ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ প্রভু ঈশ্বৰ ভক্তি ভৰা সেৱা নিবেদিলো আপোনাৰ চৰণত গ্রহণ কৰিব। আপোনাৰ সুমধুৰ কণ্ঠৰ অমৃতময় ভাগৱতৰ ৰস শুনি বহুত ভাল লাগিল প্রভু। আমাক শ্রৱন কৰাই থাকিবলৈ ভগবানে আপোনাক শক্তি দিয়ক প্রভু তাৰ কামনাৰে কৌটি কৌটি প্রণাম যাচিছো কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
ভগৱতৰ প্ৰথম স্কন্দৰ অস্টম ভাগ শুনিলো আৰু সেইখিনিৰ পৰা ভক্তিমাৰ্গৰ মাহ্যাত্ম কি সেয়া অতি স্মৰণীয় আৰু সকলোৰে বাবে ঐকান্তিক ভাৱে হিদয়ঙ্গম কৰাৰ নিত্যান্তয় প্ৰযোজন। কৃষ্ণগুৰু বাপ আপোনাৰ শ্ৰী চৰণত সেৱা জনালো ।
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ সেৱা আগবঢ়ালোঁ 🙏🙏🙏🙏 পৰম সুখী হৈছোঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু ঈশ্বৰ ❤️❤️🙏🙏 🙏🙏
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏❤️
❤
কৃষ্ণ কৃষ্ণ, প্ৰভুজন ।সেৱা গ্ৰহণ কৰিব।আপোনাৰ কৃষ্ণকথা ই পৰম শান্তি লাভ কৰিছোঁ।ঈশ্বৰে আপোনাক কৃষ্ণ কথা বিলাই আমাৰ দৰে মহাপাটকী সকলক কৃপা কৰিবলৈ কে চাগে পঠাইছে,প্ৰভু।কুটি কুটী প্ৰণাম প্ৰভুজন।কৃষ্ণ ৰাম
কৃষ্ণ বাপ 🙏।। আপোনাৰ ভাগৱত পাঠ শুনি বহুত ভাল লাগিলে।। জয় গুৰু শংকৰ।। 🙏🙏🙏🙏🙏
Krishna🙏Krishna🙏Krishna🙏
কৃষ্ণ°প্ৰভূঈশ্বৰ সুহৃত সেৱা নিৱেদিলো । আপোনাৰ পদ্মমুখে শ্ৰুতিমধুৰ ব্যাখ্যাক আমি মুঢ়মতীয়ে ঈশস্তুতিৰে হৃদয়ত উপাসিছোঁ । আপোনাৰ সুচিন্তাৰ যাত্ৰা শুভ হওঁক । কৃষ্ণ হৰি ৰাম
আপোনাৰ সুন্দৰ ভাগৱত পাঠ আৰু বাখ্যা শুনি ধন্য হ'লো ।🙏🙏 কৃষ্ণ প্ৰভু ।ভক্তিভৰা সেৱা নিবেদিলো ।
জয় গুৰু শংকৰ 🙏🙏আপোনাৰ ভাগৱত পাঠ শুনিলে মনপ্ৰাণ ধন্য হয় ।
কৃষ্ণ প্ৰভু ঈশ্বৰ।ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব। আপুনি ভাগৱত পাঠ কৰিলে আপোনাৰ কণ্ঠই অমৃত বৰষাই। শুনিলে শুনি থাকিব মন যায়
Krishno.....Baapjon....apunr bhawgot pathbaikha a...amr lgota...hokolu aai bap hokolok....gurumukhi..vhokoti..prodip hiyar majot...jolaisa........
Krishna Krishna bap oti xundor sewa janaisu krishna
krishna prabhu apunar soronot koti koti pranam....prabhu....ponchpandob aru uttarak kenekoi roikhya koril ai anupam...hundar....amritmoy.....shree krishnar kotha huni aanndit holu..iyar pasor ankho khini huniboli adhir agrohere bat sai rolu prabhu,krishna,jai shree ram..
