৰ বাৰ ভালো হব পাৰে।অকলসৰিয়া হৈ থকাজনেহে জানে অকলসৰিয়া জিবনৰ বিষয়ে ।তেও হয়তো এতিয়ালৈ চৱালি কেইজনি লগত থকাএ জনা নাই।চৱালিৰ বিয়া হৱাৰ পিছত জানিব পাৰে কিন্তু তেতিয়ালৈ বিয়া হৱাৰ বয়স নাথাকিব কাৰনে প্ৰকাশো নকৰিব।

  • @gyandeepgogoi6178
    @gyandeepgogoi6178 ปีที่แล้ว +14

    আজিহে শুনিলো বৰ দুঃখ লগা খৱৰ..!মৰমৰ বা জনী সুখেৰে জীৱন যাপন কৰাতো বিচাৰো..!

  • @karishmagogoi8987
    @karishmagogoi8987 ปีที่แล้ว +47

    I personally feel ananya ba too cute. Never knew about her divorce before. But still i'm glad dat she came out strong frm all the troubles and now wonderfully raising her three daughters alone. I wish her health n happiness. More power to u gal...

  • @LizaDutta840
    @LizaDutta840 ปีที่แล้ว +41

    Such a beautiful lady you are ba..The way you respected his perspective shows how humble you are❤❤

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @pallabisaikia5883
    @pallabisaikia5883 ปีที่แล้ว +11

    Tumi bohot respect di kothakhini kola, lots of respect for you. God bless you

  • @sumisaloi1725
    @sumisaloi1725 ปีที่แล้ว +5

    Bapreeeeee maniso apunak....hajar bar pronm koriso...vgbne ankua mind patient diyok soboke....asorit maniso...vle thkok suali keijoni val haok

  • @dipsikhachetia111
    @dipsikhachetia111 ปีที่แล้ว +7

    ভালে থাকক আপুনি ।আপোনাৰ ছোৱালীকেইগৰাকী ভালে থাকক । জীৱন‌ যুঁজত জয়ী হওঁক।

  • @boinyascreation9518
    @boinyascreation9518 ปีที่แล้ว +35

    সিন্ধুত্ব এগৰাকী সন্তানৰ মাতৃৰ মহানুভর তা আনফালে বয়সে গৰকা এজন ব্যক্তি যি নিকি তেঁও আনৰ কাহিনী বনাই জনসাধাৰণৰ মাজত নিজকে মহামানৱ হৈ বিখ্যাত হব বিচাৰে তেওঁৰ নিজৰ উদেশ্য পুৰণৰ বাবেহে ৷ তেওঁক আমি ভাল মানুহ বুলি কলোহেঁতেন যদিহে অনন্যা বাই এখন সিন্ধু সমাজ ত্যাগ কৰি তেওঁলোকৰ ভালপোৱাক আকোৱালি লৈ বিবাহত বহিছিল ৷ তেনে ক্ষেত্রত সেই মৰমক সেইজনে শিৰত লৈ যুগে যুগে জীয়াই ৰাখিব লাগিছিল ৷ এতিয়া তেওঁৰ সেই উচ্ছাভিলা সি আখন খন অনন্যা বাতকৈ তলত থাকিব ৷ আমাৰ আশীর্বাদ থাকিল অনন্যা বালৈ

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @hiragoswami4191
    @hiragoswami4191 ปีที่แล้ว +31

    মোৰ দুখ লাগিলে । মুন্না আহমেদে এনে কৰিব নালাগিছিলে ,তিনিজনী ছোৱালীৰে সৈতে আপোনাক এৰি দিৱ পালে । কিন্তু সেই অইনৰ ছোৱালীৰ সৈতে সেই দুচৰী ঔৰত জনীক এৰিব নোৱাৰিলে ।বঢ়িয়া মুন্না আহমেদ । পুৰুষ হায়ৰে ।

    • @pathghorasom9586
      @pathghorasom9586 11 หลายเดือนก่อน

      Dhui

    • @himashreedas4356
      @himashreedas4356 11 หลายเดือนก่อน +5

      দোষী কোন বিচাৰ কৰক ।ময়ো এগৰাকী নাৰী ,মোৰো দুজনী ছোৱালী।কিন্ত্ত বাপেক মাকৰ কথা শুনিব লাগে @জাতি ধৰ্মৰ বিভাজন সমাজে এনেই কৰা নাই 😮

