Koneng (Music Video) - Pran Deep | Sumi Bora | Sunit Gogoi | Pranoy Dutta | Apuraj Gogoi

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.พ. 2025

ความคิดเห็น • 8K

  • @PRANDEEPMUSICAL
    @PRANDEEPMUSICAL  2 ปีที่แล้ว +2949

    মোৰ ওপজাদিনৰ প্ৰাকক্ষণত, আগন্তুক নৱবৰ্ষৰ শুভেচ্ছাৰে সজাই পৰাই আপোনালোকলৈ আগবঢ়াই দিলো আমাৰ "কনেং"জনীক ! আশা ৰাখিছো "কনেং"ৰ আদৰ যতন লোৱাৰ লগে লগে আপোনালোকে আমাকো আশীৰ্বাদ কৰিব !!❤

    • @dpkci
      @dpkci 2 ปีที่แล้ว +95

      শুভ জন্মদিন দাদা 🎂
      আৰু গীতটো খুবেই ভাল লাগিছে ❤️

    • @ViewsofAssaam
      @ViewsofAssaam 2 ปีที่แล้ว +34

      Hppy brthdy Dada!!

    • @jaminidutta8972
      @jaminidutta8972 2 ปีที่แล้ว +18

      Happy birthday dada,❤️

    • @igsimantayt
      @igsimantayt 2 ปีที่แล้ว +11

      Happy Birthday bro meet-up you

    • @anuragsankarofficeal6045
      @anuragsankarofficeal6045 2 ปีที่แล้ว +8

      Huvo jinmodin kokai

  • @Satyajitkhatuwal
    @Satyajitkhatuwal 2 ปีที่แล้ว +32

    সুন্দৰ। কবলৈ ভাষা নাই। বহু বাৰে চালো আৰু শুনিলো❤️
    কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিমান বাৰ চালেও বা শুনিলেউ সেপাহ নপলাই

    • @queenassamese
      @queenassamese 2 ปีที่แล้ว

      th-cam.com/video/jvKJHx5clqU/w-d-xo.html

  • @riturajhazarika2740
    @riturajhazarika2740 2 ปีที่แล้ว +27

    Gaan tu dhuniya Tu dhuniyai, Logote Dance choreographyu dhuniya, hokolu ekebare dhuniya hoise, 100 baar maan repeat saisu videotu❤❤❤❤,

  • @AsaUpn-dx9wf
    @AsaUpn-dx9wf 11 หลายเดือนก่อน +12

    Ei gantu bhut duniya hoise aru nas kiba ata mrom loga hur ata ase ❤

  • @dipangogoi9833
    @dipangogoi9833 9 หลายเดือนก่อน +15

    mojja mojja ❤️❤️❤️

  • @ranineog2827
    @ranineog2827 ปีที่แล้ว +63

    Relise huwa pora aji loike 200 bar man hol sage xunileo amoni nalage . Bohut dhuniya gaan eta upohar dile dei amak praandeep da

  • @dilip_baruah1108
    @dilip_baruah1108 ปีที่แล้ว +28

    অতি সুন্দৰ গীত, অতি সুন্দৰ ভিডিঅ, শুনিলে শুনি থাকিবৰ মন❤❤

  • @BORIAO-le4pu
    @BORIAO-le4pu 10 หลายเดือนก่อน +4

    Nice❤❤❤bohut val lagise

  • @thanugogoi6119
    @thanugogoi6119 2 ปีที่แล้ว +257

    এই গানতো এইবাৰ মাঘ বিহু !অসমৰ ৰাইজে ফালিব ! কেৰেলাৰ পৰা মৰম জাছিলো ❤️❤️❤️

  • @debo-0214
    @debo-0214 2 ปีที่แล้ว +16

    Fatafati prandeep da 🙌🙌

  • @jikmikjunak6398
    @jikmikjunak6398 2 ปีที่แล้ว +81

    ইমান ধুনীয়া সুৰ-ৰচনা...
    সকলোবোৰ অতুলনীয়....বহুত বেছি ধুনীয়া হৈছে❤️

  • @nibirpran8188
    @nibirpran8188 10 หลายเดือนก่อน +124

    প্ৰাণদীৰ ৰ গীতত নতুনত্ব আছে। প্ৰতিটো গীতৰ সুৰে শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে । গীতৰ কথাই হৃদয়ত প্ৰেমৰ জোৱাৰ তুলিব পাৰে । প্ৰাণদীপ দীৰ্ঘায়ু হওক আৰু প্ৰাণদীপৰ জনপ্ৰিয়তাই আকাশ স্পৰ্শ কৰক। অসমৰ ডেকা গাভৰুৰ লগতে সকলো স্তৰৰ লোকৰ মাজত তেওঁৰ গীতৰ সমাদৰ বৃদ্ধি পাওঁক। অশেষ শুভকামনা❤