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ কণ্ঠেৰে আধ্যাত্মিক তত্ত্বৰ প্ৰকাশ কৰি আমাৰ কৃপা কৰিলে 🙏🙏🙏
Krishna Ram Ram pronam jonalu apunak bap 🙏🙏🙏 krishna'ram
কূষ৯ কূষ৯ বাপ ।অতি সুন্দৰ হৈছে ভগবানে আপোনাক এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে শক্তি দিয়ক ।সেবা হে জনালো ।
Krishna Krishna Krishna prabhudev pronam to you.
প্ৰণাম প্ৰভু কৃষ্ণ, মোৰ পৰম সৌভাগ্যৰ বাবে অমৃৃতসম এই বাখ্যা শুনি কৃতার্থ হ'লোঁ। আপোনাক সেৱা জনাইছো। ভাগৱত বাখ্যা সদায় যাতে শুনিবলৈ পাও আৰু ভগৱন্তৰ পৰম সুন্দৰ ৰূপ আমি ও যাতে হৃদয়ত অনুভৱ কৰিব পাৰোঁ তাৰ বাবে আশীর্বাদ কৰিব কৃষ্ণ 🙏 ।
কৃষ্ণ,বাপ ৰাতিপুৱাৰ সেৱাভাগি জনালোঁ একো অনুষ্ঠান নহলেও ঘৰতে থাকি কৃষ্ণকথা পান কৰি আমি ধন্য হৈছো।আপোনাক ঈশ্বৰে কুশলে ৰাখক এই কামনাৰে ।মাধৱ , সু প্ৰভাত
🙏Krishan bap 🙏
ভগৱান সৰ্বশক্তিমান। কৃষ্ণ, কৃষ্ণ।
কৃষ্ণ কৃষ্ণ, বাপ আজিলৈকে যিমান বোৰ শুনিলো, এই ভাগ বৰ ধুনীয়া ছাউণ্ড , মাত আদি বহুত সুন্দৰ হৈছে । আৰু সুন্দৰ আৰু মধুৰ হোৱাৰ কামনা কৰি লো । কৰুণাময় ৰাম কৰুণাময় ,কৰিও কৃপা যেন উচিত হয় ।
নমস্কাৰ প্ৰভু আপোনাৰ ভাগৱত পাঠ শুনি বহুত ভাল লাগে ।মই আপোনাৰ এই ভাগৱত পাঠ সদায় শুনি থাকোঁ।মই কাম কৰি থাকিলেও আপোনাৰ এই মধুৰ কন্ঠৰ ভাগৱত পাঠ শুনি থাকোঁ। আৰু আপোনাৰ এই ভাগৱত পাঠৰ পৰা মই বহু কথা জানিবলৈ পৰিছো।আপোনাৰ এই ভাগৱত পাঠ আৰু বাখ্যা অব্যাহত ৰাখে যেন ।আৰু ভগৱানে আপোনাক ভালে ভালে ৰাখে যেন এইয়ে ভাগৱতৰ ওচৰত প্ৰাথনা জনাও। জয় গুৰু শঙ্কৰ ।
কৃষ্ণ বাপ সুন্দৰ যিমানেই সুখতেই হওক বা দুখতেই হওক আমি ঈশ্বৰক ভজিবই লাগিব। তেৰাৰ বিনে আমাৰ গতি নাই।কৃষ্ণ
Khiso povu ,,,emn hundor baikha apunar,,,,khisno🙏🙏🙏
🙏🙏🙏, ধন্য হৈছোঁ আপোনাৰ এই মহৎ কাৰ্যৰ বাবে, সেৱা নিবেদিলো।
কৃষ্ণ বাপ সেৱাঁ ভাগি গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ কথা ৰসঅমৃত শ্রৱণ কৰি উপকৃত হৈছো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ। কৃষ্ণ 🙏🙏 জয় গুৰু শঙ্কৰ 🙏🙏 কৃষ্ণ।
মহা জ্যান লাভ কৰিলো প্ৰভূ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Joi guru Sankar 🙏🙏🙏🙏