    • @xyz-sw2cq
      @xyz-sw2cq 6 หลายเดือนก่อน

      ​@@himashreedas4356 thik koise baideu

  • @manashitalukdar619
    @manashitalukdar619 ปีที่แล้ว +4

    Apuni bohut positive hoi baa… bohut val lagil ❤️

  • @banasmita2188
    @banasmita2188 ปีที่แล้ว +15

    Life t struggle koriboloi apunar pora xikibo lage baa😊...be always strong...god bless you baa😇

  • @nbsvlogs1250
    @nbsvlogs1250 ปีที่แล้ว +12

    আজি হে গম পালোঁ কথাবোৰ। অনন্যা বাক মোৰ বহুত ভাল লাগে। প্ৰিয়া‌ মিলন মোৰ প্ৰিয় চিনেমা
    ❤️জনাৰ্দন জিতু 💓

  • @kuinideka9436
    @kuinideka9436 ปีที่แล้ว +27

    One of the best interview of this channel.. Khubei bhl lgil tekhetor kotha khini.. Be strong baa God is with you.. More power to you ❤❤❤❤

  • @jayashreegohain883
    @jayashreegohain883 ปีที่แล้ว +7

    You are a strong Mother, be happy with your Children. Good Luck.

  • @priyankasaikia4908
    @priyankasaikia4908 ปีที่แล้ว +13

    Asorit....moi kintu aji tumar show tu saihe gom paisu... 🔥Ji howk maa xosai otoloniyo 🙏

  • @nirmalihazarika5770
    @nirmalihazarika5770 ปีที่แล้ว +24

    I literally cried😭 she is so brave strong enough and she is so humble.. 🙏

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว +1

      Hello Tumi muru frd hba ni moiu back krim tumk

    • @nirmalihazarika5770
      @nirmalihazarika5770 ปีที่แล้ว

      @@dhunurumurlife6151 ok diya mur channel Tu kri dba moio kori dm

  • @jharnachutia5396
    @jharnachutia5396 ปีที่แล้ว +41

    যাৰ নামেই অনন্যা মা তুমি অনন্যা

    • @jyotshnanath4951
      @jyotshnanath4951 6 หลายเดือนก่อน

      বহুত ভাল লাগিল

  • @jurisaikia8099
    @jurisaikia8099 ปีที่แล้ว +4

    Oh my God..moi aji he gom palu baa 2mr kotha 2mr j divorce hoise .bohut dukh lgile kothabur xuni .baru jiyei nhouk 2mi bohut hahokhi suwali bhagi nopriba hodai 3joni suwalik loi agbarhi juwa god bless you baa .. 🙏❤️🥰

  • @PaporiDasKaibarta
    @PaporiDasKaibarta ปีที่แล้ว +17

    কথাবোৰ খুলি ক'লে মানুহে বহুত মানসিক সমস্যাৰ পৰা দুৰত থাকে

  • @msvlogs1527
    @msvlogs1527 4 หลายเดือนก่อน +1

    কথোপকথনখিনি বৰ ভাল লাগিল, মাজনী । অনন্যাৰ সৰলতাই মুগ্ধ কৰিলে । তেওঁ দোষ দিব নুখুজিলেও ক'ম- তেওঁ এজন কামুক স্বভাৱৰ মানুহৰ প্ৰেমত পৰি জীৱনটো এনেকুৱা হ'ল ॥

  • @assamboyabhishek1929
    @assamboyabhishek1929 ปีที่แล้ว +7

    আপোনাৰ চকুত বিষাদৰ চিন দেখা পাইছোঁ কিন্তু সুখী হোৱা ছোৱালী কেইজনীৰ সৈতে

  • @makanikalita3440
    @makanikalita3440 ปีที่แล้ว +4

    Aji he gom palu baa apunar je devorce hoise. Be strong ba

  • @banashreedutta3796
    @banashreedutta3796 ปีที่แล้ว +4

    As a women, as a mother hosakoi manibo logia…..aag barhi jaok swali 3jnir hoite jibontu