  • @prasenjitsarma9427
    @prasenjitsarma9427 2 ปีที่แล้ว +543

    এনেকুৱা ধৰণৰ গান শুনিলে কিশোৰ দাস লৈ বৰকৈ মনত পৰে🥲

  • @axomofficalmusical8168
    @axomofficalmusical8168 10 หลายเดือนก่อน +25

    বহুত ধুনীয়া গান ❤

  • @rajdeepdas5282
    @rajdeepdas5282 ปีที่แล้ว +11

    এটি সুন্দৰ গান উপহাৰ দিছে । তাটোতকৈ গানটো শেষৰফালে যি দুটা লাইন । আৰু বেছি ভাল হৈছে । মন আপ্লুত হৈ গৈছে।

  • @KaumudDeka-ld6nz
    @KaumudDeka-ld6nz 10 หลายเดือนก่อน +4

    Majaaaa ❤❤❤❤❤❤❤❤❤❤❤

  • @allbinonda4x
    @allbinonda4x ปีที่แล้ว +13

    মজা গান 🤗🙃😊

  • @bhagyamainanew5645
    @bhagyamainanew5645 2 ปีที่แล้ว +45

    1000 বাৰ শুনিলেও হেপাহ নপলাই দাদা ❤️❤️❤️❤️❤️❤️ from nagaon মজা কবলৈ কথা নাই

    • @archanarabha2716
      @archanarabha2716 2 ปีที่แล้ว

      gan2r ktha, xur music hkolo kheni eman val lage mor huni thakileo amoni nalage

    • @infymnsh0
      @infymnsh0 2 ปีที่แล้ว +4

      Fotuwa 🤣

    • @harekrishnadas7858
      @harekrishnadas7858 9 หลายเดือนก่อน

      ​@@infymnsh0শে

    • @harekrishnadas7858
      @harekrishnadas7858 9 หลายเดือนก่อน

      Hiiodduherri

  • @sanjibray_arts6845
    @sanjibray_arts6845 2 ปีที่แล้ว +594

    সঁচাকৈ গীতটিয়ে বৰ বেয়াকৈ মন মুহি পেলালে প্ৰাণদ্বীপ দা❤️🔥
    বুজাব নোৱাৰা অনুভূতি 😻🤩😘
    শুনিয়েই থাকিব মন যায় ও কনেং 🥰

  • @ankurjyotimusic
    @ankurjyotimusic 2 ปีที่แล้ว +74

    চাওঁতে চাওঁতে মৰমৰ কনেং জনী আহি পালে❤️....আলসুৱা ত‌ই অভিমানী ত‌ই🔥😍

  • @priyampratibha2178
    @priyampratibha2178 2 ปีที่แล้ว +17

    প্ৰাণদ্বিপৰ গীতটিয়ে সচাকৈয়ে প্ৰাণ কাঢ়িলে❤️❤️❤️❤️,আগলৈয়ো এনেকৈয়ে প্ৰাণদ্বিপ দাৰ সকলো গীতত প্ৰাণ পায় উঠক

    • @jayanandanath8924
      @jayanandanath8924 ปีที่แล้ว

      I. Love you 2 তুমিমুকভলপোৱানে মুৰ নাম অনৱকুমাৰনাথ
      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bondanadas7407
    @bondanadas7407 2 ปีที่แล้ว +132

    খুব সুন্দৰ গীত কণ্ঠ আৰু অভিনয়।। সকলোৰে উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।।👌👍🙏💙💙