Santi Santi Santi Santi Santi 🙏🙏
🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏
পাঠকবাপ°°° হৃদয়ৰ কপাত খুলি দিছো । ঈশ্বৰে মোৰ হৃদয়ত যেন নিবাস কৰে । আপোনাক অযশ্ৰকৌতি প্ৰণাম নিবেদিছো । বৰ আকোলতাৰে গ্ৰহন কৰিব প্ৰভূ ।আপোনী দীৰ্ঘয়ু হওক ।
প্ৰভু ঈশ্বৰ এইবোৰ গিয়ান পায় আমাৰ জীৱন ধন্য হৈছে 👃👃👃
কৃষ্ণ বাপ, সেৱা ধৰিলো দুখনি চৰণত | মধুৰ ব্যাখ্যাৰসে আমাক আনন্দিত কৰিলে | ভাগৱতৰ অমৃত কৃষ্ণ ৰসে আমাৰ আধ্যাত্মিক জ্ঞান আহৰণ কৰাৰ লগতে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰি ধন্য কৰিছে প্ৰভূ | বৰ ডাঙৰ কথা এই বোৰ প্ৰভূ, এতিয়াহে বুজিব পাৰিছো | কৃষ্ণ বাপ, কৃষ্ণ |
SREE Krishna 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ🙏
প্ৰণাম প্ৰভু ভগৱন্তৰ কৃপাত আমি আপোনাৰ বৈকুণ্ঠৰ কল্পতৰু মহা ভাগৱত পাঠ শুনি আপ্লুত হোৱা লগতে বহুত নজনা কথা জানিব পাৰি ধন্য হৈছো শতকোটি প্ৰণাম নিবেদিলো আপোনাৰ চৰণত
জয় শ্ৰী ৰাম
Krishno krishno krishno🙏
কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ-। কৃষ্ণ , সেৱা
🙏 Santi sannti santi santi 🙏🙏🙏
কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা জনাইছো প্ৰভূ ।
ৰাম কৃষ্ণ হৰি
🙏🌺Krishna❤Krishna🌺🙏
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ। সেৱা গ্ৰহণ কৰিব । সাত নং ভিডিঅ'টোত আটাইতকৈ বেছি ভাল লাগিল দ্ৰৌপদীৰ মহানুভাৱৰ যি বহল ব্যাখ্যা অতি সুন্দৰ উপস্থাপন কৰিছে বাপ ঈশ্বৰ।
Krishna . Apunar vagobot path suni bor val laga . Ami apunar path sofay khunu
Krishna Bap pranam 🙏🙏
Krishna Krishna Bap
আপুনি আমাৰ জীৱন চকু মুকলি হবলৈ সুবিধা দিছে ।কৃষ্ণ পাথক ডাঙৰিয়া দৰৰ পৰাই সেৱা আগ বঢ়ালো ।কৃষ্ণ কৃষ কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ,প্ৰভূ সেৱা অধমৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব।
🙏জয় গুৰু শঙ্কৰ🙏, বাপ আজিৰ এই ভাগটো শুনি মই বহুত বেছি উপকৃত হলো, কাৰণ মই ও এগৰাকি দুই মাহৰ গৰ্ভৱতী, আমাৰ ঘৰখন ও একশৰণীয়া শংকৰ গুৰুৰে শিষ্য। আপুনি কোৱা ধৰনে মই সদায়ে পুৱা গধুলি প্ৰভুৰ নাম লওঁ । আশীৰ্বাদ কৰক মোৰ যেন এটি সু সন্তান জন্ম হয় । 🙏কৃষ্ণ কৃষ্ণ🙏 12-04-2022.