  • @dreams3050
    @dreams3050 ปีที่แล้ว +3

    tumi ketiau okolxoria nohoi
    tumi sobtekee rich kionu tumar tinijoni suwali ase.
    tumar jeetu strongest mind kheitu xodai birajman kori rakha. tumi atau misakee kuwa nai kheitu val lagise. be practical 🙏🙏🙏

  • @anuradhadevi8403
    @anuradhadevi8403 ปีที่แล้ว +1

    আজিহে গম পালোঁ ৷ আপুনি ছোৱালীকেইজনীৰ লগত সুখেৰে থাকক

  • @AnamikaDutta953
    @AnamikaDutta953 ปีที่แล้ว +11

    Such a strong lady ❤️❤️

  • @hanseali1924
    @hanseali1924 6 หลายเดือนก่อน +1

    হয় কথাবোৰ সুনি বহুত ভাল লাগিল আপুনি খুলা মনৰ মানুহ।বহুত বেয়াও লাগিছে কত কি ভুল হল জাৰ কাৰনে আজি অকলসৰিয়া হল ।

  • @darathykakoty4393
    @darathykakoty4393 19 วันที่ผ่านมา

    Generally Moi interview bur nasao..kintu val lagil @Ananya pachani...apuni kua kotha bur really appreciate korisu...jibon dukh hukh hukulu bur accept kori life tuk aakuali loise...egoraki nari ru maatri swarup tu apunar bhal lagil 😊

  • @archanakalita830
    @archanakalita830 ปีที่แล้ว +6

    Bhut val lagise interview to ....mor husbnd loke dekhat ba society t prfct person but bhut besi arrogant hoi Moko Jen gode ankoi xojya koribo paru

  • @binitadeka1734
    @binitadeka1734 9 หลายเดือนก่อน

    আপোনাৰ সাহসক সন্মান জনাইছোঁ তিনি জনী ছোৱালীক লৈ আপুনি জিৱনটোক আগবঢ়াই নিছে ঈশ্বৰৰ সহায় আছে আপোনাৰ লগত।

  • @manabbaruah6326
    @manabbaruah6326 ปีที่แล้ว +5

    U r very strong woman ,God bless u sis

  • @junmonidas6778
    @junmonidas6778 ปีที่แล้ว +1

    Annaya ba tumr mentality k salute....... 😍 Love 4m jorhat

  • @swapnalidutta4178
    @swapnalidutta4178 ปีที่แล้ว +9

    অন্যান্য দ্বিতীয় বিবাহ কেতিয়াও নকৰিব। তুমি ছোৱালী তিনি জেনীৰ লগত সুখত থাকা। তোমাৰ ভালেই হ'ব।

  • @trishnadas1943
    @trishnadas1943 ปีที่แล้ว +1

    Ajihe gmplu aponar jibnt okole ase swali smvali ....u r so brave

  • @daywithjyotishna525
    @daywithjyotishna525 ปีที่แล้ว +63

    Tribeni saikia baa r interview lobosun plz

  • @minakshiborah2925
    @minakshiborah2925 ปีที่แล้ว +8

    Stay Happy baa.. Aji he gom palu xokolu kotha

  • @Outrageous13
    @Outrageous13 ปีที่แล้ว +10

    Such a strong women ❤ you are powerful and brave.. may god bless you always🤗

  • @AnimaDas-gf9gs
    @AnimaDas-gf9gs 11 หลายเดือนก่อน +3

    Thank u so much, life is full of dengar,but we must stand up in wone way

  • @sangitasaikia2927
    @sangitasaikia2927 ปีที่แล้ว +6

    God bless you ananya ba and your daughters

  • @sashibhatta5198
    @sashibhatta5198 ปีที่แล้ว +10

    আজি-কালি প্ৰায়ে কিছু প্ৰতিষ্ঠিত মহিলা শিল্পীয়ে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ মন কৰিছে অথবা ইতিমধ্যে সেইটো কৰি পেলালে বুলি শুনিবলৈ পোৱা যায় ৷ এই সকলৰ পৰা সঙ্গীত অথবা অভিনয় জগতত নতুনকৈ ভুমুকি মাৰিবলৈ লোৱা যুৱতীয়ে শিকিবলগীয়া একো নাই বুলিব খুজিলে বুলিব পাৰি ৷

  • @mansidash78
    @mansidash78 ปีที่แล้ว +9

    Anaya you have the guts to face the nasty world. I can understand your trauma but you are embedded with immense level of tolerance. Most Women are victim of men's tantrums. They don't leave you even when you are old very old. My journey also has been a weird one. I was forced to divorce but i did not . I did not want him to be totally free from hurdles. Plus i thought today you are strong but when you fall ill it will be only me who will come running. God bless these men. I wish I could meet you and have a chit chat. My story could be a source for your writting or making movie.