  • @KrishnaDowarah-of3wr
    @KrishnaDowarah-of3wr 10 หลายเดือนก่อน +1

    ভাল লাগিছে গান টো❤❤❤

  • @abhijitpator1915
    @abhijitpator1915 2 ปีที่แล้ว +16

    💯 bar man khunileu hepah nopolai mur emn vl lagise geet tu 😍😍😍😍😘

    • @manashtaye3946
      @manashtaye3946 2 ปีที่แล้ว

      😹

    • @priyamparash5160
      @priyamparash5160 2 ปีที่แล้ว

      Kum Kum Parashar utube channel t cover video ti sab dei ..kai loi morning 6 bojat

  • @top_factboy
    @top_factboy ปีที่แล้ว +62

    কবলৈ ভাষা নাই prandeep দা....ইমান ধুনীয়া কণ্ঠ❤️😌❤️🥰

  • @debajanimudoi2048
    @debajanimudoi2048 2 ปีที่แล้ว +12

    Gaan tu emn dhuniya lagise ki kom বহুত বহুত বহুত ধুনীয়া গান i love it 😍😍😍😘🥰🥰

  • @ranjanbora1389
    @ranjanbora1389 ปีที่แล้ว +6

    1+1=2, prandeep da r koneng gaan tu hodaiyei hoi thakibo 💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥

  • @rajmoran8235
    @rajmoran8235 2 ปีที่แล้ว +16

    সপোনৰ সাগৰত সাগৰত উঠি ভাহি ঘূৰি ফূৰিছো। মনৰে আকাশত আকাশত তুকে লৈয় ঘৰ সাজিচো। মোৰ মৰমবোৰ সচা তুলৈ ৰচা কেতিয়া হবিহি মোৰ। অ মোৰে কনে‌ঙ ঐ পাহৰি নাযাবি তই বুকুৰে কনেঙ ঐ তোলে বৰ ভাল পাওঁ মই। 🔥🔥🔥❣️🥰❤️❣️
    🔥কি unlimited song কিমান বাৰ যে শুনলো,শুনি থাকিলেও হেঁপাহ নপলায়❣️ love you Pran deep da এনেকৈ ভাল ভাল গীত দি যোৱা আমাক।
    আকৈ এবাৰ অ মোৰে কনেঙ ঐ 🔥🔥🔥🔥🔥🔥

  • @chinmoy__sarmahvlogs8786
    @chinmoy__sarmahvlogs8786 2 ปีที่แล้ว +92

    সচাকৈ মন মুহি পেলালে একেবাৰে এইবাৰ বিহুত এইতোহে বাজিব আৰু অকল নে কি কয় ৰাইজ😍

  • @krishmipatar206
    @krishmipatar206 2 ปีที่แล้ว +57

    💚❤অ মোৰে কনেং ঐ
    পাহৰি নাযাবি তই....❤💚

  • @gobindomahali
    @gobindomahali ปีที่แล้ว +3

    ŋįçę şoŋg❤❤❤❤❤❤❤❤😊😊😊

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +63

    অসম্ভৱ ধুনীয়া হৈছে।গীতৰ কথা,সুৰ,কন্ঠ আৰু ভি.ডি.অৰ সুসমন্বয়ে গীতটিক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছে।লোক সংস্কৃতিৰ সমল আৰু সুৰে মন মুহি পেলালে।যেন হেজাৰ বাৰ শুনি থাকিম এনে চিৰসেউজ গীত!এনে এটি সুন্দৰ উপহাৰৰ বাবে প্ৰাণদীপ হাজৰিকা ডাঙৰীয়ালৈ শত সহস্ৰ প্ৰণাম জনাইছোঁ।🙏🙏

  • @pongkitamech6293
    @pongkitamech6293 2 ปีที่แล้ว +91

    আপোনাৰ গানবোৰে সংগীত জগতত এক সুকীয়া বৈশিষ্ট্য পৰিবহন কৰে ❤️❤️

  • @satyajitgogoi654
    @satyajitgogoi654 2 ปีที่แล้ว +41

    100 bar hunileu amoni nalage ... Thank you PRAN DEEP DAA.... LOVE from Sivasagar ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @PriyankarRayRay-zt1ow
    @PriyankarRayRay-zt1ow 9 หลายเดือนก่อน +3