ঈশ্বৰৰ আশীৰ্বাদ মিলক
👏 কৃষ্ণ কৃষ্ণ বাপ, সেৱা জনাইছো | আপ্লুত হ'লো প্ৰভু |
Krishna PrabhuAshes Pranam
Krisna krisna
অতি সুমধুৰ প্ৰভু.🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ইমান ৰসালবাখ্যা কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ ৰাম ৰাম ৰাম ৰাম
কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে
Krishno.....moi 7 mohiya gorvoboti ...apunar bhagawat paath xuni asu ...axirbaad koribo....
মই হাজোৰ মনাহকুছি গাওঁৰ পৰা কৈছো ..প্ৰভু আপোনি পাঠ কৰা প্ৰতিতো খণ্ড শুনো .ইমান ভাল লাগে কবলৈ ভাষা নাই ..অন্তৰ চুই যায় .প্ৰভু আপোনাক বহুত বহুত বহুত প্ৰণাম .. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤👏👏👏👏👏💚👃👃👃👃👃👃👃👃
কৃষ্ণ প্ৰভু আপোনাৰ "শ্ৰীমদ্ভভাগৱত"বাখ্যসহিতে আমি অধম অজ্ঞানে অসুস্থ দেহে বিছনাাৰ পৰাই শ্ৰৱণ কৰিছে লগতে সবাৰো কুশাৰৰ্থে বিলালে নিশ্চয় আপোনাৰো সঞ্চিত পুণ্যৰ ফল ই এক অপুৰ্ব নামৰূপি গদাৰ মাহাত্য।আকৌ সেই সুদিন আহক তাকেই কামনাৰে শ্ৰদ্ধাপুৰ্বক সেৱাভাগি জনালোঁ।বৰ্তমান পিঠিৰ বিষত ভুগিছো।আৰ্শীবাদ কৰিব প্ৰভুৱেযেন কৃপা কৰে ।সুন্দৰ দিনৰ অপেক্ষাত আগুৱাই নিয়ে।
কৃষ্ণ। আপোনাৰ আৰোগ্য ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।
Krishna Krishn
Pathak Bap ....Krishna Krishna Krishna krishna!!!!
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব ।আপোনাৰ ভাগৱত ব্যাখ্যা শুনি আপ্লুত হলো । আগলৈও এনেদৰে শুনি থাকিবলৈ পালে নথৈ আনন্দিত হ'ম।
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏
বাপ জনালৈ সেৱা জনাইছো ।একাদিক্ৰমে ভাগৱতৰ পৰম অমৃত কথা শ্রবন কৰি কৃত কৃত হৈছো ।এজন বাপে এটি কথা জানিব বিচৰি আমাক ক'লে যে -গুৰু জনাৰ আসন ভাগত ফুলাম গামোচা খন কিয দিযা হয ? আৰু ভকত সকলক কিয বাপ বুলি সম্বোধন কৰা হয ।এই বিষয়ে বাপ জনাৰ পৰা জানিব বিচাৰিছে ,।দায নধৰে যেন ।সেৱাৰে কৃষ্ণ কৃষ্ণ ।
জনাম বাৰু মোৰ ব্যাখ্যাৰ জৰিয়তে ।
কৃষ্ণ পাঠক বাপ, আপোনাৰ ভাগৱত পাঠ আমি নিয়মীয়া হিচাবে শ্ৰৱণ কৰোঁ । আপোনাৰ যোগে আমৃত্ময় ব্যাখ্যা সদায় যেন শ্ৰৱণ কৰিব পৰো তাৰ আশাৰে বাদ চালু । কৃষ্ণ কৃষ্ণ ।
।।।ঋষিকেশ ভগৱান কৃষ্ণ।।। ।।ৰাম নাৰায়ণ।।
আপোনালৈ শতকৌটি প্ৰণাম প্ৰভূ ।শিৱসাগৰত অনুষ্ঠিত মহাপালনামত আপোনাৰ ভাগৱত ব্যাখ্যা শুনাৰ যি সৌভাগ্য হৈছিল সেয়াই আপোনাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ পৰিলো।আপোনাৰ কন্ঠই অন্তৰাত্মা চুই গল।ইমান গভীৰ কন্ঠ সুন্দৰ ব্যাখ্যা আজিলৈকৈ শুনা নাই।
🙏🙏 কৃষ্ণ কৃষ্ণ
জয় জগত গুৰু শ্ৰীমন্ত্শঙ্কৰ 🙏🙏 কৃষ্ণ আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি, আমি নিজকে ধন্য মানিছো ।🙏🙏🙏
God bless you gurudeb
Baap Ati sunder Bakhya. Jai Guru Sankar. Krishna Krishna
কৃষ্ণ 🙏 প্ৰভুজনা।
Provu apunar ai vagot baikhaya huni montu bohut hanti lage pua godhuli hodai apunar ai baikhaya huni thaku bohut Val lage .moi 5 mohiya gorvoti Hoi moi ai bhagot path huni hodai vabu Amar jibonole oha hontantu jate provur vokta Hoi.joy Shree Krishna.
