ความคิดเห็น •

  • @dimpukaushikfilmsvideo8874
    @dimpukaushikfilmsvideo8874 ปีที่แล้ว +110

    আপোনালোকৰ মতামত বোৰৰ বাবে বহুত বহুত ধন্যবাদ।।বহু উৎসাহিত হৈছোঁ ।।লগতে আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি "BPL" Part 2 বনাম বুলি কথা দিলো ।।অতি সোনকালেই আপোনালোকলৈ আগবঢ়াই দিম।।মৰম সহযোগিতা আশা কৰিলোঁ।।নতুন চেনেল ।। সেয়ে সকলোৱে পোৱাকৈ আপোনালোকে যাতে Share কৰি আমাক আৰু অধিক উৎসাহিত কৰে তাৰেই আশাৰে -TEAM BPL❤️

  • @TaraliDeka-hy5vc
    @TaraliDeka-hy5vc ปีที่แล้ว +39

    হৃদয় চুই যোৱা কাহিনী 😔😔 সৰু ছোৱালীজনীৰ অভিনয় সুন্দৰ হৈছে 👏👍👍

  • @akashdeeptamuli4638
    @akashdeeptamuli4638 ปีที่แล้ว +11

    অকনমানি জনীয়ে বৰ নিখুঁত অভিনয় কৰিছে, মন চুই গ’ল ৷ আগবাঢ়ি যোৱা অকনমানিজনী❤❤

  • @manuranjansaikia9260
    @manuranjansaikia9260 ปีที่แล้ว +66

    কণমানি জেনীৰ অভিনয় বহুত ভাল হৈছে, ভবিষ্যতে উজ্জ্বল কামনা কৰিছোঁ

  • @satyamevajayate1274
    @satyamevajayate1274 ปีที่แล้ว +29

    আৰুন হাজৰিকাৰ কথা বেলেগকৈ কব লগা নাই। এই ছোৱালী জনী এদিন ভাল অভিনেত্ৰী হ'ব।❤

  • @rinkidas8858
    @rinkidas8858 ปีที่แล้ว +1

    সুন্দৰ কাহিনী আৰু সকলোৱে সুন্দৰ অভিনয়😍 সছাই কনমানি জনি অভিনয়ে মন চুই গল

  • @pramodborah4932
    @pramodborah4932 ปีที่แล้ว +13

    সুন্দৰ অভিনয় ❤ মাইনা জনী Acting ধুনীয়া লাগিলে
    *চিনাকি_মানুহ_অচিন_বিপদ* .. সচাঁ কথা 💯❤️

  • @gobinsaikia111
    @gobinsaikia111 ปีที่แล้ว +1

    সুন্দৰ অভিনয় ।মইনাই বৰ সুন্দৰ অভিনয় কৰিছে।

  • @ustadilora10
    @ustadilora10 ปีที่แล้ว +12

    কনমানি মাইনা জনিৰ অভিনয় মানিব লগিয়া❤❤❤❤বহুত ভাল হৈছে মাইনা আৰু আগুৱাই যোৱা❤❤❤

  • @bijaykaman2138
    @bijaykaman2138 ปีที่แล้ว +23

    সচাঁ কৈ আজি কালি মানুবোৰ অকল পইচা হে চিনি পাই। মানুহৰ প্ৰতি থকা মানৱতবোধ খিনি বুজি নাপাই। আজিকালি মানুবোৰ পইচাই সকলো বুলি ভাবি লৈছে। বহুত দুখ লাগিল চাই😢

  • @neelkvlog1592
    @neelkvlog1592 ปีที่แล้ว +4

    খুব ধুনীয়া হৈছে,, জীৱনত ঘটি থকা কাহিনী,, ছোৱালী জনীৰ অভিনয় ধুনীয়া হৈছে ❣️❣️👌🏾👌🏾

  • @bjseverything5889
    @bjseverything5889 ปีที่แล้ว +19

    Thumbnail টো দেখিও নোচোৱাকৈ আছিলোঁ কিন্তু আজি চাওঁ বুলি চাইদিলো।কি আচৰিত একেবাৰে হৃদয় চুই গ'ল। আগুৱাই যোৱা আৰু। দ্বিতীয় খণ্ড শুনকালে লাগে।