    Bohot bohot dhuniya song 😘😘❤ bohot val lagise

  • @মোৰঅসম
    @মোৰঅসম 2 ปีที่แล้ว +308

    কণ্ঠত যাদু আছে হে ভগৱান এইমাণ ধুনীয়া ❤️❤️

  • @nitulpegu7262
    @nitulpegu7262 ปีที่แล้ว +64

    অ মোৰে কঃনেং ঐ ৷ সচাকৈ বহুত সুন্দৰ কন্ঠ ৷ আৰু অভিনয় চুমি বৰা মজ্জা ৷

  • @princebubusaikia9329
    @princebubusaikia9329 ปีที่แล้ว +37

    বহুত বেছি ভাল লাগে গান টো। লগতে আপোনাৰ ভইচ টো বহুত বেছি সুন্দৰ ❤👌👌 এই গান টো শুনিলে মাঘৰ বিহু লৈ কে বেছি মনত পৰে 🥰😍😍🫶🫶

  • @GaganDeka-em6bq
    @GaganDeka-em6bq 7 หลายเดือนก่อน +20

    কবলৈ ভাষা নাই prandeep দা.......ইমান ধুনীয়া গান❤😊❤😮

  • @dipendeka9140
    @dipendeka9140 ปีที่แล้ว +24

    Favourite গীত সমূহৰ মাজত ইয়ো জড়িত হৈ পৰিল মোৰ...নৃত্যও commendable

  • @uttambora1176
    @uttambora1176 2 ปีที่แล้ว +50

    গানটো ১০০ বাৰ মান শুনিলেও আমনি নালাগে সঁচাকৈ ইমান ধুনিয়া গান ❤️❤️✨

    • @basantiphangcho1948
      @basantiphangcho1948 2 ปีที่แล้ว +1

      Ddd

    • @basantiphangcho1948
      @basantiphangcho1948 2 ปีที่แล้ว +2

      Ddfg

    • @suwaladevi4821
      @suwaladevi4821 2 ปีที่แล้ว +1

      Xosakoi 🥰🥰

    • @PankajBora-ch3ir
      @PankajBora-ch3ir 10 หลายเดือนก่อน

      Jjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjijjjjjjjjjjìjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjklkjjjjjjjjjjjjjjjjjjj.jjjjjjj​@@basantiphangcho1948

    • @bokkaigogoi5805
      @bokkaigogoi5805 5 หลายเดือนก่อน

      🎉​@@suwaladevi4821

  • @lxsinu8664
    @lxsinu8664 2 ปีที่แล้ว +287

    কি মধুৰ কন্ঠৰ ❤️😌দেহৰ সিৰে শিৰে সোমাই গৈছে 100 বাৰ শুনিলেই মন নভৰে ❤️

  • @BabuRana-r8i
    @BabuRana-r8i 11 หลายเดือนก่อน +12

    Dhuniya 😮😮😮😮

  • @goneshgogoi8272
    @goneshgogoi8272 2 ปีที่แล้ว +40

    ইমান সুন্দৰ ❤️😚

  • @nikimonidas5138
    @nikimonidas5138 2 ปีที่แล้ว +67

    কিশোৰ দাস লৈ মনত পৰি গল আজি এই গানটোত কিশোৰ দাসক দেখা পালো হয় 😭 ইমান সোনকালে আমাৰ মাজৰ পৰা আতৰি যাব বুলি ভাবাই নাছিলো 😭😭😭

  • @kanakdeka4743
    @kanakdeka4743 ปีที่แล้ว +26

    সচাকৈ খুব ভাল লাগিছে গীতটো।যিমানেই শুনিলে ও হেপাহ নপলাই ।❤️

  • @RajatPatra-d9s
    @RajatPatra-d9s 24 วันที่ผ่านมา +3

    Main odisha se hun ye song mujhe bahut achha laga ❤❤🤩

  • @supriya4601
    @supriya4601 2 ปีที่แล้ว +79

    গানতো শুনি কিশোৰ দাসলৈ মনত পৰি গ'ল।ল'ৰাজনৰ হাঁহি, নৃত্য, অভিনয় একেবাৰে কিশোৰৰ দৰে।