কৃষ্ণ,বাপজনা-আপোনাৰ চিন্তা আৰু একনিষ্ঠ সেৱাৰ দ্বাৰা অসমীয়া সমাজখনৰ মানসিকতা, সমাজ ব্যৱস্থাৰ উন্নতি অৱস্যভাবী | কাৰণ আমাৰ বিশ্ৱাস, পৃথিবীত এনে কোনো আইন নাই, যি স্খলিত চাৰিত্ৰিক ব্যৱস্থাৰ সংশোধন ঘটাব পাৰে | ই কেৱল সম্ভব ভাগৱতৰ কথা শ্ৰৱণ | পৰৱৰ্ত্তী ব্যাখ্যাত কবলগীয়া কুন্তীৰ স্তৱভাগ আমাৰ সমাজত সকলোৱে জানে | কিন্তু, ভাগৱতৰ ১৫০০০হাজাৰ শ্লোকৰ মাজৰপৰা এইজনা শ্লোক,আমাৰ গুৰুজনাই কিয় কীৰ্ত্তনৰ প্ৰথমতে স্থাপন কৰিলে আৰু কোনে,কেতিয়া,কি প্ৰসঙ্গত কৈছিল,ইয়াৰ গুঢ়াৰ্থ সম্পৰ্কে সমাজক ব্যাখ্যা কৰিবলৈ অনুৰুধ জনালো | সেৱাৰে,কৃষ্ণ-বাসুদেৱ |
Krishna Bap 🙏🙏
Hare Krishna Hare Ram
কৃষ্ণ, প্ৰভূ অধমৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব।
Prabhu param harthakmur jiban apunar kripat joi guru sankar
ৰাম কৃষ্ণ প্ৰভু 🙏🙏
Krishna Prabhu pranam
Krishna krishna ram ram
কৃষ্ণ প্ৰভূসেৱা গ্ৰ্হণ কৰিবকৃষ্ণ কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ । আপোনাৰ মধুৰ বাণীৰ পৰা আজি মই বৰ উপকৃত হ'লো ।
Prabhu u are a noble devotee of Prabhu otherwise u can not lead us to Prabhu avoi sarana
Krishna Bap 🙏🏻🙏🏻
Aponar kripat vagabat sunar sovagya hol. Baap aponak satkouti pranam
বাপ আপোনাৰ ভাগৱতৰ পাঠৰ ভাঙনি শুনি নঠৈ আনন্দিত হৈছো , প্ৰভুয়ে আপোনাক কুশলে ৰাখক,
Krishna Krishna Krishna🙏🙏🙏
কৃষ্ণ প্ৰভু কৃষ্ণ
আপোনাৰ মুখেৰে ভাগৱত শ্ৰৱণ কৰিব পাই নিজকে ধন্য মানিছো। কৃষ্ণ বাপ।
krishna krishna bap aponar bhagawat path niyamit suni thako bar bhal lage krishna bap
Kirshan🙏kirshan🙏kirshan🙏
Krishna Bap
Om shanti
Apunar karone monor bht tension naikia hoi goise. Bhogoban probhur gun kirton apunar pora xuni jani atiya montue bht anondo paise. Ajon bhokote manuhor mon xoloni kori adhyatmikotar dixe dhaboban koribo pare. I xosakoi asorjyjonok prerona. Ene prerona amak pitri matri totha xikha gurueu dibo pora nasil. Apunihe asol guru. Jar pora ami krishnomukhi hobo parisu. Krishnor logot amak porisoy kori diar babe apunaloi xohosro pronam aru dhonyobad thakil. Ashirbad koribo jate ishoror proti mur bhokti dine dine barhi goi thake.