  • @rekharanidevi8695
    @rekharanidevi8695 3 หลายเดือนก่อน

    কিছুমান মানুহ কেতিয়াও কাৰো বিশ্বাসী হ'ব নোৱাৰে... তুমি সাহসী, ভগৱান সদায় তোমাৰ সাৰথি হওঁক।

  • @momigogoi8585
    @momigogoi8585 ปีที่แล้ว

    Homoi bur ketia par hoi gol gomei napalu.. Bohut val lagil. Apunar montu bohut dhunia aru udar, jarbabe nijor valpuak eku eta beyakoi nokole aru bodnam u nidile.. Ene tu ajikali sobei etue hitur bodnam gai fure

  • @purinakalita1988
    @purinakalita1988 ปีที่แล้ว +2

    বহুত ভাল লাগিল মইও বগুত চুইচাদ কৰিম বুলি ভাবিচিলো কিন্তু ছোৱালী জনীৰ বাবে নকৰিলো জীৱন লৈছো যেতিয়া যুজিবটো লাগিবই

  • @dutta585
    @dutta585 ปีที่แล้ว +10

    Baak bohut val lage🥰..baa val dore suwali keijonik Aguwai niya👍❤️

  • @bigbrother9
    @bigbrother9 ปีที่แล้ว +7

    Yes. Tribeni baa k ami bisaru.... Sb janib khujo. 🤘
    Big brother9

    • @manalishadas2421
      @manalishadas2421 ปีที่แล้ว +1

      Tribeni baa kunjoni☺2jni ase Tribeni

    • @bigbrother9
      @bigbrother9 ปีที่แล้ว

      @@manalishadas2421 bonkim dar wife r interview

    • @manalishadas2421
      @manalishadas2421 ปีที่แล้ว

      @@bigbrother9 oh ☺ atiya divorce hoise khihotr

    • @dasbinod123
      @dasbinod123 ปีที่แล้ว +1

      Demanded

  • @DalimiDas-u4j
    @DalimiDas-u4j 3 หลายเดือนก่อน

    কথা বিলাক সুনী থাকিবৰ মন যায় বহুত ধুনীয়া মানুহ জনী কথাও ধুনীয়া

  • @dipadasdas3778
    @dipadasdas3778 ปีที่แล้ว

    Bhal lagile .. Annaya r kotha bur huni ..
    Nijor jibontu huli rakhi kotha bur koise ..ru Annaya bohut free hoi ..montu bohut bhal ..
    So ..tumar jibontu sob bhal a hobo ..❤️

  • @anitagoswami8631
    @anitagoswami8631 ปีที่แล้ว +2

    ভাল লাগিল চাই।।খোলাকৈ কলে ভাল লাগিছে।

  • @dhirasrigogoi5709
    @dhirasrigogoi5709 11 หลายเดือนก่อน +1

    Ananya baar kothabur khuni bohut val lagil ❤

  • @barnalideka7356
    @barnalideka7356 11 หลายเดือนก่อน +3

    নাৰী তুমি অনন্যা❤❤

  • @bornalihazarika8294
    @bornalihazarika8294 ปีที่แล้ว +7

    Madam you are too honest.But I think we lady should not allow to be used by any one.Salute you.

    • @MultimediaTr.
      @MultimediaTr. ปีที่แล้ว +1

      Aru aag Kota buroloi jaok poisa dekhi

    • @alokdutta5907
      @alokdutta5907 ปีที่แล้ว

      @@MultimediaTr. জহৰা অলপ ভালকৈ কথা কবি বুজিলি অন্ধভক্ত ? তহঁতৰ দৰে কিছুমান মানুহৰ পৰিৱৰ্তন কেতিয়া হব ?