  • @dipamoniboruah8659
    @dipamoniboruah8659 ปีที่แล้ว +2

    বৰ সুন্দৰ হৈছে কাহিনী আৰু অভিনয়

  • @pranabjyotikalita4584
    @pranabjyotikalita4584 ปีที่แล้ว +7

    ছোৱালী জনীৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ।

  • @pankajdas262
    @pankajdas262 ปีที่แล้ว +1

    Dhuniya hoisay dee anekua short film Sai kisuman xomoi t buhut bya lge

  • @majulianboyjaydeep4158
    @majulianboyjaydeep4158 ปีที่แล้ว +10

    বহুত সুন্দৰ অভিনয় ❤ বহুত দুখ লাগিল চাই অ। Part 2 pam buli akha থাকিল , so tim BPL লৈ অশেষ ধন্যবাদ

  • @arupmixvlogs8681
    @arupmixvlogs8681 ปีที่แล้ว +3

    Bohut basi dukh lagil Assamese film industry jiman para aguwai loi juwa nice shearing this video Thank you so much ❤️❤️❤️❤️❤️❤️

  • @dharmendraray6253
    @dharmendraray6253 3 หลายเดือนก่อน

    বৰ সুন্দৰ অভিনয়ৰ এনেকৈ আগুৱাই যোৱা আৰু তেওঁৰ অভিনয় প্ৰশংসিত

  • @dipamoniboruah8659
    @dipamoniboruah8659 ปีที่แล้ว +2

    বৰ সুন্দৰ হৈছে কাহিনী আৰু অভিনয় ।

  • @JibantaSaikia
    @JibantaSaikia 10 หลายเดือนก่อน +1

    Bohut val lagil sai horu kalor din buroloi monot pori gol

  • @bituponborah7592
    @bituponborah7592 ปีที่แล้ว +13

    বহুত বহুত ভাল লাগিল❤
    মাইনাজনিৰ অভিনয়ে সঁচাকৈ হৃদয় চুই গল।❤❤

  • @Sahayoutube7747
    @Sahayoutube7747 ปีที่แล้ว +3

    Val lagil Sai part 2 ketiya ahibo ❤❤❤

  • @lachitdutta4292
    @lachitdutta4292 ปีที่แล้ว

    Bohut bohut dhuniya lgil ...vonti Joni e imn dhuniya ke ovinoi korise

  • @sagarikachoudhury3369
    @sagarikachoudhury3369 ปีที่แล้ว +8

    বহুত বহুত ভাল হৈছে 🥺 দৈনন্দিন জীৱনত মানুহৰ লগত ঘটি থকা কথাবোৰ সাঙুৰ খাইছে, কবলে ভাষা নাই ❤❤❤

  • @prosantaprosantadutta8893
    @prosantaprosantadutta8893 ปีที่แล้ว

    সচাকৈ বৰ সুন্দৰ অভিনয়। আগুৱাই যোৱা🥰

  • @ranjitvlogs4768
    @ranjitvlogs4768 ปีที่แล้ว +12

    ইমান ধুনীয়া হৈছে অভিনয় আৰু চাই ভাল লাগিছে ইয়াকে বুজায় যে দুখীয়া দুখ দুখীয়া বুজি পায় কিন্তু ধনী মানুহে দুখীয়াৰ দুখ বুজি নাপায় কিৱা বেয়া কৈ কলো যদি সমা কৰি দিৱ

  • @alvasameslocalvlog1258
    @alvasameslocalvlog1258 ปีที่แล้ว +28

    চিনাকী মানুহৰ অচিন বিপদ সংলপ টোৱে চুই গল😓😔

  • @angellika2921
    @angellika2921 ปีที่แล้ว +8

    সুন্দৰ পৰিচালনা। আৰু সুন্দৰ অভিনয় সকলোৰে।

  • @pradyutjal9772
    @pradyutjal9772 ปีที่แล้ว +1

    চিনাকি মানুহৰ অচিন বিপদ 😢 ছোৱালী জনিৰ অভিনয় বৰ ধুনীয়া হৈছে ❤

  • @ponchi_gogoi_1
    @ponchi_gogoi_1 ปีที่แล้ว +4

    হৃদয় চুই গ'ল 😢 part 2 parile bonabo

  • @falaboy9789
    @falaboy9789 ปีที่แล้ว +1

    কবলে ভাষা নাই
    সৰু ছোৱালীজনীয়ে বৰ ধুনীয়াকৈ অভিনয় কৰিছে
    তোমাৰ লোকৰ লগতে তাইও আৰু আগুৱাই যাওঁক

  • @hemantabooragi3253
    @hemantabooragi3253 ปีที่แล้ว +4

    মাইনা জনিৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ বহুত ভাল লাগিল মাইন জনিৰ অভিনয় চাই