Sewa jonalu.vair logot punor sunilu

কৃষ্ণ বাপ সেৱাঁ ভাগি গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ কথা ৰসঅমৃত শ্রৱণ কৰি উপকৃত হৈছো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ।
কৃষ্ণ 🙏🙏 জয় গুৰু শঙ্কৰ 🙏🙏
কৃষ্ণ।
মহা জ্যান লাভ কৰিলো প্ৰভূ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Joi guru Sankar 🙏🙏🙏🙏
Santi Santi Santi Santi Santi 🙏🙏
🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏
পাঠকবাপ°°° হৃদয়ৰ কপাত খুলি দিছো । ঈশ্বৰে মোৰ হৃদয়ত যেন নিবাস কৰে । আপোনাক অযশ্ৰকৌতি প্ৰণাম নিবেদিছো । বৰ আকোলতাৰে গ্ৰহন কৰিব প্ৰভূ ।আপোনী দীৰ্ঘয়ু হওক ।
প্ৰভু ঈশ্বৰ এইবোৰ গিয়ান পায় আমাৰ জীৱন ধন্য হৈছে 👃👃👃
কৃষ্ণ বাপ, সেৱা ধৰিলো দুখনি চৰণত | মধুৰ ব্যাখ্যাৰসে আমাক আনন্দিত কৰিলে | ভাগৱতৰ অমৃত কৃষ্ণ ৰসে আমাৰ আধ্যাত্মিক জ্ঞান আহৰণ কৰাৰ লগতে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰি ধন্য কৰিছে প্ৰভূ | বৰ ডাঙৰ কথা এই বোৰ প্ৰভূ, এতিয়াহে বুজিব পাৰিছো | কৃষ্ণ বাপ, কৃষ্ণ |
SREE Krishna 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ🙏
প্ৰণাম প্ৰভু ভগৱন্তৰ কৃপাত আমি আপোনাৰ বৈকুণ্ঠৰ কল্পতৰু মহা ভাগৱত পাঠ শুনি আপ্লুত হোৱা লগতে বহুত নজনা কথা জানিব পাৰি ধন্য হৈছো শতকোটি প্ৰণাম নিবেদিলো আপোনাৰ চৰণত
জয় শ্ৰী ৰাম
Krishno krishno krishno🙏
কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ-। কৃষ্ণ , সেৱা
🙏 Santi sannti santi santi 🙏🙏🙏
কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা জনাইছো প্ৰভূ ।
ৰাম কৃষ্ণ হৰি
🙏🌺Krishna❤Krishna🌺🙏
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ। সেৱা গ্ৰহণ কৰিব । সাত নং ভিডিঅ'টোত আটাইতকৈ বেছি ভাল লাগিল দ্ৰৌপদীৰ মহানুভাৱৰ যি বহল ব্যাখ্যা অতি সুন্দৰ উপস্থাপন কৰিছে বাপ ঈশ্বৰ।
Krishna . Apunar vagobot path suni bor val laga . Ami apunar path sofay khunu
Krishna Bap pranam 🙏🙏
Krishna Krishna Bap
আপুনি আমাৰ জীৱন চকু মুকলি হবলৈ সুবিধা দিছে ।কৃষ্ণ পাথক ডাঙৰিয়া দৰৰ পৰাই সেৱা আগ বঢ়ালো ।কৃষ্ণ কৃষ কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ,প্ৰভূ সেৱা অধমৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব।
🙏জয় গুৰু শঙ্কৰ🙏, বাপ আজিৰ এই ভাগটো শুনি মই বহুত বেছি উপকৃত হলো, কাৰণ মই ও এগৰাকি দুই মাহৰ গৰ্ভৱতী, আমাৰ ঘৰখন ও একশৰণীয়া শংকৰ গুৰুৰে শিষ্য। আপুনি কোৱা ধৰনে মই সদায়ে পুৱা গধুলি প্ৰভুৰ নাম লওঁ । আশীৰ্বাদ কৰক মোৰ যেন এটি সু সন্তান জন্ম হয় । 🙏কৃষ্ণ কৃষ্ণ🙏 12-04-2022.