  • @kabinmuktiar7404
    @kabinmuktiar7404 ปีที่แล้ว +67

    বৰ্তমান সময়ৰ অতি সুন্দৰ আৰু জনপ্ৰিয় গীত । বৰ কোমল ভাৱৰ অন্তৰ চুই যোৱা ।

  • @Mlarmy00
    @Mlarmy00 ปีที่แล้ว +36

    কেতিয়াও হেপাহ নপলোৱা এটা গীত🤗❤️
    Love frm Dhemaji❤️❤️

  • @mising790
    @mising790 ปีที่แล้ว +35

    মিচিং,ৰাভা, অসমীয়া traditional dress 🥰🥰🥰🥰🥰

    • @SishuramNath
      @SishuramNath 10 หลายเดือนก่อน

      Cvhovjihghh
      ❤❤❤❤

  • @RIMJIM_SAIKIA
    @RIMJIM_SAIKIA 2 ปีที่แล้ว +37

    এক নতুন সৃষ্টি... vl lgil❤

    • @Jurikalita-o1g
      @Jurikalita-o1g 2 หลายเดือนก่อน

      😅 ji ok 😊o😊😮😅

  • @chandangogoi5779
    @chandangogoi5779 2 ปีที่แล้ว +35

    বুজাব নোৱাৰা অনুভূতি❤❤❤সুন্দৰ।

  • @prarthanagogoi9558
    @prarthanagogoi9558 2 ปีที่แล้ว +64

    ধুনীয়া শব্দৰ সংমিশ্ৰণ... সুন্দৰ উপহাৰ প্ৰাণদ্বীপ দা♥️

    • @rupakrabha2694
      @rupakrabha2694 2 ปีที่แล้ว +3

      Rabha folk song hoy... Hamjar

    • @pankajbbb119
      @pankajbbb119 ปีที่แล้ว +1

      একেএকে দুই দাদা তুমি জুই🤗🤗💓💓💓😧💓🤗🤗😀😝😲✨💎💎✨💎💎✨
      💎💎💎💎💎💎💎
      💎💎💎💎💎💎💎
      ✨💎💎💎💎💎✨
      ✨✨💎💎💎✨✨
      ✨✨✨💎✨✨

  • @MohanChetry-l2n
    @MohanChetry-l2n 23 วันที่ผ่านมา +2

    Hundar hoise dei❤❤❤❤❤

  • @ffnabaonlyshort3882
    @ffnabaonlyshort3882 2 ปีที่แล้ว +10

    Bohut dhunia lagise gan tu dada 😍😍❤️❤️

  • @luhitdoleyvlog9877
    @luhitdoleyvlog9877 2 ปีที่แล้ว +61

    দাদা গান টো হৃদয় চুই গৈছে দেই। গান টো শুনিলে শুনি থাকিব মন যায় । ❣️❣️❣️❣️💞💞💞

  • @bikihazarika3059
    @bikihazarika3059 2 ปีที่แล้ว +8

    সঁচাকৈয়ে ইমান ধুনীয়া লাগিছে শুনিবলৈ 🌹💜

  • @DipaShyam
    @DipaShyam 9 หลายเดือนก่อน +2

    Koneng song so beautiful❤😊

  • @raazsaikia7264
    @raazsaikia7264 2 ปีที่แล้ว +29

    বৰ সুন্দৰ গীত এটি উপহাৰ দিলা তুমি আমাক ❤️ আগুৱাই যোৱা তুমি ভাইটি 🕉️

  • @bimallahan3852
    @bimallahan3852 2 ปีที่แล้ว +22

    বহুত ভাল লাগিল ,আপোনালৈ অশেষ ধন্যবাদ থাকিল ,ইমান ধুনীয়া গান এটা ৰাইজক উপহাৰ দিয়া বাবে

  • @pranabborah2599
    @pranabborah2599 2 ปีที่แล้ว +46

    Sumi bora , dance choreography out standing👌 বাকি প্ৰানদিপ দা অপূৰ্ব কণ্ঠ

  • @WADtube
    @WADtube 6 หลายเดือนก่อน +4

    Ei gaantu xuni bohut vaal lage❤

  • @jayantaborgohain5831
    @jayantaborgohain5831 ปีที่แล้ว +16

    গানটোত kiba blg eta deep feeling humai আছে .. just love this song❤️❤️🔥🔥

  • @paporisaikia6805
    @paporisaikia6805 ปีที่แล้ว +33

    বহুত ধুনীয়া গান তো ❤️ শুনি থাকিবলে মন যায় ❤️👌🏻👌🏻

    • @bhairabiborah770
      @bhairabiborah770 ปีที่แล้ว

      😮😊🎉😊🎉😊🎉😊🎉😊🎉

  • @bhabeshpawe5136
    @bhabeshpawe5136 2 ปีที่แล้ว +49

    অপূৰ্ব সচাই ! #প্ৰান দা ❤️😍

  • @musicloverwithlovestory7711
    @musicloverwithlovestory7711 11 หลายเดือนก่อน +2