  • @জয়মহাকাল-শ৯ভ
    @জয়মহাকাল-শ৯ভ ปีที่แล้ว +9

    এনেকুৱা ফাল্টু মানুহ এজনৰ কাৰণে ইমান সন্মান এতিয়াও!! শান্তিপ্ৰিয় মজহবৰ প্ৰায় প্ৰতিজনেই ছাগে জন্মৰ পৰাই এইটোৱেই শিকে যে ছলে,বলে, কৌশলে সনাতনী হিন্দু সকলক সিহঁতৰ শান্তিপ্ৰিয় মজহবলৈ পৰিবৰ্তন কৰিব লাগে ৷ আমাৰ ছোৱালী/মহিলা সকলো বৰ আচৰিত দেই বিচ্ছেদ হোৱাৰ পিছত সন্তানৰ দায়িত্ব অকলেই লৈ লয় আৱেগিক , মহান , সাহসীৰ উপাধি ল’বলৈ ৷ কিন্তু সন্তান এটা জন্মত জানো অকল মহিলা গৰাকীৰ অৱদান থাকে ? জন্মৰ আগৰ পৰাই মহিলা সকলে সন্তান এটাক কিমান কষ্ট কৰি লালন-পালন কৰে ৷ সেই কষ্টবোৰ পুৰুষজনে জানো বুজি পায় ? বিচ্ছেদৰ পিছত খৰছ দিলেই জানো সন্তানৰ দায়িত্ব পালন কৰা হৈ যায় ? আমাৰ চেকুলাৰজীৱি সকল বিশেষকৈ ছোৱালী সকলৰ মাথাত ইমানৰ পিছতো কিন্তু একো নুসুমাই ৷ কিবা ক’লেই “মেৰা আব্দুল অলগ হ্যা” কমন ডাইলগটো মাৰি দিব ৷ প্ৰেমত অন্ধ হৈ মাক-দেউতাকৰ মৰমক উপেক্ষা কৰি , মান-সন্মানক মাটিৰ লগত মিলাই কম বয়সতে এনেকৈ পলাই গ’লে পিছত নিজেও কষ্ট পাবলগীয়া হয় ৷ অনন্যা বাক মানিছো দেই এতিয়াও এনেকৈ সেই মানুহজনক সন্মান কৰো বুলি ক’ব পাৰিছা আৰু নিজৰ সন্তানৰ ক্ষেত্ৰতো য’তেই বিয়া হয় হওক বুলি এৰি দিব পাৰিছা ! নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কি শিকিলানো তেনেহ’লে ? লাভ জেহাদৰ বিষয়ে জানি-বুজিও এইক্ষেত্ৰত একো মতামত ৰাখিবলৈ সাহস নহ’ল ৷ কেনেকৈনো সাহস হ’ব ! কিবা ক’লেই যে শান্তিপ্ৰিয় মজহবৰ সদস্যসকলে তোমাক জীয়াই থাকিব নিদিব ৷ নিজে লাভ জেহাদৰ চিকাৰ হৈও আকৌ সন্তানৰ বাবে সেই একেই পথেই খুলি ৰাখিছা ? আচৰিত দেই 👏🙏

    • @Ashu-ic6lv
      @Ashu-ic6lv ปีที่แล้ว +2

      সঁচা। অনন্যাই নিজৰ ভুলৰ সাস্তি পাইছে। এজন মুছলমানৰ বাবে কিছুমান হিন্দু ছোৱালী, বোৱাৰীয়ে কিয় পাগল হৈ যায় নাজানো। এওঁ আকৌ এজনী নহয় দুজনী নহয় তিনিজনীকৈ ছোৱালী জন্ম দি নিজৰ দৰে কৰিব খুজিছে । ছিঃ কটা।

    • @xyz-sw2cq
      @xyz-sw2cq 6 หลายเดือนก่อน

      Dukh lagil..

  • @pratimaray5773
    @pratimaray5773 ปีที่แล้ว +2

    Bar kotha bur huni bohut besi a Val lagil. Bohut hahokhi aru Val monor mohila.