  • @abinashborah2187
    @abinashborah2187 ปีที่แล้ว +2

    Short film hola ankua hbo lga..kahinitua hridoy sui goll...👍

  • @bindaz_pahi
    @bindaz_pahi ปีที่แล้ว +5

    Suwali joni bht val acting korise Mon sui gol❤

  • @pankajmayourborah9954
    @pankajmayourborah9954 ปีที่แล้ว +2

    ছোৱালী জনীৰ অভিনয় খুওৱ সুন্দৰ হৈছে ।
    ভবিষ্যতে ভাল কাম কৰিৱ !  আগবঢ়াই নিয়ক,

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 ปีที่แล้ว +7

    খুব সুন্দৰ অভিনয় কণমানি জনীৰ ,, দুখ লাগিল ❤️😭

  • @sunilchutia457
    @sunilchutia457 ปีที่แล้ว

    Dhunyiaa hoise vonti joni tomi aguai jouaaaa❤❤❤....

  • @gamingcobra2089
    @gamingcobra2089 ปีที่แล้ว +1

    সুন্দৰ অভিনয় বহুত ভাল লাগিল চাই 💝

  • @rahulchutia899
    @rahulchutia899 ปีที่แล้ว +1

    বহুত ভাল লাগিল।

  • @pranjalofficial7102
    @pranjalofficial7102 ปีที่แล้ว +4

    মাইনা জনীৰ অভিনয় বৰ সুন্দৰ পালোঁ।

  • @Axomlofiboy11
    @Axomlofiboy11 ปีที่แล้ว +7

    হৃদয় চুই গ'ল কনমানি জনিৰ অভিনয় সুন্দৰ হৈছে ।❤🥺

  • @RupaBorah-cy6jr
    @RupaBorah-cy6jr ปีที่แล้ว +2

    বহুত দুখৰ কাহিনী।কনমাণী জনী বৰ মৰম লগা।মাইনা তুমি আগবাঢ়ি যোৱা।

  • @জীৱনজিন্দাবাদ-ণ৫জ

    ছোৱালী জনীৰ অভিনয়ৰ শলাগ লবৈ লাগিব। আগলৈ শুভকামনা যাছিলোঁ ।

  • @chinugogoi9738
    @chinugogoi9738 ปีที่แล้ว +4

    বৰ ভাল লাগিল। সুন্দৰ কাহিনী। কণমানি জনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @monoranuvutiandabegmukunda1677
    @monoranuvutiandabegmukunda1677 ปีที่แล้ว +3

    হৃদয় চুই যোৱা কাহিনী 😢 সৰু ছোৱালীজনীৰ অভিনয় ধুনিয়া হৈছে 👍

  • @bikramcreation648
    @bikramcreation648 ปีที่แล้ว +2

    বহুত ভাল লাগিল। আজি কালি মানুহ বোৰে পইচা সকলো বুলি ভাবে।

  • @ratuldutta1474
    @ratuldutta1474 ปีที่แล้ว

    Buhut buhut val hoisa.. Moina jonir ovinoi buhut val hoisa

  • @couplerider7346
    @couplerider7346 ปีที่แล้ว +2

    part2 lage...bor Val lagile .congratulations all team

  • @supotijomoniremixx4634
    @supotijomoniremixx4634 ปีที่แล้ว +10

    সুন্দৰ অভিনয় আৰু সুন্দৰ কাহিনী ❤

  • @kumarbijay.youtube9044
    @kumarbijay.youtube9044 ปีที่แล้ว

    Moina jonir avhinoy hosakoi oti hundor ❤.aru video lage

  • @ESHADAs24312
    @ESHADAs24312 ปีที่แล้ว +11

    দুখীয়া মানুহক ধনী মানুহে এনেকৈ কয় ইমান দুখ লাগিল

  • @Saharia.
    @Saharia. ปีที่แล้ว +2

    ভাল লাগিছে সঁচাকৈ। অভিনয় অতি সুন্দৰ ❤️ ভিডিঅ' দি থাকিবা।
    ফকতীয়া অসমীয়া ভিডিঅ'বোৰ দেখি দেখি আমনি লাগিছিল।

  • @abhinovjyotiborah
    @abhinovjyotiborah ปีที่แล้ว +1

    বহুত ভাল লাগিলে ইয়াৰ part2 বনাব ইয়াৰ পাছে টুকুৰা

  • @officialmusic184
    @officialmusic184 ปีที่แล้ว +7

    কণমানি জনীৰ অভিনয় বহুত ভাল হৈছে❤ কামনা কৰিছো ভৱিষ্যত উজ্জ্বল হওঁক 🥰

  • @srivali8522
    @srivali8522 ปีที่แล้ว

    Bht val lagil agloi jate somajot enkua xosa kahini bor apunlpkr joriyte dekha pai thku 😊