    Next level song ❤❤❤❤

  • @hemanta332
    @hemanta332 2 ปีที่แล้ว +23

    ধন্যবাদ prandeep da♥️ ....ইমান ধুনীয়া গান এটা আমাক নৱবৰ্ষৰ বাবে উপহাৰ দিয়াৰ বাবে🥰🥰

  • @bhupengohain8714
    @bhupengohain8714 ปีที่แล้ว +7

    বহুত বহুত ভাল লাগিছে..। বহুত বাৰ চালো বহুত বাৰ শুনিলো হেপা নপলাই💖💖💖

  • @bhabenntha4715
    @bhabenntha4715 2 ปีที่แล้ว +37

    Eman dhunia kontho. Bohot bhal lagil sai prandeep da

    • @GuneenFF
      @GuneenFF 2 หลายเดือนก่อน

      3:10

  • @ManishdasManishdas-l9p
    @ManishdasManishdas-l9p ปีที่แล้ว +2

    1 bar 2 bar nhoi pura 100 bar xunisu holeu amoni loga nai 🥰

  • @Innovativeslayer001
    @Innovativeslayer001 2 ปีที่แล้ว +99

    This song + This traditional = Perfect 💯👍👏❣️

  • @Creworld271
    @Creworld271 2 ปีที่แล้ว +28

    Duniya lagise gan..This song is going to rule this new year👌🙂

  • @DhanFr1
    @DhanFr1 2 ปีที่แล้ว +145

    "Riba Riba Riba Foi Riba"♥️♥️
    Everything is Good and most Importantly you have Blended the Two Cultures so perfectly👏♥️ nice to see this beautiful blending 😍
    kudos 👏

    • @sopun2594
      @sopun2594 2 ปีที่แล้ว +3

      nice song6

    • @puspanjalidas4015
      @puspanjalidas4015 2 ปีที่แล้ว +3

      বহুত সুন্দৰ গান এটা উপহাৰ দিলে দাদা। বহুত ভাল লাগে শুনি💓💓 আপোনাক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলো। নতুন বছৰত নতুন আশা নতুন চিন্তাধাৰাৰে আগবাঢ়ি যাওক

    • @pandasa4519
      @pandasa4519 2 ปีที่แล้ว +4

      Riba মানে আহা

    • @dhurbarajkhowa6432
      @dhurbarajkhowa6432 ปีที่แล้ว +1

      mise necnai lgesa❤

    • @sultanabegum5673
      @sultanabegum5673 ปีที่แล้ว +1

      ​@@puspanjalidas4015 q

  • @monusmritysaikia2689
    @monusmritysaikia2689 ปีที่แล้ว +25

    দিনটো ১০০ বাৰ শুনিলেও আমনি নলগা এটি ধুনীয়া গীত❤

    • @Cycle__ridee
      @Cycle__ridee 7 หลายเดือนก่อน +4

      ❤❤❤❤,♥️♥️♥️♥️🥰

    • @NikiBorgohain
      @NikiBorgohain 6 หลายเดือนก่อน +1

      Nhg

    • @debodas5928
      @debodas5928 5 หลายเดือนก่อน

      Yes it is a good time for me as well tobe😊😊😊is the best time for me this video on the internet to make sure that you have the 😊😊

  • @trishnarani6410
    @trishnarani6410 2 ปีที่แล้ว +62

    Kishore Da❤️🥺 Bohut Miss korisu apunak আজি যদি আপুনি থাকিল হয় আকৌ আপোনাৰ নতুন নতুন গান উপহাৰ দিলে হয়.