  • @jharnachiring8764
    @jharnachiring8764 ปีที่แล้ว +9

    সদায় ভালে থাকক বা ❤️

  • @papori3665
    @papori3665 ปีที่แล้ว +13

    Heart Touching interview ❤❤❤

  • @rulideka6859
    @rulideka6859 ปีที่แล้ว +2

    Baa tumar val houk... Tumi aru aguai jua❤️❤️

  • @geetanjalibasumatari7479
    @geetanjalibasumatari7479 ปีที่แล้ว

    🥰🥰🥰🥰.....bohut val lage apunak....khorur porai saisilu apunar movie bur.... Always stay happy baa 🥰

  • @shree_mayuri
    @shree_mayuri ปีที่แล้ว +5

    Strong lady 2mi Ananya Pachoni ba

  • @rupalideka5595
    @rupalideka5595 2 หลายเดือนก่อน

    Ananya baa tumr mentality k salute.mathar is best beautiful

  • @ananyaborah7418
    @ananyaborah7418 ปีที่แล้ว +3

    Be strong Ananya baa❤️

  • @Sdrecipechannel
    @Sdrecipechannel ปีที่แล้ว +2

    Kothabur eman dhuniya💕

  • @namitadas9494
    @namitadas9494 11 หลายเดือนก่อน +1

    Bht val lagil bar Kotha khoni bar manto sage bht val

  • @mahmudulvlogs1345
    @mahmudulvlogs1345 ปีที่แล้ว +1

    বহুত ভাল লাগিচে কথা খিনি শুনি

  • @হালোৱাৰপুতেকমই
    @হালোৱাৰপুতেকমই ปีที่แล้ว +9

    সময়ৰ তাগিদাত মানুহ সলনি হয় ৷ টকা বেছি হ’লে এনেকুৱা মানুহৰ চেক্সটো বাঢ়ি যায় ৷ অনন্যা পাচনি টকা দেখিয়ে বিয়া হৈছিল পৰিচালক মুন্না আহমেদৰ লগত ৷ অসমীয়া ছোৱালী বোৰে মিঞা কেইটাৰ লগত বিয়াত বহোতে অলপ ভাবিব লাগে ৷ অনন্যা তুমি শান্তি দিব নোৱাৰিলা চাগে আহমেদক ৷ দুখ নকৰিবা এতিয়া তুমিও এটা চায় বিয়া হৈ যোৱা ৷

  • @gyanjyoti6911
    @gyanjyoti6911 11 หลายเดือนก่อน +5

    Ananya Pachani is one of the best interior designer ❤

  • @priyarani8544
    @priyarani8544 ปีที่แล้ว +4

    ভাল লাগিল আপোনাৰ কথা খিনি শুনি।।।

  • @priyangeebaruah4483
    @priyangeebaruah4483 11 หลายเดือนก่อน

    Aji tumar proti respect bohut barhi gol Ananya ba ❤ god bless you 🙏

  • @dhritirekhadas2757
    @dhritirekhadas2757 ปีที่แล้ว +54

    মই অনন্যা পাচনিৰ কিছু কথা সমৰ্থন কািব নোৱাৰিলোঁ ৷ ইমান বয়সস্থ ( বুঢ়াটো ) মানুহটো ডিভোৰ্ছ নিদিওঁতেই কিহৰ আন এজনীক বিয়া কৰাবলৈ উত্ৰাৱল হবলগীয়া আছে 😏 ! গাৰ্লফ্ৰেণ্ডৰ কথা চিন্তা কৰিব পাৰিলে , কুমলীয়া পত্নী আৰু কনমানি সন্তানকেইটিৰ কথা চিন্তা কৰিব নোৱাৰিলে ৷ মত নিমিলিলেই চিধাই অন্য এজনে পটাব লাগে নেকি ? অলপটো সময় দিব লাগে , কিজানিবা সম্পৰ্কটো ঠিক হৈ যায়েই ৷

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว

      Hello Tumi muru frd hba ni moiu back krim

    • @Gone_maddd
      @Gone_maddd 4 หลายเดือนก่อน +1

      Right. He is a cheater

  • @FarbinSultana-sq7lg
    @FarbinSultana-sq7lg ปีที่แล้ว +14

    Hepahor ghar xon mur favourite serial asil ami atia o xei serial xonr kotha kow

  • @monichoudhury59
    @monichoudhury59 ปีที่แล้ว +1

    আপুনি আগতেই এই বোৰ জনাব লাগিছিল সচাকৈ বহুতে নাজানে...অসমৰ ৰাইজৰে বহুত মৰম দিব আপোনাক