ঈশ্বৰৰ আশীৰ্বাদ মিলক
👏 কৃষ্ণ কৃষ্ণ বাপ, সেৱা জনাইছো | আপ্লুত হ'লো প্ৰভু |
Krishna Prabhu
Ashes Pranam
Krisna krisna
অতি সুমধুৰ প্ৰভু.🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ ইমান ৰসালবাখ্যা কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ ৰাম ৰাম ৰাম ৰাম
কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে
Krishno.....moi 7 mohiya gorvoboti ...apunar bhagawat paath xuni asu ...axirbaad koribo....
মই হাজোৰ মনাহকুছি গাওঁৰ পৰা কৈছো ..প্ৰভু আপোনি পাঠ কৰা প্ৰতিতো খণ্ড শুনো .ইমান ভাল লাগে কবলৈ ভাষা নাই ..অন্তৰ চুই যায় .প্ৰভু আপোনাক বহুত বহুত বহুত প্ৰণাম .. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤👏👏👏👏👏💚👃👃👃👃👃👃👃👃
কৃষ্ণ প্ৰভু আপোনাৰ "শ্ৰীমদ্ভভাগৱত"বাখ্যসহিতে আমি অধম অজ্ঞানে অসুস্থ দেহে বিছনাাৰ পৰাই শ্ৰৱণ কৰিছে লগতে সবাৰো কুশাৰৰ্থে বিলালে নিশ্চয় আপোনাৰো সঞ্চিত পুণ্যৰ ফল ই এক অপুৰ্ব নামৰূপি গদাৰ মাহাত্য।আকৌ সেই সুদিন আহক তাকেই কামনাৰে শ্ৰদ্ধাপুৰ্বক সেৱাভাগি জনালোঁ।বৰ্তমান পিঠিৰ বিষত ভুগিছো।আৰ্শীবাদ কৰিব প্ৰভুৱেযেন কৃপা কৰে ।সুন্দৰ দিনৰ অপেক্ষাত আগুৱাই নিয়ে।
কৃষ্ণ। আপোনাৰ আৰোগ্য ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।
Krishna Krishn
Pathak Bap ....Krishna Krishna Krishna krishna!!!!