    • @axomiyalora762
      @axomiyalora762 ปีที่แล้ว +1

      😢

    • @MoliaBordoli
      @MoliaBordoli ปีที่แล้ว

      @@axomiyalora762 moyvalpao🥰🥰🥰🥰🧑‍🦯🧑‍🦯🧑‍🦯🧑‍🦯🧑‍🦯🧑‍🎨

  • @jintu_baro
    @jintu_baro 2 ปีที่แล้ว +27

    এই গীতটো বৰ্তমান সামাজিক মাধ্যম‌ সমূহ ত ভাইৰেল হোৱা দেখা পোৱা গৈছে । ভাল লাগিল শুনি ❤️👍🔥

  • @jonalipathak192
    @jonalipathak192 2 ปีที่แล้ว +41

    বহুত ধুনীয়া কণ্ঠস্বৰ ❤❤

  • @goutamchangmai4950
    @goutamchangmai4950 11 หลายเดือนก่อน +2

    ধুনীয়া ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @AxomiyaRava
    @AxomiyaRava 2 ปีที่แล้ว +20

    ❤️ Rabha + mising ❤️

  • @sunandasaharia6735
    @sunandasaharia6735 2 ปีที่แล้ว +30

    বহুত ধুনীয়া লাগিছে দাদা গান টো।আমনি নালাগে যিমান বাৰ শুনিলেও।🥰 আগলৈকে এনেকৈ গান বোৰ দি যাব।

  • @rajcreation_2m..
    @rajcreation_2m.. 2 ปีที่แล้ว +11

    Koneng already hit 💌💌

  • @KrishnaDowarah-of3wr
    @KrishnaDowarah-of3wr 10 หลายเดือนก่อน +1

    মোৰ বৰ ভাল লাগিছে গান টো❤❤❤

  • @ThePDAxom
    @ThePDAxom 2 ปีที่แล้ว +112

    গীতটো বহুত সুন্দৰ হৈছে প্ৰাণ দ্বীপ দা ❣️ আৰু আপোনালৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা থাকিল 🎉❤️

    • @pinkuvlogs9205
      @pinkuvlogs9205 2 ปีที่แล้ว +1

      গানটো ফালিম কিন্তু এইবাৰ

    • @debojitmondal8582
      @debojitmondal8582 ปีที่แล้ว +1

      @@pinkuvlogs9205 g

    • @Susmita1324
      @Susmita1324 ปีที่แล้ว +1

      ​@@pinkuvlogs9205 q

    • @rajuprasad1345
      @rajuprasad1345 ปีที่แล้ว +1

      @@pinkuvlogs9205 to be the same to ki hi hogi

    • @moramideka2750
      @moramideka2750 ปีที่แล้ว

      @@rajuprasad1345 and

  • @Bigbossdadd
    @Bigbossdadd 2 ปีที่แล้ว +23

    বহুবাৰ শুনিলোঁ❤️😌বহুত বহুত ভাল লাগিছে।অ মোৰ কনেঙ ঐ oswm

  • @chandandeepsaikia3828
    @chandandeepsaikia3828 ปีที่แล้ว +116

    কিশোৰ দাস দাদা ক বহুত মনত পৰে এনেকোৱা গান শুনিলে 😔

  • @PurnimaSaikia-j2t
    @PurnimaSaikia-j2t 20 วันที่ผ่านมา +2

    Bha❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @mrankurhazarika1999
    @mrankurhazarika1999 2 ปีที่แล้ว +37

    এই বছৰৰ শ্ৰেষ্ঠ গীত 👍

  • @rajashreekonwar5911
    @rajashreekonwar5911 2 ปีที่แล้ว +50

    সঁচাকৈয়ে বহুত বেছি ভাল লাগিল গীতটি 😗❤️........& ওপজা দিনৰ বহুত বেছি মৰম আৰু শুভেচ্ছা জনালো 🎂💐 দাদা 💞 এনেদৰেই সদায় মনোৰঞ্জন দি যোৱা সকলোকে ...👍.

  • @biswajit1314
    @biswajit1314 2 ปีที่แล้ว +16

    বহুত ভাল লাগিছে দেই গানটো।। চাৰিবাৰ মান শুনিলো। মনৰ ভিতৰত ফাগুনি মলয়া বোৱাই দিলে গানটোৱে।।❤️