  • @prodipdutta9794
    @prodipdutta9794 ปีที่แล้ว +3

    বাস্তৱধমী সুন্দৰ এখন চুটি ছবি ❤

  • @MunmiPhukon-dk4lo
    @MunmiPhukon-dk4lo ปีที่แล้ว +7

    কণমানি জনি কথাবোৰ বৰ মৰম লগা আগোৱাই যোৱা

  • @taralidas1753
    @taralidas1753 ปีที่แล้ว +19

    বহুত ভাল লাগিল।মাইনা জনীৰ acting ধুনীয়া হৈছে ❤

  • @niranjannath9669
    @niranjannath9669 ปีที่แล้ว +1

    স্বনাম ধন্য অভিনেতা অৰুণ হাজৰিকা দেৱৰ লগত মইনা জনীৰ সম্পৰ্ক টো ককা @ নাতিনী হলে বেছি খাপ খালে হেতেন । বহুত ভাল লাগিল কাহিনীটো । হাজৰিকা দেৱৰ কথা টো কবই নালাগে মইনা জনীৰো অভিনয় সুন্দৰ হৈছে । মইনাক নিশ্চিত ভাবে ভবিষ্যতে অসমৰ ৰাইজে এজনী ভাল অভিনেত্ৰীৰ ৰূপে পাব । ভগৱানে সহায় কৰক ❤

  • @parthasaikiavines4848
    @parthasaikiavines4848 ปีที่แล้ว +2

    Bhai bhai ইমানে হূদয় চুলে যে চকু পানী ওলাই আহিল... মনাই জনী acting 2 বহুত vl hoise ❤❤

  • @ansumaangogoi1994
    @ansumaangogoi1994 ปีที่แล้ว

    Mojja hoise. Aru anekuwa short film pam bli akha thakil

  • @majonikoushick05
    @majonikoushick05 ปีที่แล้ว +2

    বৰ ভাল লাগিল 👍আৰু ভাল ভাল কাম কৰি যাওক আগলৈ

  • @biswaxnokoribo2172
    @biswaxnokoribo2172 ปีที่แล้ว +1

    সৰু ছোৱালী জনীৰ অভিনয় সঁচাই শলাগ লব লগীয়া।।।

  • @bindassboy9993
    @bindassboy9993 ปีที่แล้ว +1

    Mujjang

  • @utpalijkksharma3519
    @utpalijkksharma3519 ปีที่แล้ว +1

    বৰ সুন্দৰ। কাহিনী, সংলাপ, অভিনয় বৰ সুন্দৰ। বৰ ভাল লাগিল। শেষৰ সংলাপটো আৰু বিপদ সম্পর্কীয় সংলাপটোৱে মন চুই গ'ল।

  • @chintuborahofficial2056
    @chintuborahofficial2056 ปีที่แล้ว +2

    ছোৱালী জনী য়ে। ভাল অভিনয় কৰিছে ❤❤

  • @kapildas456
    @kapildas456 ปีที่แล้ว +1

    Dhunia hoise part -2 bnabo....❤

  • @nabanitagohain7723
    @nabanitagohain7723 ปีที่แล้ว +1

    B p l short flim চাই বৰ দুখ লাগিল। আমিও বিপি এলৰ মানুহ। বিপিয়েলৰ কাহিনীবোৰ আৰু প্ৰচাৰ কৰিবচোন।

  • @durnamoran6904
    @durnamoran6904 ปีที่แล้ว +2

    Bhut val lagil sai 🥰 Love from tinsukiya ❤🤗

  • @digantachintey5209
    @digantachintey5209 ปีที่แล้ว +1

    অতি সুন্দৰ হৈছে অভিনয়টো চাই বহুত ভাল লাগিল আগুৱাই যোৱা ।❤️💚❤️

  • @manashhazarika6769
    @manashhazarika6769 ปีที่แล้ว +4

    কণমানি জনীৰ অভিনয় সাংঘাতিক হৈছে । উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ । বাকী সকলো সুন্দৰ হৈছে ।