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব ।আপোনাৰ ভাগৱত ব্যাখ্যা শুনি আপ্লুত হলো । আগলৈও এনেদৰে শুনি থাকিবলৈ পালে নথৈ আনন্দিত হ'ম।
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏
বাপ জনালৈ সেৱা জনাইছো ।একাদিক্ৰমে ভাগৱতৰ পৰম অমৃত কথা শ্রবন কৰি কৃত কৃত হৈছো ।এজন বাপে এটি কথা জানিব বিচৰি আমাক ক'লে যে -গুৰু জনাৰ আসন ভাগত ফুলাম গামোচা খন কিয দিযা হয ? আৰু ভকত সকলক কিয বাপ বুলি সম্বোধন কৰা হয ।এই বিষয়ে বাপ জনাৰ পৰা জানিব বিচাৰিছে ,।দায নধৰে যেন ।সেৱাৰে কৃষ্ণ কৃষ্ণ ।
জনাম বাৰু মোৰ ব্যাখ্যাৰ জৰিয়তে ।
কৃষ্ণ পাঠক বাপ, আপোনাৰ ভাগৱত পাঠ আমি নিয়মীয়া হিচাবে শ্ৰৱণ কৰোঁ । আপোনাৰ যোগে আমৃত্ময় ব্যাখ্যা সদায় যেন শ্ৰৱণ কৰিব পৰো তাৰ আশাৰে বাদ চালু । কৃষ্ণ কৃষ্ণ ।
।।।ঋষিকেশ ভগৱান কৃষ্ণ।।।
।।ৰাম নাৰায়ণ।।
আপোনালৈ শতকৌটি প্ৰণাম প্ৰভূ ।শিৱসাগৰত অনুষ্ঠিত মহাপালনামত আপোনাৰ ভাগৱত ব্যাখ্যা শুনাৰ যি সৌভাগ্য হৈছিল সেয়াই আপোনাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ পৰিলো।আপোনাৰ কন্ঠই অন্তৰাত্মা চুই গল।ইমান গভীৰ কন্ঠ সুন্দৰ ব্যাখ্যা আজিলৈকৈ শুনা নাই।
🙏🙏 কৃষ্ণ কৃষ্ণ
জয় জগত গুৰু শ্ৰীমন্ত্শঙ্কৰ 🙏🙏 কৃষ্ণ আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি, আমি নিজকে ধন্য মানিছো ।🙏🙏🙏
God bless you gurudeb
Baap Ati sunder Bakhya. Jai Guru Sankar. Krishna Krishna
কৃষ্ণ 🙏 প্ৰভুজনা।
Provu apunar ai vagot baikhaya huni montu bohut hanti lage pua godhuli hodai apunar ai baikhaya huni thaku bohut Val lage .moi 5 mohiya gorvoti Hoi moi ai bhagot path huni hodai vabu Amar jibonole oha hontantu jate provur vokta Hoi.joy Shree Krishna.
কৃষ্ণ,বাপজনা-আপোনাৰ চিন্তা আৰু একনিষ্ঠ সেৱাৰ দ্বাৰা অসমীয়া সমাজখনৰ মানসিকতা, সমাজ ব্যৱস্থাৰ উন্নতি অৱস্যভাবী | কাৰণ আমাৰ বিশ্ৱাস, পৃথিবীত এনে কোনো আইন নাই, যি স্খলিত চাৰিত্ৰিক ব্যৱস্থাৰ সংশোধন ঘটাব পাৰে | ই কেৱল সম্ভব ভাগৱতৰ কথা শ্ৰৱণ | পৰৱৰ্ত্তী ব্যাখ্যাত কবলগীয়া কুন্তীৰ স্তৱভাগ আমাৰ সমাজত সকলোৱে জানে | কিন্তু, ভাগৱতৰ ১৫০০০হাজাৰ শ্লোকৰ মাজৰপৰা এইজনা শ্লোক,আমাৰ গুৰুজনাই কিয় কীৰ্ত্তনৰ প্ৰথমতে স্থাপন কৰিলে আৰু কোনে,কেতিয়া,কি প্ৰসঙ্গত কৈছিল,ইয়াৰ গুঢ়াৰ্থ সম্পৰ্কে সমাজক ব্যাখ্যা কৰিবলৈ অনুৰুধ জনালো | সেৱাৰে,কৃষ্ণ-বাসুদেৱ |
Krishna Bap 🙏🙏
Hare Krishna Hare Ram
কৃষ্ণ, প্ৰভূ অধমৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব।
Prabhu param harthakmur jiban apunar kripat joi guru sankar
ৰাম কৃষ্ণ প্ৰভু 🙏🙏
Krishna Prabhu pranam
Krishna krishna ram ram
কৃষ্ণ প্ৰভূ
সেৱা গ্ৰ্হণ কৰিব
কৃষ্ণ কৃষ্ণ কৃষ্ণ ।