  • @pakhiboruah6846
    @pakhiboruah6846 ปีที่แล้ว +2

    Apuni bohutt strong... Aguwai jawk aakhibad thakil baa... N vogoban ase apunak.. Hodai logg dibo dntwry

  • @HafijunNessa-u9t
    @HafijunNessa-u9t 11 หลายเดือนก่อน +2

    Aponar kotha khini bhot bhot val lagil ❤❤

  • @darsanasaharia3577
    @darsanasaharia3577 ปีที่แล้ว +2

    Vdo টো বহুত ভাল লাগিছে আৰু আমি মঙ্গলদৈ পৰা চাই আছোঁ আৰু বহুত দুখ লাগিছে বা

    • @dhunurumurlife6151
      @dhunurumurlife6151 ปีที่แล้ว +1

      Hello Tumi muru frd hba ni moiu back krim

    • @darsanasaharia3577
      @darsanasaharia3577 ปีที่แล้ว +1

      Ok moi subscribe krisu.....diya....moko kriba dei.... please

  • @pragyashreeborah3798
    @pragyashreeborah3798 ปีที่แล้ว +4

    "হেপাহৰ ঘৰ "এতিয়াও মনত পৰে তাহানি দিনলৈ তেতিয়া মোৰ বয়স খুব বেছি ৮ ৯ বছৰ মন আছিল । অসমীয়া ধাৰাবাহিক এখন আটক ধুনীয়া ধাৰাবাহিক আছিল ।

  • @taralisaikia3965
    @taralisaikia3965 ปีที่แล้ว

    Hokolu actress buror a ata ata kahini voba a naselu ananya ba..priya milon cinema khonat tumak bohut val lage..bohut strong hoi tumi..aguai jua hodai..

  • @shimashreebora8426
    @shimashreebora8426 ปีที่แล้ว +2

    Really. Nijor vorit thiyo hoi hey biyat bohibo lagy👏👏👏👏

  • @karabinath7970
    @karabinath7970 ปีที่แล้ว +7

    Vl pai ani keneke anekowa krib pare buji napao ..baa 2mi aguwai jow

  • @bhairabbaishya1905
    @bhairabbaishya1905 ปีที่แล้ว

    আজি আচৰিত লাগিল ৷ মোৰ চাৰ আছিল মুন্না আহমেদ চাৰ ৷ ভাল লাগিছিল তেওঁৰ লগত সম্পৰ্ক হৈছিল তেতিয়া ৷ প্ৰিয়া মিলনত একেলগে সৰুকৈ হলেও অভিনয় কৰিছিলোঁ ৷ সুন্দৰ অভিনয় কৰিছিলা ৷ ভবা নাছিলো চাৰৰ লগত এনেকুৱা হব বুলি ৷ যিয়েই নহওক আজি বেয়া লাগিল ৷ মাইনা কেইজনী আপোনাৰ লগত আছে ৷ ঈশ্বৰে মঙ্গল কৰক মাইনা হতক ৷ মা তুমি সদায় অনন্যা আছিলা ৷ জীৱনৰ বাকী চোৱা সময় ঈশ্বৰে সাহস দিয়ক ৷ চাৰে এনেকুৱা কৰিব বুলি সপোনতো ভবা নাছিলো স্কুল অফ ড্ৰামা W grup t থাকোঁতে ৷ মাইনা কেইজনীৰ বাবে দুখ পালোঁ ৷ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ 🙏

  • @Nin9tys_
    @Nin9tys_ ปีที่แล้ว +14

    From this discussion... Only one thing can be summarised.. "Ananya is really really a very nice person".

  • @kakushobby3299
    @kakushobby3299 ปีที่แล้ว +5

    Tribeni baa r interview lge ba plzz🙏🙏

  • @bhanitabarua
    @bhanitabarua ปีที่แล้ว +3

    Bhut val lagil baar kotha khini

  • @sampreetidoley4211
    @sampreetidoley4211 ปีที่แล้ว +5

    Tirbani saikia interview lobosun plz