    • @_s_9426
      @_s_9426 2 ปีที่แล้ว

      Eku vl nahoi

    • @hemantasutradhar23
      @hemantasutradhar23 2 ปีที่แล้ว

      @@_s_9426 you are 🥥🥥🍍🍍🍌

  • @anuprajb7573
    @anuprajb7573 ปีที่แล้ว +5

    Rajbanshi ❤❤❤

    • @Kaustab222
      @Kaustab222 7 หลายเดือนก่อน

      Prandeep moja gaan hoi*স্পষ্টিকৰণ*
      👉যোৱা কালি ১৬ মে' ত Raijor Barta ত আমি এটা খবৰ প্ৰচাৰ কৰিছিলোঁ যে লখিমপুৰ কেবি ৰোডৰ বৰমুৰীয়াৰ সতীশ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ শ্ৰীমান কুলদীপ কৃষ্ণ দাস নিৰুদ্দেশ হৈছিল বুলি তেওঁৰ পিতৃয়ে দিয়া খবৰৰ ভিত্তিত,
      কিন্তু শেহতীয়াকৈ বিদ্যালয় খনৰ কৰ্তৃপক্ষ, লখিমপুৰ আৰক্ষী বিষয়া, আৰু কেইবাগৰাকীও গণ্য মান্য ব্যক্তিয়ে Raijor Barta কাৰ্যালয়লৈ ফোন কৰি জনালে যে ছাত্ৰ জন নিজৰ মাতৃৰ (ধেমাজিত) কাষত সুৰক্ষিত অৱস্থাত আছে।
      আমালৈ বিদ্যালয় কৰ্তৃপক্ষই লিখিত আকাৰত জনাইছে আৰু ছাত্র জনৰ মাতৃৰ সৈতে কথোকথন থকা সকলো তথ্য যোগান ধৰিছে।
      গতিকে শ্ৰদ্ধাৰ ৰাইজে বিষয়টো সন্দৰ্ভত তথা আমি Raijor Barta ই যোৱা কালি প্ৰচাৰ কৰা নিৰুদ্দেশৰ খবৰটো সন্দৰ্ভত আমি স্পষ্টিকৰণ আগবঢ়ালো 3:14

  • @yashbordoloiofficial9247
    @yashbordoloiofficial9247 2 ปีที่แล้ว +30

    Ata refreshing song, ata uplifting song, ata well blended song, well choreograph song, well lyrics song, and the voice uffff dada sui gol mon.....loved it bro...god bless u..vale thka aguai jua xdai..olp olpkoi xunisilu picnic jua gariburot boji goi thka .aji bisari paisu......xanti atiahe❤️❤️❤️❤️❤️🥺

  • @bastabsaikiaentertentment4572
    @bastabsaikiaentertentment4572 ปีที่แล้ว +15

    Koneng Joni jui ❤🔥

  • @nitushreegogoi7419
    @nitushreegogoi7419 2 ปีที่แล้ว +66

    গীতটো আমাৰ বাবে মাঘ বিহুৰ উপহাৰ ♥️🍃

  • @trishnadas1943
    @trishnadas1943 10 หลายเดือนก่อน +2

    Sunit gogoi kintu moja likhe❤❤ notun ke oloa tu o moja hoise

  • @PrasmitaDas-oz9fr
    @PrasmitaDas-oz9fr ปีที่แล้ว +17

    বহুত ভাল লগা গীত ❤❤❤ অসমীয়া গীত বোৰত কিবা যাদূ ❤ আছে সচাকৈ 💙❤️❤️💞 ম‌ই বঙালী কিন্তু অসমীয়া গীত মোৰ পিয ❤🥰🥰🥰🥰💙💙💙💙💙💙💙😍😍😍😍🔥🔥

  • @emote90ff20
    @emote90ff20 2 ปีที่แล้ว +8

    New Year 2023 t ei song tu supper hit hobo sage buli bhabisu bohut Val hoise love from Goalpara ❤️❤️❤️❤️😍

  • @pujabaishya7805
    @pujabaishya7805 2 ปีที่แล้ว +180

    গীতটিৰ নৃত্য দেখি কিশোৰ দাদালৈ বৰকৈ মনত পৰিছে😢

  • @BLACKBERRY3.073
    @BLACKBERRY3.073 ปีที่แล้ว +1

    খুব সুন্দৰ গীত কঠ আৰু অভিনয় কৰিছে।। 2:32 ❤😊

  • @bitupanrj9697
    @bitupanrj9697 2 ปีที่แล้ว +31

    দিনত এবাৰ এই গানটো নুশুনাকে থাকিবই নোৱাৰা হলো 👍 বহুত ভাল লাগে ❤️💞