  • @simantachetia4637
    @simantachetia4637 ปีที่แล้ว

    Hosai bohut vll lagel aru anekuwa video pam bule akhe thakill ❤

  • @anamikaShahariya-nv9tm
    @anamikaShahariya-nv9tm ปีที่แล้ว +6

    সঁচাকৈ বহুত ধুষ লাগিল 😢 আমৰ জিবনবোৰ এনেকুৱা চবৰে আগতে সৰু হব লাগে😢😢

  • @duleswardihingia7246
    @duleswardihingia7246 ปีที่แล้ว

    Hundor hoisa

  • @paporigogoi5335
    @paporigogoi5335 ปีที่แล้ว +3

    হৃদয় চুই যোৱা এক কাহিনী 😢সৰু ছোৱালীজনীয়ে বহুত ধুনীয়া অভিনয় কৰিছে ❤😊

  • @rama8822_
    @rama8822_ ปีที่แล้ว

    সচাঁকৈ বৰ সুন্দৰ অভিনয় অ'❤️.......
    চকুপানী ওলাই গ'ল 🥺

  • @dadudekaraja1715
    @dadudekaraja1715 ปีที่แล้ว +1

    হ্নদয় চুই গল কনমানি জিনিৰ অভিনয় সুন্দৰ হৈছে ❤❤❤🥰🥰🥰🥰🥰🔥🔥

  • @icgaming3500
    @icgaming3500 ปีที่แล้ว +1

    Bohut bohut besi sai Vl lagib ❤️ love from Bongaigaon ❤️PK. Ray

  • @mrmanju3094
    @mrmanju3094 11 หลายเดือนก่อน

    Vll lagise vdo to bohut bohut ❤❤❤❤❤

  • @ankurdastihucomedyassam6077
    @ankurdastihucomedyassam6077 ปีที่แล้ว +1

    খুবেই ভাল লগা কাহিনী

  • @debasishsaikiaxyxyx3559
    @debasishsaikiaxyxyx3559 ปีที่แล้ว

    Bhal hoise dei , tiniu jone dhuniya acting korise .

  • @perfectassam4173
    @perfectassam4173 ปีที่แล้ว

    বহুত ভাল লাগিল।
    কণমানি জনীৰ অভিনয় ভাল হৈছে।

  • @mayonkpranjaldas1209
    @mayonkpranjaldas1209 ปีที่แล้ว +1

    বহুত ভাল লাগিল চাই❤

  • @sunumunu4655
    @sunumunu4655 ปีที่แล้ว

    Mojjjjjaaaa hoise netra kai

  • @thelandscape600
    @thelandscape600 ปีที่แล้ว +3

    Outstanding , mind-blowing acting of small girl is too good .

  • @aarnristphukan4865
    @aarnristphukan4865 ปีที่แล้ว

    Val lagil hosai. Aru agaloi akha karilu...

  • @jintudeka9272
    @jintudeka9272 ปีที่แล้ว

    Kahini dhuniya hoise..parile next episode diya

  • @mukuldas9734
    @mukuldas9734 ปีที่แล้ว

    Dhuniya maina agoloike tumar aru val hbo

  • @Babatu321
    @Babatu321 ปีที่แล้ว +2

    next nevel film ❤
    THIS IS A REAL STORY IN OUR LIFE

  • @assamesevlog2534
    @assamesevlog2534 ปีที่แล้ว +2

    মানৱতাৰ চৰম নিদৰ্শনি পোৱা গ'ল।
    আৰু বিশেষ কৈ ছোৱালীজনীৰ Acting ভাল লাগিছে ভবিষতত ভাল অভিনয় কৰিব। 😊

  • @saikia8523
    @saikia8523 ปีที่แล้ว +1

    ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @banajitdeka1874
    @banajitdeka1874 ปีที่แล้ว +1

    Suwali Joni ovinoy bout val lagiles ❤❤❤

  • @jaangoswami3434
    @jaangoswami3434 ปีที่แล้ว

    Arun dar best acting k ser pelale ei kon mani jonie..ki xundor ovinoi😍🥰tair ujjal bhabisot kamana krlu🙏

  • @motivatorbabu9530
    @motivatorbabu9530 ปีที่แล้ว

    mojaa hoise bhii continue

  • @Yasmin_rose12
    @Yasmin_rose12 2 หลายเดือนก่อน

    Swali joni bht morom lga ❤ti emn dhnya koi acting krse bht vl lgile si ❤❤

  • @shankar_jyoti_hazarika
    @shankar_jyoti_hazarika ปีที่แล้ว +1

    Bohut val lagise kaam tu❤

  • @lakhisaikia7981
    @lakhisaikia7981 ปีที่แล้ว +1

    খুব সুন্দৰ অভিনয় ❤

  • @abijitvlogs6932
    @abijitvlogs6932 ปีที่แล้ว

    Bohut dhouniya lagise...

  • @khanindrakalita892
    @khanindrakalita892 ปีที่แล้ว +4

    Sundor obhinay!!! Heart touching !!!

  • @prabhatmoran8828
    @prabhatmoran8828 ปีที่แล้ว +1

    হৃদয় চুই যোৱা কাহিনী,সচাই ভাল লাগিল।।❤❤❤❤